LibreOffice-Suite-Draw/C2/Create-simple-drawings/Assamese

From Script | Spoken-Tutorial
Revision as of 12:08, 7 July 2014 by Pratik kamble (Talk | contribs)

Jump to: navigation, search
Time Narration
00.02 LibreOffice Draw ত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতৰম
00.08 এই টিউটোৰিয়েলটিত আপোনি।
00.13 কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল।
00.17 মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে সহজ আকৃতি অঙ্কন কৰিবলৈ শিকিব ।
00.22  কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকে আপোনি শিকিব ।
00.27 মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় ।
00.33 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো
00.42 Object শব্দটোক সংজ্ঞা কৰা যাওক
00.44 "অবজেক্ট" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় ।
00.55 এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট ।
00.59 ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক ।
01.04 প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰ,ে শিকিম।
01.08 ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম ।
01.13 এইটো কৰাত, eight handles দৃশ্যমান হব ।
01.16 Handles বোৰ হৈছে সৰু নিল বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে  ।
01.22 আপোনি পৰবর্তী টিউটোৰিয়েলতএ handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব ।
01.27 আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক ।
01.30 groundৰ বাবে এটি rectangle যোগ কৰা যাওক ।
01.34 অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰপিছত "Rectangle" ত ক্লিক কৰক ।
01.39 এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰ Iৰ সৈতে এটি যোগ চিহ্ন দেখিব।
01.45 মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি  rectangle আঁকক ।
01.50 এতিয়া মাউসৰ বোতাম এৰি দিয়ক ।
01.52 পিছত,water vapourৰ  উর্ধগতি দেখাবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক ।
02.00 লাইন এদাল আকিবলৈ  Drawing টুলবাৰত "লাইন" ক্লিক কৰক  ।
02.04 কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক ।
02.06 আপোনি slanting বাঁকানো ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে।
02.10 মাউসৰ বাও বাটনটো ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক।
02.15 আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে ।
02.17 এটি লাইনত দুটি হ্যান্ডল আছে ।
02.20 এতিয়া, লাইনৰলৈ এটি আৰোহেদ যোগ কৰো ।
02.23 আমি লাইনটো নির্বাচন কৰিম ।
02.25 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "লাইন"ত ক্লিক কৰক ।
02.30 আপোনি "লাইন" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া  Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক ।
02.39 এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে ।
02.43 প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক ।
02.46 Ok ক্লিক কৰক ।
02.48 এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে ।
02.52 কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ ।
02.57 সেয়ে প্রথমে CTRL + জেড টিপি এই পৰিবর্তনটি আনডো কৰো ।
03.02  কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক ।
03.05 এতিয়া "লাইন" ট্যাবত ক্লিক কৰক ।
03.09 এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "স্টাইল" নামৰ ক্ষেত্র দেখিব পাৰে।
03.14 আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে ।
03.19 বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক ।
03.23 সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' .
03.26 ওকেত ক্লিক কৰক ।
03.28 লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে ।
03.33 আমি “Lines and Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো ।
03.38 এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু ।
03.42 অঙ্কন টুলবাৰ পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক ।
03.48 কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক ।
03.51 মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক 
03.56 এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ?
04.00 একে ভাবে আৰু এটা এৰো যোগ কৰো ।
04.06  এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
04.09 আপনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক ।
04.13 লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক ।
04.16 লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে  transparency মানে স্বচ্ছতা পৰিবর্তন কৰক ।
04.24 Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক ।
04.28 পিছত , আমি এটি স্তাৰ অঙ্কন কৰো ।
04.31 অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
04.37 5-Point Star” নির্বাচন কৰো ।
04.41 এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক।
04.44 মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক ।
04.48 আপোনি এটি স্তাৰ অঙ্কন কৰক ।
04.50 এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম।
04.54 এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক।
04.59 এতিয়া মাউসৰ বোতামটো এৰি দিয়ক ।
05.02  আপনি এটা object মোভকৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys  ব্যবহাৰ কৰিবও পাৰে।
05.08 এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো?
05.11 এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক ।
05.17 সেই objectটো মোছা গল. এইটো সহজ নহয় জানো?
05.20 এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ ।
05.26 ৰুলাৰ  page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05.31 এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05.35 ৰুলাৰ  ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় ।
05.40 পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক ।
05.45 আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে ।
05.48 "সেনটিমিটাৰত" ক্লিক কৰক।
05.50 এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে ।
05.55 একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো।
06.00 বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক ।
06.08 লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে।
06.12 ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ" ত নির্দিষ্ট কৰো।
06.19  দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে ।
06.23 cloudনির্বাচন কৰক ।
06.25 আপোনি ৰুলাৰৰ উপত দুটি  small start আৰু end marks দেখা পাইচেনে?
06.29 এইবোৰে  cloudৰ প্রান্ত দুটি নির্দেশ কৰে  ।
06.32 আপোনি যদি এই ​​চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, আপনি দেখিব যে চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে
06.38 ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় ।
06.42 ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে ।
06.49 পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,।
06.53 আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ  “Align” টুলবাৰ ব্যবহাৰ কৰো ।
07.01 "এলাইন" টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ত গৈ আৰু "View " ক্লিক কৰক ।
07.07 “View” মেনু অধিনত “Toolbars” ক্লিক কৰক.
07.11 আপনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব ।
07.13   "এলাইন" ক্লিক কৰক।
07.15 আপোনি "এলাইন" টুলবাৰ দেখিব পাৰিব ।
07.18 এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় ।
07.24 cloudনির্বাচন কৰক ।
07.26 Align”টুলবাৰত left ক্লিক কৰক।
07.29 cloud টি বাওফালে এলাইন হৈছে।
07.32 এতিয়া “Centered” আৰু “Centre” এই দুটি বিকল্পৰ পার্থক্য বুজো ।
07.38 বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক ।
07.43 প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক ।
07.47 বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক ।
07.52 এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক ।
07.56 বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে ।
07.59 “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়।
08.06 এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়।
08.10 এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো ।
08.15 বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে ।
08.18 “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে ।
08.23 এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় ।
08.33 এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে  ।
08.40 ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব 
08.43 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
08.46 মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক ।
08.50 এই দুটি আকৃতি তৈয়াৰ কৰক।
08.53 এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক।
08.55 আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক  মুছি পেলাওক।
08.59 কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক ।
09.04 তাৰপিছত "এলাইন" টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক।
09.11 ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল ।
09.15 এই টিউটোৰিয়েলত আপোনি 
09.19 মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু  ৰেকটেঙ্ল,
09.24 মৌলিক জ্যামিতিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ  ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব ।
09.29 আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব ।
09.32 ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক ।
09.37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
09.41 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09.44 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09.48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09.51 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09.54 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09.58 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10.04 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10.09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10.17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10.27 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble