Moodle-Learning-Management-System/C2/Blocks-in-Admin-Dashboard/Assamese

From Script | Spoken-Tutorial
Revision as of 09:42, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Blocks in Admin's Dashboard স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি ব্লকচ যোগ আৰু দিলিত কৰিবলৈ আৰু Front page চেত কৰিবলৈ শিকিম
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS 16.04,

00:26 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,
00:35 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
00:41 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়

00:54 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Admin’s dashboard ৰ মূল জ্ঞান থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:08 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতটো খোলক । XAMPP চাৰ্ভিচ চলি থকাটো নিশ্বিত কৰক
01:17 আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষ ব্যৱ্হাৰ কৰি ল’গিন কৰক
01:22 আমি এতিয়া এদমিনৰ ড্যাচব’ৰ্দত আছো
01:26 মনত ৰাখিব ব্লকসমূহে এটা নিৰ্দিষ্ট উদ্দেশ্য বা তথ্য সৰবৰাহ কৰে আৰু Moodle ৰ সকলো পৃষ্ঠাতে ব্লকচ পোৱা যায়
01:38 আহক এতিয়া বুজো Moodle Blocks ৰ সৈতে আমি কেনেকৈ কাম কৰিব পাৰো
01:44 ব্যৱ্হৃত থিমৰ ওপৰত নিৰ্ভৰ কৰি, ব্লকচ সোঁফালে বা দুয়োফালে থাকিব পাৰে
01:52 ব্লকচত তথ্য থাকে যাক আমি কোনো লোকে ল’গিন কৰিলে দেখুৱাব বিচাৰো
01:58 Moodle ত বহুতো প্ৰকাৰৰ ব্লকচ উপলদ্ধ আৰু সিহঁতক আমাৰ প্ৰিফাৰেঞ্চ অনুসৰি সহজে মোভ বা এৰেঞ্জ কৰিব পাৰি
02:09 আমি এতিয়া ড্যাচব’ৰ্দত কিছু ব্লকচ যোগ কৰিম
02:14 পৃষ্ঠাটোৰ বাওঁফালে navigation menu ক্লিক কৰক
02:19 ড্যাচব’ৰ্দৰ সোঁফালে Customise this page বুটামত ক্লিক কৰক
02:26 মন কৰিব এটা নতুন মেনু আইতেম Add a block এতিয়া দেখা গৈছে । Add a block ক্লিক কৰক
02:35 এখন নতুন প’প-আপ উইন্দ’ খুলিছে । আমি যোগ কৰিব বিচৰা ব্লকৰ প্ৰকাৰটো নিৰ্বাচিত কৰিব লাগিব
02:43 উদাহৰণস্বৰূপে, Messages ক্লিক কৰক । আপুনি দেখিছে যে এতিয়া ড্যাচব’ৰ্দত Messages block আহিছে
02:53 বৰ্তমান তাত কোনো বাৰ্তা নাই
02:56 দিফল্টভাবে, সকলো নতুন ব্লকচ একেবাৰে সোঁফালৰ ক’লামত যোগ হয়
03:02 আহক আৰু এটা ব্লক যোগ কৰো । বাওঁফালে Add a block মেনুত ক্লিক কৰক
03:09 menu types ৰ তালিকাৰ পৰা HTML বাচক ।

HTML block হৈছে এটা ব্লক য’ত কোনোবাই কাষ্ট’ম HTML লিখিব পাৰে

03:19 ইয়াক ব্যৱ্হাৰ কৰি, আমি widgets এম্বেদ কৰিব পাৰো যেনে Library widgets, News feeds, Twitter, Facebook ইত্যাদি
03:30 মন কৰক এতিয়া এটা NEW HTML BLOCK যোগ কৰা হ’ল Messages block ৰ তলত
03:37 HTML block ত গিয়েৰ আইকণত ক্লিক কৰক । তেতিয়া Configure (NEW HTML BLOCK) block ক্লিক কৰক
03:46 Configure HTML block ত ৩টা চেকচন আছে:

Block settings , Where this block appears আৰু On this page

03:57 দিফল্টভাবে, প্ৰথম চেকচনটো প্ৰসাৰিত হয়
04:02 Expand all ক্লিক কৰক সকলো চেকচনক প্ৰসাৰিত কৰিবলৈ
04:07 Block title ত, আহক লিখো: “Things to do”
04:12 আহক Content এৰিয়াত এই এদমিন ইউজাৰৰ বাবে কিছু কাম যোগ কৰো
04:19 নিম্নখিনি লিখক: Create a new course, Create new users, Add users to the course
04:30 editor হৈছে এটা HTML editor আৰু ব্যৱ্হাৰ কৰিব পাৰি আন যিকোনো word processor বা editor ৰ দৰে
04:39 Where this block appears ৰ ভিতৰৰ অপচনচ চাবলৈ তললৈ স্ক্ৰ’ল কৰক
04:45 Default region ৰ ভিতৰত, Content বাচক । Default weight ত, -10 (মাইনাচ তেন) বাচক
04:54 ব্লক এটাৰ ওজন যিমান কম হয়, সি সিমান বেছিকৈ সেই অঞ্চলত দেখা যাব । -10 (মাইনাচ তেন) হৈছে সৰ্বনিম্ন
05:03 -10 নিৰ্বাচিত কৰি, মই নিশ্বিত কৰিছো যে ই content অঞ্চলৰ শীৰ্ষত আছে
05:12 এই ব্লকটো এদমিনৰ ড্যাচব’ৰ্দত দৰ্শিত হ’ব
05:17 এতিয়া “On this page” চেকচনটো আহিছে ।

ইয়াত আপুনি পৃষ্ঠাটোৰ বাবে কনফিগুৰেচন সূচীত কৰিব পাৰে য’ত এই ব্লকটো যোগ কৰা হৈছিলে

05:28 আমাৰ ক্ষেত্ৰত, এইটো হৈছে ড্যাচব’ৰ্দ

এই কনফিগুৰেচনে উক্ত চেকচনত সূচীত কৰা দিফল্ট কনফিগুৰেচনক ওভাৰৰাইদ কৰিব

05:40 এইটো হৈছে Where this block appears চেকচন ।

আহক এই চেকচনত RegionContent আৰু Weight ত -10 (মাইনাচ তেন) নিৰ্বাচিত কৰো

05:53 মন কৰিব যে ব্লকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি, কনফিগুৰেচন চেতিংগচ ভিন্ন হ’ব
06:01 পৰিবৰ্তনক ছেভ কৰিবলৈ Save Changes ক্লিক কৰক আৰু ড্যাচব’ৰ্দলৈ ঘূৰি যাওঁক
06:07 চাওঁক যে Things to do টাইটলৰ সৈতে নতুন HTML ব্লকটো এতিয়া দেখা গৈছে আৰু content অঞ্চলত ই হৈছে শীৰ্ষত থকা ব্লক
06:18 আমি লগতে Move আইকণ ব্যৱ্হাৰ কৰি টানি পেলাই ব্লক এটাৰ স্থানক সলাব পাৰো
06:25 আহক দ্ৰাগিং আৰু দ্ৰপিং ব্যৱ্হাৰ কৰি Things to do blockCourse Overview block ৰ তললৈ নিওঁ
06:34 আহক চাওঁ আমি কিছু মিনিট আগতে চেত কৰা কনফিগুৰেচনক ই কেনেকৈ সলায়
06:40 গিয়েৰ আইকণত আৰু পাছত Configure Things to do block ক্লিক কৰক । তেতিয়া Expand All ক্লিক কৰক
06:49 “On this page” চেকচন চাবলৈ তললৈ স্ক্ৰ’ল কৰক । weight -2 (মাইনাচ তু) লৈ সলনি হ’ল ।

যদিওঁ, দিফল্ট weight, একেই থাকে

07:03 ড্যাচব’ৰ্দলৈ ঘূৰি যাবলৈ Cancel ক্লিক কৰক
07:07 আমাক এই Learning Plans block নালাগে । গতিকে আহক ইয়াক দিলিত কৰো ।

গিয়েৰ আইকণত আৰু পাছত Delete Learning plans block ত ক্লিক কৰক

07:19 Confirm প’প-আপ উইন্দ’ আহিছে আৰু আমাক এই দিলিত কৰাৰ বিষয়ে নিশ্বিত হ’বলৈ সুধিছে । ইয়াত Yes বুটামত ক্লিক কৰক
07:29 মন কৰক Learning Plans block এতিয়া আৰু উপলদ্ধ নহয় । আমি সদায় পাছত যদি প্ৰয়োজন হয় এই ব্লকক যোগ কৰিব পাৰো
07:40 আহক এতিয়া আমাৰ Moodle ইনষ্ট’লেচনৰ front page ক কাষ্ট’মাইজ কৰো
07:46 বাওঁফালৰ মেনুত Site Administration লিংকত ক্লিক কৰক
07:51 Front page চেকচনত Front Page settings চিনাক্ত কৰিবলৈ তললৈ স্ক্ৰ’ল কৰক । ইয়াত ক্লিক কৰক
08:00 আহক Full Site Name Digital India Learning Management System লৈ সলাওঁ
08:08 এই টেকস্ত breadcrumbs ৰ ওপৰত প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত দৰ্শিত হ’ব
08:15 Short name টেকস্তটো পৃষ্ঠাটোৰ টাইটলত দৰ্শিত হ’ব
08:20 মন কৰিব আমি থকা পৃষ্ঠাটোৰ নামৰ সৈতে Digital India LMS হৈছে এই পৃষ্ঠাটোৰ টাইটল
08:29 Short name লগতে এটা logo টেকস্ত হিচাবে ব্যৱহৃত হয় যদি আমি কোনো ল’গ’ ইমেজ নিদিওঁ । আমি ইয়াক এনেদৰেই এৰিম
08:40 Front page আইতেমচৰ বাবে দ্ৰপ-দাউন চাবলৈ তললৈ স্ক্ৰ’ল কৰক । তাত আইতেমচৰ তালিকা আছে যাক ফ্ৰন্ট পৃষ্ঠাত দেখুৱাব পাৰি
08:50 সকলো ভিজিতৰে, যোনে ল’গিন কৰিছে বা নাইকৰা, এই আইতেমচ চাব পাৰে
08:57 অৰ্দাৰটো এটা কম্বিনেচন বক্সৰ দ্বাৰা নিৰ্ধাৰিত হয় । আমি ইয়াক এনেদৰেই এৰিম
09:05 গতিকে, সকলো ইউজাৰে কৌৰ্চৰ তালিকা চাব পাৰিব (যদি উপলদ্ধ থাকে) আৰু অন্য একো নহয়
09:13 পাছৰটো হৈছে Front page items when logged in

ই হৈছে আইতেমচৰ তালিকা যাক ল’গ ইন কৰা ইউজাৰক দেখুৱাব পাৰি

09:24 আহক প্ৰথম দ্ৰপ-দাউনত Enrolled courses নিৰ্বাচিত কৰো
09:29 আমি বাকী থকা অপচনচক সিহঁতৰ দিফল্ট মানৰ সৈতে এৰিম
09:35 তললৈ স্ক্ৰ’ল কৰক আৰু Save Changes ক্লিক কৰক
09:40 আহক মূলভাব চাওঁ
09:43 এই টিউট’ৰিয়েলত, আমি “Things to do” নামৰ HTML block এটা যোগ কৰিবলৈ আৰু ই পৃষ্ঠাটোৰ ক’ত দৰ্শিত হ’ব তাক সূচীত কৰিবলৈ শিকিলো
09:54 আমি লগতে অতিথি আৰু ল’গিন কৰা ইউজাৰৰ বাবে frontpage টো চেতাপ কৰিলো
10:00 আপোনাৰ বাবে এটা অনুশিলনী হৈছে:

Private files block দিলিত কৰক

Code files লিংকত দিয়া গাইদলাইনচ ব্যৱ্হাৰ কৰি এটা নতুন HTML block যোগ কৰক

10:14 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:23 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:33 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:37 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:51 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9