Linux-AWK/C2/MultiDimensional-Array-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:33, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awkমাল্টিদাইমেনচনেল আৰেচ বনোৱাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি শিকিম - awkমাল্টিদাইমেনচনেল আৰে বনাবলৈ আৰু মাল্টিদাইমেনচনেল আৰে স্কেন কৰিবলৈ
00:18 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:21 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:33 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:37 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ আৰেৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:45 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু মূল জ্ঞান থাকিব লাগিব
00:52 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:58 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:08 awkমাল্টিদাইমেনচনেল আৰে এটা কি হয়?
01:12 আমি জানো যে চিংগল দাইমেনচনেল আৰেত, আৰে এলিমেন্ত এটাক চিহ্নিত কৰা হয় এটা একক ইন্দেক্সৰ দ্বাৰা
01:19 উদাহৰণস্বৰূপে, আৰে ওইকক চিহ্নিত কৰা হয় এটা একক ইন্দেক্স, দেৰ দ্বাৰা
01:26 তথাপি, মাল্টিদাইমেনচনেল আৰেত, এলিমেন্ত এটা চিহ্নিত কৰা হয় বহুতো ইন্দাইচেচৰ ক্ৰম এটাৰ দ্বাৰা
01:34 উদাহৰণস্বৰূপে, তু দাইমেনচনেল আৰে এলিমেন্ত এটা চিহ্নিত কৰা হয় 2 ইন্দাইচেচৰ ক্ৰম এটাৰ দ্বাৰা
01:42 ইয়াত, মাল্টিপল ইন্দাইচেচ শ্ৰেণীবদ্ধ কৰা হয় এটা একক ষ্ট্ৰিংগত, সিহঁতৰ মাজত এটা চেপাৰেতৰ ৰাখি
01:50 চেপাৰেতৰ হৈছে বুইল্ট-ইন ভেৰিয়েবল SUBSEP ৰ ভেলুটো
01:55 যুক্ত কৰা ষ্ট্ৰিংগটো ব্যৱহৃত হয় এটা একক ইন্দেক্স হিচাবে এটা সৰল ওৱান দাইমেনচনেল আৰেৰ বাবে
02:01 উদাহৰণস্বৰূপে, ধৰক আমি লিখো মাল্টি বৰ বন্ধনীৰ ভিতৰত 4 কমা 6 ইকুৱেল তু ভেলু দ্বৈত উৰ্দ্ধকমাত
02:11 ইয়াত মাল্টি হৈছে মাল্টিদাইমেনচনেল আৰেৰ নাম । পাছত, নাম্বাৰচ 4 আৰু 6 ক এটা ষ্ট্ৰিংগলৈ কনভাৰ্ত কৰা হয়
02:21 ধৰক, SUBSEP ৰ ভেলুটো হৈছে হেচ চিহ্ন (#)
02:26 তেতিয়া, নাম্বাৰচ শ্ৰেণীবদ্ধ হ’ব সিহঁতৰ মাজত এটা হেচ চিহ্নৰ (#) সৈতে
02:32 গতিকে, আৰে এলিমেন্ত মাল্টি বৰ বন্ধনীৰ ভিতৰত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত 4 হেচ 6ভেলু দ্বৈত উৰ্দ্ধকমাৰ ভিতৰলৈ চেত কৰা হয়
02:43 SUBSEP ৰ দিফল্ট ভেলুটো হৈছে ষ্ট্ৰিংগ দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত বেকশ্লাচ 034
02:50 এইটো প্ৰকৃততে এটা ননপ্ৰিন্টিং কেৰেক্তাৰ । ই সাধাৰণতে বহুতো ইনপুত দেতাত দৰ্শিত নহয়
02:58 আহক শ্লাইদত দৰ্শিত ধৰণে আমি এটা তু দাইমেনচনেল আৰেক ঘোষণা কৰিবলৈ চেষ্টা কৰো
03:03 ৰৌ 1 ত দুটা এলিমেন্তচ A আৰু B থাকে
03:08 ৰৌ 2 ত দুটা এলিমেন্তচ C আৰু D থাকে
03:12 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
03:17 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:24 এতিয়া নিম্নদৰে আৰেটো সূচীত কৰক । কমান্দটো সাবধানে লিখক ইয়াত দেখুৱাৰ দৰে । পাছত এন্টাৰ টিপক
03:35 আমি এখন কমান্দ প্ৰমপ্ত পাওঁ কোনো এৰ’ৰৰ অবিহনে । গতিকে, আৰেটো সূচীত হ’ল
03:41 আমি কোনো আউতপুত নাপাওঁ কাৰণ আমি ক’দটোত প্ৰিন্ট কৰিবলৈ একো দিয়া নাই
03:47 আহক প্ৰিন্ট ষ্টেতমেন্ত যোগ কৰো
03:50 টাৰ্মিনেলত আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
03:56 সামৰণি কুটিল বন্ধনীৰ ঠিক আগতে, লিখক চেমিকলন স্পেচ প্ৰিন্ট স্পেচ a বৰ বন্ধনীৰ ভিতৰত 2 কমা 2 কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
04:13 মন কৰিব, আমি আউতপুত কেপিতেল D হিচাবে পাওঁ
04:18 কেনেকৈ পৰীক্ষা কৰিব যদি এটা নিৰ্দিষ্ট ইন্দেক্স চিকোৱেঞ্চ অৱস্থিত হয় এটা প্ৰদত্ত মাল্টিদাইমেনচনেল আৰেত?
04:25 আমি ইন অপাৰেতৰ ব্যৱ্হাৰ কৰিব পাৰো
04:28 আমি ইতিমধ্যে ইয়াক আগতে এই চিৰিজৰ চিংগল-দাইমেনচনেল আৰেত দেখিছো
04:34 আমি ইন্দাইচেচৰ সম্পূৰ্ণ চিকোৱেঞ্চক পেৰেনথেচিচৰ ভিতৰত লিখিব লাগিব আৰু কমাৰে পৃথক কৰিব লাগিব
04:42 আহক ইয়াক উদাহৰণ এটাত চাওঁ
04:45 মই ইতিমধ্যে test_multi.awk নামৰ স্ক্ৰিপ্ত এটা লিখিলো
04:51 একেটা এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ
04:56 মই এটা 2 বাই 2 আৰে সূচীত কৰিছো আমাৰ আগৰ আলোচনাত দেখাৰ দৰে
05:02 পাছত মই দুটা ইফ কন্দিচনচ লিখিলো
05:06 প্ৰথমে ইফ কন্দিচনে চায় যে ইন্দেক্স ওৱান কমা ওৱানত এলিমেন্ত অৱস্থিত হয় নে নহয়
05:13 আমি মাল্টিদাইমেনচনেল আৰেৰ বাবে ইন্দেক্স পেৰেনথেচিচৰ ভিতৰত লিখিব লাগিব
05:18 যদি কন্দিচনটো ট্ৰু হয়, ই প্ৰিন্ট কৰিব ওৱান কমা ওৱান ইজ প্ৰেজেন্ত
05:23 নতুবা ই প্ৰিন্ট কৰিব ওৱান কমা ওৱান ইজ এবচেন্ত
05:28 একেদৰে, আমি ইন্দেক্স থ্ৰি কমা ওৱানত এলিমেন্তৰ উপস্থিতিক চাম । আহক ফাইলটো এক্সিকিউত কৰো
05:36 টাৰ্মিনেললৈ যাওঁক আৰু লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ টেষ্ট আন্দাৰস্ক’ৰ মাল্টি দত awk আৰু এন্টাৰ টিপক
05:49 আউতপুতে কয় ওৱান কমা ওৱান ইজ প্ৰেজেন্ত আৰু থ্ৰি কমা ওৱান ইজ এবচেন্ত
05:55 আহক আৰু এটা উদাহৰণ লওঁ । ধৰক, আমি মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ বনাব বিচাৰো
06:02 প্ৰদত্ত মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ গঠণ কৰা হয় মেত্ৰিক্স এটাৰ ৰৌচ আৰু ক’লমনচ নিজৰ মাজত সালসলনি কৰি । আমি ইয়াক কেনেকৈ কৰিম
06:11 মই এটা তু-দাইমেনচনেল আৰে বনালো 2D-array.txt ফাইলটোত
06:19 মই transpose.awk নামৰ ক’দ এটা লিখিলো
06:24 প্ৰথমে এই awk স্ক্ৰিপ্তৰ একচন চেকচনটো চাওঁক
06:29 ইয়াত আমি ৰৌ এটাত ফিল্দচৰ সৰ্বোচ্চ নাম্বাৰটো গণনা কৰিছো । আৰু গণনা কৰি পোৱা ভেলুক variable max_nf ত জমা কৰিছো
06:40 আমি জানো যে, NR হৈছে awk এ প্ৰচেচ কৰা বৰ্তমান ৰেকৰ্দচৰ নাম্বাৰ । NR ৰ ভেলু max_nr variable ত জমা হয়
06:50 Awkইনপুত ফাইলক প্ৰথম ৰেকৰ্দৰ পৰা অন্তিম ৰেকৰ্দলৈ প্ৰচেচ কৰিব
06:56 যেতিয়া awk এ প্ৰথম ৰেকৰ্দ প্ৰচেচ কৰে, max_nr সমান 1 হ’ব
07:03 যেতিয়া দ্বিতীয় ৰেকৰ্দ প্ৰচেচ কৰে, max_nr সমান 2 হ’ব আৰু ই এনেদৰেই যাব
07:11 যেতিয়া awk এ অন্তিম ৰেকৰ্দ প্ৰচেচ কৰে, max_nrৰেকৰ্দচৰ মুঠ নাম্বাৰক জমা কৰিব
07:19 এতিয়া আমি ইনপুত ফাইলৰ পৰা দেতা পঢ়িব লাগিব আৰু দেতাক এটা তু দাইমেনচনেল আৰেত জমা কৰিব লাগিব
07:26 ফৰ লোপৰ ভিতৰত, আমাৰ ইতিৰেতৰ ভেৰিয়েবল x আছে
07:31 x ওৱানৰ পৰা NF লৈ ট্ৰেভাৰ্চ হ’ব, আৰু x প্ৰতিটো ইতিৰেচনৰ পাছত 1 ৰে বৰ্ধিত হ’ব
07:39 x ৰ প্ৰতিটো ভেলুৰ বাবে, $x(ড্লাৰ x)ফিল্দ x ৰ ভেলুক দৰ্শাই
07:46 সেই ভেলু আৰে মেত্ৰিক্সৰ ইন্দেক্স NR কমা x ত জমা হ’ব
07:53 উদাহৰণস্বৰূপে, মেত্ৰিক্স অফ 1 কমা 1 এ ভেলু জমা কৰে যি অৱস্থিত হয় ইনপুত ফাইলৰ পৰা ইন্দেক্স 1 কমা 1
08:02 গতিকে, awk এ এই ক’দৰ সৈতে সম্পূৰ্ণ ইনপুত ফাইলক প্ৰচেচ কৰাৰ পাছত, মেত্ৰিক্স আৰে সম্পূৰ্ণকৈ গঠণ হ’ব
08:10 ইনপুত ফাইলৰ সম্পূৰ্ণ দেতাক এটা তু দাইমেনচনেল আৰে ফৰ্মেতত জমা কৰিব
08:16 এতিয়া, আহক END চেকচনৰ ভিতৰত চাওঁ
08:20 আমি এটা নেষ্টেদ ফৰ লোপ লিখিলো মেত্ৰিক্স টোৰ ট্ৰানস্প’জ প্ৰিন্ট কৰিবলৈ
08:25 মই ধৰিছো আপুনি মূল C প্ৰোগ্ৰামিঙৰ সৈতে পৰিচিত । গতিকে, মই ক’দৰ এই অংশক বিতংকৈ ব্যাখ্যা কৰা নাই
08:34 ভিদিঅ’টো ইয়াত প’জ কৰক ক’দটো বিতংকৈ চাবলৈ আৰু নিজে বুজক
08:40 এতিয়া, আমি শিকিম কেনেকৈ মাল্টিদাইমেনচনেল আৰে এটা স্কেন কৰা হয়
08:45 আচলতে Awk ত এটা মাল্টিদাইমেনচনেল আৰে নাথাকে
08:50 গতিকে, তাত কোনো বিশেষ ফৰ ষ্টেতমেন্ত থাকিব নোৱাৰে মাল্টিদাইমেনচনেল আৰেক স্কেন কৰিবলৈ
08:56 আপোনাৰ মাল্টিদাইমেনচনেল পথ থাকিব পাৰে আৰে এটা স্কেন কৰিবলৈ
09:00 আপুনি ইয়াৰ বাবে split ফাংচনৰ সৈতে ফৰ ষ্টেতমেন্ত যুক্ত কৰিব পাৰে
09:05 আহক চাওঁ split ফাংচন কি হয় । split ফাংচন ব্যৱহৃত হয় ষ্ট্ৰিংগ এটা টুকৰাত চপ আপ বা স্প্লিত কৰিবলৈ
09:14 আৰু বিভিন্ন টুকুৰাসমূহ আৰে এটাত প্লেচ কৰিবলৈ
09:18 গাঠণিটো নিম্ন ধৰণৰ হয় । প্ৰথম আৰগুমেন্তত চপ কৰিব লগা ষ্ট্ৰিংগটো থাকে
09:25 দ্বিতীয় আৰগুমেন্তে আৰেৰ নামটো সূচীত কৰে য’ত split এ চপ কৰা টুকুৰাসমূহ থ’ব
09:33 তৃতীয় আৰগুমেন্তে চেপাৰেতৰক উল্লেখ কৰে যি ষ্ট্ৰিংগটো চপ কৰোতে ব্যৱহৃত হ’ব
09:39 প্ৰথম টুকুৰাটো arr 1 ত জমা হয়
09:43 দ্বিতীয় টুকুৰাটো arr 2 ত আৰু এনেদৰে
09:48 ধৰক, আমি ইতিমধ্যে বনোৱা আৰে এটাৰ পৰা ইন্দাইচেচৰ প্ৰকৃত ক্ৰমটো ৰিক’ভাৰ কৰিব বিচাৰো । আমি ইয়াক কেনেকৈ কৰিম?
09:56 মই multi_scan.awk নামৰ ক’দ এটা লিখিলো
10:02 সম্পূৰ্ণ ক’দটো BEGIN চেকচনৰ ভিতৰত লিখা হৈছে
10:06 প্ৰথমে আমি a নামৰ আৰে এটা বনালো আৰু ইয়াক এই ভেলুচ এচাইন কৰিলো
10:12 পাছত আমাৰ ফৰ লোপ আছে এটা ইতিৰেতৰৰ সৈতে
10:16 ইতিৰেতৰ প্ৰতিটো ইতিৰেচনত প্ৰতিটো ইন্দাইচেচ ভেলুৰ বাবে চেত হ’ব । ধৰক 1,1 পাছত 1,2 আৰু এনেদৰেই
10:27 split ফাংচনে ইতিৰেতৰক টুকুৰাত ভাঙি SUBSEP ৰে পৃথক কৰে
10:34 টুকুৰাসমূহ আৰে arr ত জমা হ’ব
10:38 গতিকে, arr[1] আৰু arr[2] ত প্ৰথম ইন্দেক্স আৰু দ্বিতীয় ইন্দেক্স থাকিব । আহক এই ফাইলটো এক্সিকিউত কৰক
10:48 টাৰ্মিনেললৈ যাওঁক আৰু লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ মাল্টি আন্দাৰস্ক’ৰ স্কেন দত awk আৰু এন্টাৰ টিপক
11:01 আউতপুতটো চাওঁক; ইন্দাইচেচৰ প্ৰকৃত ক্ৰমটো ৰিক’ভাৰ কৰা হ’ল
11:07 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি শিকিলো - awkমাল্টিদাইমেনচনেল আৰে বনাবলৈ আৰু মাল্টিদাইমেনচনেল আৰে স্কেন কৰিবলৈ
11:18 এটা অনুশিলনী হিচাবে, awk স্ক্ৰিপ্ত এটা লিখক তু দাইমেনচনেল আৰে এটাক 90 ডিগ্ৰী ঘূৰাবলৈ আৰু ঘূৰোৱা মেত্ৰিক্সটো প্ৰিন্ট কৰক
11:28 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:36 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
11:45 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:49 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
11:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:05 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9