Linux-AWK/C2/User-Defined-Functions-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:28, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awkইউজাৰ-দিফাইন্দ ফাংচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি ফাংচন দেফিনেচনৰ গাঠণি, ফাংচন কল আৰু ৰিতাৰ্ণ ষ্টেতমেন্তৰ বিষয়ে শিকিম
00:17 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:21 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:34 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:45 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু জ্ঞান থাকিব লাগিব
00:52 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:58 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:08 এতিয়া আহক ইউজাৰ দিফাইন্দ ফাংচনচৰ বিষয়ে শিকো । ফাংচনৰ গাঠণিটো নিম্ন ধৰণৰ হয়
01:16 আৰু গাঠণিটো স্ব-ব্যাখ্যামূলক হয়
01:20 ইয়াত কীৱৰ্দ ফাংচনটো বাধ্যতামূলক হয়
01:24 ফাংচন এটা কল কৰিবলৈ, ফাংচনটোৰ নামটো আৰু লগত পেৰেনথেচিচত আৰগুমেন্তচ লিখক
01:31 মন কৰিব: আৰগুমেন্তটোৰ ফাংচন নেম আৰু অপেন পেৰেনথেচিচৰ মাজত স্পেচ অনুমতি দিয়া নহয়
01:39 আমি এতিয়া এটা উদাহৰণ চাম
01:42 আমাৰ awkdemo.txt ফাইলত, ষষ্ঠ ফিল্দে ষ্টাইপেন্দক দৰ্শাই
01:47 ধৰক যে ষ্টাইপেন্দ হয়তো জিৰ’ নতুবা চাৰিটা দিজিতৰে গঠিত
01:54 ধৰক, ষ্টাইপেন্দ হৈছে 8900 । ইয়াক 8 থাউজেন্দ 9 হানদ্ৰেদ হিচাবে শব্দত প্ৰিন্ট কৰক
02:03 যদি ষ্টাইপেন্দ 0 হয়, জিৰ’ হিচাবে শব্দত প্ৰিন্ট কৰক
02:08 মই ইতিমধ্যে ক’দটো user_function.awk নামৰ ফাইল এটাত লিখিলো
02:15 ইয়াত মই changeit নামৰ ফাংচন এটা লিখিছো এটা একক আৰগুমেন্ত argvalৰ সৈতে
02:23 ইয়াত argval হৈছে মূলত আমাৰ ষষ্ঠ ফিল্দ যি হৈছে ষ্টাইপেন্দ
02:29 ফাংচনৰ ভিতৰত, প্ৰথমে ক’দে চাব যে argval জিৰ’ হয় নে নহয়
02:36 যদি হয়, ই শব্দত “জিৰ’” প্ৰিন্ট কৰিব
02:40 যদি নহয়, তেন্তে ক’দৰ else অংশটো এক্সিকিউত হ’ব
02:46 else অংশটোত, প্ৰথমে আমি প্ৰতিটো দিজিত এটা এটাকৈ এক্সত্ৰেক্ত কৰিম চাবষ্ট্ৰিংগ ফাংচন ব্যৱ্হাৰ কৰি
02:54 আৰু আমি মানসমূহ এটা আৰে aত বেলেগ ইন্দাইচেচ জমা কৰিম
03:00 উদাহৰণস্বৰূপে, a[1] এ বাওঁহাতৰ ফালৰ পৰা প্ৰথম দিজিত দিব বা হাজাৰৰ ঠাইৰ দিজিত দিব
03:08 যিহেতু আমাৰ মাত্ৰ চাৰিটা দিজিত আছে, মই চাৰিটা ইন্দাইচেচ ব্যৱ্হাৰ কৰিছো
03:13 পাছত, আমি চাম উপাদানখিনি জিৰ’ৰ সমান নহয় নেকি আৰু সিহঁতক এটা সঠিক ক্ৰমত প্ৰিন্ট কৰিম
03:21 শেষত, আমি এটা বেকশ্লাচ n কেৰেক্তাৰ প্ৰিন্ট কৰো, আউতপুতত এটা নতুন লাইন ব্ৰেক দিবলৈ
03:28 তেতিয়া awk স্ক্ৰিপ্তৰ ভিতৰত, আমি ডলাৰ 2 প্ৰিন্ট কৰিলো, যি হৈছে দ্বিতীয় ফিল্দ অৰ্থাৎ নেম
03:35 পাছত আমি ফাংচন changeit ক কল কৰো পাৰামিটাৰ ডলাৰ 6 ৰ সৈতে, যি হৈছে ষ্টাইপেন্দ । আহক ফাইলটো এক্সিকিউত কৰো
03:43 টাৰ্মিনেললৈ যাওঁক । পাছত cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ফাইলটো দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:53 এতিয়া নিম্ন কমান্দটো লিখক আৰু এন্টাৰ টিপক
04:00 আমি আশা কৰা দৰে আউতপুত পাওঁ
04:03 এটা ইউজাৰ-দিফাইন্দ ফাংচনে লগতে এটা ৰিতাৰ্ণ ষ্টেতমেন্ত সংলগ্ন কৰিব পাৰে
04:08 এই ষ্টেতমেন্তে awk প্ৰোগ্ৰামটোৰ কল কৰা অংশলৈ কনট্ৰ’ল ঘূৰাই দিয়ে
04:13 ইয়াক লগতে awk প্ৰোগ্ৰামটোৰ বাকী থকা অংশত ব্যৱ্হাৰ কৰিবলৈ মান এটা ঘূৰাই দিবলৈ ব্যৱ্হাৰ কৰিব পাৰি
04:20 ই দেখিবলৈ এনেকুৱা হয়: ৰিতাৰ্ণ স্পেচ এক্সপ্ৰেচন । ইয়াত এক্সপ্ৰেচন অংশটো অপচনেল হয়
04:29 আহক ফাংচন এটা লিখো আৰে এটাৰ এভৰেজ ঘূৰাই দিবলৈ
04:34 মই average.awk ফাইলত ক’দটো লিখিলো । আহক উপাদানবোৰ চাওঁ
04:41 আমি এই উদ্দেশ্যে avg নামৰ ফাংচন এটা সূচীত কৰিছো
04:46 ইয়াৰ পাচটা পাৰামিটাৰ আছে । arr হৈছে আৰে যাৰ বাবে এভৰেজ গণনা কৰা হ’ব
04:55 i হৈছে আৰে লোপ ভেৰিয়েবল
04:58 চাম হৈছে সকলো আৰে এলিমেন্তৰ যোগফল
05:03 nআৰেটোত থকা এলিমেন্তৰ সংখ্যাক সূচায়
05:07 retavg ফাংচনৰ পৰা ঘূৰাব লগা ভেৰিয়েবলক দৰ্শাই । ret এ গণনা কৰা এভৰেজ জমা কৰিব
05:17 i ৰ আগৰ অতিৰিক্ৰ স্পেচে সূচাই যে ভেৰিয়েবলচ i, sum, n আৰু ret হৈছে ল’কেল ভেৰিয়েবলচ
05:27 প্ৰকৃততে, ল’কেল ভেৰিয়েবলচ আৰগুমেন্তচ নহয়
05:32 আপুনি ফাংচনচ সূচীত কৰোতে এই কনভেনচনক অনুসৰণ কৰিব লাগিব
05:36 ফৰ লোপৰ ভিতৰত, আমি আৰে এলিমেন্তৰ সৰ্বমুঠ সংখ্যা আৰু যোগফল গণনা কৰিছো
05:43 আমি এভৰেজ গণনা কৰিছো যোগফলক এলিমেন্তৰ সৰ্বমুঠ সংখ্যাৰে হৰণ কৰি আৰু সেই মান ভেৰিয়েবল ret ত জমা কৰিছো
05:54 এই ফাংচন avg()ভেৰিয়েবল ret ৰ মান ঘূৰাই দিয়ে
06:01 BEGIN চেকচনৰ ভিতৰত, আমি আৰে nums পাচটা ভিন্ন সংখ্যাৰ সৈতে সূচীত কৰিছো
06:07 প্ৰিন্ট ষ্টেতমেন্তত, আমি ফাংচন avg() ক এটা আৰগুমেন্তৰে কল কৰিছো, যি হৈছে আৰে নেম
06:14 গতিকে, আপুনি ল’কেল ভেৰিয়েবলচক আৰগুমেন্ত হিচাবে পাচ কৰিব নালাগে
06:20 টাৰ্মিনেললৈ ঘূৰি যাওঁক । মই টাৰ্মিনেল খালি কৰো
06:26 নিম্ন কমান্দটো লিখক- awk স্পেচ হাইফেন f স্পেচ এভৰেজ দত awk এন্টাৰ টিপক
06:37 আমি আউতপুত 3.6 হিচাবে পাইছো । আমি ইয়াক কেলকুলেতৰ এটা ব্যৱ্হাৰ কৰি প্ৰমাণ কৰিব পাৰো
06:44 আহক আৰু এটা উদাহৰণ চাওঁ
06:47 মই ক’দ এটা লিখিলো ষ্ট্ৰিংগ এটা ৰিভাৰ্চ কৰিবলৈ আৰু ইয়াক reverse.awk হিচাবে নাম দিলো । ৰিকাৰ্চিভ ফাংচন ব্যৱহৃত হয় ষ্ট্ৰিংগ এটা ৰিভাৰ্চ কৰিবলৈ
06:57 ভিদিঅ’টো ইয়াত ৰখাওঁক আৰু ক’দটো চাওঁক কনট্ৰ’লটো কেনেকৈ প্ৰবাহিত হৈছে বুজিবলৈ । তেতিয়া ইয়াক এক্সিকিউত কৰক আউতপুতটো চাবলৈ
07:07 এটা অনুশিলনী হিচাবে, ফাংচন rev ব্যৱ্হাৰ কৰক awkdemo.txt ফাইলত ৰোল নাম্বাৰ ফিল্দ ৰিভাৰ্চ কৰিবলৈ
07:16 উদাহৰণস্বৰূপে, যদি ৰোল নাম্বাৰ A001 হয়, আউতপুত 100A হ’ব লাগিব
07:24 ইয়াৰ বাবে ক’দক reverse_roll.awk হিচাবে ক’দ ফাইলচ লিংকত দিয়া হৈছে
07:31 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:36 এই টিউট’ৰিয়েলটোত আমি শিকিলো - ফাংচন দেফিনেচনৰ গাঠণি
07:41 ফাংচন কল আৰু ৰিতাৰ্ণ ষ্টেতমেন্তৰ বিষয়ে
07:45 এটা অনুশিলনী হিচাবে - 1. 2D মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ এটা বনাবলৈ ফাংচন এটা লিখক
07:52 আৰে এটাৰ পৰা নিম্নতম মানৰ এলিমেন্ত এটা ৰিতাৰ্ণ কৰিবলৈ ফাংচন এটা লিখক
07:58 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
08:16 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:20 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
08:24 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
08:36 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9