Linux-AWK/C2/Overview-of-Linux-AWK/Assamese

From Script | Spoken-Tutorial
Revision as of 19:45, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু অভাৰভিও অফ লিনাক্স AWK কমান্দচ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত আমি লিনাক্স AWK ৰ বিষয়ে শিকিম আৰু লিনাক্স AWK চিৰিজত সামৰা টিউট’ৰিয়েলচ
00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো
00:24 AWK ব্যৱহৃত হয় ফাইল এটাৰ পৰা দেতা চাৰ্চ আৰু এক্সত্ৰেক্ত কৰিবলৈ
00:30 আমি লগতে দেতাক মেনিপুলেত কৰো আৰু AWK ব্যৱ্হাৰ কৰি ৰিপ’ৰ্ত বনাওঁ
00:36 যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ দৰে, AWK ৰো ভেৰিয়েবলচ অপাৰেতৰচ থাকে
00:41 কন্দিচনেল ষ্টেতমেন্তচ লুপচ
00:45 চিংগল আৰু মাল্টি দাইমেনচনেল আৰেচ

বুইল্ট-ইন ফাংচনচ আৰু ইউজাৰ দিফাইন্দ ফাংচনচ

00:52 চাৰ্চ প্ৰচেচৰ সময়্ত- ফাইল এটাক ৰেকৰ্দচৰ এটা ক্ৰম হিচাবে গণ্য কৰা হ’ব
00:58 প্ৰতিটো লাইনক বহুতো ফিল্দৰ সৈতে এটা একক ৰেকৰ্দ হিচাবে গণ্য কৰা হ’ব
01:04 তেতিয়া AWK এ প্ৰদত্ত পেতাৰ্নৰ বাবে চাৰ্চ কৰে । আৰু দৰকাৰী একচনটো প্ৰদৰ্শন কৰে
01:11 এতিয়া, আমি সংক্ষিপ্তকৈ এই চিৰিজৰ কিছু AWK টিউট’ৰিয়েলচ চাম
01:18 বেচিকচ অফ awk এই টিউট’ৰিয়েলে AWK ত কিছু মুল অপাৰেতৰচ ব্যাখ্যা কৰে যেনে
01:25 প্ৰচেচ কৰা আউতপুত কেনেকৈ প্ৰিন্ট কৰা হয় আৰু ৰেগুলাৰ সমীকৰণ ব্যৱ্হাৰ কৰা
01:31 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
------------অ’দিঅ যোগ কৰক---------------
01:43 ভেৰিয়েবলচ আৰু অপাৰেতৰচ ইয়াত আমি ব্যৱ্হাৰ কৰিবলৈ শিকিম - ইউজাৰ দিফাইন্দ ভেৰিয়েবলচ
01:51 ভেৰিয়েবল ইনিচিয়েলাইজেচন অপাৰেতৰচ
01:55 ষ্ট্ৰিংগ যুক্ত কৰা আৰু অপাৰেতৰ মিলোৱা । AWKBEGIN আৰু END ষ্টেতমেন্ত
02:03 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
----------অ’দিঅ যোগ কৰক-------------
02:16 বুইল্ট-ইন ভেৰিয়েবলচ
02:18 এই টিউট’ৰিয়েলে AWK ত নিম্ন বুইল্ট-ইন ভেৰিয়েবলচৰ বিষয়ে ব্যাখ্যা কৰে যেনে:
02:24 RS, FS

ORS, OFS

NR, NF

ARGV, ARGC

02:34 টিউট’ৰিয়েলটোৱে লগতে কেনেকৈ AWK স্ক্ৰিপ্ত এটা লিখা হয় শিকায়
02:39 এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস
---------------অ’দিঅ যোগ কৰক------------
02:53 কন্দিচনেল ষ্টেতমেন্তচ এই টিউট’ৰিয়েলটোত আমি কন্দিচনেল ষ্টেতমেন্তচ ব্যৱ্হাৰ কৰিবলৈ শিকিম যেনে: If, else , else if awk
03:04 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---------------অ’দিঅ যোগ কৰক------------
03:21 লুপচ- ইয়াত আমি AWKকন্দিচনেল লুপচৰ বিষয়ে আলোচনা কৰিম যেনে for, while আৰু do-while লুপ
03:31 আমি লগতে AWK ব্যৱ্হাৰ কৰি চাৰ্চ পেতাৰ্ন শিকিম
03:35 এটা চিংগল বা মাল্টিপ’ল ফাইলৰ পৰা দেতা প্ৰচেচ কৰিম
03:40 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---------------অ’দিঅ যোগ কৰক------------
03:53 বেচিকচ অফ চিংগল দাইমেনচনেল আৰে টিউট’ৰিয়েলে আৰে এলিমেন্তচ এচাইন কৰাক ব্যাখ্যা কৰে
03:59 আৰে এটাৰ এলিমেন্তক ৰেফাৰ কৰা । AWK আৰেচ ইন্দেক্স কৰা
04:04 আচ’চিয়েতিভ আৰেৰ এদভানতেজ
04:07 এটা বিশেষ ইন্দেক্সত আৰে এটাত কোনো এলিমেন্ত অৱস্থিত নেকি চোৱা
04:14 এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস
---------------অ’দিঅ যোগ কৰক------------
04:30 চিংগল দাইমেনচনেল আৰেৰ এই উন্নত লেভেলৰ টিউট’ৰিয়েলে ব্যাখ্যা কৰে ফাইলৰ সৈতে AWK আৰে ব্যৱ্হাৰ কৰা । আৰে এটাৰ এলিমেন্তচ স্কেন কৰা
04:41 "for loop" ৰ নতুন ভেৰিয়েচন । আৰে এলিমেন্ত এটা দিলিত কৰা
04:47 সম্পূৰ্ণ আৰেটো দিলিত কৰা
04:50 ARGC আৰু ARGV ৰ ভেলুচ
04:54 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---------------অ’দিঅ যোগ কৰক------------
05:08 AWKমাল্টি দাইমেনচনেল আৰেয়ে ব্যাখ্যা কৰে
05:12 এলিমেন্ত এটাক চিহ্নিত কৰা বহুতো ইন্দাইচেচৰ ক্ৰম এটাৰ দ্বাৰা
05:17 এটা একক ষ্ট্ৰিংগত' যুক্ত কৰা
05:20 AWK ত 2 বাই 2 মাল্টিদাইমেনচনেল আৰে বনোৱা
05:24 2 বাই 2 মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ বনোৱা
05:28 মাল্টিদাইমেনচনেল আৰেটো স্কেন কৰা
05:31 ফৰ লোপক split ফাংচনৰ সৈতে কম্বাইন কৰা
05:35 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---------------অ’দিঅ যোগ কৰক------------
05:48 বুইল্ট-ইন ফাংচনচ । ইয়াত আমি শিকিম AWK বুইল্ট-ইন ফাংচনচৰ বিষয়ে যেনে: আৰিথমেতিক ফাংচনচ
05:57 ৰেন্দম ফাংচনচ, ষ্ট্ৰিংগ ফাংচনচ
06:01 ইনপুত আৰু আউতপুত ফাংচনচ আৰু টাইমষ্টাম্প ফাংচনচ
06:07 এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস
---------------অ’দিঅ যোগ কৰক------------
06:23 ইউজাৰ দিফাইন্দ ফাংচনচ টিউট’ৰিয়েলটোত, আমি শিকিম আমাৰ নিজৰ ফাংচন কেনেকৈ বনোৱা হয়
06:30 ফাংচন কল, ৰিতাৰ্ণ ষ্টেতমেন্তৰ আৰু ৰিভাৰ্চ ফাংচন
06:37 এইটো হৈছে এই টিউট’ৰিয়েলটোৰ এটা আভাস
---------------অ’দিঅ যোগ কৰক------------
06:54 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:00 এই টিউট’ৰিয়েলটোত আমি AWK ৰ বিষয়ে শিকিলো আৰু এই চিৰিজৰ টিউট’ৰিয়েলচ চালো
07:08 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:16 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:26 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
07:31 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক
07:38 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
07:42 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
07:47 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
07:52 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
08:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
08:12 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9