Linux-AWK/C2/Built-in-Variables-in-awk/Assamese

From Script | Spoken-Tutorial
Revision as of 19:39, 9 July 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 awk বুইল্ট-ইন ভেৰিয়েবলচ আৰু awk স্ক্ৰিপ্তৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি শিকিম বুইল্ট-ইন ভেৰিয়েবলচ, awk স্ক্ৰিপ্ত
00:14 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:30 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
00:40 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:47 যদি নাই, তেন্তে অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
00:52 প্ৰথমে, আহক awk ত কিছু বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ
00:57 কেপিতেল RSইনপুত ফাইল এটাত ৰেকৰ্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই নিউলাইন হয়
01:07 কেপিতেল FSইনপুত ফাইল এটাত ফিল্দ চেপাৰেতৰক সূচায়
01:13 দিফল্টভাবে, FS ৰ ভেলু এটা হোৱাইতস্পেচ হয়
01:18 কেপিতেল ORSআউতপুত ৰেকৰ্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই নিউলাইন হয়
01:27 কেপিতেল OFSআউতপুত ফিল্দ চেপাৰেতৰক সূচায় । দিফল্টভাবে, ই হোৱাইতস্পেচ হয়
01:36 আহক ইয়াৰ প্ৰত্যেকৰে অৰ্থক বুজো
01:40 আহক এতিয়া awkdemo ফাইলটো এবাৰ চাওঁ
01:44 যেতিয়া আমি এই awkdemo ফাইলক awk কমান্দৰে প্ৰচেচ কৰো, ই আমাৰ ইনপুত ফাইল হয়
01:51 লক্ষ্য কৰিব সকলো ৰেকৰ্দচ এটা আনটোৰ পৰা এটা নিউলাইন কেৰেক্তাৰৰ দ্বাৰা পৃথক হয়
01:58 নিউলাইন হৈছে দিফল্ট ভেলু ৰেকৰ্দ চেপাৰেতৰ RS ভেৰিয়েবলৰ বাবে । গতিকে, অন্য কিবা কৰাৰ কোনো প্ৰয়োজন নাই
02:08 মন কৰিব সকলো ফিল্দচ পাইপ চিহ্নৰে পৃথক হৈছে । আমি awk ক ইয়াৰ বিষয়ে কেনেকৈ অৱ্গত কৰিম? আহক চাওঁ
02:18 দিফল্টভাবে, যিকোনো সংখ্যাৰ স্পেচ বা এটা টেবে ফিল্দচ পৃথক কৰে
02:24 আমি ইয়াক হাইফেন কেপিতেল F অপচনৰ সহায়ত ৰিচেত কৰিব পাৰো আমাৰ আগৰ টিউট’ৰিয়েলচত শিকাৰ দৰে
02:33 অন্যথা, আমি ইয়াক BEGIN চেকচনত FS ভেৰিয়েবল ব্যৱ্হাৰ কৰি ৰিচেত কৰিব পাৰো
02:40 আহক ইয়াক এটা উদাহৰণৰ দ্বাৰা কৰো । ধৰক, মই ষ্টুদেন্তৰ নামক বিচাৰি উলিয়াব বিচাৰিছো যোনে Rs.5000 তকৈ অধিক ষ্টাইপেন্দ পাইছে
02:51 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
02:57 cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ক’দ ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:04 ইয়াত দেখুৱা ধৰণে কমান্দটো লিখক
03:08 ইয়াত BEGIN চেকচনত, আমি FS ৰ ভেলুক এটা পাইপ চিহ্নৰে এচাইন কৰিছো । একেদৰে, আমি RS ভেৰিয়েবল ম’দিফাই কৰিব পাৰো
03:19 কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
03:23 আউতপুতে ষ্টুদেন্তৰ তালিকাখন দেখুৱাই যোনে Rs.5000 তকৈ অধিক ষ্টাইপেন্দ পাইছে
03:30 ইয়াত নেম ফিল্দ আৰু ষ্টাইপেন্দ ফিল্দ এটা খালি স্পেচৰে পৃথক হৈছে
03:36 লগতে, সকলো ৰেকৰ্দচ এটা নিউলাইন কেৰেক্তাৰৰ দ্বাৰা পৃথক হৈছে
03:42 ধৰক আমি ক’লন আউতপুত ফিল্দ চেপাৰেতৰ হিচাবে আৰু দুডাল নিউলাইন আউতপুত ৰেকৰ্দ চেপাৰেতৰ হিচাবে বিচাৰো
03:52 আমি ইয়াক কেনেকৈ কৰিম? আহক চাওঁ
03:55 টাৰ্মিনেলত, আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
04:01 ইয়াত দেখুৱা ধৰণে কমান্দটো ম’দিফাই কৰক আৰু তেতিয়া এন্টাৰ টিপক
04:08 আমি আউতপুতটো আশাকৰা ফৰ্মেতত পাওঁ
04:12 এতিয়া, ধৰক আমাৰ নতুন ইনপুত ফাইল হৈছে sample.txt
04:18 লক্ষ্য কৰক ইয়াত ফিল্দ চেপাৰেতৰ হৈছে নিউলাইন আৰু ৰেকৰ্দ চেপাৰেতৰ হৈছে দুডাল নিউলাইন
04:27 আমি এই ফাইলৰ পৰা কেনেকৈ ৰোল নং আৰু নামৰ তথ্য এক্সত্ৰেক্ত কৰিব পাৰো?
04:32 হয়, আপুনি সঠিক অনুমান কৰিছে । আমি FS আৰু RS ভেৰিয়েবল দুয়োটাকে ম’দিফাই কৰিব লাগিব
04:39 টিউট’ৰিয়েলটো ৰখাওঁক আৰু ইয়াক এটা অনুশিলনী হিচাবে কৰক
04:43 পাছত, আহক অন্য বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ
04:47 কেপিতেল NRawk ৰ দ্বাৰা প্ৰচেচ হোৱা নাম্বাৰ অফ ৰেকৰ্দচ দিয়ে
04:53 কেপিতেল NF এ বৰ্তমান ৰেকৰ্দত নাম্বাৰ অফ ফিল্দচ দিয়ে
04:59 আহক ইয়াৰ এটা উদাহৰণ চাওঁ । ধৰক, আমি ফাইলটোত অসম্পূৰ্ণ লাইনচ বিচাৰিব খুজিছো
05:07 ইয়াত, অসম্পূৰ্ণ লাইনে নৰ্মেল 6 ফিল্দচতকৈ কম থকাক বুজায়
05:13 টাৰ্মিনেললৈ যাওঁক । মই Ctrl আৰু L কীচ ব্যৱ্হাৰ কৰি টাৰ্মিনেল খালি কৰো
05:20 দেখুৱা ধৰণে কমান্দটো লিখক
05:24 যিহেতু ফিল্দচ পাইপ চিহ্নৰে পৃথক হৈছে, BEGIN চেকচনত FS ভেলুক পাইপ চিহ্নলৈ চেত কৰক
05:33 পাছত আমি লিখিলো NF নত ইকুৱেল তু 6
05:37 ই চাই যে বৰ্তমান লাইনত ফিল্দচৰ নাম্বাৰ 6 ৰ সমান নহয় নেকি
05:43 যদি ট্ৰু, তেন্তে প্ৰিন্ট চেকচনে ৰেকৰ্দৰ লাইন নাম্বাৰ NR প্ৰিন্ট কৰিব, গোটেই লাইনটোৰ সৈতে $0 ৰে সূচীত কৰি । এন্টাৰ টিপক
05:55 আউতপুতত, আমি দেখিছো যে ৰেকৰ্দ নাম্বাৰ 16 হৈছে অসম্পূৰ্ণ ৰেকৰ্দ । ইয়াৰ মাত্ৰ 5 ফিল্দচ আছে 6 ৰ পৰিবৰ্তে
06:05 আহক আৰু এটা উদাহৰণ চাওঁ । কেনেকৈ আমি প্ৰতিটো ষ্টুদেন্তৰ বাবে প্ৰথম আৰু শেষৰ ফিল্দক প্ৰিন্ট কৰিব পাৰো তাত কিমান ফিল্দচ আছে নজনাকৈ?
06:16 ইয়াত দেখুৱা ধৰণে কমান্দটো টাৰ্মিনেলত লিখক
06:21 ইয়াত আমি হাইফেন কেপিতেল F অপচন ব্যৱ্হাৰ কৰিছো FS ভেৰিয়েবল চেত কৰাৰ পৰিবৰ্তে । এন্টাৰ টিপক
06:30 আমি ফাইলটোত প্ৰতিটো ৰেকৰ্দৰ বাবে মাত্ৰ প্ৰথম আৰু শেষৰ ফিল্দচ পাওঁ
06:36 আহক এতিয়া বেলেগ কিবাএটা চেষ্টা কৰো
06:39 ধৰক, ষ্টুদেন্তৰ ৰেকৰ্দচ বিভক্ত হৈ আছে দুটা ফাইলত demo1.txt, demo2.txt
06:48 আমি এই দুয়োটা ফাইলৰ পৰা প্ৰথম 3 লাইনচ প্ৰিন্ট কৰিব বিচাৰো । আমি ইয়াক কৰিব পাৰো NR ভেৰিয়েবল ব্যৱ্হাৰ কৰি
06:57 এইয়া হৈছে ফাইল দুটাৰ উপাদান
07:02 এতিয়া প্ৰতিটো ফাইলৰ পৰা প্ৰথম 3 লাইনচ দৰ্শিত কৰিবলৈ, টাৰ্মিনেলত নিম্ন কমান্দটো লিখক
07:11 এন্টাৰ টিপক
07:13 আউতপুতে মাত্ৰ demo1.txt ফাইলৰ প্ৰথম 3 লাইনচ দেখুৱায়
07:20 কেনেকৈ আমি দ্বিতীয় ফাইলটোৰ বাবেওঁ একেটা প্ৰিন্ট কৰিব পাৰো?
07:24 সমাধানটোৱে FNR ব্যৱ্হাৰ কৰে NR ৰ পৰিবৰ্তে । FNR হৈছে বৰ্তমান ফাইলত কাৰেন্ত ৰেকৰ্দ নাম্বাৰ
07:34 FNR নতুন ৰেকৰ্দ এটা পঢ়োতে প্ৰতিবাৰ ইনক্ৰিমেন্ত হয়
07:39 ই প্ৰতিবাৰ জিৰ’লৈ ৰিইনিচিয়েলাইজ হয় নতুন ইনপুত ফাইল এটা আৰম্ভ হ’লে
07:46 কিন্তু NR হৈছে প্ৰোগ্ৰামৰ এক্সিকিউচন আৰম্ভ হওঁতে awk এ প্ৰচেচ কৰা ইনপুত ৰেকৰ্দৰ নাম্বাৰ
07:55 ই নতুন ফাইল এটাৰ সৈতে জিৰ’লৈ ৰিচেত নহয়
07:59 টাৰ্মিনেললৈ যাওঁক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
08:06 নিম্নদৰে আগৰ কমান্দটো ম’দিফাই কৰক । FNR লিখক NR ৰ পৰিবৰ্তে
08:14 প্ৰিন্ট চেকচনত, NR ৰ পাছত, লিখক FNRএন্টাৰ টিপক
08:21 চাওঁক, আমি এতিয়া সঠিক আউতপুত পাওঁ । FNR জিৰ’লৈ চেত হৈছে নতুন ফাইলৰ সৈতে কিন্তু NR বাঢ়ি গৈ আছে
08:31 এতিয়া আহক কিছু অন্য বুইল্ট-ইন ভেৰিয়েবলচ চাওঁ । FILENAME ভেৰিয়েবলে ৰিদ কৰা ফাইলটোৰ নামটো দিয়ে
08:40 ARGCকমান্দ লাইনত দিয়া আৰগুমেন্তৰ নাম্বাৰক সূচীত কৰে
08:46 ARGV এ এটা আৰেক দৰ্শাই যি কমান্দ লাইন আৰগুমেন্তচ জমা কৰে
08:52 ENVIRONচেল এনভাইৰনমেন্ত ভেৰিয়েবলচৰ আৰেক আৰু সংগত ভেলুসমূহক সূচাই
09:00 যিহেতু ARGV আৰু ENVIRONawkআৰে ব্যৱ্হাৰ কৰে, আমি ইহতক সংগত টিউট’ৰিয়েলচত চাম
09:09 আহক এতিয়া ভেৰিয়েবল FILENAME এবাৰ চাওঁ । কেনেকৈ আমি বৰ্তমান প্ৰচেচ হোৱা ফাইলৰ নামটো প্ৰিন্ট কৰিম?
09:18 টাৰ্মিনেললৈ যাওঁক আৰু দেখুৱা ধৰণে কমান্দটো লিখক
09:23 ইয়াত আমি স্পেচক এটা ষ্ট্ৰিংগ যুক্ত কৰা অপাৰেতৰ হিচাবে ব্যৱ্হাৰ কৰিছো । কমান্দটো এক্সিকিউত কৰিবলৈ এন্টাৰ টিপক
09:32 আউতপুতে ইনপুত ফাইলনেম বহুবাৰ দেখুৱাই
09:37 ইয়াৰ কাৰণ হৈছে, এই কমান্দে awkdemo.txt ফাইলটোত প্ৰতিটো ৰৌৰ বাবে ফাইলনেমটো এবাৰ প্ৰিন্ট কৰে । আমি কেনেকৈ ইয়াক মাত্ৰ এবাৰ প্ৰিন্ট কৰিব পাৰো?
09:48 টাৰ্মিনেল খালি কৰক । আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক
09:55 ইয়াত দেখুৱা ধৰণে আগৰ কমান্দটো ম’দিফাই কৰক । এন্টাৰ টিপক
10:02 এতিয়া, আমি ফাইলনেমটো মাত্ৰ এবাৰ পাওঁ
10:06 awk ত কিছু অন্য বুইল্ট-ইন ভেৰিয়েবলচ আছে । সিহঁতৰ বিষয়ে অধিক জানিবলৈ ইন্টাৰনেত ব্ৰাউজ কৰক
10:14 ধৰক, আমি ষ্টুদেন্তক বিচাৰিব খুজিছো যি পাচ হৈছে আৰু Rs.8000 তকৈ অধিক ষ্টাইপেন্দ আছে
10:22 কমা ব্যৱ্হাৰ কৰক আউতপুত ফিল্দ চেপাৰেতৰ হিচাবে আৰু প্ৰিন্ট কৰক “The data is shown for file” আৰু ফাইলৰ নামটো ফুতাৰ চেকচনত । আমি ইয়াক কেনেকৈ কৰিম?
10:36 টাৰ্মিনেলত নিম্ন কমান্দ লিখক । এন্টাৰ টিপক
10:43 আমি দেখিছো যে মাত্ৰ এটা ষ্টুদেন্ত পাচ হৈছে আৰু Rs.8000 তকৈ অধিক ষ্টাইপেন্দ পাইছে আৰু ৰেকৰ্দ নাম্বাৰ হৈছে 2
10:53 আমি লগতে আশাকৰা দৰে ফাইলৰ নামটো ফুতাৰত দেখিছো
10:58 আমি awk ব্যৱ্হাৰ কৰিব পাৰো আৰু অধিক জটিল কামৰ বাবে
11:03 তেনেক্ষেত্ৰত, প্ৰতিবাৰ টাৰ্মিনেলত কমান্দচ লিখিবলৈ অধিক অসুবিধা হয়
11:09 আমি তাৰ পৰিবৰ্তে awk প্ৰোগ্ৰামক এটা পৃথক ফাইলত লিখিব পাৰো
11:14 এক্সিকিউত কৰিবলৈ, সেই ফাইলত দত awk এক্সতেনচন থাকিব লাগিব
11:19 এক্সিকিউত কৰোতে, আমি মাত্ৰ এই awk প্ৰোগ্ৰাম ফাইলনেমক awk কমান্দৰ সৈতে সূচীত কৰিব পাৰো
11:26 তাক কৰিবলৈ, আমি হাইফেন সৰু f অপচন ব্যৱ্হাৰ কৰিব লাগিব । আহক উদাহৰণ এটা চাওঁ
11:35 মই ইতিমধ্যে awk প্ৰোগ্ৰাম এটা লিখিলো আৰু ইয়াক prog1 দত awk হিচাবে ছেভ কৰিলো
11:42 এই ক’দ লগতে ক’দ ফাইলচ লিংকতো উপলদ্ধ
11:46 টাৰ্মিনেললৈ যাওঁক । চাওঁক আমি শেষত এক্সিকিউত হোৱা কমান্দৰ একক উৰ্দ্ধকমাৰ ভিতৰত কি লিখিছিলো?
11:55 prog1.awk ফাইলৰ উপাদান হুবহু একে হয়
12:00 মাত্ৰ পাৰ্থক্যটো হৈছে awk ফাইলত, আমি একক উৰ্দ্ধকমাৰ ভিতৰত লিখা নাই
12:07 ফাইলটো এক্সিকিউত কৰিবলৈ, টাৰ্মিনেলত নিম্নখিনি লিখক- awk স্পেচ হাইফেন সৰু f স্পেচ prog1.awk স্পেচ awkdemo.txt আৰু এন্টাৰ টিপক
12:24 আমি হুবহু একেটা আউতপুত পাইছো আগতে দেখাৰ দৰে
12:29 গতিকে, এনেদৰে আপুনি awk প্ৰোগ্ৰামচ লিখিব পাৰে আৰু ইয়াক বহুবাৰ ব্যৱ্হাৰ কৰিব পাৰে
12:35 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:40 এই টিউট’ৰিয়েলটোত আমি শিকিলো- বুইল্ট-ইন ভেৰিয়েবলচ, awk স্ক্ৰিপ্ত বিভিন্ন উদাহৰণ ব্যৱ্হাৰ কৰি
12:48 এটা অনুশিলনী হিচাবে - awk স্ক্ৰিপ্ত এটা লিখক awkdemo.txt ফাইলত 5th লাইনৰ শেষৰ ফিল্দটো প্ৰিন্ট কৰিবলৈ
12:58 টাৰ্মিনেলত চিষ্টেম ফাইল /etc/passwd খোলক
13:05 তাত সকলো চেপাৰেতৰক চিনাক্ত কৰক
13:09 এতিয়া স্ক্ৰিপ্ত এটা লিখক 20th লাইনৰ পৰা ফাইলটো প্ৰচেচ কৰিবলৈ
13:15 লগতে, মাত্ৰ সেই লাইনচৰ বাবে য’ত 6 তকৈ অধিক ফিল্দচ আছে
13:20 আপুনি সেই নিৰ্দিষ্ট লাইনত লাইন নাম্বাৰ, সম্পূৰ্ণ লাইনটো আৰু ফিল্দচৰ কাউন্ট প্ৰিন্ট কৰিব লাগিব
13:28 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:36 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:47 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:51 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:03 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9