Difference between revisions of "LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
|| Visual Cue  
 
|| Visual Cue  
 
|-
 
|-
||00,01                                                                                                                                                 
+
||00.01                                                                        ||LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম ।
|| LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েল-এ আপোনাক স্বাগতম ।
+
 
|-
 
|-
|| 00,07
+
||00.07
 
|| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
 
|| এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
 
|-
 
|-
|| 00,10
+
||00.10
 
|| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় ।
 
|| অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় ।
 
|-
 
|-
|| 00,12
+
|| 00.12
 
|| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু  
 
|| অঙ্কনত লেখা ফৰ্মেত কৰা আৰু  
 
|-
 
|-
|| 00,15
+
|| 00.15
 
|| টেক্সট বক্সৰ লগত কাম কৰা।
 
|| টেক্সট বক্সৰ লগত কাম কৰা।
 
|-
 
|-
|| 00,17
+
|| 00.17
 
|| আমি আৰু শিকিম:
 
|| আমি আৰু শিকিম:
 
|-
 
|-
|| 00,19
+
|| 00.19
 
|  indent সেত কৰা, space আৰু text align কৰা ।
 
|  indent সেত কৰা, space আৰু text align কৰা ।
 
|-
 
|-
|| 00,22
+
|| 00.22
 
|| ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা ।
 
|| ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা ।
 
|-
 
|-
|| 00,26
+
|| 00.26
 
||'কলআউটসত text বা লেখা বহোৱা ।
 
||'কলআউটসত text বা লেখা বহোৱা ।
 
|-
 
|-
|| 00,29
+
|| 00.29
 
|| লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
 
|| লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
 
|-
 
|-
|| 00,31
+
|| 00.31
 
|| ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি।
 
|| ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি।
 
|-
 
|-
|| 00,35
+
|| 00.35
 
||লাইন আৰু এৰো সহ  
 
||লাইন আৰু এৰো সহ  
 
|-
 
|-
|| 00,37
+
|| 00.37
 
|| ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি।
 
|| ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি।
 
|-
 
|-
|| 00,42
+
|| 00.42
 
|| ইয়াত আমি,
 
|| ইয়াত আমি,
 
|-
 
|-
|| 00,44
+
|| 00.44
 
|| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
 
|| উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
 
|-
 
|-
|| 00,52
+
|| 00.52
 
|| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো ।
 
|| ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো ।
 
|-
 
|-
|| 00,57
+
|| 00.57
 
|| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম।
 
|| আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম।
 
|-
 
|-
|| 01,04
+
|| 01.04
 
|| বগা মেঘৰ দলটিক নির্বাচন কৰক ।
 
|| বগা মেঘৰ দলটিক নির্বাচন কৰক ।
 
|-
 
|-
|| 01,06
+
|| 01.06
 
|| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক  ।
 
|| দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক  ।
 
|-
 
|-
|| 01,10
+
|| 01.10
 
|| শীর্ষ মেঘটি নির্বাচন কৰক ।
 
|| শীর্ষ মেঘটি নির্বাচন কৰক ।
 
|-
 
|-
|| 01,13
+
|| 01.13
 
|| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো ।
 
|| এতিয়া অঙ্কন টুলবাৰ পৰা''টেক্সট '' টুল নির্বাচন কৰো ।
 
|-
 
|-
|| 01,17
+
|| 01.17
 
|| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে ।
 
|| আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে ।
 
|-
 
|-
|| 01,23
+
|| 01.23
 
|| এইটি টেক্সট কার্সাৰ হয় ।
 
|| এইটি টেক্সট কার্সাৰ হয় ।
 
|-
 
|-
|| 01,25
+
|| 01.25
 
|| লিখক “Cloud Formation” .
 
|| লিখক “Cloud Formation” .
 
|-
 
|-
|| 01,29
+
|| 01.29
 
|| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক ।
 
|| এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক ।
 
|-
 
|-
|| 01,33
+
|| 01.33
 
|| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক ।
 
|| অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক ।
 
|-
 
|-
|| 01,37
+
|| 01.37
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক ।
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক ।
 
|-
 
|-
|| 01,42
+
|| 01.42
 
|| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো ।
 
|| আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো ।
 
|-
 
|-
|| 01,45
+
|| 01.45
 
|| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব!
 
|| বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব!
 
|-
 
|-
|| 01,50
+
|| 01.50
 
||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
 
||পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
 
|-
 
|-
|| 01,53
+
|| 01.53
 
|| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক ।
 
|| আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক ।
 
|-
 
|-
|| 01,57
+
|| 01.57
 
|| প্রতিটো মেঘত লিখক “Rain Cloud” .
 
|| প্রতিটো মেঘত লিখক “Rain Cloud” .
 
|-
 
|-
|| 02,02
+
|| 02.02
 
|| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়।
 
|| যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়।
 
|-
 
|-
|| 02,07
+
|| 02.07
 
|| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো।
 
|| সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো।
 
|-
 
|-
|| 02,11
+
|| 02.11
 
|| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' ।
 
|| লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ''ক্যাৰেক্টাৰ '' ।
 
 
 
 
 
|-
 
|-
|| 02,17
+
|| 02.17
 
|| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 02,20
+
|| 02.20
 
|| “Font Effects” ট্যাব-ত ক্লিক কৰক ।
 
|| “Font Effects” ট্যাব-ত ক্লিক কৰক ।
 
|-
 
|-
|| 02,23
+
|| 02.23
 
|| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক ।
 
|| “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক ।
 
|-
 
|-
|| 02,28
+
|| 02.28
 
|| OK ক্লিক কৰক ।
 
|| OK ক্লিক কৰক ।
 
|-
 
|-
|| 02,30
+
|| 02.30
 
||  ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় ।
 
||  ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় ।
 
|-
 
|-
|| 02,33
+
|| 02.33
 
|| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক ।
 
|| একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক ।
 
|-
 
|-
|| 02,38
+
|| 02.38
 
|| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' ।
 
|| লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ''ক্যাৰেক্টাৰ'' ।
 
|-
 
|-
|| 02,43
+
|| 02.43
 
|| “Font color”ত নির্বাচন কৰক "হোয়াইট" ।
 
|| “Font color”ত নির্বাচন কৰক "হোয়াইট" ।
 
|-
 
|-
|| 02,46
+
|| 02.46
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক ।
 
|| দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক ।
 
|-
 
|-
|| 02,50
+
|| 02.50
 
|| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক ।
 
|| একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক ।
 
|-
 
|-
|| 02,58
+
|| 02.58
 
|| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব।
 
|| আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব।
 
|-
 
|-
|| 02,59
+
|| 02.59
 
|| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে ।
 
|| যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে ।
 
|-
 
|-
|| 03,05
+
|| 03.05
 
|| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা ।   
 
|| আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা ।   
 
|-
 
|-
|| 03,13
+
|| 03.13
 
|| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে  
 
|| আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে  
 
|-
 
|-
|| 03,16
+
|| 03.16
 
|| 'কনটেক্সট মেনুৰ পৰা অথবা  
 
|| 'কনটেক্সট মেনুৰ পৰা অথবা  
 
|-
 
|-
|| 03,18
+
|| 03.18
 
|| প্রধান মেনুৰ পৰা ।
 
|| প্রধান মেনুৰ পৰা ।
 
|-
 
|-
|| 03,21
+
|| 03.21
 
|| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক ।
 
|| প্রধান মেনুৰ পৰা '' character '' ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ''ক্যাৰেক্টাৰ'' নির্বাচন কৰক ।
 
|-   
 
|-   
|| 03,28
+
|| 03.28
 
|| প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং ''প্যারাগ্রাফ'' নির্বাচন করুন ।
 
|| প্রধান মেনুৰ পৰা '' paragraph '' ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং ''প্যারাগ্রাফ'' নির্বাচন করুন ।
 
|-
 
|-
|| 03,36
+
|| 03.36
 
|| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক ।
 
|| ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক ।
 
|-
 
|-
|| 03,43
+
|| 03.43
 
|| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক ।
 
|| ''অঙ্কন'' টুল বাৰ পৰা "লাইন" নির্বাচন কৰক ।
 
|-
 
|-
|| 03,46
+
|| 03.46
 
|| কার্সাৰ দাল পাঠটোলৈ নিয়ক,  মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক।
 
|| কার্সাৰ দাল পাঠটোলৈ নিয়ক,  মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক।
 
|-
 
|-
|| 03,54
+
|| 03.54
 
|| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব ।
 
|| এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব ।
 
|-
 
|-
|| 04,01
+
|| 04.01
 
|| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে !
 
|| স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে !
  
 
|-
 
|-
|| 04,04
+
|| 04.04
 
|| এতিয়া, line wider বনোৱা যাওক ।
 
|| এতিয়া, line wider বনোৱা যাওক ।
 
|-
 
|-
|| 04,07
+
|| 04.07
 
|| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
 
|| লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
 
|-
 
|-
|| 04,11
+
|| 04.11
 
|| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 04,16
+
|| 04.16
 
|| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক ।
 
|| "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক ।
 
|-
 
|-
|| 04,20
+
|| 04.20
 
|| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক ।
 
|| “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক ।
 
|-
 
|-
|| 04,24
+
|| 04.24
 
|| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' .
 
|| '''প্রস্থ''' ক্ষেত্রত মান লিখক '70' .
 
|-
 
|-
|| 04,29
+
|| 04.29
 
|| OK ক্লিক কৰক।
 
|| OK ক্লিক কৰক।
 
|-
 
|-
|| 04,31
+
|| 04.31
 
|| আমি এই লাইনটি বহলোৱাই দিয়ো !
 
|| আমি এই লাইনটি বহলোৱাই দিয়ো !
 
|-
 
|-
|| 04,34
+
|| 04.34
 
||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো ।
 
||ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো ।
 
|-
 
|-
|| 04,39
+
|| 04.39
 
|| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক ।
 
|| প্রথমে, ''টেক্সট" টুল নির্বাচন কৰক ।
 
|-
 
|-
|| 04,42
+
|| 04.42
 
|| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প ।
 
|| অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প ।
 
|-
 
|-
|| 04,46
+
|| 04.46
 
|| অঙ্কন পৃষ্ঠালৈ যাওক ।
 
|| অঙ্কন পৃষ্ঠালৈ যাওক ।
 
|-
 
|-
|| 04,49
+
|| 04.49
 
|| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে।
 
|| এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে।
 
|-
 
|-
|| 04,55
+
|| 04.55
 
|| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক ।
 
|| ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক ।
 
|-
 
|-
|| 04,57
+
|| 04.57
 
|| এটি টেক্সট বক্স প্রদর্শিত হৈছে ।
 
|| এটি টেক্সট বক্স প্রদর্শিত হৈছে ।
  
 
|-
 
|-
|| 05,01
+
|| 05.01
 
|| ইয়াত, লিখক “Ground water table .
 
|| ইয়াত, লিখক “Ground water table .
 
|-
 
|-
|| 05,05
+
|| 05.05
 
|| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক ।
 
|| টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক ।
 
|-
 
|-
|| 05,12
+
|| 05.12
 
|| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক ।
 
|| উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক ।
 
|-
 
|-
|| 05,19
+
|| 05.19
 
|| এই একেই পদ্ধতিত ।
 
|| এই একেই পদ্ধতিত ।
 
|-
 
|-
|| 05,22
+
|| 05.22
 
|| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক ।
 
|| ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক ।
 
|-
 
|-
|| 05,30
+
|| 05.30
 
|| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক ।
 
|| এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক ।
 
|-
 
|-
|| 05,33
+
|| 05.33
 
|| এটি বর্গক্ষেত্র আঁকক ।
 
|| এটি বর্গক্ষেত্র আঁকক ।
 
|-
 
|-
|| 05,35
+
|| 05.35
 
|| লিখক “This is a square .
 
|| লিখক “This is a square .
 
|-
 
|-
|| 05,38
+
|| 05.38
 
|| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees .
 
|| A square has four equal sides and four equal angles. Each angle in a square is ninety degrees .
 
|-
 
|-
|| 05,46
+
|| 05.46
 
|| The square is a quadrilateral” .
 
|| The square is a quadrilateral” .
 
|-
 
|-
Line 258: Line 257:
 
|| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক ।
 
|| টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক ।
 
|-
 
|-
|| 05,54
+
|| 05.54
 
|| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক।
 
|| লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক।
 
|-
 
|-
|| 06,00
+
|| 06.00
 
|| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক।
 
|| এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক।
 
|-
 
|-
|| 06,03
+
|| 06.03
 
|| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
 
|| এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
 
|-
 
|-
|| 06,12
+
|| 06.12
 
|| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক ।
 
|| বাওফালৰ এৰোটো নির্বাচন কৰা যাওক ।
 
|-
 
|-
|| 06,14
+
|| 06.14
 
|| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক।
 
|| এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক।
 
|-
 
|-
|| 06,18
+
|| 06.18
 
|| এটা মিদ্দিল এৰো নির্বাচন কৰক ।
 
|| এটা মিদ্দিল এৰো নির্বাচন কৰক ।
 
|-
 
|-
|| 06,21
+
|| 06.21
 
|| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক ।
 
|| এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক ।
 
|-
 
|-
|| 06,25
+
|| 06.25
 
|| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব ।
 
|| তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব ।
 
|-
 
|-
|| 06,31
+
|| 06.31
 
|| এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব ।
 
|| এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব ।
 
|-
 
|-
|| 06,37
+
|| 06.37
 
|| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক ।
 
|| অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক ।
 
|-
 
|-
|| 06,43
+
|| 06.43
 
|| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক ।
 
|| ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক ।
 
|-
 
|-
|| 06,47
+
|| 06.47
 
|| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক ।
 
|| বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক ।
 
|-
 
|-
|| 06,51
+
|| 06.51
 
|| আপোনি এটি বক্র ৰেখা অাকিছে |-                                                                        |-
 
|| আপোনি এটি বক্র ৰেখা অাকিছে |-                                                                        |-
|| 06,53
+
|| 06.53
 
|| এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক ।
 
|| এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক ।
 
|-
 
|-
|| 06,58
+
|| 06.58
 
||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” .
 
||সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” .
 
|-
 
|-
|| 07,06
+
|| 07.06
 
|| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক ।   
 
|| পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক ।   
 
|-
 
|-
|| 07,08
+
|| 07.08
 
|| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে ।
 
|| লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 07,12
+
|| 07.12
 
|| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় ।
 
|| লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় ।
 
|-
 
|-
|| 07,18
+
|| 07.18
 
|| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক ।
 
|| লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক ।
 
|-
 
|-
|| 07,22
+
|| 07.22
 
|| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক ।
 
|| লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক ।
 
|-
 
|-
|| 07,25
+
|| 07.25
 
||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক ।
 
||কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক ।
 
|-
 
|-
|| 07,30
+
|| 07.30
 
|| পৃষ্ঠাত ক্লিক কৰক ।
 
|| পৃষ্ঠাত ক্লিক কৰক ।
 
|-
 
|-
|| 07,32
+
|| 07.32
 
|| লেখাখিনি এলাইন হৈছে ।
 
|| লেখাখিনি এলাইন হৈছে ।
 
|-
 
|-
|| 07,35
+
|| 07.35
 
|| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে ।
 
|| কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে ।
 
|-
 
|-
|| 07,41
+
|| 07.41
 
|| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক ।
 
|| কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক ।
 
|-
 
|-
|| 07,45
+
|| 07.45
 
|| লেখাখিনিত ক্লিক কৰক ।
 
|| লেখাখিনিত ক্লিক কৰক ।
 
|-
 
|-
|| 07,47
+
|| 07.47
 
|| “Evaporation from rivers and seas” .
 
|| “Evaporation from rivers and seas” .
 
|-
 
|-
|| 07,50
+
|| 07.50
 
|| টেক্সট খিনি এতিয়া অনুভূমিক হয়।
 
|| টেক্সট খিনি এতিয়া অনুভূমিক হয়।
 
|-
 
|-
|| 07,53
+
|| 07.53
 
|| লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো ।
 
|| লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো ।
 
|-
 
|-
|| 07,58
+
|| 07.58
 
|| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ .
 
|| Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ .
 
|-
 
|-
|| 08,02
+
|| 08.02
 
|| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে ।
 
|| ফন্টৰ আকাৰ পৰিবর্তিত হৈছে ।
 
|-
 
|-
|| 08,05
+
|| 08.05
 
|| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক ।
 
|| এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক ।
 
|-
 
|-
|| 08,09
+
|| 08.09
 
|| Evaporation from soil
 
|| Evaporation from soil
 
|-
 
|-
|| 08,12
+
|| 08.12
 
|| Evaporation from vegetation
 
|| Evaporation from vegetation
 
|-
 
|-
|| 08,17
+
|| 08.17
 
|| Run off water from the mountains
 
|| Run off water from the mountains
 
|-
 
|-
|| 08,22
+
|| 08.22
 
|| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম ।
 
|| এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম ।
 
|-
 
|-
|| 08,26
+
|| 08.26
 
|| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব।
 
|| বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব।
 
|-
 
|-
|| 08,32
+
|| 08.32
 
||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক ।
 
||'''অঙ্কন''' টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক ।
 
|-
 
|-
|| 08,37
+
|| 08.37
 
|| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক ।
 
|| তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক ।
 
|-
 
|-
|| 08,42
+
|| 08.42
 
||  মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক।
 
||  মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক।
 
|-
 
|-
|| 08,46
+
|| 08.46
 
|| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক।
 
|| কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক।
 
|-
 
|-
|| 08,50
+
|| 08.50
 
|| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|| 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 08,53
+
|| 08.53
 
|| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক ।
 
|| 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক ।
 
|-
 
|-
|| 08,56
+
|| 08.56
 
|| '' 2 বিন্দু আৰু  1 ড্যাশ'' ।
 
|| '' 2 বিন্দু আৰু  1 ড্যাশ'' ।
 
|-
 
|-
|| 08,58
+
|| 08.58
 
|| ক্লিক কৰক'' 'OK ''' .
 
|| ক্লিক কৰক'' 'OK ''' .
 
|-
 
|-
|| 09,00
+
|| 09.00
 
|| আমি এটি বিন্দুযুক্ত এৰো টানিছো ।
 
|| আমি এটি বিন্দুযুক্ত এৰো টানিছো ।
 
|-
 
|-
|| 09,02
+
|| 09.02
 
|| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো।
 
|| এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো।
 
|-
 
|-
|| 09,06
+
|| 09.06
 
|| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক ।
 
|| এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক ।
 
|-
 
|-
|| 09,12
+
|| 09.12
 
|| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো ।
 
|| এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো ।
 
|-
 
|-
|| 09,21
+
|| 09.21
 
|| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক.  
 
|| "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক.  
 
|-
 
|-
|| 09,28
+
|| 09.28
 
|| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক ।
 
|| ''অঙ্কন'' টুলবাৰ পৰা, '''টেক্সট ''' টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক ।
 
|-
 
|-
|| 09,35
+
|| 09.35
 
|| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” .
 
|| ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” .
 
|-
 
|-
|| 09,41
+
|| 09.41
 
|| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক ।
 
|| ''অঙ্কন'' টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক ।
 
|-
 
|-
|| 09,44
+
|| 09.44
 
|| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক ।
 
|| আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক ।
 
|-
 
|-
|| 09,48
+
|| 09.48
 
|| ইয়াৰ ভিতৰত লিখক 'condensation to form rain' .
 
|| ইয়াৰ ভিতৰত লিখক 'condensation to form rain' .
 
|-
 
|-
|| 09,53
+
|| 09.53
 
|| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক ।
 
|| প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক ।
 
|-
 
|-
|| 09,57
+
|| 09.57
 
|| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক।
 
|| এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক।
 
|-
 
|-
|| 10,02
+
|| 10.02
 
|| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি   
 
|| পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি   
 
  দিয়া যাওক
 
  দিয়া যাওক
 
|-
 
|-
|| 10,07
+
|| 10.07
 
|| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো ।
 
|| টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো ।
 
|-
 
|-
|| 10,16
+
|| 10.16
 
|| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে !
 
|| আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে !
 
|-
 
|-
|| 10,20
+
|| 10.20
 
|| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক ।
 
|| এতিয়া, ''কলআউটস'' সম্পর্কে জানা যাওক ।
 
|-
 
|-
|| 10,22
+
|| 10.22
 
|| '''কলআউটস''' কি ?
 
|| '''কলআউটস''' কি ?
 
|-
 
|-
|| 10,24
+
|| 10.24
 
|| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা  
 
|| এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা  
 
|-
 
|-
|| 10,2৯
+
|| 10.29
 
|| এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই  ।
 
|| এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই  ।
 
|-
 
|-
|| 10,33
+
|| 10.33
 
|| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
 
|| উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
 
|-
 
|-
|| 10,36
+
|| 10.36
 
|| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে ।
 
|| 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে ।
 
|-
 
|-
|| 10,39
+
|| 10.39
 
|| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক ।
 
|| ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক ।
 
|-
 
|-
|| 10,42
+
|| 10.42
 
|| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' .
 
|| প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' .
 
|-
 
|-
|| 10,47
+
|| 10.47
 
|| এটি নতুন পাত যুক্ত হৈছে ।
 
|| এটি নতুন পাত যুক্ত হৈছে ।
 
|-
 
|-
|| 10,50
+
|| 10.50
 
|| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক।
 
|| এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক।
 
|-
 
|-
|| 10,54
+
|| 10.54
 
|| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
 
|| 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
 
|-
 
|-
|| 10,59
+
|| 10.59
 
|| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে ।
 
|| বিভিন্ন ''কলআউট'' প্রদর্শিত হৈছে ।
 
|-
 
|-
|| 11,01
+
|| 11.01
 
|| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক ।
 
|| ৰেকটেংগুলাৰ ''কল আউটত''' ক্লিক কৰক ।
 
|-
 
|-
|| 11,04
+
|| 11.04
 
|| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক ।
 
|| কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক ।
 
|-
 
|-
|| 11,10
+
|| 11.10
 
|| আপোনি এটি 'কল আউট' আকিছে ।
 
|| আপোনি এটি 'কল আউট' আকিছে ।
 
|-
 
|-
|| 11,12
+
|| 11.12
 
|| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব।
 
|| আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব।
 
|-
 
|-
|| 11,18
+
|| 11.18
 
|| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” .
 
|| ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” .
 
|-
 
|-
|| 11,25
+
|| 11.25
 
|| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল ।
 
|| ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল ।
 
|-
 
|-
|| 11,30
+
|| 11.30
 
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
 
|| এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
 
|-
 
|-
|| 11,33
+
|| 11.33
 
|| অঙ্কনত লেখা যায় ।
 
|| অঙ্কনত লেখা যায় ।
 
|-
 
|-
|| 11,35
+
|| 11.35
 
|| অঙ্কনত লেখাৰ সজ্জা ।
 
|| অঙ্কনত লেখাৰ সজ্জা ।
 
|-
 
|-
|| 11,38
+
|| 11.38
 
|| টেক্সট বক্সৰ সৈতে কাম ।
 
|| টেক্সট বক্সৰ সৈতে কাম ।
 
|-
 
|-
|| 11,40
+
|| 11.40
 
|| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন ।
 
|| ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন ।
 
|-
 
|-
|| 11,44
+
|| 11.44
 
|| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি ।
 
|| লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি ।
 
|-
 
|-
|| 11,46
+
|| 11.46
 
|| কলআউটসত লিখা ।
 
|| কলআউটসত লিখা ।
 
|-
 
|-
|| 11,50
+
|| 11.50
 
|| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 
|| এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে ।
 
|-
 
|-
|| 11,53
+
|| 11.53
 
|| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক।
 
|| এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক।
 
|-
 
|-
|| 12,00
+
|| 12.00
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
 
|| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
  
 
|-
 
|-
|| 12,03
+
|| 12.03
 
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|| 12,06
+
|| 12.06
 
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|-
 
|-
|| 12,11
+
|| 12.11
 
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
 
|| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
 
|-
 
|-
|| 12,13
+
|| 12.13
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
|-
 
|-
|| 12,17
+
|| 12.17
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
|| 12,20
+
|| 12.20
 
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
|| 12,27
+
|| 12.27
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
|| 12,31
+
|| 12.31
 
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
|| 12,39
+
|| 12.39
 
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
|| 12,50
+
|| 12.50
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 06:49, 29 April 2014

Time Visual Cue  
00.01                                                                         LibreOffice ড্র ত অঙ্কনসমূহত লেখা যোগ কৰাৰ উপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম ।
00.07 এই টিউটোৰিয়েলটিত, আমি শিকিম কিভাবে:
00.10 অঙ্কনত text মানে লেখাৰ লগত কাম কৰা যায় ।
00.12 অঙ্কনত লেখা ফৰ্মেত কৰা আৰু
00.15 টেক্সট বক্সৰ লগত কাম কৰা।
00.17 আমি আৰু শিকিম:
00.19   indent সেত কৰা, space আৰু text align কৰা ।
00.22 ৰেখা আৰু এৰোবোৰত লেখা যোগ কৰা ।
00.26 'কলআউটসত text বা লেখা বহোৱা ।
00.29 লেখা দুটি পদ্ধতিত যোগ কৰিব পাৰি:
00.31 ইয়াক আঁকা বস্তুত চিধাচিধি ভৰাব পাৰি।
00.35 লাইন আৰু এৰো সহ
00.37 ইয়াক লেখকে  এটি স্বাধীন আঁকাৰুপেও এটি টেক্সট বক্সত যোগ কৰিব পাৰি।
00.42 ইয়াত আমি,
00.44 উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণৰ 3.3.4 ব্যবহাৰ কৰিছো.
00.52 ড্র ফাইল Water Cycle খুলু আৰু এইটোত কিছু লেখা যোগ কৰো ।
00.57 আমি সূর্যৰ পিচত থকা দুটি বগা মেঘলৈ “Cloud Formation” লেখাটি যোগ কৰিম।
01.04 বগা মেঘৰ দলটিক নির্বাচন কৰক ।
01.06 দলত প্রবেশ কৰিবলৈ এইটোত ডবল ক্লিক কৰক  ।
01.10 শীর্ষ মেঘটি নির্বাচন কৰক ।
01.13 এতিয়া অঙ্কন টুলবাৰ পৰাটেক্সট টুল নির্বাচন কৰো ।
01.17 আপোনি দেখিব পাৰিছেনে কার্সাৰটি এটি ছোটি জিলিথকা উল্লম্ব ৰেখাত ৰুপান্তৰিত হৈছে ।
01.23 এইটি টেক্সট কার্সাৰ হয় ।
01.25 লিখক “Cloud Formation” .
01.29 এতিয়া পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক ।
01.33 অন্য বগা মেঘৰ বাবেও একেই লেখা লিখক ।
01.37 দলৰ পৰা প্রস্থান কৰিবলৈ, পাতৰ যিকোনো স্থানত ডবল ক্লিক কৰক ।
01.42 আমি এতিয়া তেনেদৰে সূর্যৰ নামকৰণ কৰো ।
01.45 বস্তুত লেখা যোগ কৰাত, ইয়াতকৈ সহজ নহব!
01.50 পিছত, গ্ৰেৰঙৰ মেঘৰ দল নির্বাচন কৰো।
01.53 আগৰ মতে, দলটোক সোমাবলৈ ডবল ক্লিক কৰক ।
01.57 প্রতিটো মেঘত লিখক “Rain Cloud” .
02.02 যিহেতু গ্ৰে মেঘত লেখা ৰঙ-ও কলা, সেইটি দেখা নাযায়।
02.07 সেয়ে লেখাৰ ৰং বগালৈ পৰিবর্তন কৰো।
02.11 লেখাটি নির্বাচন কৰো, কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো আৰু লিখক ক্যাৰেক্টাৰ

 

02.17 'ক্যাৰেক্টাৰ' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
02.20 “Font Effects” ট্যাব-ত ক্লিক কৰক ।
02.23 “Font color” ক্ষেত্রত, তললৈ স্ক্রোল কৰক আৰু 'হোয়াইট' নির্বাচন কৰক ।
02.28 OK ক্লিক কৰক ।
02.30   ফন্টৰ ৰ বগালৈ পৰিবর্তন হয় ।
02.33 একেই পদ্ধতিতে, দ্বিতীয় মেঘৰ লেখাৰ ৰং পৰিবর্তন কৰা যাওক ।
02.38 লেখাটি নির্বাচন কৰক আৰু সো ক্লিক কৰি তাৰ পিছত নির্বাচন কৰক ক্যাৰেক্টাৰ
02.43 “Font color”ত নির্বাচন কৰক "হোয়াইট" ।
02.46 দলৰ পৰা প্রস্থান কৰিবলৈ পাতত যিকোনো স্থানত ডবল ক্লিক কৰক ।
02.50 একেইভাবে, যত ত্রিভুজটিয়ে পর্বত দেখাইছে, তাতে “Mountain” শব্দটি লিখক ।
02.58 আপোনি লেখাৰ সজ্জা পৰিবর্তন কৰিব পাৰিব।
02.59 যি Character, ফন্টৰ স্টাইল পৰিবর্তন কৰে আৰু ফন্টৰলৈ স্পেশিয়েল এফেক্ট দিয়ে ।
03.05 আপোনি পেৰেগ্ৰাফৰ বাবেও লেখা ফৰম্যাট কৰিব পাৰে যি align text হয়, indent চেত কৰা বা স্পেচিঙ , ফাঁক, আৰু ট্যাবৰ অবস্থান নির্দিষ্ট কৰা । 
03.13 আপোনি এই ডায়লগ বাক্সটি ব্যবহাৰ কৰিব পাৰে
03.16 'কনটেক্সট মেনুৰ পৰা অথবা
03.18 প্রধান মেনুৰ পৰা ।
03.21 প্রধান মেনুৰ পৰা character ডায়লগ বাক্সত যাবলৈ , 'ফৰমেট' নির্বাচন কৰক আৰু ক্যাৰেক্টাৰ নির্বাচন কৰক ।
03.28 প্রধান মেনুৰ পৰা paragraph ডায়লগ বাক্সে যেতে , 'ফরমেট' নির্বাচন করুন এবং প্যারাগ্রাফ নির্বাচন করুন ।
03.36 ৰেকটেন্ঙলত, পানি জমা হোৱা জাগাখন দেখাবলৈ এটি ঘন কলা ৰেখা আঁকা যাওক ।
03.43 অঙ্কন টুল বাৰ পৰা "লাইন" নির্বাচন কৰক ।
03.46 কার্সাৰ দাল পাঠটোলৈ নিয়ক,  মাউসৰ বাও বোতাম টিপক আৰু বাও পৰা সো লৈ টানি আনক।
03.54 এটি হৰিজনটেল ৰেখা আঁকক যিয়ে ইয়াক দুটি সমান ভাগত ভাগ কৰিব ।
04.01 স্থলখন দোই ভাগত বিভক্ত হৈ গৈছে !
04.04 এতিয়া, line wider বনোৱা যাওক ।
04.07 লাইন নির্বাচন কৰক আৰু কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক ।
04.11 "লাইন" ক্লিক কৰক, "লাইন" ডায়লগ বাক্স প্রদর্শিত হৈছে ।
04.16 "স্টাইল"ৰ ক্ষেত্রত, ড্রপ ডাউন বক্স ক্লিক কৰক ।
04.20 “Ultrafine 2 dots 3 dashes” নির্বাচন কৰক ।
04.24 প্রস্থ ক্ষেত্রত মান লিখক '70' .
04.29 OK ক্লিক কৰক।
04.31 আমি এই লাইনটি বহলোৱাই দিয়ো !
04.34 ৰেকটেন্ঙলৰ ভিতৰত “Ground water table” লেখাটি যোগ কৰো ।
04.39 প্রথমে, টেক্সট" টুল নির্বাচন কৰক ।
04.42 অঙ্কন টুলবাৰত এইটো হল capital “T” বিকল্প ।
04.46 অঙ্কন পৃষ্ঠালৈ যাওক ।
04.49 এতিয়া এই কার্সাৰটি কেপিটেল I ৰ সৈতে তলৰফালে এটি যোগ চিনহলৈ ৰুপান্তৰিত হৈ গৈছে।
04.55 ৰেকটেন্ঙলৰ ভিতৰত ক্লিক কৰক ।
04.57 এটি টেক্সট বক্স প্রদর্শিত হৈছে ।
05.01 ইয়াত, লিখক “Ground water table .
05.05 টেক্সট বাক্সৰ কেন্দ্রলৈ লেখাখিনি ৰাখিবৰ বাবে, টেক্সট বক্সৰ ভিতৰত কার্সাৰ ৰখক ।
05.12 উপৰৰ স্ট্যান্ডার্ড টুলবাৰত “Centered” আইকনৰ উপৰত ক্লিক কৰক ।
05.19 এই একেই পদ্ধতিত ।
05.22 ত্রিভুজত “Rain water flows from land into rivers and sea” এই লেখাটি যোগ কৰক ।
05.30 এই টিউটোৰিয়েলটি অনুশীলনটোৰ বাবে কিছুক্ষণৰবাবে বন্ধ কৰক ।
05.33 এটি বর্গক্ষেত্র আঁকক ।
05.35 লিখক “This is a square .
05.38 A square has four equal sides and four equal angles. Each angle in a square is ninety degrees .
05.46 The square is a quadrilateral” .
05,50 টেক্সট ডায়লগ বাক্সত বিকল্পবোৰ ব্যবহাৰ কৰি এই লেখাটিক সাজক ।
05.54 লেখা খিনিত ফন্ট, আকাৰ, স্টাইল আৰু এলাইনমেন্ট বিকল্প ব্যবহাৰ কৰক।
06.00 এতিয়া এই ছবিটিত এৰোবোৰ ভালকে ৰাখক।
06.03 এই এৰোচিহ্নবোৰে মাটিৰ পৰা পানীৰ বাষ্পীকৰণ, গাছপাত অাৰু পানীৰ আধাৰপৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰণ
06.12 বাওফালৰ এৰোটো নির্বাচন কৰা যাওক ।
06.14 এতিয়া ক্লিক কৰক আৰু পর্বতৰ ফালে টানক।
06.18 এটা মিদ্দিল এৰো নির্বাচন কৰক ।
06.21 এতিয়া ক্লিক কৰক আৰু গছৰ ফালে টানি আনক ।
06.25 তৃতীয় এৰোৱে পানীৰ পৰা মেঘৰ লৈ পানীৰ বাষ্পীকৰন দেখাব ।
06.31 এতিয়া 'কার্ভ' বিকল্প ব্যবহাৰ কৰি এটি ৰেখা আঁকো যিয়ে পর্বতৰ পৰা পানী তললৈ বৈ থকা দেখাব ।
06.37 অঙ্কন টুলবাৰ পৰা "কার্ভ"ৰ উপৰত ক্লিক কৰক আৰু 'Freeform লাইন' নির্বাচন কৰক ।
06.43 ড্র পৃষ্ঠাত কার্সাৰক পর্বতৰ পিছত ৰাখক ।
06.47 বাও ফালৰ মাউসৰ বোতাম টিপক আৰু তললৈ টানক ।
06.51 আপোনি এটি বক্র ৰেখা অাকিছে |-                                                                        |- 06.53 এতিয়া প্রতিটো এৰোচিহ্নৰ  বিবৰণ যোগ কৰা যাওক ।
06.58 সো ফালৰ লৈ প্রথম এৰো নির্বাচন কৰক আৰু লিখুক- “Evaporation from rivers and seas” .
07.06 পৃষ্ঠাৰ যিকোনো স্থানত ক্লিক কৰক । 
07.08 লেখাখিনি লাইনৰ উপৰত প্রদর্শিত হৈছে ।
07.12 লক্ষ্য কৰক যে, লেখাখিনি ঠিক লাইনৰ উপৰত বহোৱা হৈছে আৰু সেয়ে ই স্পষ্ট নহয় ।
07.18 লেখাখিনি ৰেখাৰ উপৰলৈ নিবলৈ বাবে লাইনত ক্লিক কৰক ।
07.22 লেখাখিনি অনুভূমিকভাবে স্থাপন কৰক ।
07.25 কার্সাৰ দাল লেখাখিনিৰ শেষৰ লৈ বহোৱাওক আৰু এন্টাৰ" কী টিপক ।
07.30 পৃষ্ঠাত ক্লিক কৰক ।
07.32 লেখাখিনি এলাইন হৈছে ।
07.35 কনটেক্সট মেনুৰ পৰা বিকল্পবোৰ ব্যবহাৰ কৰি লাইন আৰু এৰোচিহ্নৰ ওপৰত টাইপ কৰা লেখাবোৰ সজ্জা কৰিবও পাৰে ।
07.41 কনটেক্সট মেনু ব্যবহাৰ কৰি ফন্টৰ আকাৰ পৰিবর্তন কৰা যাওক ।
07.45 লেখাখিনিত ক্লিক কৰক ।
07.47 “Evaporation from rivers and seas” .
07.50 টেক্সট খিনি এতিয়া অনুভূমিক হয়।
07.53 লেখাখিনিক নির্বাচন কৰো আৰু  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক কৰো ।
07.58 Size নির্বাচন কৰক আৰু ক্লিক কৰক ২২ .
08.02 ফন্টৰ আকাৰ পৰিবর্তিত হৈছে ।
08.05 এতিয়া, অন্যান্য সকলো এৰোচিহ্নৰ বাবে নিম্নলিখিত টেক্সট খিনি লিখক ।
08.09 Evaporation from soil
08.12 Evaporation from vegetation
08.17 Run off water from the mountains
08.22 এতিয়া গ্ৰে মেঘৰ পৰা বৰষুন পৰা দেখোৱাম ।
08.26 বৰষুন চাবলৈ, বিন্দুযুক্ত এৰো আঁকো, যিয়ে মেঘৰ পৰা তললৈ অহা দেখোৱাব।
08.32 অঙ্কন টুলবাৰ পৰা Line Ends with Arrow নির্বাচন কৰক ।
08.37 তাৰপিছত কার্সাৰটি বাও ফালৰ প্রথম গ্ৰে মেঘত ৰাখক ।
08.42   মাউসৰ বাও বোতাম টিপক অাৰু ইয়াক তললৈ তানক।
08.46 কনটেক্সট মেনুৰ পৰা সো ক্লিক কৰক আৰু 'লাইন' ক্লিক কৰক।
08.50 'লাইন' ডায়লগ বাক্স প্রদর্শিত হৈছে ।
08.53 'স্টাইল' ড্রপ ডাউন তালিকাযত ক্লিক কৰক আৰু নির্বাচন কৰক ।
08.56 2 বিন্দু আৰু  1 ড্যাশ
08.58 ক্লিক কৰক 'OK ' .
09.00 আমি এটি বিন্দুযুক্ত এৰো টানিছো ।
09.02 এই মেঘৰ বাবে আৰু দুটি এৰোচিহ্নক কপি আৰু পেস্ট কৰো।
09.06 এতিয়া অন্য মেঘৰ বাবে কপি আৰু পেস্ট কৰি দুটি এৰোচিহ্নক আঁকক ।
09.12 এতিয়া বিন্দুযুক্ত এৰোচিহ্নলৈ rain টেক্সটো যোগ কৰো ।
09.21 "Water" অবকেক্টৰ ঠিক উপৰত টেক্সট বক্সত টেক্সটখিনি “Evaporation to form the clouds” বোলি যোগ কৰা যাওক.
09.28 অঙ্কন টুলবাৰ পৰা, টেক্সট টুল নির্বাচন কৰক আৰু দেখোৱাৰ দৰে এটি টেক্সট বক্স আঁকক ।
09.35 ইয়াৰ ভিতৰত লিখক “Evaporation to form the clouds” .
09.41 অঙ্কন টুলবাৰ পৰা"টেক্সট টুল" নির্বাচন কৰক ।
09.44 আৰু গ্ৰে মেঘৰ পিছলৈ এটি টেক্সট বক্স আঁকক ।
09.48 ইয়াৰ ভিতৰত লিখক 'condensation to form rain' .
09.53 প্রথমে টেক্সট বক্সৰ সীমাত ক্লিক কৰি টেক্সট বক্সটো লৈ যাওক ।
09.57 এতিয়া ইয়াক ধৰি ৰাখি পছন্দ স্থানত টানি নিয়ক।
10.02 পূর্ববর্তী পদক্ষেপবোৰ অনুসৰণ কৰি, এটি টাইটল মানে শিৰোনাম WaterCycle Diagram” বোলি 

  দিয়া যাওক

10.07 টেক্সট বক্স ব্যবহাৰ কৰি আৰু লেখাখিনি বোল্ড কৰো ।
10.16 আমি Water Cycle ছবিটি আঁকা সম্পন্ন হৈছে !
10.20 এতিয়া, কলআউটস সম্পর্কে জানা যাওক ।
10.22 কলআউটস কি ?
10.24 এইবোৰ হল বিশেষ টেক্সট বক্স যি ড্র পৃষ্ঠাত আপোনাৰ মনোযোগ আকর্ষণ কৰে বা
10.29 এটি বস্তুলৈ বা  এটি বিন্দুলৈ দেখোৱাই  ।
10.33 উদাহৰণস্বৰুপে, অধিকাংশ কমিক বুকত।
10.36 'কলআউটস' ৰ ভিতৰত টেকস্ট থাকে ।
10.39 ড্র ফাইলটোলৈ এটি নতুন পাত যোগ কৰা যাওক ।
10.42 প্রধান মেনু পৰা 'Insert' নির্বাচন কৰক আৰু ক্লিক কৰক 'Slide' .
10.47 এটি নতুন পাত যুক্ত হৈছে ।
10.50 এটি 'কল আউট' আঁকাৰ বাবে, 'অঙ্কন' টুলবাৰলৈ যাওক।
10.54 'কল আউট' আইকনৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
10.59 বিভিন্ন কলআউট প্রদর্শিত হৈছে ।
11.01 ৰেকটেংগুলাৰ কল আউটত' ক্লিক কৰক ।
11.04 কার্সাৰদাল পৃষ্ঠালৈ নিয়ক, মাউসৰ বাওফালৰ বোতাম টিপক অাৰু টানক ।
11.10 আপোনি এটি 'কল আউট' আকিছে ।
11.12 আপোনি অন্যন্য বস্তুৰ বাবে কৰাৰ নিচিনা এটা কল আউটৰ ভিতৰত লেখা যোগ কৰিব পাৰিব।
11.18 ডবল ক্লিক কৰক আৰু কল আউটৰ ভিতৰত লিখক “This is an example” .
11.25 ইয়াতেই LibreOffice ড্রৰ এই টিউটোৰিয়েলটি সমাপ্ত হল ।
11.30 এই টিউটোৰিয়েলটিত আপোনি শিকিব কিভাবে:
11.33 অঙ্কনত লেখা যায় ।
11.35 অঙ্কনত লেখাৰ সজ্জা ।
11.38 টেক্সট বক্সৰ সৈতে কাম ।
11.40 ইনদেন্টিং, স্পেসিং আৰু টেকস্ট এলাইন ।
11.44 লাইন আৰু এৰোবোৰলৈ লেখা যোগ কৰাৰ পদ্ধতি ।
11.46 কলআউটসত লিখা ।
11.50 এতিয়া আপোনাৰ বাবে এটি অনুশীলনী আছে ।
11.53 এটি নোট বোক লেবেল তৈয়াৰ কৰক আৰু এই স্লাইডত দেখোৱাৰ নিছিনা, এটি আমন্ত্রণপত্র তৈয়াৰ কৰক।
12.00 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
12.03 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12.06 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12.11 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
12.13 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
12.17 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
12.20 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
12.27 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
12.31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12.39 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12.50 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble