Difference between revisions of "LibreOffice-Suite-Writer/C3/Typing-in-local-languages/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 3: Line 3:
  
 
{| border=1
 
{| border=1
|| TIME
+
|| '''Time'''
|| NARRATION
+
|| '''Narration'''
  
 
|-
 
|-

Latest revision as of 15:06, 17 July 2014

Resources for recording Typing in local languages

Time Narration
00:01 প্ৰত্যেককে সম্ভাষণ জনাইছোঁ। Libre Office Writer-অত স্থানীয় ভাষা টাইপিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম.
00:08 এই প্ৰশিক্ষণত Libre Office Writer–অত কন্নড় ভাষাত কেনেকৈ লিখনি আগবঢ়াব পাৰি সেই বিষয় আলোচনা কৰিম.
00:15 আমি ইয়াত Ubuntu Linux 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু Libre Office suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ
00:25 এতিয়া Libre office Writer-অত কন্নড়ত কেনেকৈ লিখিব পাৰি, সেইবিষয়ে ক’ম। আপুনি Libre-Office Writer ব্যৱহাৰ কৰি যিকোনো ভাষাতে লিখিবৰ বাবে এই প্ৰক্ৰিয়াটো অনুসৰণ কৰিব পাৰে.
00:36 পেকেজবোৰ ইনষ্টল কৰিবৰ কাৰণে Synaptic Package Manager ব্যৱহাৰ কৰক.
00:40 অধিক তথ্যৰ বাবে spoken-tutorial.org ৱেবচাইটত থকা Synaptic Package Manager সম্পৰ্কীয় প্ৰশিক্ষণটো চাব পাৰে.
00:48 চাৰিটা পৰ্যায়ত Configuration-খিনি কৰা হয়
00:52 আপোনাৰ কম্পিউটাৰত SCIM ইনষ্টল হৈ আছে নেকি চাই লওক
00:55 যদি নাই কৰা, তেন্তে তলৰ পেকেজবোৰত চিন দিবলৈ synaptic package manager ব্যৱহাৰ কৰক আৰু SCIM ইনষ্টল কৰক.
01:03 ইনষ্টল কৰাৰ সময়ত এই প্ৰশিক্ষণটো স্থগিত ৰাখক আৰু সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক পুনৰ আৰম্ভ কৰক.
01:08 তাৰ পিছত কিব’ৰ্ডৰ ইনপুট প্ৰক্ৰিয়া হিচাপে SCIM-immodule বাছনি কৰক.
01:14 লেখনিৰ বাবে কন্নড় ভাষাটো বাছনি কৰিবলৈ SCIM কনফিগাৰ কৰক.
01:20 LibreOfficeঅক Complex Text layoutঅৰ কৰিব্ৰ বাবে Kannada বাচক.
01:26 মই এতিয়া এই পৰ্যায়কেইটা স্পষ্টকৈ দেখুৱাই কৈ দিম।
01:29 System, Administration and Language Support-অত ক্লিক কৰক.
01:41 যদি আপুনি ‘Remind me later’ বা ‘Install now’ নামৰ স্ক্ৰীন এখন দেখে, তেন্তে ‘Remind me later’-অত ক্লিক কৰিব.
01:51 Keyboard-অৰ ইনপুট প্ৰক্ৰিয়াৰ চিষ্টেমত SCIM-immodule বাছনি কৰিব.
01:56 ইয়াত এইটো ইতিমধ্যে বাছনি কৰা আছে, সেয়েহে আমি একো নকৰোঁ.
02:01 তৃতীয়তে, SCIM কনফিগাৰ কৰিবলৈ System, Preferences and SCIM input method-অত ক্লিক কৰক.
02:14 আপুনি এইটো স্ক্ৰীনত এতিয়াই চাব নোৱাৰিব। কিন্তু যেতিয়া আপুনি আপোনাৰ কম্পিউটাৰত চেষ্টা কৰিব, আপুনি এই অপশ্যনটো চাবলৈ সক্ষম হ’ব.
02:22 IM Engine-অৰ তলত Global Set-up-অত ক্লিক কৰক.
02:27 লিখন কাৰ্যৰ কাৰণে সঁহাৰি দিয়া সকলো ভাষাৰ এখন তালিকা SCIM-এ দেখুৱাব.
02:38 ই ভাৰতত বহুলভাৱে কথিত হিন্দী, কন্নড়, বাংলা, গুজৰাটী, তামিল, মালায়ালম, উৰ্দু আদি ভাষাবোৰ অন্তৰ্ভুক্ত কৰিছে.
02:48 আমাৰ প্ৰশিক্ষণৰ বাবে হিন্দী আৰু কন্নড় বাছনি কৰক.
02:55 আপোনাৰ বাছনিখিনি ৰাখি থ’বৰ কাৰণে ‘OK’-ত ক্লিক কৰক.
02:59 SCIM-অৰ পৰিৱৰ্তনখিনি কাৰ্যকৰী হৈছে নে নাই নিশ্চিত হ’বলৈ আমি মেচিনটো ৰিষ্টাৰ্ট কৰিম.
03:04 অনুগ্ৰহ কৰি মেচিনটো ৰিষ্টাৰ্ট কৰক আৰু এই প্ৰশিক্ষণলৈ পুনৰ ঘূৰি আহক.
03:08 এতিয়া আমি LibreOffice Writer-অত কন্নড় লিখিবৰ বাবে দৰকাৰী সাল-সলনিবিলাক কৰিম.
03:14 Applications, Office আৰু LibreOffice Writer-অত ক্লিক কৰক.
03:27 আমি main menuত থকা Tools আৰু Options sub-optionঅত ক্লিক কৰিম.
03:33 ‘Options’ নামৰ ডায়লগ বাকচটো আপুনি দেখিবলৈ পাব।
03:37 আমি এই বাকচটোত থকা Language Settings আৰু Languages Option-অত ক্লিক কৰিম.
03:46 মিহলি লেখনি বহলাবৰ কাৰণে চ্ছেক বাকচটোত ক্লিক কৰি সক্ৰিয় কৰক, যদিহে এইটো ইতিমধ্যে সক্ৰিয় হৈ থকা নাই.
03:53 CTL ড্ৰপ-ডাউনৰ পৰা Kannada বাছনি কৰক.
04:00 ইয়ে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ থলুৱা ভাষাৰ সজ্জাটোক কন্নড়লৈ পৰিৱৰ্তন কৰিব.
04:04 Ok-ত ক্লিক কৰক.
04:10 এমি এতিয়া এটা বাক্য কন্নড় আৰু ইংৰাজীত লিখিম.
04:15 আমি বৰাহা পদ্ধতি, নুদি পদ্ধতি আৰু ইউনিকোড ফণ্ট ব্যৱহাৰ কৰিম। শেষত আমি ফাইলটো চেভ কৰিম.
04:24 এতিয়া এই বিষয়ে মই বিস্তাৰিতভাৱে ক’ম.
04:27 ওলাই থকা ডকুমেণ্টখনত “Ubuntu GNU / Linux supports multiple languages with LibreOffice” বুলি লিখক
04:45 এতিয়া কণ্ট্ৰল বুটামটো হেঁচি ধৰি থাকি স্পেচবাৰ টিপি দিয়ক.
04:52 A small window opens at the bottom right of the screen.
04:56 বৰাহা পদ্ধতিৰ লগত একে ফনেটিক পদ্ধতিত লিখিবলৈ Kannada KN-ITRANS বাছনি কৰক.
05:05 যদি আপুনি নুদি কিব’ৰ্ড সজ্জা ব্যৱহাৰ কৰিব বিচাৰে, তেনেহ’লে Kannada KN-KGPত ক্লিক কৰক.
05:10 মই KN-ITRANS INPUT পদ্ধতিটো ব্যৱহাৰ কৰিম, যিটো সৰল আৰু নতুন শিকাৰুৰ কাৰণে সহজ.
05:16 ইংৰাজীত “Sarvajanika tantramsha” লিখক.
05:27 আপুনি স্ক্ৰীনত কন্নড় ভাষাত লেখাখিনি ওলোৱা দেখা পাব.
05:31 কণ্ট্ৰল বুটামটো হেঁচি ধৰি থাকি স্পেচবাৰ টিপি দিয়ক.
05:33 উইণ্ড’খন নাইকীয়া হৈ যাব.
05:35 আমি এতিয়া ইংৰাজীত লিখিব পাৰিম.
05:37 এইদৰে ‘Control+Spacebar’-এ ইংৰাজী আৰু অন্য বাছনি কৰা ভাষাটোৰ মাজত পৰিৱৰ্তক (toggle) হিচাপে কাম কৰে.
05:48 অনুগ্ৰহ কৰি ডকুমেণ্টখন কন্নড় তথা ‘arkavatha’ ব্যৱহাৰ কৰি নুদিত লিখাৰ বিশেষ তথ্যৰ কাৰণে কন্নড় লেখনি উপলব্ধ ৱেবচাইট www.publicsoftware.in/Kannada-লৈ পঠাই দিয়ক.
06:05 যিহেতু ইউনিকোড সকলোতে গ্ৰহণযোগ্য ফণ্ট, সেই কাৰণে আমি ভাৰতীয় ভাষাত লিখোঁতে ইউনিকোড ফণ্ট ব্যৱহাৰ কৰিম.
06:13 মই ব্যৱহাৰ কৰি থকা ইউনিকোড ফণ্টটো হৈছে— Lohit Kannada.
06:16 মই আপোনালোকক কন্নড় পাঠ লিখন দেখুওৱা কথাটো অনুগ্ৰহ কৰি টুকি লওক,
06:20 LibreOffice Writer ব্যৱহাৰ কৰি SCIM Input পদ্ধতিৰে অন্য যিকোনো ভাষাতে লিখিব পাৰি.
06:28 এতিয়া, কৰণীয় কাৰ্য:
06:31 কন্নড় ভাষাত তিনিখন কিতাপৰ এখন তালিকা লিখক.
06:33 নামকেইটাৰ ইংৰাজী সংস্কৰণ লগত দিব.
06:37 ইতিমধ্যে ইয়াত এচাইনমেণ্টখন গঠন কৰি দিছোঁ.
06:42 চমুকৈ, আমি শিকিলো:
06:46 কিব’ৰ্ড আৰু ভাষা সজ্জাৰ কাৰণে উবুণ্টু আৰু LibreOffice Writer কেনেকৈ সাল-সলনি কৰা হয়.
06:51 ভিন ভিন পদ্ধতিত কেনেকৈ লিখিব পাৰি, উদাহৰণ স্বৰূপে বৰাহা আৰু নুদি.
06:57 দ্বি-ভাষিক ডকুমেণ্ট এখন কেনেকৈ লিখিব পাৰি.
07:00 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:
07:03 ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে.
07:06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
07:11 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:19 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক.
07:26 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে.
07:35 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
07:43 এই প্ৰশিক্ষণ IT দ্ৱ্ৰৰা যুগ্দান কৰা হইচে.
07:47 LibreOffice Writerঅত বিভিন্ন ভাশা লিখাত সুবিধা লওক.

ধন্য়বাদ

Contributors and Content Editors

Gaurav, Mousumi