Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
{| border = 1
+
| border = 1
  
 
|'''Time'''
 
|'''Time'''
|'''Narration'''  
+
|'''Narration'''
 
+
 
 
|-
 
|-
 
|00.01                                                                    
 
|00.01                                                                    

Revision as of 17:07, 22 July 2014

| border = 1

|Time |Narration

|- |00.01                                                                     |LibreOffice Drawত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.

|- |00.07 | এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:

|- |00.10 | অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায়.

|- | 00.12 | অঙ্কনত লেখা ফৰ্মেত কৰা আৰু

|- | 00.15 | টেক্সট বক্সৰ লগত কাম কৰা

|- | 00.17 | আমি আৰু শিকিম:

|- | 00.19 | indent সেত কৰা, space আৰু text align কৰা

|- | 00:22 | ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা

|- | 00:26 |'কলআউটসত text বা লেখা বহোৱা

|- | 00:29 | লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:

|- | 00:31 | ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি

|- | 00:35 |লাইন আৰু এৰো সহ

|- | 00.37 | ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি

|- | 00.42 | ইয়াত আমি,

|- | 00.44 | উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.

|- | 00.52 | ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো

|- | 00.57 | আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম

|- || 01.04 || বগা মেঘৰ দলটিক নির্বাচন কৰক |- || 01.06 || দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক |- || 01.10 || শীর্ষ মেঘটি নির্বাচন কৰক |- || 01.13 || এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো |- || 01.17 || আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে |- || 01.23 || এইটি টেক্সট কার্সাৰ হয় |- || 01.25 || লিখক “Cloud Formation” |- || 01.29 || এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |- || 01.33 || অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক |- || 01.37 || দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক |- || 01.42 || আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো |- || 01.45 || বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব |- || 01.50 ||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো। |- || 01.53 || আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক |- || 01.57 || প্রতিটো মেঘত লিখক “Rain Cloud” |- || 02.02 || যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায় |- || 02.07 || সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো |- || 02.11 || লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ |- || 02.17 || 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে |- || 02.20 || “Font Effects” ট্যাব-ত ক্লিক কৰক |- || 02.23 || “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক |- || 02.28 || OK ক্লিক কৰক |- || 02.30 ||  ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় |- || 02.33 || একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক |- || 02.38 || লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ |- || 02.43 || “Font color”ত নির্বাচন কৰক "হোয়াইট" |- || 02.46 || দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক |- || 02.50 || একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক |- || 02.58 || আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব |- || 02.59 || যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে |- || 03.05 || আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা |- || 03.13 || আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে |- || 03.16 || 'কনটেক্সট মেনুৰ পৰা অথবা |- || 03.18 || প্রধান মেনুৰ পৰা |- || 03.21 || প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক |-  || 03.28 || প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সত যাওক , 'ফৰমেট' নির্বাচন কৰক আৰু প্যাৰাগ্রাফ নির্বাচন কৰক |- || 03.36 || ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক |- || 03.43 || অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক |- || 03.46 || কার্সাৰ দাল পাঠটোলৈ নিয়ক,  মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক |- || 03.54 || এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব |- || 04.01 || স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে |- || 04.04 || এতিয়া, line wider বনোৱা যাওক |- || 04.07 || লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক |- || 04.11 || "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে |- || 04.16 || "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক |- || 04.20 || “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক |- || 04.24 || প্রস্থ ক্ষেত্রত মান লিখক '70' |- || 04.29 || OK ক্লিক কৰক |- || 04.31 || আমি এই লাইনটি বহলোৱাই দিয়ো |- || 04.34 ||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো |- || 04.39 || প্রথমে, টেক্সট" টুল নির্বাচন কৰক |- || 04.42 || অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প |- || 04.46 || অঙ্কন পৃষ্ঠালৈ যাওক |- || 04.49 || এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে |- || 04.55 || ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক |- || 04.57 || এটি টেক্সট বক্স প্রদর্শিত হৈছে |- || 05.01 || ইয়াত, লিখক “Ground water table |- || 05.05 || টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক |- || 05.12 || উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক |- || 05.19 || এই একেই পদ্ধতিত |- || 05.22 || ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক |- || 05.30 || এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক |- || 05.33 || এটি বর্গক্ষেত্র আঁকক |- || 05.35 || লিখক “This is a square |- || 05.38 || A square has four equal sides and four equal angles. Each angle in a square is ninety degrees |- || 05.46 || The square is a quadrilateral” |- || 05.50 || টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক |- || 05.54 || লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক |- || 06.00 || এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক |- || 06.03 || এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ |- || 06.12 || বাওফালৰ এৰোটো নির্বাচন কৰা যাওক |- || 06.14 || এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক |- || 06.18 || এটা মিদ্দিল এৰো নির্বাচন কৰক |- || 06.21 || এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক |- || 06.25 || তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব |- || 06.31 || এতিয়া 'curve (কার্ভ)' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব |- || 06.37 || অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক |- || 06.43 || ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক |- || 06.47 || বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক |- || 06.51 || আপোনি এটি বক্র ৰেখা অাকিছে |-                                                                         || 06.53 || এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক |- || 06.58 ||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” |- || 07.06 || পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক |- || 07.08 || লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে |- || 07.12 || লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় |- || 07.18 || লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক |- || 07.22 || লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক |- || 07.25 ||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক |- || 07.3 || পৃষ্ঠাত ক্লিক কৰক |- || 07.32 || লেখাখিনি এলাইন হৈছে |- || 07.35 || কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে |- || 07.41 || কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক |- || 07.45 || লেখাখিনিত ক্লিক কৰক |- || 07.47 || “Evaporation from rivers and seas” |- || 07.50 || টেক্সট খিনি এতিয়া অনুভূমিক হয়। |- || 07.53 || লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো |- || 07.58 || Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ |- || 08.02 || ফন্টৰ আকাৰ পৰিবর্তিত হৈছে |- || 08.05 || এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক |- || 08.09 || Evaporation from soil |- || 08.12 || Evaporation from vegetation |- || 08.17 || Run off water from the mountains |- || 08.22 || এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম |- || 08.26 || বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব |- || 08.32 ||অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক |- || 08.37 || তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক |- || 08.42 ||  মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক |- || 08.46 || কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক |- || 08.50 || 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে |- || 08.53 || 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক |- || 08.56 || 2 বিন্দু আৰু  1 ড্যাশ |- || 08.58 || ক্লিক কৰক 'OK ' . |- || 09.00 || আমি এটি বিন্দুযুক্ত এৰো টানিছো |- || 09.02 || এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো |- || 09.06 || এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক |- || 09.12 || এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো |- || 09.21 || "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক |- || 09.28 || অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক |- || 09.35 || ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” |- || 09.41 || অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক |- || 09.44 || আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক |- || 09.48 || ইয়াৰ ভিতৰত লিখক 'condensation to form rain' |- || 09.53 || প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক |- || 09.57 || এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক |- || 10.02 || পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি দিয়া যাওক |- || 10.07 || টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো |- || 10.16 || আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে |- || 10.20 || এতিয়া, কলআউটস সম্পর্কে জানা যাওক |- || 10.22 || কলআউটস কি ? |- || 10.24 || এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা |- || 10.29 || এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই  |- || 10.33 || উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত। |- || 10.36 || 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে |- || 10.39 || ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক |- || 10.42 || প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' |- || 10.47 || এটি নতুন পাত যুক্ত হৈছে |- || 10.50 || এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক |- || 10.54 || 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক |- || 10.59 || বিভিন্ন কলআউট প্রদর্শিত হৈছে |- || 11.01 || ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক |- || 11.04 || কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক |- || 11.10 || আপোনি এটি 'কল আউট' আকিছে |- || 11.12 || আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব |- || 11.18 || ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” |- || 11.25 || ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল |- || 11.30 || এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে: |- || 11.33 || অঙ্কনত লেখা যায় |- || 11.35 || অঙ্কনত লেখাৰ সজ্জা |- || 11.38 || টেক্সট বক্সৰ সৈতে কাম |- || 11.40 || ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন |- || 11.44 || লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি |- || 11.46 || কলআউটসত লিখা |- || 11.50 || এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে |- || 11.53 || এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক |- || 12.00 || spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক |- || 12.03 || কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |- || 12.06 || যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে |- || 12.11 || কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  |- || 12.13 || কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে |- || 12.17 || এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |- || 12.20 || অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক |- || 12.27 ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |- || 12.31 || ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |- || 12.39 || এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |- || 12.50 ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ


}

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble