LibreOffice-Suite-Writer/C4/Using-track-changes/Assamese

From Script | Spoken-Tutorial
Revision as of 11:20, 17 July 2014 by Pratik kamble (Talk | contribs)

Jump to: navigation, search
TIME NARRATION
00:02 Hello Everybody.সকলোকে প্ৰীতি-সম্ভাষণ জনাইছোঁ।
00:03 LibreOffice Writer-অৰ ট্ৰেক চেনজেচ হোৱাইল এডিটিং এ ডকুমেণ্টৰ কথন প্ৰশিক্ষণলৈ স্বাগতম।
00:09 এই প্ৰশিক্ষণত মই LibreOffice Writer-অত তথ্যবোৰৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়াম।
00:16 আমি আ গৰে পৰা থকা এখন ডকুমেণ্ট খুলি— 5. ৰেকৰ্ড চেনজেচ অপশ্যনটো ব্যৱহাৰ কৰি এখন তথ্যৰ সামঞ্জস্য থকা অৱয়ব কেনেকৈ পাব পাৰি তথা কেনেকৈ সাল-সলনি কৰিব পাৰি, সেই বিষয়ে ব্যাখ্যা কৰিম।
00:26 এই বৈশিষ্ট্য ব্যৱহাৰ কৰি এজন পুনৰ-নীৰিক্ষকে মন্তব্য দিব পাৰে, লেখনি যোগ কৰিব পাৰে, আগেয়ে থকা লেখনি সাল-সলনি কৰিব পাৰে বা পুনৰাকৃতি দিব পাৰে, যিটো একেখন ডকুমেণ্টতে স্পষ্টকৈ দৰ্শনীয় হয়।
00:40 লিখোঁতাজনৰ দ্বাৰা এইবোৰ প্ৰত্যক্ষ হয়, তেওঁ সালসলনিখিনি গ্ৰহণ বা অগ্ৰাহ্য কৰিব পাৰে আৰু এইদৰে সালসলনি কৰা কাৰ্যটো পুনৰ কৰাৰ পৰিৱৰ্তে এইখিনি মন্তব্যকে সন্নিৱিষ্ট কৰিব পাৰে।
00:53 আৰু যেতিয়া ফাইলটো চেভ কৰিব, মন্তব্যখিনি সন্নিৱিষ্ট হৈ যাব।
00:57 তেন্তে এই সকলোখিনি কেনেকৈ কৰা হয়, তাৰ বিষয়ে শিকোঁ আহক।
01:02 আমি উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice suite version 3.34 ব্যৱহাৰ কৰিছোঁ।
01:10 এই প্ৰশিক্ষণত মই ইতিমধ্যে প্ৰস্তুত কৰি থোৱা কিছুমান তথ্যসূচী ব্যৱহাৰ কৰিম। সেইবোৰ হ’ল—
01:16 Seven reasons to adopt FOSS.odt আৰু Government support for FOSS in India.odt
01:24 আৰম্ভ কৰিবৰ কাৰণে Application Office আৰু LibreOffice Writer-অত ক্লিক কৰক।
01:34 Seven reasons to adopt FOSS.odt ফাইলটো খোলক।
01:41 ৰেকৰ্ড চেনজেচ অপশ্যনটো সক্ৰিয় কৰিবৰ কাৰণে, এডিট চেনজেচলৈ যাওক আৰু ৰেকৰ্ড বিকল্পটো চাই লওক।
01:53 শ্ব’ অপশ্যনটোও চাই লওক। ই পাছৰ যিকোনো সম্পাদনা স্পষ্টকৈ লিখি ৰখাটো সক্ৰিয় কৰি তুলিব।
02:01 ডকুমেণ্টখনত দ্বিতীয় পইণ্ট এটা আনো আহক।
02:05 আমি পইণ্টস 2 নাম্বাৰটোলৈ যাম আৰু লিখিম— “Linux is a virus resistant operating system since each user has a distinct data space and cannot directly access the program files”.
02:36 এণ্টাৰ টিপি দিয়ক 22. যাতে বৰ্তমানৰ দ্বিতীয় পইণ্টটো তৃতীয় পইণ্ট হয়।
02:42 লক্ষ্য কৰক যে লেখাখিনি এটা নতুন ৰঙত দেখা গৈছে।
02:46 এই লেখাখিনিত মাউচ-কাৰ্ডৰডাল ঘূৰাই ফুৰাওক, তাৰিখ আৰু সময় অন্তৰ্ভুক্তিৰে,25. এই বাৰ্তাটো দেখিবলৈ পাব— Inserted Sriranjani।
02:55 এইদৰে ডকুমেণ্টখনত মন্তব্য দিয়া ব্যক্তিজন চিনাক্ত হ’ব।কম্পিউটাৰত LibreOffice ইনষ্টল কৰোঁতে ব্যৱহাৰকাৰী হিচাপে যাৰ নাম দিয়া হৈছিল, তাৰ ওপৰত নিৰ্ভৰ কৰি নামটো ওলাব।
03:08 প্ৰথম শাৰীত থকা 'Available' বানানটো শুদ্ধ কৰক। আপুনি শুদ্ধ হোৱাটো লক্ষ্য কৰিব।
03:17 প্ৰথম পইণ্টটো ডিলিট কৰক - "It can be installed on all computers without restriction or needing to pay license fees to endorse".
03:31 লক্ষ্য কৰক যে নাইকিয়া কৰা কাৰ্যটোৱে প্ৰকৃততে শাৰীটো ডিলিট কৰা নাই, বৰং ডিলিট কৰাৰ পৰামৰ্শ দি ইয়াক চিহ্নিতহে কৰিছে।
03:39 ইয়াৰ ওপৰত কাৰ্চৰডাল ঘূৰাওক, তেতিয়া এটা বাৰ্তা দেখা পাম। ডিলিট কৰাৰ সময় আৰু তাৰিখৰ সৈতে— "Deleted Sriranjani"।
03:49 এইদৰেই এখন ডকুমেণ্টত থকা লেখাখিনিত সংযোগ কৰি, ডিলিট কৰি বা সালসলনি কৰি লেখালৈ পৰিৱৰ্তন আনিব পাৰি।
04:00 এজনতকৈ বেছি মানুহে একেখন ডকুমেণ্টকে সালসলনি কৰিব পাৰে।
04:04 এজন পুনৰ-নীৰিক্ষকৰ কাম আনজনৰ পৰা পৃথক কৰিবলৈ LibreOffice Writer-এ সালসলনিখিনি ভিন ভিন ৰঙেৰে দেখুৱায়।
04:13 সালসলনি কৰা লেখাখিনিত মাউচ কাৰ্চৰডাল ঘূৰালে পুনৰ-নীৰিক্ষকজনৰ নামটো দেখুৱাব।
04:19 মোৰ সহকৰ্মী গুৰুৱে সালসলনি কৰি থোৱা এখন ডকুমেণ্ট খুলি মই এয়া স্পষ্টকৈ দেখুৱাই দিম।
04:27 "Government support for Foss in India.odt." ফাইলটো খোলোঁ।
04:35 এই লেখাটোত আমি বহুতো সংযুক্তি আৰু নাইকিয়া কৰি থোৱা দেখা পাইছোঁ।
04:42 লেখাখিনিৰ ওপৰত মাউচ কাৰ্চৰডাল ঘূৰালে এটা বাৰ্তা পাম যে সংযুক্তি আৰু নাইকিয়াকৰণ গুৰুৰ দ্বাৰা কৰা হৈছে।
04:52 তলত এটা পইণ্ট সংযুক্ত কৰক— "CDAC, NIC, NRC-FOSS are institutions of Government of India which develop and promote FOSS."
05:18 আমি দেখিম যে গুৰুৱে কৰা সালসলনিৰ ৰঙতকৈ এই সংযুক্তিখিনিৰ ৰং বেলেগ।
05:24 এই সংযুক্তিকিনিৰ ওপৰত মাউচ ঘূৰালে এই বাৰ্তাটো দিব— "Inserted Sriranjani"।
05:29 এইদৰে লেখকৰ ওচৰলৈ যোৱাৰ আগতে এজনতকৈ অধিক মানুহে একেখন ডকুমেণ্টত সালসলনি ঘটাব পাৰে।
05:34 ডকুমেণ্টখন চেভ নকৰাকৈ বন্ধ কৰক।
05:45 আমি এতিয়া পুনৰ-নীৰিক্ষকজনে কৰা সালসলনিখিনি লেখকে কেনেকৈ গ্ৰহণ বা বৰ্জন কৰে, সেয়া দেখুৱাম।
05:50 Government support for FOSS in India নামৰ একেখন ডকুমেণ্টতে, ধৰি লওঁ, মই লেখকজন। মই গুৰুৱে কৰা সালসলনিখিনি গ্ৰহণ কৰিম বা নকৰিম।
06:12 পইণ্টটোলৈ যাওক আৰু ৰিজনচ্‌ বুলি লিখাখিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক।
06:22 আপুনি পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ যোৱা দেখিব।
06:28 নিডচ্‌ বুলি সংযুক্ত কৰাকিনিত সোঁ-ক্লিক কৰক আৰু Accept Change বাছনি কৰক। আপুনি দেখিব যে পুনৰ-নীৰিক্ষকজনে বিচৰা পৰিৱৰ্তনখিনি স্বাভাৱিক হৈ পৰিছে।
06:39 এইদৰে পুনৰ-নীৰিক্ষকে কৰা সালসলনি বা পৰামৰ্শ লেখকৰ দ্বাৰা গ্ৰহণ কৰিব পৰা যায়।
06:49 পইণ্ট ১-লৈ যাওক আৰু পুনৰ-নীৰিক্ষকে না ইকিয়া কৰিব খোজা লেখা— "The open office document standard has been notified under this policy"-ত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
07:01 এইটোৱে পুনৰ-নীৰিক্ষকজনে নাইকিয়া কৰিব বিচৰা সালসলনি লেখকৰ দ্বাৰা অস্বীকাৰ কৰাব।
07:09 পইণ্ট ৫-লৈ যাওক আৰু Government schools in other states and in Orissa, Karnakata and Tamilnadu learn linux-অত সোঁ-ক্লিক কৰক আৰু Reject Change বাছনি কৰক।
07:24 ইয়ে পুনৰ-নীৰিক্ষকজনে অন্তৰ্ভুক্ত কৰা লেখাখিনি নাইকিয়া কৰিব।
07:27 এইদৰে প্ৰতিটো অন্তৰ্ভুক্তি আৰু বৰ্জন লেখকজনৰ দ্বাৰা গ্ৰহণ বা অস্বীকাৰ হ’ব পাৰে।
07:34 শেষত, গ্ৰহণ কৰা আৰু অস্বীকাৰ কৰাৰ পিছত EDIT-CHANGES আৰু ৰেকৰ্ড আৰু শ্ব’ বিকল্পকেইটা আনচ্ছেক কৰক।
07:56 যেতিয়া আনচ্ছেক কৰা হ’ব, আৰু অধিক সালসলনি পৃথককৈ চিহ্নিত কৰা নহ’ব।
08:00 পুনৰ-নীৰিক্ষকে দিয়া মন্তব্যখিনি গ্ৰহণ বা অস্বীকাৰ কৰাৰ পাছত ফাইলটো চেভ হ’ল নে নাই অনুগ্ৰহ কৰি নিশ্চিত হৈ ল’ব।
08:09 ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি পৰিছে। শেষত, নিৰ্দেশাৱলীখন।
08:16 এখন ডকুমেণ্ট খোলক আৰু ৰেকৰ্ড চেনজেচ অৱস্থাটোত বানান ভুলবোৰৰ শুদ্ধতা নিৰূপন কৰক।
08:25 মই ইতিমধ্যে নিৰ্দেশাৱলীখন প্ৰস্তুত কৰিছোঁ।
08:31 লৰ সংযোগত থকা ভিডিঅ’টো চাওক: ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে.
08:36 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
08:40 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:44 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:48 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক.
08:54 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.
09:03 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
09:14 এই প্ৰশিক্ষণ IT দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.ধন্য়বাদ

Contributors and Content Editors

Mousumi, Pratik kamble