Difference between revisions of "LibreOffice-Suite-Draw/C3/Polygons-and-Curves/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 | লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভ...")
 
 
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
| লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ তৈয়াৰ কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
+
| নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ তৈয়াৰ কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
 
+
 
+
 
|-
 
|-
 
|00:07
 
|00:07
| এই টিউটৰিয়েলত আপোনালোকে দ্ৰত থকা বক্ৰৰেখা আৰু বহুভূজৰ সৈতে কেনেকৈ কাম কৰিব পাৰি তাক শিকিব ।
+
| এই টিউটৰিয়েলত আপোনালোকে দ্ৰত থকা বক্ৰৰেখা আৰু বহুভূজৰ সৈতে কেনেকৈ কাম কৰিব পাৰি তাক শিকিব ।  
 
+
+
 
|-
 
|-
 
|00:14
 
|00:14
Line 366: Line 362:
 
|-
 
|-
 
|11:14
 
|11:14
|এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
+
|এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ।
  
 
|-
 
|-
 
|}
 
|}

Latest revision as of 15:24, 3 November 2015

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ তৈয়াৰ কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:07 এই টিউটৰিয়েলত আপোনালোকে দ্ৰত থকা বক্ৰৰেখা আৰু বহুভূজৰ সৈতে কেনেকৈ কাম কৰিব পাৰি তাক শিকিব ।
00:14 এই টিউটৰিয়েলটোৰ কাৰনে আপোনালোকৰ লিব্ৰে অফিচ দ্ৰ( LibreOffice Draw) ৰ মুলগত জ্ঞান থকাতো উচিত ।যদি নাই,সাময়িক টিউটৰিয়েলতোৰ বাবে এই ৱেবচাইটো চাওক
00:25 ইয়াত আমি ১০.০৪ উবান্তু লিনাক্স ভাৰ্চন(Ubuntu Linux version) আৰু ৩.৩.৪ লিব্ৰে অফিচ চুট ভাৰ্চন(LibreOffice Suite version) ৱ্যবহাৰ কৰি আছো।
00:34 বহুভূজনো কি? পোলি সংজ্ঞাতোই বহুত বুজায়।এটা আকৃতিৰ বহুত কাষ থকাতোকে প’লিগ’ন( Polygon) বা বহুভূজ বোলে ।
00:43 এই শ্লাইদতো দেখুওৱাৰ দৰে আমি এখন মেপ কেনেকৈ আকিব পাৰি তাক শিকিম ।এই মেপখনে ঘৰৰ পৰা স্কুললৈ পথতো দেখাব ।
00:53 এই টিউটৰিয়েলতোৰ শেষত আপোনালোকে একে নক্সা নিজে নিজে তৈয়াৰ কৰিবলৈ শিকিব ।
01:00 ছবি অকালৈ গতি কৰা যাওক ।মই এই ফাইলতোক ৰুত মেপ( RouteMap') হিচাবে নামাংকন কৰিম আৰু ইয়াক দেস্কতবত (Desktop )সংৰক্ষন কৰিম ।
01:09 'প্ৰথমতে,গ্ৰিদ ভিউতো(Grid view) কাৰ্যক্ৰম কৰো আহক ।এইতো কৰাৰ বাবে ভিউত('View') ক্লিক কৰক আৰু গ্ৰিদ( Grid') নিৰ্বাচন কৰক আৰু দিচপ্লে গ্ৰিদ (Display Grid )বাচি লওক ।
01:19 আমি চবি অকা আৰম্ভ কৰাৰ আগতে,পৃষ্ঠাৰ মাৰ্জিন আৰু পৃষ্ঠাৰ দিশস্থিতি সংস্থাপন কৰো আহক ।
01:26 কাৰ্চাৰদাল ছবি অকা পৃষ্ঠাত ৰাখক আৰু ক’ন্তেক্স মেনুৰ( Context menu) বাবে সোফালে ক্লিক কৰক ।
01:33 পেজ (Page')নিৰ্বাচন কৰক আৰু পেজ চেতাপ(Page Setup) ক্লিক কৰক ।
01:36 পেজ চেতাপ (Page Setup )দাইল’গ বক্স দেখা দিব ।
01:40 ফ’ৰ্মেত( Format) দ্ৰপ দাউন ত ক্লিক কৰক আৰু A4 নিৰ্বাচন কৰক ।ওৰিয়েন্তেচন( Orientation) পোৰ্তেইত( Portrait) হিচাবে নিৰ্বাচন কৰক ।
01:49 বাওফালৰ ,সোফালৰ ,ওপৰৰ আৰু তলৰ মাৰ্জিনবোৰ ১ লৈ সংস্থাপন কৰা আছে।ওকে ক্লিক কৰক ।
01:57 দিফল্‌ত ফ’ন্ত চাইজ(default font siz) ২৪ লৈ সংস্থাপন কৰো আহক ।
02:02 মেইন মেনুৰ( Main menu) পৰা ফ’ৰ্মেত( Format) আৰু কেৰেক্তাৰ( Character) নিৰ্বাচন কৰক
02:06 কেৰেক্তাৰ( Character) দাইল’গ বক্স দেখা দিব ।
02:10 ফ’ন্ত তেবত(Fonts tab) আৰু চাইজ( Size) ঠাইত ক্লিক কৰক ,তললৈ ঘুৰাওক আৰু ২৪ নিৰ্বাচন কৰক। ওকে ক্লিক কৰক ।
02:18 এইতোয়ে নিচ্চিত কৰিব যে আকৃতি কেইতাৰ ভিতৰত লিখা বাক্য স্পষ্টকৈ দেখা যাব ।
02:24 এতিয়া ঘৰতো আকি আৰম্ভ কৰা যাওক ।
02:28 ঘৰতো দেখাবলৈ এটা বৰ্গ সংস্থাপন কৰা হওক আৰু ইয়াৰ ভিতৰত হোম( Home) লিখিব ।
02:37 পাছত,ঘৰতোৰ সোফালে বাগিছাখন আকো আহক ।
02:42 বাগিচাখন নিমিলা আয়তাকাৰ আকৃতিৰ হয় । সোফালতকৈ বাওফালে বহলে ডাঙৰ হয় ।
02:51 এইতো বুজাবলৈ এটা বহুভূজ ৱ্যবহাৰ কৰো আহক ।এটা বহুভূজ আকিবলৈ দ্ৰইং( Drawing) তুলবাৰলৈ যাওক ।
02:58 কাৰ্ভত( Curve )ক্লিক কৰক আৰু তাৰ পাছত চিহ্নৰ পাছত থকা সৰু কলা ধেনুকাড়ত ক্লিক কৰক ।
03:04 এতিয়া,প’লিগ’ন ফিল্‌দ(Polygon filled) নিৰ্বাচণ কৰক ।
03:08 ছবি অকা পৃষ্ঠাত কাৰ্চাৰ দাল ৰাখক। বাওফালৰ মাউচ বাটানতো ধৰক আৰু কাৰ্চাৰ্দাল তললৈ টানি আনক ।মাউচ বাটানতো এৰি দিয়ক ।
03:18 এডাল পোন ৰেখা আকিছো ।মাউচতো সোফাললৈ টানি আনক যেতিয়ালৈকে আকৃতিতো শুধ্য ত্ৰিভূজ নহয় ।
03:26 বাওফালৰ মাউচ বাটানতোত ক্লিক কৰক আৰু মাউচতো ওপৰলৈ টানি আনক ।এতিয়া বাওফালৰ মাউচ বাটানতো দুবাৰ ক্লিক কৰক ।
03:35 .আপোনালোকে এটা বহুভূজ আকিলে ।ইয়াৰ ভিতৰত পাৰ্ক('Park) টাইপ কৰো আহক ।
03:41 বাগিছাৰ পিছফালে তাত এটা ক’মাৰ্চিয়েল ক’মপ্লেক্স (Commercial Complex)আছে।এইতোও এটা নিমিলা বহুভূজ হয় ।এইতো আকো আহক ।
03:50 দ্ৰইং তুলবাৰলৈ( Drawing) যাওক।বক্ৰৰেখা চিহ্নৰ পাছত থকা কলা সৰু ধেনুকাড়ত ক্লিক কৰক আৰু প’লিগ’ন ফিল্‌দ(Polygon filled) ক্লিক কৰক ।
04:00 ছবিঅকা পৃষ্ঠাত কাৰ্চাৰদাল সংস্থাপন কৰক ।বাওফালৰ মাউচ বাটানতো ধৰক আৰু ইয়াক তললৈ টানি আনক ।
04:07 এতিয়া মাউচ বাটানতো এৰি দিয়ক ।আপোনালোকে এডাল পোন ৰেখা দেখা পাব ।মাউচতো বাওফাললৈ ঘুৰাওক যেতিয়ালৈকে আকাৰতো ত্ৰিভূজ নহয় ।
04:19 বাওফালৰ মাউচ বাটানতোত ক্লিক কৰক আৰু মাউচতো ওপৰলৈ টানি আনক ।এতিয়া চিফ্‌ট কিতো ধৰি ৰাখক আৰু কাৰ্চাৰদাল ভিতৰলৈ টানি আনক ।
04:31 বাওফালৰ মাউচ বাটানতোত দুবাৰ ক্লিক কৰক ।
04:35 আপোনালোকে ইতিমধ্যে অন্য এটা বহুভূজ আকিলে ।ইয়াৰ ভিতৰত ক’মাৰ্চিয়েল ক’মপ্লেক্স(Commercial Complex) লিখো আহক ।
04:45 তলৰ পদক্ষেপকেইটা অনুসৰন কৰি এখন পাৰ্কিং ঠাই আকো আহক ।দ্ৰইং তুলবাৰৰ পৰা পৰিপূৰ্ন বহুভূজ নিৰ্বাচন কৰো আহক ।
05:02 এতিয়া ইয়াৰ ভিতৰত পাৰ্কিং লট(Parking Lot) বাক্যতো লিখো আহক ।
05:08 মনত ৰাখিব আপোনালোকে যিমান বিচাৰে সিমান সংক্ষ্যক বেৰেৰে এটা বহুভূজ আকিব পাৰে ।
05:14 এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো চেষ্ঠা কৰক ।পাছখন বেৰ ,ছয়খন বেৰ আৰু দহখন বেৰ থকা বহুভূজ আকক ।
05:23 এটা ৰেচিদেঞ্ছিয়েল ক’মপ্লেক্স (Residential Complex) সোফালে ঘৰৰ পাছত আছে আৰু আয়তাকাৰৰ আকাৰত আছে ।
05:30 দ্ৰইং তুলবাৰৰ পৰা ৰেক্তাংগুল( Rectangle) নিৰ্বাচন কৰক ।
05:35 তাৰ পাছত মাউচতো ছবি অকা পৃষ্ঠাত সংস্থাপন কৰক আৰু এটা আয়ত আকিবলৈ টানি আনক ।
05:41 আমি এইতোক ৰেচিদেঞ্ছিয়েল ক’মপ্লেক্স('Residential Complex) নাম দিম
05:45 এই ঠাইত এখন খেল পথাৰো আছে।এইতো প্ৰকৃত দীঘল আয়তাকাৰ আকৃতি আছে ।
05:53 .দ্ৰইং তুলবাৰৰপৰা প’লিগন ৪৫ দিগ্ৰি ফিল্‌দ(Polygon 45 degree Filled) নিৰ্বাচন কৰক ।
05:59 ছবি অকা পৃষ্ঠাত কাৰ্চাৰদাল সংস্থাপন কৰক ।বাওফালৰ মাউচ বটানতো ক্লিক আৰু টানি আনক আৰু ইয়াক এৰি দিয়ক ।
06:07 সোফাললৈ মাউচতো ক্লিক আৰু ঘুৰাওক আৰু এৰি দিয়ক ।আয়ততো সম্পূৰ্ন কৰিবলৈ এতিয়া মাউচতো ক্লিক কৰক আৰু মাউচতো ওপৰলৈ টানি আনক ।
06:17 বাওফালৰ মাউচ বাটানতো দুবাৰ ক্লিক কৰক ।
06:21 আপোনালোকে ইতিমধ্যে অন্য এটা বহুভূজ আকিলে ।
06:25 ইয়াৰ ভিতৰত প্লে গ্ৰাউন্দ(Play Ground) লিখো আহক ।
06:30 খেল পথাৰৰ পাছফালে থকা নিজৰাতো এতিয়া আকো আহক ।
06:35 দ্ৰইং তুলবাৰৰ পৰা “ফ্ৰিফম লাইন ফিল্‌দ”(Freeform Line filled)নিৰ্বাচন কৰক ।
06:40 ছবি অকা পৃষ্ঠাত বাওফালৰ মাউচ বাটানতো দবাওক আৰু ঘড়িৰ কাইটৰ বিপৰিতে মাউচ বাটানতো ঘুৰাওক ।বাওফালৰ মাউচ বাটানতো এৰি দিয়ক ।
06:52 আমি এটা নিজৰা আকিলো ।ইয়াৰ ভিতৰত লেক( Lake) লিখো আহক ।
06:58 শেষৰ ঘৰতো এই ঠাইৰ হৈছে স্কুল।স্কুল কেম্পাচতো (School campus )আকৌ বহুভুজৰ আকাৰত আছে ।
07:07 এতিয়া এইতো আমাৰ মেপত আকো আহক ।আকৌ দ্ৰইং তুলবাৰৰ (Drawing toolbar )পৰা প’লিগ’ন৪৫দিগ্ৰি ফিল্‌দ(Polygon 45 degree filled.) নিৰ্বাচন কৰো আহক।
07:17 পাছত,ছবি অকা পৃষ্ঠাত কাৰ্চাৰদাল সংস্থাপন কৰো আহক আৰু বহুভুজতো আকো আহক।সৰ্বশেষত মাউচতো দুবাৰ ক্লিক কৰিব যেতিয়া বহুভূজতো সম্পুৰ্ন হব ।
07:28 ইয়াৰ ভিতৰত স্কুল কেম্পাচ(School Campus) বুলি লিখক ।
07:34 এটা বাক্য লিখিব পৰা বক্স সংস্থাপন কৰক আৰু ইয়াৰ ভিতৰত স্কুল মেইন গেট(School Main Gates)লিখক ।
07:44 টেক্স বক্সটো ঘুৰোৱা যাওক আৰু এইতো শুধ্য অৱস্থানত ৰখা যাওক ।
07:48 মেইন মেনুৰ( Main menu) পৰা মোদিফাই( Modify') নিৰ্বাচন কৰক আৰু ৰোটেট( Rotate) ক্লিক কৰক ।
07:54 লক্ষ্য কৰিব যে হেন্দেলবোৰ ৰঙা ৰঙলৈ পৰিবৰ্তন হৈছে ।এইতোয়ে দেখাই যে আমি ঘুৰি থকা মুদত আছো ।
08:02 আপোনালোকে সৰু বৃত্তখণ্ড ধেনুকাড়ৰ সৈতে উভয় কাষত দেখিছে নেকি?আমি এইতো বক্সতো ঘূৰাবলৈ ৱ্যবহাৰ কৰো ।
08:09 তেক্স বক্সৰ ওপৰৰ সোফালৰ কোনত থকা কাৰ্চাৰদালৰ ওপৰৰ শেষত সংস্থাপন কৰক ।
08:17 .ৰোটেচন কাৰ্ভ (Rotation curve )দেখা যাব ।
08:21 বাওফালৰ মাউচ বাটানতো দবাওক ।কাৰ্ভদাল ঘড়িৰ কাইটৰ দিশত টানি আনক,এইটো শুধ্য দিশত স্থিতাপিত নোহোৱালৈকে ।
08:30 এতিয়া ছবি অকা পৃষ্ঠাত যিকোনো ঠাইত ক্লিক কৰক ঘুৰি থকা মুদতো নোহোৱা কৰিবলৈ ।
08:36 স্কুললৈ থকা কাষৰ প্ৰবেশদ্বাৰও দেখাও আহক ।
08:41 . আগৰ পদক্ষেপ কেইটাৰ দৰে,এটা টেক্স বক্স আকো আহক,ইয়াৰ ভিতৰত স্কুল চাইদ এন্ত্ৰেঞ্ছ( Drawing toolbar) ইয়াৰ ভিতৰত ভৰাওক ।
08:50 এতিয়া দিশ ৱ্যবহাৰ কৰা ধেনুকাড় আকো আহক ।ঘৰতোৰ পৰা আমি সোফালে ঘূৰিব লাগিব ।
08:57 দ্ৰইং তুলবাৰৰ (Drawing toolbar )পৰা ধেনুকাড়ৰ সৈতে শেষ হোৱা ৰেখা নিৰ্বাচন কৰো আহক ।
09:02 ছবি অকা পৃষ্ঠাতোলৈ গতি কৰো আহক আৰু ৰেখাদাল আকো আহক ।
09:08 তাৰ পাছত ৰেচিদেঞ্ছিয়েল ক’মপ্লেক্স( Residential Complex) অতিক্ৰম কৰি খোজ কাঢ়ক আৰু বাওফাল লওক ।
09:14 এই ৰাষ্টাতো দেখাবৰ বাবে অন্য এডাল ৰেখা আকো আহক ।
09:19 তাৰ পাছত খেল পথাৰলৈ সোফাল লওক ,তলৰ পিনে খোজ কাঢ়ক ।
09:25 তাৰ পাছত আকৌ সোফাল লওক স্কুলৰ মেইন গেট খন পাবলৈ ।
09:32 আমি আমাৰ প্ৰ্থম পথতো আকিলো ।আপোনালোকে হয়তো লক্ষ্য কৰিছে যে দুই ধৰনৰ বক্ৰৰেখা আৰু প’লিগ’ন আকিব পৰা যায় ।
09:41 এজনে ফিল্‌দ অপচন আৰু অন্য এজনে ফিল্‌দৰ অবিহনে থকা অপচন ৱ্যবহাৰ কৰিব পাৰে।আপোনালোকে যেতিয়া ফিল্‌দ অপচন ৱ্যবহাৰ কৰে বক্ৰৰেখাদাল ৰঙেৰে ভৰি পৰিব ।
09:52 আপোনালোকে হয়তো আকৌ লক্ষ্য কৰিছে যে কাৰ্ভতুলবাৰৰ প্ৰতিতো অপচনৰে বক্ৰৰেখা আকিবলৈ মাউচৰ কাম কৰাৰ বেলেগ বেলেগ পদ্ধতি আছে ।
10:02 ইয়াত আপোনালোকৰ বাবে এটা কাম আছে ।কাৰ্ভতুলবাৰত থকা আটাইবোৰ অপচন ৱ্যবহাৰ কৰি বক্ৰৰেখা আৰু বহুভুজ আকক।
10:10 লক্ষ্য কৰক কেনেকৈ কাৰ্চাৰৰ আকাৰ আৰু মাউচৰ কাম প্ৰতিতো বক্ৰৰেখা নতুবা বহুভূজৰ নিৰ্বাচনৰ সৈতে পৰিবৰ্তন হয় ।
10:20 পৰীক্ষা কৰক আপোনালোকে ভৰ্তি ৰ্ং ফিল্‌দ( Filled) অপচনত পৰিবৰ্তন কৰিব পাৰে নেকি
10:25 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে ।
10:31 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
10:45 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
10:51 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
11:04 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে ।
11:14 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi