LibreOffice-Suite-Calc/C3/Formulas-and-Functions/Assamese

From Script | Spoken-Tutorial
Revision as of 12:05, 21 January 2015 by Anamika (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 LibreOffice ক্যালকত সূত্র আৰু ফাংশন সংক্রান্ত স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:07 এই টিউটোৰিয়েলত আমি শিকিম:

Conditional Operator If..Or statement Basic statistic functions Rounding off numbers

00:19 ইয়াতে আমি আমাৰ অপাৰেটিং সিস্টেম হিসাবে উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো |
00:30 আমি ইতিমধেয়ই মৌলিক arithmetic অপাৰেটৰ প্রয়োগ কৰিবলৈ শিকিছো যেনে তথ্য যোগ, বিয়োগ আৰু গড় কৰা |
00:39 এতিয়া, আৰো কিছো অন্যান্য দৰকাৰী অপাৰেটৰ সম্পর্কে জানা যাওক |
00:43 সবতচে বেশি ব্যবহৃত অপাৰেটৰবোৰৰ অন্যতম Conditional অপাৰেটৰ |
00:51 Conditional অপাৰেটৰে ব্যবহাৰকাৰীয়ে দিয়া তথ্যৰ উপৰত শর্তটো পৰীক্ষা কৰে |
00:56 আৰু তাৰপিছত বুলিয়েনত ফলাফল দেখায় - TRUE or FALSE |
01:01 এতিয়া “Personal-Finance-Tracker.ods” খোলা যাওক |
01:05 "Cost" শিৰোনামৰ তলত, বিভিন্ন দ্রব্যৰ মূল্য তালিকা আছে |
01:11  এইবোৰৰ ওপৰত conditional

অপাৰেটৰ প্রয়োগ কৰি সেই ফলাফলবোৰ বিশ্লেষণ কৰা যাওক |

01:17 এবাৰ "B10" নামৰ সেলত ক্লিক কৰক আৰু সেইটোৰ ভিতৰত “Condition Result” লিখক |
01:24 এতিয়া, "C10" নামৰ সেলত ক্লিক কৰক |
01:28 শর্ত প্রয়োগ কৰাৰ পিছত, ফলাফল এই সেলত প্রদর্শিত হব |
01:33 লক্ষ্য কৰক, ঘৰ ভাড়াৰ (“House Rent”) খৰচ ৬০০০ টাকা ।
01:38 বিদ্যুৎ মাশুল (“Electricity Bill”) এৰ বাবে খৰচ ৮০০ টাকা |
01:43 ঘৰ ভাড়াৰ (“House Rent”) খৰচ বিদ্যুৎ মাশুলত (“Electricity Bill”) চে বেশী |
01:48 আমি এইবোৰৰ উপৰত বিভিন্ন শর্ত প্রয়োগ কৰিবলৈ পাৰো আৰু ফলাফল দেখিব পাৰো |
01:54 "C10" নামৰ সেলত ক্লিক কৰক |
01:57 এই সেলত, প্রথম শর্ত হিসাবে লিখক “is equal to C3 greater than C4 ”আৰু "এন্টাৰ" কী টিপক |
02:09 যিহেতু C3 সেল-এৰ মান সেল C4 এৰ মানৰ পৰা বেশী, সেয়ে ইয়াতে ফলা ফল "“TRUE” "হব |
02:18 এতিয়া শর্তটো “is equal to C3 less than C4” লৈ পৰিবর্তন কৰো ।
02:26 "Enter" টিপক |
02:28 আমাৰ ফলাফল হব "“FALSE”" |
02:32 একেই পদ্ধতিতে, আপোনি অন্যান্য conditional স্তেটমেন্ট প্রয়োগ কৰি ফলাফলটো দেখিব পাৰিব |
02:38 অনেক বেশি তথ্যৰ ক্ষেত্রত এই স্তেটমেন্টৰ ব্যবহাৰ খুবেই উপযোগী |
02:44 আপোনি" If and Or " স্তেটমেন্ট ব্যবহাৰ কৰিব পাৰে -
02:49 ফলাফলটো প্ৰিন্ট কৰিবলৈ | 

according to the condition that holds TRUE.

02:55 "C10" নামৰ সেলত ক্লিক কৰক, আৰু লিখক,
02:59   “ is equal to IF” আৰু বন্ধনীত "C3 greater than C4” , কমা, ডবল উদ্ধৃতি চিনহত “Positive” কমা আৰু আকৌ এবাৰ ডবল উদ্ধৃতি চিনহত "Negetive" |
03:16 ইয়াৰ মানে হল, যদি সেল C3 –ত থাকা মান, সেল C4 –এৰ মানৰ পৰা অনেক বেশী হয় তেনেহলে "Positive" প্রদর্শন কৰা হব,
03:25 অথবা "Negetive" প্রদর্শন কৰা হব |
03:28 এতিয়া "এন্টাৰ" কী টিপক |
03:31 লক্ষ্য কৰক, ইয়াতে ফলাফলটো Positive যিহেতু ৬০০০ টকা ৮০০ টকাৰ পৰা বেশী হয় |
03:39 এতিয়া, condition স্তেটমেন্টত “greater than” ক “less than” লৈ পৰিবর্তন কৰো আৰু "এন্টাৰ"কী টিপক |
03:47 চাওক, এতিয়া ফলাফল নেতি বাচক (“Negative”) কাৰণ সেল C3ৰ মান সেল C4 এৰ মানত চে বেশী হয় |
03:57 আমি যদি সেল C3 আৰু C4 এৰ তথ্য পৰিবর্তন কৰো, তেনেহলে ফলাফল-এৰ পৰিবর্তন দেখা পাম |
04:04 এতিয়া  ফলাফল  হিসাবে "Negative" প্রদর্শিত হৈছে |
04:09 এতিয়া, সেল C4 এৰ মান বৃদ্ধি কৰি "৭০০০" কৰক আৰু "এন্টাৰ" কী টিপক |
04:17 স্বয়ংক্রিয়ভাবে ফলাফলটো "Positive" লৈ পৰিবর্তন হয় |
04:22 আকৌ এবাৰ, C4 এৰ মান হ্রাস কৰি "৮০০" কৰা যাওক |
04:26 আৰু "এন্টাৰ" কী টিপক |
04:29 ফলাফলটো আকৌ এবাৰ স্বয়ংক্রিয়ভাবে "নেতিবাচক" (" Negative”) লৈ পৰিবর্তন কৰো |
04:34 এতিয়া, আমি কৰা পৰিবর্তনবোৰ মুছি দিয়া যাওক |
04:38 ইয়াৰপিছত, এতিয়া কিছো arithmetic আৰু statistic ফাংশন শিকা যাওক |
04:43 মৌলিক  arithmetic ফাংশন ত  

• যোগ-এৰ বাবে SUM, • গুন-এৰ বাবে PRODUCT, • ভাগ-এৰ বাবে QUOTIENT আছে   • আৰো অনেক ফাংশন যি আমি আগৰ টিউটোৰিয়েলত শিকিছো |

04:57 এতিয়া পৰীক্ষা কৰি দেখা যাওক কিভাবে Sum, Product আৰু Quotient ফাংশনে কাম কৰে |
05:05 প্রথমে "শিট 3" নির্বাচন কৰক |
05:08 সেল "B1", "B2" আৰু "B3" – ত যথাক্রমে "50", "100" আৰু "150" লিখক |
05:19 সেল "A4"-ত ক্লিক কৰক আৰু লিখক " SUM" |
05:23 সেল "B4" ত ক্লিক কৰক |
05:26 আমি এই সেল ত, ফলাফল গণনা কৰিম |
05:30 লিখক, 

“is equal to “SUM” আৰু বন্ধনীত, B1 কমা B2 কমা B3 |

05:37 এন্টাৰ টিপক |
05:39 লক্ষ্য কৰক ফলাফল হিসাবে "300" দেখাইছে |
05:43 আপোনি এইভাবে এটা নির্দিষ্ট সীমাত সকলো মানৰ যোগ কৰিবলৈ পাৰিব |
05:47 আকৌ এবাৰ "B4"-ত ক্লিক কৰক |
05:49 এতিয়া, বন্ধনীত, B1 কমা B2 কমা B3 ৰ পৰিবর্তে লিখক B1-কোলন B3 |
05:58 এন্টাৰ টিপক |
06:00 আকৌ এবাৰ, ফলাফল "৩০০" দেখাইছে |
06:03 এতিয়া সেল "A5”-ত ক্লিক কৰক আৰু লিখক "প্রোডাক্ট" |
06:08 সেল "B5"-ত ক্লিক কৰক |
06:10 ইয়াতে লিখক -

“is equal to “PRODUCT” আৰু বন্ধনীত, B1-কোলন B3 |

06:18 এন্টাৰ টিপক |
06:20 লক্ষ্য কৰক ফলাফল "৭,৫০,০০০" দেখাইছে |
06:26 এতিয়া দেখা যাওক Quotient কিভাবে কাম কৰে |
06:29 এতিয়া "A6" নামৰ সেলত ক্লিক কৰক আৰু লিখক "QUOTIENT" |
06:34 এতিয়া সেল "B6"-ত ক্লিক কৰক |
06:37 আমি এই সেলটোক ফলাফল গণনাৰ বাবে ব্যবহাৰ কৰিম |
06:40 আৰু লিখক  "“is equal to QUOTIENT", আৰু বন্ধনীত, B2 কমা B1 |
06:47 এন্টাৰ টিপক |
06:49 আপোনি ফলাফল হিসাবে "2"দেখিব পাৰিব | কাৰণ "50"ৰে দি "100"ক ভাগ কৰিলে ফলাফল 2 হয় |
06:59 একেইভাবে, আমি ক্যালক-ত বিভিন্ন arithmetic প্রক্রিয়া সম্পাদন কৰিবলৈ পাৰো |
07:05 এতিয়া আহক, Statistic ফাংছনৰ সম্পর্কে শিকা যাওক |
07:09 Statistic ফাংশনবোৰ
  • স্প্রেডশীট-এৰ তথ্য বিশ্লেষণৰ বাবে প্রয়োজন হয় |
  • উদাহৰণস্বৰুপে,
  • ফাংশন যেনে COUNT , MIN , MAX , MEDIAN, MODE
  • আৰু এই প্রকৃতিৰ অনেক  statistical ফাংশন আছে |
07:27 প্রথমে, আমি শীট 1 ত ক্লিক কৰো |
07:30  দেখা যাওক statistical ফাংশন ব্যবহাৰ কৰি, কিভাবে সর্বনিম্ন, সর্বোচ্চ আৰু মধ্যমা খৰচ নির্ণয় কৰা যায় |
07:37 "C10" হিসাবে উল্লেখ কৰা সেলত ক্লিক কৰক, যত আমি ইয়াৰ ফলাফল প্রদর্শন কৰিম |
07:44 শিৰোনাম "কস্ট" এৰ তলত, খুব কম মান আছে |
07:48 ইয়াত নূন্যতম খৰচ ৩০০ টকা |
07:51 সর্বাধিক খৰচ ৬০০০ টকা |
07:55 এই ফাংশনবোৰ ব্যবহাৰ কৰাৰ পিছত এই ফলাফলবোৰ প্রদর্শিত হব |
08:00 সেল "C10"ত লিখক, " সমানচিহ্ন MAX" আৰু বন্ধনীত "C3" কোলন "C7" |
08:10 এতিয়া "এন্টাৰ" কী টিপক |
08:13 লক্ষ্য কৰক, ফলাফল হল "৬০০০", যি এই কলমত সর্বোচ্চ মান হয় |
08:20 এতিয়া, এই স্তেটমেন্ট "MAX " শব্দটোক MIN ৰে প্রতিস্থাপন কৰক |
08:25 আৰু "এন্টাৰ" কী টিপক |
08:28 লক্ষ্য কৰক, ফলাফল হল "৩০০", যি কোস্ট কলমত সর্বনিম্ন মান হয় |
08:34 মধ্যমা (median) মূল্য পাবলৈ, "MIN" শব্দটোক "MEDIAN” ৰে  প্রতিস্থাপন কৰক |
08:40 আৰু "এন্টাৰ" কী টিপক |
08:43 ফল হিসাবে "৮০০" দেখাইছে, এইটো এই কলমৰ মধ্যমা খৰচ হয় |
08:50 একেইভাবে, আপোনি তথ্যৰ ওপৰত অন্যান্য statistical ফাংশন ব্যবহাৰ কৰিব পাৰে আৰু সেই অনুযায়ী তাক বিশ্লেষণ কৰিবলৈ পাৰিব |
08:58 এই সেলত কৰা পৰিবর্তন মুছি পেলাওক |
09:02 আহক, এতিয়া সংখ্যাক পূর্ণসংখ্যালৈ পৰিবর্তন কৰা যাওক |
09:05 "কোস্ট "শিৰোনামৰ তলৰ কলমত কিছো পৰিবর্তন কৰা যাওক |
09:09 আপোনি পৰিবর্তন কৰক :

"৬০০০," ক "৬০০০.৩৪" লৈ "৬০০" ক "৬০০.৪" লৈ "300" ক "৩০০.৩" লৈ কৰক |

09:23 এতিয়া, "B11" সেলত ক্লিক কৰক আৰু শিৰোনাম লিখক " ৰাউনডিং অফ " |
09:31 এতিয়া "C11" সেলত ক্লিক কৰা যাওক, যত শিৰোনাম "কস্ট "  ত মোট উপাদানবোৰৰ সমষ্টি নির্ণয় কৰা হব |
09:39 সেল C11 ত লিখক "সমানচিহ্ন SUM" আৰু বন্ধনীত "C3" কোলন "C7" |
09:49 এতিয়া, Enter কী টিপক |
09:53 চাওক, সমষ্টি হল "৯৭০১.০৪" |
09:59 ধৰা যাওক, আমি আমাৰ ফলাফলত কোনো দশমিক স্থান নিবিচাৰো |
10:04 সেইক্ষেত্রত, সবতচে ভাল সমাধান হল ফলটোক নিকটতম পূর্ণ সংখ্যায়লৈ পৰিবর্তন কৰা |
10:09   সেল-ত সমষ্টি "৯৭০১.০৪" আছে, তাত ক্লিক কৰক |
10:15 লিখক, "সমানচিহ্ন ROUND" খোলা বন্ধনী , “SUM” আৰু আকৌ এবাৰ বন্ধনীত "C3" কোলন "C7" |
10:25 বন্ধনী বন্ধ কৰক. Enter কী টিপক |
10:29   আপোনাৰ ফলফলটো বর্তমানে "৯৭০১", যি "৯৭০১.০৪" –হৈ নিকটতম পূর্ণ সংখ্যাযলৈ পৰিবর্তন হৈছিল |
10:44 আৰু এই বৈশিষ্ট্যৰ দ্বাৰা, নিম্নতৰ পূর্ণ সংখ্যা বা উচ্চতৰ পূর্ণ সংখ্যালওৈ পৰিবর্তন কৰা যায় |*
10:52 ফলাফলৰ সেলত ক্লিক কৰক আৰু "ৰাউন্ড" শব্দটোক পৰিবর্তন কৰি "ৰাউন্ড –আপ " কৰক |
10:59 এতিয়া, "এন্টাৰ" কী টিপক |
11:02 চাওক এতিয়া আপোনাৰ ফলাফল "৯৭০২", যি হল উচ্চতৰ পূর্ণ সংখ্যা |
11:10 আপোনি, নিম্নতৰ পূর্ণ সংখ্যায়লৈ পৰিবর্তন কৰিবলৈ, ৰাউন্ড-আপ শব্দক পৰিবর্তন কৰি "ৰাউন্ড-ডাউন" লৈ কৰক |
11:17 আৰু "এন্টাৰ" কী টিপক |
11:20 ফলাফল এতিয়া নিম্নতৰ পূর্ণ সংখ্যা, "৯৭০১" |
11:28 এতিয়া এই পৰিবর্তনবোৰ বাতিল কৰা যাওক, যাতে আমি আমাৰ “Personal-Finance-Tracker.ods” ফাইল-টোক মূল অবস্থানলৈ নিব পাৰো |
11:37 ইয়াতেই LibreOffice ক্যালক এৰ উপৰত এই স্পোকেন টিউটোৰিযেলটো সমাপ্ত হল |
11:43 সংক্ষেপে , আমি শিকিছো:

Conditional Operator If..Or statement Basic statistic functions Rounding off numbers

11:55 নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
11:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
12:01 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
12:06 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
12:11 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
12:15 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
12:21 স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher  প্ৰকল্পৰ এটা অংগ।
12:26 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:34 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
12:37 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
12:45 আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, Pratik kamble