Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(8 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{| border = 1
+
{| border=1
 
|'''Time'''
 
|'''Time'''
|'''Narration''  
+
|'''Narration'''
 
+
 
|-
 
|-
||00.01                                                                    
+
|00:01                                                                   
||LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
+
|LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
  
 
|-
 
|-
||00.07
+
|00:07
|| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
+
| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
  
 
|-
 
|-
||00.10
+
|00:10
|| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়.
+
| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়.
  
 
|-
 
|-
|| 00.12
+
| 00:12
|| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু  
+
| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু  
 +
 
 
|-
 
|-
|| 00.15
+
| 00:15
|| টেক্সট বক্সৰ লগত কাম কৰা
+
| টেক্সট বক্সৰ লগত কাম কৰা
 +
 
 
|-
 
|-
|| 00.17
+
| 00:17
|| আমি আৰু শিকিম:
+
| আমি আৰু শিকিম:
 +
 
 
|-
 
|-
|| 00.19
+
| 00:19
|| indent সেত কৰা, space আৰু text align কৰা  
+
| indent সেত কৰা, space আৰু text align কৰা  
 +
 
 
|-
 
|-
|| 00.22
+
| 00:22
|| ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা
+
| ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা
 +
 
 
|-
 
|-
|| 00.26
+
| 00:26
||'কলআউটসত text বা লেখা বহোৱা
+
|'কলআউটসত text বা লেখা বহোৱা
 +
 
 
|-
 
|-
|| 00.29
+
| 00:29
|| লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
+
| লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
 +
 
 
|-
 
|-
|| 00.31
+
| 00:31
|| ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি
+
| ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি
 +
 
 
|-
 
|-
|| 00.35
+
| 00:35
||লাইন আৰু এৰো সহ  
+
|লাইন আৰু এৰো সহ  
 +
 
 
|-
 
|-
|| 00.37
+
| 00:37
|| ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি
+
| ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি
 +
 
 
|-
 
|-
|| 00.42
+
| 00:42
|| ইয়াত আমি,
+
| ইয়াত আমি,
 +
 
 
|-
 
|-
|| 00.44
+
| 00:44
|| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
+
| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
 +
 
 
|-
 
|-
|| 00.52
+
| 00:52
|| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো
+
| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো
 +
 
 
|-
 
|-
|| 00.57
+
| 00:57
|| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম
+
| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম
 +
 
 
|-
 
|-
|| 01.04
+
| 01:04
|| বগা মেঘৰ দলটিক নির্বাচন কৰক
+
| বগা মেঘৰ দলটিক নির্বাচন কৰক
 
|-
 
|-
|| 01.06
+
| 01:06
|| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক
+
| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক
 
|-
 
|-
|| 01.10
+
| 01:10
|| শীর্ষ মেঘটি নির্বাচন কৰক
+
| শীর্ষ মেঘটি নির্বাচন কৰক
 
|-
 
|-
|| 01.13
+
| 01:13
|| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো
+
| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো
 
|-
 
|-
|| 01.17
+
| 01:17
|| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে
+
| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে
 
|-
 
|-
|| 01.23
+
| 01:23
|| এইটি টেক্সট কার্সাৰ হয়
+
| এইটি টেক্সট কার্সাৰ হয়
 
|-
 
|-
|| 01.25
+
| 01:25
|| লিখক “Cloud Formation”
+
| লিখক “Cloud Formation”
 
|-
 
|-
|| 01.29
+
| 01:29
|| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক  
+
| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক  
 
|-
 
|-
|| 01.33
+
| 01:33
|| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক  
+
| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক  
 
|-
 
|-
|| 01.37
+
| 01:37
|| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক  
+
| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক  
 
|-
 
|-
|| 01.42
+
| 01:42
|| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো  
+
| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো  
 
|-
 
|-
|| 01.45
+
| 01:45
|| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব
+
| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব
 
|-
 
|-
|| 01.50
+
| 01:50
||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
+
|পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
 
|-
 
|-
|| 01.53
+
| 01:53
|| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক  
+
| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক  
 
|-
 
|-
|| 01.57
+
| 01:57
|| প্রতিটো মেঘত লিখক “Rain Cloud”  
+
| প্রতিটো মেঘত লিখক “Rain Cloud”  
 
|-
 
|-
|| 02.02
+
| 02:02
|| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়
+
| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়
 
|-
 
|-
|| 02.07
+
| 02:07
|| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো
+
| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো
 
|-
 
|-
|| 02.11
+
| 02:11
|| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ ''  
+
| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ ''  
 
|-
 
|-
|| 02.17
+
| 02:17
|| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে  
+
| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে  
 
|-
 
|-
|| 02.20
+
| 02:20
|| “Font Effects” ট্যাব-ত ক্লিক কৰক  
+
| “Font Effects” ট্যাব-ত ক্লিক কৰক  
 
|-
 
|-
|| 02.23
+
| 02:23
|| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক  
+
| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক  
 
|-
 
|-
|| 02.28
+
| 02:28
|| OK ক্লিক কৰক  
+
| OK ক্লিক কৰক  
 
|-
 
|-
|| 02.30
+
| 02:30
|ফন্টৰ ৰ বগালৈ পৰিবর্তন হয়  
+
| ফন্টৰ ৰ বগালৈ পৰিবর্তন হয়  
 
|-
 
|-
|| 02.33
+
| 02:33
|| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক  
+
| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক  
 
|-
 
|-
|| 02.38
+
| 02:38
|| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ''  
+
| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ''  
 
|-
 
|-
|| 02.43
+
| 02:43
|| “Font color”ত নির্বাচন কৰক "হোয়াইট"  
+
| “Font color”ত নির্বাচন কৰক "হোয়াইট"  
 
|-
 
|-
|| 02.46
+
| 02:46
|| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক  
+
| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক  
 
|-
 
|-
|| 02.50
+
| 02:50
|| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক  
+
| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক  
 
|-
 
|-
|| 02.58
+
| 02:58
|| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব
+
| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব
 
|-
 
|-
|| 02.59
+
| 02:59
|| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে  
+
| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে  
 
|-
 
|-
|| 03.05
+
| 03:05
|| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা  
+
| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা  
 
|-
 
|-
|| 03.13
+
| 03:13
|| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে  
+
| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে  
 
|-
 
|-
|| 03.16
+
| 03:16
|| 'কনটেক্সট মেনুৰ পৰা অথবা  
+
| 'কনটেক্সট মেনুৰ পৰা অথবা  
 
|-
 
|-
|| 03.18
+
| 03:18
|| প্রধান মেনুৰ পৰা
+
| প্রধান মেনুৰ পৰা
 
|-
 
|-
|| 03.21
+
| 03:21
|| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক
+
| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক
|- 
+
|-
|| 03.28
+
| 03:28
||  প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু ''প্যাৰাগ্রাফ'' নির্বাচন কৰক
+
|  প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু ''প্যাৰাগ্রাফ'' নির্বাচন কৰক
 
|-
 
|-
|| 03.36
+
| 03:36
|| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক
+
| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক
 
|-
 
|-
|| 03.43
+
| 03:43
|| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক
+
| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক
 
|-
 
|-
|| 03.46
+
| 03:46
|| কার্সাৰ দাল পাঠটোলৈ নিয়ক,  মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক
+
| কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক
 
|-
 
|-
|| 03.54
+
| 03:54
|| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব
+
| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব
 
|-
 
|-
|| 04.01
+
| 04:01
|| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে
+
| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে
 
|-
 
|-
|| 04.04
+
| 04:04
|| এতিয়া, line wider বনোৱা যাওক
+
| এতিয়া, line wider বনোৱা যাওক
 
|-
 
|-
|| 04.07
+
| 04:07
|| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
+
| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
 
|-
 
|-
|| 04.11
+
| 04:11
|| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে
+
| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে
 
|-
 
|-
|| 04.16
+
| 04:16
|| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক
+
| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক
 
|-
 
|-
|| 04.20
+
| 04:20
|| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক
+
| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক
 
|-
 
|-
|| 04.24
+
| 04:24
|| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70'
+
| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70'
 
|-
 
|-
|| 04.29
+
| 04:29
|| OK ক্লিক কৰক
+
| OK ক্লিক কৰক
 
|-
 
|-
|| 04.31
+
| 04:31
|| আমি এই লাইনটি বহলোৱাই দিয়ো
+
| আমি এই লাইনটি বহলোৱাই দিয়ো
 
|-
 
|-
|| 04.34
+
| 04:34
||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো
+
|ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো
 
|-
 
|-
|| 04.39
+
| 04:39
|| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক
+
| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক
 
|-
 
|-
|| 04.42
+
| 04:42
|| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প
+
| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প
 
|-
 
|-
|| 04.46
+
| 04:46
|| অঙ্কন পৃষ্ঠালৈ যাওক
+
| অঙ্কন পৃষ্ঠালৈ যাওক
 
|-
 
|-
|| 04.49
+
| 04:49
|| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে
+
| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে
 
|-
 
|-
|| 04.55
+
| 04:55
|| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক  
+
| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক  
 
|-
 
|-
|| 04.57
+
| 04:57
|| এটি টেক্সট বক্স প্রদর্শিত হৈছে
+
| এটি টেক্সট বক্স প্রদর্শিত হৈছে
 
|-
 
|-
|| 05.01
+
| 05:01
|| ইয়াত, লিখক “Ground water table
+
| ইয়াত, লিখক “Ground water table
 
|-
 
|-
|| 05.05
+
| 05:05
|| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক
+
| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক
 
|-
 
|-
|| 05.12
+
| 05:12
|| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক
+
| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক
 
|-
 
|-
|| 05.19
+
| 05:19
|| এই একেই পদ্ধতিত
+
| এই একেই পদ্ধতিত
 
|-
 
|-
|| 05.22
+
| 05:22
|| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক
+
| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক
 
|-
 
|-
|| 05.30
+
| 05:30
|| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক
+
| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক
 
|-
 
|-
|| 05.33
+
| 05:33
|| এটি বর্গক্ষেত্র আঁকক
+
| এটি বর্গক্ষেত্র আঁকক
 
|-
 
|-
|| 05.35
+
| 05:35
|| লিখক “This is a square  
+
| লিখক “This is a square  
 
|-
 
|-
|| 05.38
+
| 05:38
|| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees  
+
| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees  
 
|-
 
|-
|| 05.46
+
| 05:46
|| The square is a quadrilateral”  
+
| The square is a quadrilateral”  
 
|-
 
|-
|| 05.50
+
| 05:50
|| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক  
+
| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক  
 
|-
 
|-
|| 05.54
+
| 05:54
|| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক
+
| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক
 
|-
 
|-
|| 06.00
+
| 06:00
|| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক
+
| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক
 
|-
 
|-
|| 06.03
+
| 06:03
|| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
+
| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
 
|-
 
|-
|| 06.12
+
| 06:12
|| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক  
+
| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক  
 
|-
 
|-
|| 06.14
+
| 06:14
|| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক
+
| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক
 
|-
 
|-
|| 06.18
+
| 06:18
|| এটা মিদ্দিল এৰো নির্বাচন কৰক  
+
| এটা মিদ্দিল এৰো নির্বাচন কৰক  
 
|-
 
|-
|| 06.21
+
| 06:21
|| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক  
+
| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক  
 
|-
 
|-
|| 06.25
+
| 06:25
|| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব  
+
| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব  
 
|-
 
|-
|| 06.31
+
| 06:31
|| এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব  
+
| এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব  
 
|-
 
|-
|| 06.37
+
| 06:37
|| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক  
+
| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক  
 
|-
 
|-
|| 06.43
+
| 06:43
|| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক  
+
| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক  
 
|-
 
|-
|| 06.47
+
| 06:47
|| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক  
+
| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক  
 
|-
 
|-
|| 06.51
+
| 06:51
|| আপোনি এটি বক্র ৰেখা অাকিছে  
+
| আপোনি এটি বক্র ৰেখা অাকিছে  
|-                                                                        
+
|-                                                                      
|| 06.53
+
| 06:53
|| এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক  
+
| এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক  
 
|-
 
|-
|| 06.58
+
| 06:58
||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas”  
+
|সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas”  
 
|-
 
|-
|| 07.06
+
| 07:06
|| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক   
+
| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক   
 
|-
 
|-
|| 07.08
+
| 07:08
|| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে
+
| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে
 
|-
 
|-
|| 07.12
+
| 07:12
|| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয়
+
| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয়
 
|-
 
|-
|| 07.18
+
| 07:18
|| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক
+
| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক
 
|-
 
|-
|| 07.22
+
| 07:22
|| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক
+
| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক
 
|-
 
|-
|| 07.25
+
| 07:25
||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক  
+
|কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক  
 
|-
 
|-
|| 07.3
+
| 07:30
|| পৃষ্ঠাত ক্লিক কৰক  
+
| পৃষ্ঠাত ক্লিক কৰক  
 
|-
 
|-
|| 07.32
+
| 07:32
|| লেখাখিনি এলাইন হৈছে  
+
| লেখাখিনি এলাইন হৈছে  
 
|-
 
|-
|| 07.35
+
| 07:35
|| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে  
+
| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে  
 
|-
 
|-
|| 07.41
+
| 07:41
|| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক  
+
| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক  
 
|-
 
|-
|| 07.45
+
| 07:45
|| লেখাখিনিত ক্লিক কৰক  
+
| লেখাখিনিত ক্লিক কৰক  
 
|-
 
|-
|| 07.47
+
| 07:47
|| “Evaporation from rivers and seas”  
+
| “Evaporation from rivers and seas”  
 
|-
 
|-
|| 07.50
+
| 07:50
|| টেক্সট খিনি এতিয়া অনুভূমিক হয়।
+
| টেক্সট খিনি এতিয়া অনুভূমিক হয়।
 
|-
 
|-
|| 07.53
+
| 07:53
|| লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো  
+
| লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো  
 
|-
 
|-
|| 07.58
+
| 07:58
|| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২  
+
| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২  
 
|-
 
|-
|| 08.02
+
| 08:02
|| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে  
+
| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে  
 
|-
 
|-
|| 08.05
+
| 08:05
|| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক  
+
| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক  
 
|-
 
|-
|| 08.09
+
| 08:09
|| Evaporation from soil
+
| Evaporation from soil
 
|-
 
|-
|| 08.12
+
| 08:12
|| Evaporation from vegetation
+
| Evaporation from vegetation
 
|-
 
|-
|| 08.17
+
| 08:17
|| Run off water from the mountains
+
| Run off water from the mountains
 
|-
 
|-
|| 08.22
+
| 08:22
|| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম  
+
| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম  
 
|-
 
|-
|| 08.26
+
| 08:26
|| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব
+
| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব
 
|-
 
|-
|| 08.32
+
| 08:32
||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক  
+
|'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক  
 
|-
 
|-
|| 08.37
+
| 08:37
|| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক  
+
| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক  
 
|-
 
|-
|| 08.42
+
| 08:42
|মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক
+
| মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক
 
|-
 
|-
|| 08.46
+
| 08:46
|| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক
+
| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক
 
|-
 
|-
|| 08.50
+
| 08:50
|| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে  
+
| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে  
 
|-
 
|-
|| 08.53
+
| 08:53
|| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক  
+
| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক  
 
|-
 
|-
|| 08.56
+
| 08:56
|| '' 2 বিন্দু আৰু  1 ড্যাশ''  
+
| '' 2 বিন্দু আৰু  1 ড্যাশ''  
 
|-
 
|-
|| 08.58
+
| 08:58
|| ক্লিক কৰক'' 'OK ''' .
+
| ক্লিক কৰক'' 'OK ''' .
 
|-
 
|-
|| 09.00
+
| 09:00
|| আমি এটি বিন্দুযুক্ত এৰো টানিছো  
+
| আমি এটি বিন্দুযুক্ত এৰো টানিছো  
 
|-
 
|-
|| 09.02
+
| 09:02
|| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো
+
| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো
 
|-
 
|-
|| 09.06
+
| 09:06
|| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক  
+
| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক  
 
|-
 
|-
|| 09.12
+
| 09:12
|| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো  
+
| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো  
 
|-
 
|-
|| 09.21
+
| 09:21
|| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক
+
| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক
 
|-
 
|-
|| 09.28
+
| 09:28
|| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক  
+
| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক  
 
|-
 
|-
|| 09.35
+
| 09:35
|| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds”  
+
| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds”  
 
|-
 
|-
|| 09.41
+
| 09:41
|| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক  
+
| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক  
 
|-
 
|-
|| 09.44
+
| 09:44
|| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক  
+
| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক  
 
|-
 
|-
|| 09.48
+
| 09:48
|| ইয়াৰ ভিতৰত লিখক 'condensation to form rain'  
+
| ইয়াৰ ভিতৰত লিখক 'condensation to form rain'  
 
|-
 
|-
|| 09.53
+
| 09:53
|| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক  
+
| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক  
 
|-
 
|-
|| 09.57
+
| 09:57
|| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক
+
| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক
 
|-
 
|-
|| 10.02
+
| 10:02
|| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক
+
| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক
 
|-
 
|-
|| 10.07
+
| 10:07
|| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো  
+
| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো  
 
|-
 
|-
|| 10.16
+
| 10:16
|| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে  
+
| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে  
 
|-
 
|-
|| 10.20
+
| 10:20
|| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক  
+
| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক  
 
|-
 
|-
|| 10.22
+
| 10:22
|| '''কলআউটস''' কি ?
+
| '''কলআউটস''' কি ?
 
|-
 
|-
|| 10.24
+
| 10:24
|| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা  
+
| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা  
 
|-
 
|-
|| 10.29
+
| 10:29
|| এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই 
+
| এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই 
 
|-
 
|-
|| 10.33
+
| 10:33
|| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
+
| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
 
|-
 
|-
|| 10.36
+
| 10:36
|| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে  
+
| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে  
 
|-
 
|-
|| 10.39
+
| 10:39
|| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক  
+
| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক  
 
|-
 
|-
|| 10.42
+
| 10:42
|| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide'  
+
| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide'  
 
|-
 
|-
|| 10.47
+
| 10:47
|| এটি নতুন পাত যুক্ত হৈছে  
+
| এটি নতুন পাত যুক্ত হৈছে  
 
|-
 
|-
|| 10.50
+
| 10:50
|| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক
+
| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক
 
|-
 
|-
|| 10.54
+
| 10:54
|| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক  
+
| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক  
 
|-
 
|-
|| 10.59
+
| 10:59
|| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে  
+
| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে  
 
|-
 
|-
|| 11.01
+
| 11:01
|| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক  
+
| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক  
 
|-
 
|-
|| 11.04
+
| 11:04
|| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক  
+
| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক  
 
|-
 
|-
|| 11.10
+
| 11:10
|| আপোনি এটি 'কল আউট' আকিছে  
+
| আপোনি এটি 'কল আউট' আকিছে  
 
|-
 
|-
|| 11.12
+
| 11:12
|| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব
+
| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব
 
|-
 
|-
|| 11.18
+
| 11:18
|| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example”  
+
| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example”  
 
|-
 
|-
|| 11.25
+
| 11:25
|| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল  
+
| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল  
 
|-
 
|-
|| 11.30
+
| 11:30
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
+
| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
 
|-
 
|-
|| 11.33
+
| 11:33
|| অঙ্কনত লেখা যায়  
+
| অঙ্কনত লেখা যায়  
 
|-
 
|-
|| 11.35
+
| 11:35
|| অঙ্কনত লেখাৰ সজ্জা  
+
| অঙ্কনত লেখাৰ সজ্জা  
 
|-
 
|-
|| 11.38
+
| 11:38
|| টেক্সট বক্সৰ সৈতে কাম  
+
| টেক্সট বক্সৰ সৈতে কাম  
 
|-
 
|-
|| 11.40
+
| 11:40
|| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন  
+
| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন  
 
|-
 
|-
|| 11.44
+
| 11:44
|| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি  
+
| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি  
 
|-
 
|-
|| 11.46
+
| 11:46
|| কলআউটসত লিখা  
+
| কলআউটসত লিখা  
 
|-
 
|-
|| 11.50
+
| 11:50
|| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে  
+
| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে  
 
|-
 
|-
|| 11.53
+
| 11:53
|| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক
+
| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক
 
|-
 
|-
|| 12.00
+
| 12:00
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
+
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
 
|-
 
|-
|| 12.03
+
| 12:03
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|| 12.06
+
| 12:06
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
+
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
 
|-
 
|-
|| 12.11
+
| 12:11
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
+
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|-
 
|-
|| 12.13
+
| 12:13
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
+
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
 
|-
 
|-
|| 12.17
+
| 12:17
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
+
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
|| 12.20
+
| 12:20
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক
+
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক
 
|-
 
|-
|| 12.27
+
| 12:27
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
+
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
 
|-
 
|-
|| 12.31
+
| 12:31
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
|| 12.39
+
| 12:39
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
+
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
 
|-
 
|-
|| 12.50
+
| 12:50
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
+
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
 +
}

Latest revision as of 12:44, 27 February 2017

Time Narration
00:01 LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:07 এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
00:10 অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়.
00:12 অঙ্কনত লেখা ফৰ্মেত কৰা আৰু
00:15 টেক্সট বক্সৰ লগত কাম কৰা
00:17 আমি আৰু শিকিম:
00:19 indent সেত কৰা, space আৰু text align কৰা
00:22 ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা
00:26 'কলআউটসত text বা লেখা বহোৱা
00:29 লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
00:31 ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি
00:35 লাইন আৰু এৰো সহ
00:37 ইয়াক লেখকে এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি
00:42 ইয়াত আমি,
00:44 উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
00:52 ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো
00:57 আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম
01:04 বগা মেঘৰ দলটিক নির্বাচন কৰক
01:06 দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক
01:10 শীর্ষ মেঘটি নির্বাচন কৰক
01:13 এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো
01:17 আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে
01:23 এইটি টেক্সট কার্সাৰ হয়
01:25 লিখক “Cloud Formation”
01:29 এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক
01:33 অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক
01:37 দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক
01:42 আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো
01:45 বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব
01:50 পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
01:53 আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক
01:57 প্রতিটো মেঘত লিখক “Rain Cloud”
02:02 যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়
02:07 সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো
02:11 লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ
02:17 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে
02:20 “Font Effects” ট্যাব-ত ক্লিক কৰক
02:23 “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক
02:28 OK ক্লিক কৰক
02:30 ফন্টৰ ৰ বগালৈ পৰিবর্তন হয়
02:33 একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক
02:38 লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ
02:43 “Font color”ত নির্বাচন কৰক "হোয়াইট"
02:46 দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক
02:50 একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক
02:58 আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব
02:59 যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে
03:05 আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা
03:13 আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে
03:16 'কনটেক্সট মেনুৰ পৰা অথবা
03:18 প্রধান মেনুৰ পৰা
03:21 প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক
03:28 প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু প্যাৰাগ্রাফ নির্বাচন কৰক
03:36 ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক
03:43 অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক
03:46 কার্সাৰ দাল পাঠটোলৈ নিয়ক, মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক
03:54 এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব
04:01 স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে
04:04 এতিয়া, line wider বনোৱা যাওক
04:07 লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
04:11 "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে
04:16 "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক
04:20 “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক
04:24 প্রস্থ ক্ষেত্রত মান লিখক '70'
04:29 OK ক্লিক কৰক
04:31 আমি এই লাইনটি বহলোৱাই দিয়ো
04:34 ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো
04:39 প্রথমে, টেক্সট" টুল নির্বাচন কৰক
04:42 অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প
04:46 অঙ্কন পৃষ্ঠালৈ যাওক
04:49 এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে
04:55 ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক
04:57 এটি টেক্সট বক্স প্রদর্শিত হৈছে
05:01 ইয়াত, লিখক “Ground water table
05:05 টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক
05:12 উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক
05:19 এই একেই পদ্ধতিত
05:22 ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক
05:30 এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক
05:33 এটি বর্গক্ষেত্র আঁকক
05:35 লিখক “This is a square
05:38 A square has four equal sides and four equal angles. Each angle in a square is ninety degrees
05:46 The square is a quadrilateral”
05:50 টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক
05:54 লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক
06:00 এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক
06:03 এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
06:12 বাওফালৰ এৰোটো নির্বাচন কৰা যাওক
06:14 এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক
06:18 এটা মিদ্দিল এৰো নির্বাচন কৰক
06:21 এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক
06:25 তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব
06:31 এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব
06:37 অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক
06:43 ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক
06:47 বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক
06:51 আপোনি এটি বক্র ৰেখা অাকিছে
06:53 এতিয়া প্রতিটো এৰোচিহ্নৰ বিবৰণ যোগ কৰা যাওক
06:58 সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas”
07:06 পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক
07:08 লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে
07:12 লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয়
07:18 লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক
07:22 লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক
07:25 কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক
07:30 পৃষ্ঠাত ক্লিক কৰক
07:32 লেখাখিনি এলাইন হৈছে
07:35 কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে
07:41 কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক
07:45 লেখাখিনিত ক্লিক কৰক
07:47 “Evaporation from rivers and seas”
07:50 টেক্সট খিনি এতিয়া অনুভূমিক হয়।
07:53 লেখাখিনিক নির্বাচন কৰো আৰু কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো
07:58 Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২
08:02 ফন্টৰ আকাৰ পৰিবর্তিত হৈছে
08:05 এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক
08:09 Evaporation from soil
08:12 Evaporation from vegetation
08:17 Run off water from the mountains
08:22 এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম
08:26 বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব
08:32 অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক
08:37 তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক
08:42 মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক
08:46 কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক
08:50 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে
08:53 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক
08:56 2 বিন্দু আৰু 1 ড্যাশ
08:58 ক্লিক কৰক 'OK ' .
09:00 আমি এটি বিন্দুযুক্ত এৰো টানিছো
09:02 এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো
09:06 এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক
09:12 এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো
09:21 "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক
09:28 অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক
09:35 ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds”
09:41 অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক
09:44 আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক
09:48 ইয়াৰ ভিতৰত লিখক 'condensation to form rain'
09:53 প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক
09:57 এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক
10:02 পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক
10:07 টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো
10:16 আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে
10:20 এতিয়া, কলআউটস সম্পর্কে জানা যাওক
10:22 কলআউটস কি ?
10:24 এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা
10:29 এটি বস্তুলৈ বা এটি বিন্দুলৈ দেখোৱাই
10:33 উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
10:36 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে
10:39 ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক
10:42 প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide'
10:47 এটি নতুন পাত যুক্ত হৈছে
10:50 এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক
10:54 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক
10:59 বিভিন্ন কলআউট প্রদর্শিত হৈছে
11:01 ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক
11:04 কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক
11:10 আপোনি এটি 'কল আউট' আকিছে
11:12 আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব
11:18 ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example”
11:25 ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল
11:30 এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
11:33 অঙ্কনত লেখা যায়
11:35 অঙ্কনত লেখাৰ সজ্জা
11:38 টেক্সট বক্সৰ সৈতে কাম
11:40 ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন
11:44 লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি
11:46 কলআউটসত লিখা
11:50 এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে
11:53 এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক
12:00 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক
12:03 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে
12:11 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
12:13 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
12:17 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
12:20 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক
12:27 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
12:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:39 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
12:50 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

}

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble