LibreOffice-Suite-Impress/C2/Inserting-Pictures-and-Objects/Assamese

From Script | Spoken-Tutorial
Revision as of 12:55, 8 April 2013 by Udaya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 পিকচাৰ আৰু অৱজেক্টিডবোৰ ইঞ্চাৰ্ট কৰিবলৈ লিবাৰ অফিচ ইম্প্ৰেচ টিউটৰিয়ললৈ আপোনাক স্বাগতম৷
00:06 এইটো টিউটৰিয়েলত কোনেকৈ পিকচাৰ আৰু অৱজেক্টবোৰ প্ৰেজেন্টেচনত ইনচাৰ্ট কৰি দেখুৱাই তাক আমি শিকিম৷
00:12 পিকচাৰ আৰু অৱজেক্টবোৰ ফৰমেট কৰক৷
00:15 প্ৰেজেন্টচনৰ ডিতৰ আৰু বাহিৰ ফালে হাইপাৰলিংক কৰক আৰু টেবুল ইনচাৰ্ট কৰক৷
00:20 ইয়াত আমি ব্যৱহাৰ কৰিম ইউবুন্টো লিনাক্স ১০.০৪ আৰু লিবাৰ অফিচ চুইটডাৰচন ৩.৩.৪.
00:29 উৱাব ব্ৰাউচাৰৰ এেড্ৰচ বাৰত, ক্সিনত দেখুৱা URL টাইপ কৰক৷
00:34 ইমেজত এইটো দেখা পাব৷
00:37 এতিয়া ইমেজত ৰাইট-ক্লিক কৰক আৰু অপচনত চেড ইমেজ চুজ কৰক৷
00:41 এটা ডাইলগ বক্স অপেন হ’ব৷
00:43 ইতিমধ্যে নেম ফিল্ডত ডিচ প্লেইছ হৈ গৈছে৷
00:51 মই ডেক্সটপৰ ল’কেচনটো চুজ কৰি চেড বুটনটো ক্লিক কৰিম৷
00:59 আহক আমাৰ প্ৰেজেন্টেচনটো অপেন কৰো ঘিটো আমি আগতেই চেড কৰিছিলো৷
01:04 এতিয়া আমি দেখিম কেনেকৈ এই প্ৰেজেন্টেচনটোত এটা পিকচাৰ এড কৰিব পাৰি৷
01:09 এতিয়া আমি দেখিম এই প্ৰেজেন্টেচনটোত এটা পিকচাৰ এড কৰিব পাৰি৷
01:14 এতিয়া ফ্ৰম ফাইল অপচনত ক্লিক কৰক৷
01:17

এটা ডাইলগ বক্স অপেন হ’ব৷

01:19

ঘিটোৰ পৰা আপুনি এটা পিকচাৰ ইনচাৰ্ট কৰিব বিচাৰে সেই ফল্ডাৰটো চুজ কৰক৷

01:23 মই ডেক্সটপ ফল্ডাৰটো চুজ কৰিম৷

01:26 এতিয়া ইনচাৰ্টলৈ ঘাবলৈ পিকচাৰ চুজ কৰক আৰু অপেন বুটন ক্লিক কৰক৷
01:31 চলাইডত পিকচাৰ ইনচাৰ্ট কৰক৷
01:35 চেঞ্জখিনি আনডো কৰক৷
01:37 আমি এটা অন্য পথেৰে পিকচাৰ ইনচাৰ্ট কৰো৷
01:41 চলাইড টাইল্ড ৰ পিছত এটা নতুন চলাইড ইনচাৰ্ট আৰু চলাইড ক্লিক কৰক৷
01:50 টাইটল টেক্সট বক্সত ক্লিক কৰি লৈ টাইলটো পৰিৱৰ্তন কৰক৷
01:56 ৪ আইকনৰ সৈতে মাজত থকা এটা ইমেল বক্স লক্ষ্য কৰক, সেইটো হৈছে ইনচাৰ্ট টোলবাৰ৷
02:03 ইনচাৰ্ট টোলাবাৰৰ পৰা ইনচাৰ্ট পিকচাৰ আইকন ক্লিক কৰক৷
02:08 এটা পিকচাৰ চুজ কৰি অপেন বুটনত ক্লিক কৰক৷
02:12 লক্ষ্য কৰক ঘে ইনচাৰ্টেদ পিকচাৰটোয়ে প্ৰায় গোটেই চলাইডটো ক’ডাৰ কৰি আছে৷
02:17 প্ৰথমতে ইয়াত ক্লিক কৰি আৰু কণ্ট্ৰল পইন্টবোৰ মেনিপুলেট কৰি আপুনি ইমেজৰ চাইজ আৰু চেপটো সলনি কৰিব পাৰে৷
02:27 আমাৰ প্ৰেচেন্টেচনত থকা অন্যান্য অৱেজক্টবোৰ ঘেনে চাৰ্ট আৰু মোডি-ক্লিপবোৰ আমি সেই একেধৰণে ইনচাৰ্ট কৰিব পাৰো৷
02:35 সকেলা সুবিধা জানি লওক৷
02:38 এতিয়া কেনেকৈ হাইপাৰলিংক কৰিব পাৰি শিকো আহক৷
02:41 হাইপাৰলিংকে এটা চলাইডৰ পৰা অন্য এটা চলাইডলৈ ঘাবলৈ বা এটা ছেৱব পেজ অপেন কৰিবলৈ বা প্ৰেজেন্টেচনৰ পৰা ডকুমেন্ট বনাবলৈ, সহজতে অনুমতি দিয়ে৷

02:49 কেনেকৈ হাইপাবলিংক এটা প্ৰেজেন্টেচনৰ সৈতে থাকে সেইটো আমি প্ৰথমতে লক্ষ্য কৰিব লাগিব৷
02:54 একটি স্লাইড খেতাবধারী সংক্ষিপ্ত বিবরণ পরে নতুন স্লাইড ঢোকান.
03:02 Click on the title and type ‘Table of Contents’.
টাইটলটো ক্লিক কৰি টাইপ কৰক Table of contents.
03:06 Click on the Body text box and type the titles of the succeeding slides as follows:
টাইপ কৰক
03:14 Open Source Funny
Recommendation
03:24 টেক্সটৰ পৰা Development up to Present লাইনটো চিলেক্ট কলক৷
03:28 ইনচাৰ্ট আৰু হাইপাবলিংকত ক্লিক কৰক৷
03:31 হাইপাবলিংক ডাইলগ বক্সটো এইটোৱে অপেন কৰিব৷
03:34 পেনৰ বাওঁফালে থকা Document চিলেক্ট কৰক৷ এতিয়া Target in Document ফিল্ডৰ সোঁফালে থকা বাটনত ক্লিক কৰক৷
03:48 প্ৰেজেন্টেচনত থকা চলাইদৰ তালিকাখন খোল খাব৷
03:53 লিষ্টৰ পৰা চলাইদ এনটাইটল্ডটো চিলেক্ট কৰক৷

03:58 এইখন লিষ্টৰ এপলাই বুটনটো আৰু ক্ল’জ বুটনটো ক্লিক কৰক৷
04:04 পুনৰ হাইপাবলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্ল’জ বুটনটো ক্লিক কৰক৷
04:12 চলাইডৰ ঘিকোনো ঠাইতে ক্লিক কৰক৷
04:14 ঘেতিয়া আপুনি কাৰচাৰদাল টেক্সটখিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰচাৰ দাল এদাল পইন্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ’ব৷
04:20 ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকিংটো সফল হ’ব
04:24 হাইপাৰ লিংকছ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট চলাইডলৈ লৈ ঘাব৷
04:29 অন্য এটা ডকুমেন্ট হাইপাবলিংক কৰিবলৈ, কন্টেষ্ট চলাইদ টেবুল খনলৈ উডতি ঘাওঁ বলক৷
04:36 এতিয়া এড কৰক অন্য লাইন আইটেম : এক্সটাৰনেল ডকুমেন্ট৷
04:40 টেক্সটৰ লাইনটো চিলেক্ট কৰি ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷
04:45 লেফ্ট পেনত ডকুমেন্ট চিলেক্ট কৰক৷
04:48 ডকুমেন্ট পাথ ফিল্ডৰ সোঁফালে থকা ফ’ল্ডাৰ আইকনত ক্লিক কৰক৷
04:55

● ||Select the document which you want to hyper link. ● হাইপাৰলিংক কৰিব বিচৰা ডকুমেন্টটো ক্লিক কৰক৷ ● ● |-

04:58 আমি ৰিজিউম চুজ কৰিম Odt.
05:07 হাইপাৰলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্লজ বুটন ক্লিক কৰক৷
05:14 চলাইডৰ ঘিকোনো ঠাইতেই ক্লিক কৰক৷
05:17 ঘেতিয়া আপুনি কাৰচাৰদাল টেক্সটখিনিৰ উপৰেদি ঘুৰাই দিব তেতিয়া কাৰচাৰদাল এডাল পইন্টিং ফংগাৰলৈ পৰিৱৰ্তন হ’ব৷
05:22 ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকটো সফল হ’ল৷
05:26 এতিয়া হাইপাৰ লিংকদ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট ডকুমেন্ট লৈ ঘাব৷
05:31 আমাৰ ক্ষেত্ৰত এইটোয়ে আমাক ৰিজিউম Odt লৈ ঘাব৷
05:37 এটা উৱেব পেজলৈ হাইপাৰলিংকিং কৰা নিয়মটো একে ধৰণৰ৷
05:40 প্ৰেজেন্টেচনৰ অন্তত এটা নিউ চলাইড ইনচাৰ্ট কৰক৷
05:43 Essential Open Source Software টাইটলটেলা পৰিৱৰ্তন কৰক৷
05:48 বডি টেক্সট বক্সত ইউবুন্টো লিবাৰ অফিচ টাইপ কৰক৷
05:54 টেক্সটৰ ছেকেণ্ড লাইনটো চিলেক্ট কৰিবলৈ ইনচাৰ্ট আৰু হাইপাৰলিংকত ক্লিক কৰক৷

06:00 লেফ্ট পেনত ইনটাৰনেট চিলেক্ট কৰক৷
06:03 হাইপাৰলিংক টাইপ কৰিবলৈ উৱেব চিলেক্ট কৰক৷
06:07 টাৰগেট ফিল্ডত টাইপ কৰক www.libre.office.org.
06:16 হাইপাৰলিংক ডাইলগ বক্সৰ এপলাই বুটন আৰু ক্লজ বুটন ক্লিক কৰক৷
06:23 চলাইডৰ ঘিকোনো ঠাইতে ক্লিক কৰক৷
06:26 এতিয়া ঘেতিয়া আপুনি কাৰচাৰ দাল টেক্সট খিনিৰ ওপৰেদি ঘূৰাই দিব তেতিয়া কাৰচাৰদাল এদাল পইন্টিং ফিংগাৰলৈ পৰিৱৰ্তন হ’৷ব

06:32 ইয়াৰ অৰ্থ এয়ে ঘে হাইপাৰ লিংকটো সফল হ’ব৷
06:37 এতিয়া হাইপাৰ লিংকদ টেক্সটত ক্লিক কৰিলে আপোনাক ৰিলেডেন্ট উৱেব পেজলৈ লৈ ঘাব৷
06:44 শেষত স্তম্ড আৰু শাৰীত ডাটা অবগেনাইজ কৰিবলৈ টেবুলেবাৰ ব্যৱহাৰ হয়৷
06:49 আঁহক এতিয়া শিকোঁ কেনেকৈ লিবাৰ অফিচ ইম্প্ৰেচত এটা টেবুল এড কৰা হয়৷
06:54 চলাইদপেনৰ পৰা এনটাইটল্ড চলাইদটো Development up to Present চিলেক্ট কৰক৷
07:00 টাচক্স পেনত থকা লেই আউচ চেক্সনৰ পৰা টাইটল আৰু -২ কন্টেন্ট আইকৰ চিলেক্ট কৰক৷
07:07

টেক্সট বক্সৰ বাওঁফালে থকা টেক্সটো চিলেক্ট কৰক৷

07:14 আৰু ফন্ট চাইজ ২৬ লৈ কমাই আনক৷
07:17 টেক্সট বক্সৰ সোঁফালে ইনচাৰ্ট টুলবাৰৰ মাজত থকা Insert Table আইকন ক্লিক কৰক৷
07:25 প্ৰকৃততেক স্তম্ডৰ সংখ্যাবোৰ ৫ নাম্বাৰত আৰু শাৰীৰ সংখ্যাবোৰ ২ নাম্বাৰত ডিছপ্লেইদ হৈছে৷
07:33 আমি স্তম্ডৰ সংখ্যৰবোৰ ২ লৈ আৰু শাৰীৰ সংখ্যাবোৰ ৫ লৈ সলনি কৰিব পাৰিম৷
07:41 Ok বুটনত ক্লিক কৰক৷
07:44 আহক টেবুলখন ডাঙৰ কৰো ঘাতে টেবুলখন পঢ়াৰ উপঘোগী হয়৷
07:49 তলত দেখুৱাৰ দৰে টেবুলৰ দাতাবোৰ এন্টাৰ কৰক৷
07:51 প্ৰয়োগ কৰা বছৰ শতাংশ
07:56 2006 10%
07:59 2007 20%
08:02 2008 30%
08:05 2009 40%
08:08 এতিয়া আহক আমি হেডাৰ স্তম্ডটো ব’ল্ড আৰু টেক্সট মাজলৈ আনিবলৈ ফ’ন্ট চেঞ্জ কৰো৷
08:17 টেবুলৰ ৰং সলনি কৰিবলৈ প্ৰথমতে সকলো টেক্সট চিলেক্ট কৰক৷
08:22 এতিয়া টাষ্ক পেনত থকা টেবুল ডিজাইন চেকচনৰ পৰা টেবুল ষ্টাইল চিলেক্ট কৰক৷ মই এইটো চিলেক্ট কৰিম৷
08:30 এতিয়া টেবুল কেনেকুৱা দেখি তাক চাওক৷
08:33 এয়েই এই টিউটৰিলেৰ শেষ৷
08:37 সাংক্ষেপতে, এই টিউটৰিয়েলত আমি কেনেকৈ পিকচাৰ ইনচাৰ্ট আৰু ফ’ৰমেট কৰিব পাৰি তাক শিকিলো৷
08:43

প্ৰেজেন্টেচনৰ ডিতৰৰ আৰু বাহিৰৰ হাইপাৰলিংক কৰা টেবুল ইনচাৰ্ট কৰা৷

08:49 এই অনুশীলনকাৰী টেষ্ট এচাইনমেন্টটো চেষ্টা কৰক৷
08:43 নতুন প্ৰেজেন্টেচন এটা বনাওক৷
08:55 তৃতীয়খন চলাইডত এটা পিকচাৰ ইনচাৰ্ট কৰক৷
08:58 চতুৰ্থখন চলাইডত দুটা শৰী আৰু তিনিটা স্তম্ডঘুক্ত এখন টেবুল ক্ৰিয়েট কৰক৷
09:03 দ্বিতীয় টেবুলখনৰ শাৰী আৰু দ্বিতীয়টো স্তম্ডত্ ‘‘চূৰইডত’’ টাইপ কৰক৷ এই টেক্সট তৃতীয়টো চলাইডৰ লগত হাইপাৰলিংক কৰক৷
09:14 এই লিংকত থকা ডিডিঅ’টো চাওক৷
09:17 এইটোৱে স্পকেন টিউটৰিয়েল প্ৰ’জেক্টটো চামাৰাইজ কৰে৷
09:20 ঘদি আপোনাৰ ডাল বেণ্ডউইথ্ নাই, তেন্তে এইটো আপুনি ডাউনলোড কৰি চাব পাৰে৷
09:25 স্পকেন টিউটিৰয়েলবোৰ ব্যৱহাৰ কৰি স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ টিম বোৰে কৰ্মশালাবোৰ আয়োজন কৰে৷
09:30 ঘিঘোৰ অনলাইন টেষ্টত উৰ্ত্তীণ হয় তাক চাৰ্টিফিকেট প্ৰদান কৰে৷
09:34 অধিক জানিবলৈ, লিখক ঘোগাঘোগ কৰক স্পকেন হাইফেন টিউটৰিয়েল ডট অ’ৰগ৷
09:41 স্পকেন টিউটৰিয়েল প্ৰজেক্টটো হ’ল ট’ক টু এ টিছৰৰ প্ৰজেক্টৰ এটা ডাগ৷
09:46 ঘাক নেচনেল মিচন অ’ন এডুকেচন থৰঅ’ ICT, MHRD, গ’ড’ৰ্ৰনমেন্ট অৱ্ ইণ্ডিয়াই চাপ’ৰ্ট কৰে৷
09:53 অধিক জানিবলৈ লিখক, http://spokentutorial.org/NMEICT-Intro
10:05 এই টিউটৰিয়েলটো DesiCrew Solutions Pvt. Ltd. য়ে আগবঢ়ালে৷

10:11 লগ্ দিয়াৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Mousumi, Nancyvarkey, Pratik kamble, Udaya