Difference between revisions of "LibreOffice-Suite-Draw/C3/Edit-Curves-and-Polygons/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 | লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভ...")
 
 
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
| লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
+
|নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
  
 
|-
 
|-
Line 183: Line 183:
 
|-
 
|-
 
|05:11
 
|05:11
| এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিদেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
+
| এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ।  
 
|-
 
|-
 
|}
 
|}

Latest revision as of 11:22, 10 November 2015

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) থকা বক্ৰৰেখা আৰু বহুভূজ সংস্কৰন কৰা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:07 এই টিউটৰিয়েলত আপোনালোকে দ্ৰত থকা বক্ৰৰেখা আৰু বহুভূজ কেনেকৈ সংস্কৰন কৰিব পাৰি তাক শিকিব ।
00:13 এই টিউটৰিয়েলটোৰ কাৰনে আপোনালোকৰ লিব্ৰে অফিচ দ্ৰ( LibreOffice Draw) ৰ মুলগত জ্ঞান থকাতো উচিত ।যদি নহয়,সাময়িক টিউটৰিয়েলতোৰ বাবে এই ৱেবচাইটো চাওক ।
00:23 ইয়াত আমি ১০.০৪ উবান্তু লিনাক্স ভাৰ্চন আৰু ৩.৩.৪ লিব্ৰে অফিচ চুট ভাৰ্চন ৱ্যবহাৰ কৰি আছো।
00:32 আকৌ এবাৰ ৰুট মেপ( Routemap) চিত্ৰখন আকৌ এবাৰ খোলা যাওক ।
00:37 আগতে আমি বক্ৰৰেখা আৰু বহুভূজ অকা শিকিছো।এতিয়া সেইবোৰ কেনেকৈ সংস্কৰন কৰা যায় শিকো আহক ।
00:42 এতিয়া স্কুল কেম্পাচৰ আকৃতি পৰিবৰ্তন কৰা যাওক ।
00:48 আমি এইতো কৰাৰ বাবে এদিত পইণ্ট টুলবাৰ(Edit Points toolbar )ৱ্যবহাৰ কৰিম ।
00:52 মেইন মেনুৰ পৰা ভিউ( View) ত ক্লিক কৰক,তুলবাৰ নিৰ্বাচন কৰক আৰু এদিত পইণ্টত ক্লিক কৰক ।
01:00 এদিট পইণ্ট( Edit Points) তুলবাৰ দৃশ্যমান হব ।
01:04 এতিয়া বহুভূজ স্কুল কেম্পাচতো নিৰ্বাচন কৰো আহক।
01:09 এদিত পইণ্টচ(Edit Points) তুলবাৰত পইণ্ট( Points) আইকনতোত ক্লিক কৰক ।
01:12 বস্তুতোত সেউজীয়া নিৰ্বাচনি হেন্দেলবোৰ নীলা স্ংস্কৰনৰ বিন্দুলৈ পৰিবৰ্তন হব।ই বুজাই যে আপোনালোক সংস্কৰন কৰা মুদত আছে । এইতো ই বুজায় যে আপোনালোকে এদিট পইন্ত মোদত আছে ।
01:23 এদিত পইণ্ট তুলবাৰত ইঞ্চাৰ্ত পইণ্ট আইকনত(Insert points) ক্লিক কৰক
01:29 দ্ৰ( Draw) পেজলৈ গতি কৰক ।কাৰ্চাৰদাল যোগৰ চিহ্নলৈ পৰিবৰ্তন হব ।
01:35 এই যোগ চিহ্নতো স্কুল কেম্পাচ বহুভূজৰ (School Campus) বাওফালে স্থাপিত কৰক ।
01:41 বাওফালৰ মাউচ বাটানতো দবাওক আৰু ইয়াক বাওফাললৈ টানি আনক ।বাটানতো এৰি দিয়ক।আপোনালোকে এটা বিন্দু সংস্থাপন কৰিছে ।
01:51 এতিয়া,সংস্থাপন কৰা বিন্দুটোত ক্লিক কৰক।এদিট পইণ্ট তুলবাৰত থকা অপচনবোৰ অসমৰ্থ হব
02:00 চিমেত্ৰিক ত্ৰেঞ্জিকচনত(Symmetric Transition) ক্লিক কৰক ।
02:03 পিছৰ বিন্দুলৈ বিন্দুযুক্ত নিয়ন্ত্ৰনী ৰেখা দৃশ্যমান হৈছে ।
02:07 কেম্পাচতোৰ আকাৰ পৰিবৰ্তন কৰাৰ বাবে নিয়ন্ত্ৰনী ৰেখাদাল বাহিৰৰ ফালে টানি আনক। আকাৰতো পৰিবৰ্তন হৈছে ।
02:16 এদিত পইণ্ট(Edit Points) তুলবাৰৰ পৰা নোহোৱা কৰিবলৈ পইণ্টত( Points) ক্লিক কৰক ।
02:21 এতিয়া সোফালে কেম্পাচতো দিঘলীয়া কৰো আহক ।
02:26 সুনিৰ্দিষ্টভাবে সোফালৰ ওপৰৰ শেষৰ বিন্দুটো মাত্ৰ পৰিবৰ্তন কৰো আহক ।
02:30 স্কুল কেম্পাচ বহুভূজতো নিৰ্বাচন কৰক ।
02:34 এদিত পইন্ত(Edit Points) তুলবাৰ অসমৰ্থ কৰি তোলো আহক ।
02:38 বস্তুতোত নীলা ৰঙৰ সংস্কৰনৰ বিন্দু দেখা পোৱা যাব।এই পইণ্টতো নিৰ্বাচন কৰো আহক ।
02:45 এদিট পইণ্ট(Edit Points) তুলবাৰত মুভ পইণ্টচ(Move points) ক্লিক কৰক ।
02:50 আপোনালোকে দেখা পাইছে যে নিৰ্বাচিত বিন্দুটো গভীৰ নীলা ৰঙৰ হৈছে ।
02:54 এতিয়া বিন্দুটো সোফাললৈ টানি আনক ।
02:58 আমাৰ আৱশ্যকতা অনুসাৰে আমি জাল বস্তুবোৰৰ দিশলৈ ৱ্যবহাৰ কৰিব পাৰো।
03:03 আমি আকৌ স্কুল কেম্পাচৰ আকাৰ পৰিবৰ্তন কৰিব পাৰো ।
03:09 এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামটো কৰক ।
03:12 এডাল কাৰ্ভ আকক আৰু এদিত পইণ্ট তুলবাৰৰ পৰা সকোলো অপচনবোৰ ইয়াৰ ওপৰত ৱ্যবহাৰ কৰক।এদিত পইণ্ট তুলবাৰ পাৰ্গত হবলৈ মনত ৰাখিব আপোনালোকৰ যঠেষ্ঠ অভ্যাসৰ প্ৰয়োজন হব ।
03:25 সৰ্বশেষত,মেপত থকা আটাইবোৰ বস্তু দলবদ্ধ কৰা যাওক।কিবোৰ্দত Ctrl + A কি দবাওক আৰু ক’নটেক্স মেনুৰ বাবে সোফালে ক্লিক কৰক ।
03:35 এতিয়া গ্ৰুপ( Group) নিৰ্বাচন কৰক।এতিয়া গোতেই বস্তুবোৰ দলবদ্ধ কৰা হৈছে ।
03:43 মেপখন সম্পুৰ্ন হ’ল ।আপোনালোকে ঘৰবোৰ,লাইন ৱ্যবহাৰ কৰা ৰাষ্টা,ত্ৰেফিক চিগনেলবোৰ আৰু আপোনালোকে বিচৰা অন্য বৰ্ননাবোৰ ৰং কৰিব পাৰে ।
03:56 ইয়াত আমাৰ আৰ্হি ৰং কৰা ৰুটমেপ(routemap)
04:00 ই আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে।এই টিউটৰিয়েলতোত আমি বক্ৰৰেখাবোৰ আৰু বহুভূজবোৰ কেনেকৈ সংস্কৰন কৰে তাক শিকিলো ।
04:10 ইয়াত আপোনালোকৰ বাবে অন্য এটা কাম আছে ।এই শ্লাইদত দেখুওৱা মেপখম সজোৱা।
04:16 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে ।যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
04:27 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
04:37 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
04:45 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
05:00 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে ।
05:11 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi