LibreOffice-Suite-Base/C2/Tables-and-Relationships/Assamese

From Script | Spoken-Tutorial
Revision as of 13:34, 12 March 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

LibreOffice-Suite-Base/C2/Tables-and-Relationships


Time Narration
00:00 LibreOffice বেস-এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:04 এই টিউটোৰিয়েলত, আমি LibreOffice বেসত টেবোল আৰু সম্পর্ক-এৰ বিষয়ে জনাম |
00:10 ইয়াত, আমি শিকিম কিভাবে এটা টেবোলত তথ্য যোগ কৰা যায় |
00:16 সম্পর্ক নির্ধাৰণ আৰু তৈয়াৰ কৰা যায় |
00:19 LibreOffice বেস-এৰ পূর্ববর্তী টিউটোৰিয়েলত, আমি শিকিছো বেস, ডাটাবেস সংক্রান্ত প্রাথমিক ধাৰণা আৰু কিভাবে এটা ডাটাবেস আৰু এটা টেবোল তৈয়াৰ কৰা যায় |
00:31 আগৰ টিউটোৰিয়েলত আমি উদাহৰণৰ বাবে লাইব্রেৰি নামৰ এটা ডাটাবেস আৰু Books নামৰ এটা টেবোল তৈয়াৰ কৰিছিলো |
00:42 এই টিউটোৰিয়েলত, আমি লাইব্রেৰী ডাটাবেসৰ সৈতে আলোচনা আৰম্ভ কৰিম আৰু শিকিম কিভাবে এটা টেবোলত তথ্য যোগ কৰা যায় |
00:51 ইয়াৰবাবে, LibreOffice Base প্রোগ্রামটো আৰম্ভ কৰা যাওক|
00:57 তেনেহলে, স্ক্রিন-এৰ বাওফালে তলত উপস্থিত স্টার্ট বাটনত ক্লিক কৰক,
01:03 All programsত ক্লিক কৰক, আৰু তাৰ পিছত ক্লিক কৰক LibreOffice Suite আৰুশেষত LibreOffice Base.
01:12 যিহেতু ইতিমধ্যেই আমি শেষৰ টিউটোৰিয়েলত লাইব্রেৰী ডাটাবেস তৈয়াৰ কৰি থৈছো, সেয়ে এতিয়া সেইটো খোলা যাওক|
01:20 সেই ফাইলটো খুলিবলৈ, 'open an existing database file' বিকল্পত ক্লিক কৰক |
01:28 'Recently Used' ড্রপ ডাউন বাক্স-ত়, আমাৰ লাইব্রেৰী ডেটাবেস দৃশ্যমান হোৱা উচিত |
01:35 এইবাৰ Finish বাটনত ক্লিক কৰক |
01:38 যদি আপোনাৰ ফাইলটো দেখিব নোৱাৰে, তেনেহলে কেন্দ্রত উপস্থিত ওপেন বাটনত ক্লিক কৰি Windows ডিৰেক্টৰিত় অর্থাৎ যত লাইব্রেৰী ডাটাবেসটো সংৰক্ষণ কৰা হৈছিল, তাত ফাইলটো বিছাৰক |
01:50 ফাইলটো পোৱাত, ফাইলৰ নামত ক্লিক কৰি ওপেন বোতামত ক্লিক কৰক |
01:57 এতিয়া, যদি LibreOffice Base প্রোগ্রাম ইতিমধ্যেই খোলা থাকে, তেনেহলে আপোনি ইয়াৰ পৰা লাইব্রেৰী ডাটাবেস খুলিব পাৰিব,
02:07 উপৰৰ ফাইল মেনুত ক্লিক কৰি তাৰপিছত ওপেন -এৰ উপৰত ক্লিক কৰক |
02:14 উইন্ডোজ ডিৰেক্টৰি-ত় অর্থাৎ যত লাইব্রেৰী ডাটাবেস ফাইল সংৰক্ষিত কৰা হৈছিল, তাত ফাইলটো বিছাৰক |
02:21 Library.odb ফাইল-এৰ উপৰত ক্লিক কৰক আৰু তলৰ Open বাটনত ক্লিক কৰক |
02:31 এতিয়া আমি লাইব্রেৰী ডাটাবেসত আছো |
02:35 বাওপ্যানেলৰ ডাটাবেস তালিকাৰ পৰা Tables আইকনৰ উপৰত ক্লিক কৰক |
02:42 লক্ষ্য কৰক সো প্যানেলৰ উপৰত টেবোলবোৰৰ তালিকাত Books টেবোল দেখা গৈছে |
02:48 এতিয়া, Books টেবোলত সো ক্লিক কৰক |
02:53 লক্ষ্য কৰক, ইয়াত বিভিন্ন বিকল্প আছে যিবোৰৰ পৰা আপোনি প্রয়োজনমতে বাছি নিব পাৰিব |
02:58 এইবাৰ, এই টেবোলত তথ্য যোগ কৰিবলৈ 'open'ত ক্লিক কৰক |
03:04 অথবা, আপোনি টেবোল-ৰ নামৰ উপৰত ডবল ক্লিক কৰি সেইটোক খোলিব পাৰিব |
03:10 এটা নতুন উইন্ডো খুল গৈছে যাৰ শিৰোনাম 'Books – Library – LibreOffice Base: Table Data View'.
03:20 এতিয়া আপোনি টেবোলৰ সেলত মানবোৰ লিখি Books টেবোলত তথ্য সোমাব পাৰিব |
03:32 লক্ষ্য কৰক, Bookid কলমত 'AutoField' আছে |
03:37 অর্থাৎ, আমি যি কোনো সাৰিত তথ্য যোগ কৰাত, baseএ স্বয়ংক্রিয়ভাবে এই কলমৰ তথ্যবোৰ ঊর্ধ্বক্ৰমত  যোগ কৰিব |**************
03:48 এতিয়া, পর্দাত যি দেখা গৈছে, সেইৰকমে সাৰি পিছত সাৰিত প্রত্যেক সেলত তথ্য যোগ কৰা যাওক|**************৮
04:22 সেয়ে, Books টেবোল-ত, ৫-টা নমুনা তথ্যৰ সাৰি আছে |
04:29 উপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত Close নির্বাচন কৰি উইন্ডো বন্ধ কৰক |
04:39 এতিয়া আপোনাৰ বাবে এটা অনুশীলনী আছে |
04:42 এটা Members টেবোল তৈয়াৰ কৰক যিয়ে প্রত্যেক সদস্যৰ সম্পর্কে তথ্য সংৰক্ষণ কৰিব, যেনে সদস্যৰ নাম আৰু তাৰ ফোন নম্বৰ |
04:53 নিম্নলিখিত তিনটা ক্ষেত্রত অন্তর্ভুক্ত কৰক |
04:57 Member Id, ইয়াত Fieldtype বা ক্ষেত্রটোৰ প্রকাৰ পূর্ণসংখ্যা আৰু এইটোক প্রাইমেৰী কী কৰক |
05:06 Name, ইয়াত Fieldtype টেক্সট |
05:10 ফোন, এইটোৰ Fieldtype টেক্সট |
05:15 ঠিক আছে, আপোনাৰ কামটো কৰা সম্পূর্ণ হল, Members টেবোলটো ঠিক এইৰকমে দেখাত হব |
05:22 এই উইন্ডোটো বন্ধ কৰক |
05:25 এতিয়া, পর্দাত যেনে দেখা গৈছে, সেইৰকমে চাৰিটা নমুনা সদস্যৰ তথ্য Members টেবোলত যোগ কৰা যাওক|
05:35 ঠিক যিভাবে আপোনি Books টেবোলত কৰিছিলে |<pause for 10 seconds>**********
05:46 সম্পূর্ণ হৈ গল, এই উইন্ডোটো বন্ধ কৰি দিয়ক |
05:50 এতিয়া, আহক আকৌ এবাৰ প্রধান উইন্ডোত উভতি যাও আৰু Tables আইকনৰ উপৰত পুনৰায় ক্লিক কৰক |
05:57 এইবাৰ তৃতীয় টেবোল তৈয়াৰ কৰা যাওক: Books Issued |
06:03 সম্পূর্ণ হোৱাৰ পিছত, Books Issued টেবোলত এই ক্ষেত্রবোৰ থাকিব :
06:10 ইস্যু আইডি, এইটোৰ ক্ষেত্র প্রকাৰ Integer বা পূর্ণসংখ্যা | এইটো হল প্রাইমেৰী কী |
06:16 Book Id, ক্ষেত্র প্রকাৰ, পূর্ণসংখ্যা |
06:20 Member Id, ক্ষেত্র প্রকাৰ পূর্ণসংখ্যা |
06:24 Issue Date, ক্ষেত্র প্রকাৰ, তাৰিখ |
06:28 Return Date, ক্ষেত্র প্রকাৰ, তাৰিখ |
06:32 Actual Return Date, ক্ষেত্র প্রকাৰ, তাৰিখ
06:35 আৰু Checked In, ক্ষেত্র প্রকাৰ Yes/No অর্থাত বুলিয়েন *********
06:42 ঠিক আছে, Books Issued টেবোল তৈয়াৰ হৈ গৈছে |
06:47 এতিয়া পর্দাত যেনে দেখা গৈছে, তেনে নমূনা তথ্য এই টেবোলত যোগ কৰক |
06:56 এইটোৰ অর্থ হয় এতিয়া স্পষ্ট নহব পাৰে, কিন্তু খুব শীঘ্রেই আমি বুঝিব পাৰিম ঠিক কি ঘটিছে |
07:17 এতিয়া, আমাৰ লাইব্রেৰী ডাটাবেসত তিনটা টেবোল আছে আৰু সেইবোৰত নমুনা তথ্যও আছে |
07:25 এতিয়া ডাটাবেসত সম্পর্ক তৈয়াৰ কৰা জানা যাওক|
07:31 তেনেহলে আমি তিনটা টেবোলত তিনটা বেলেগ তথ্য সংৰক্ষণ কৰিছো |
07:38 কিতাপ, সদস্য আৰু সদস্যক দিয়া কিতাপ |
07:44 আৰু আমি তিনটা টেবোলতেই, প্রতিটো কিতাপ, প্রত্যেক সদস্য আৰু প্রতিটো কিতাপ দিয়াক, স্বতন্ত্র ভাবে সিনাক্ত কৰাৰ বাবে, কলম নির্ধাৰিত কৰিছো | ********
07:57 সেইবোৰ হল প্রাইমেৰী কি বা প্রধান কি |
08:00 প্রাইমেৰী কীৰ আৰো অনেক সুবিধাৰ অন্যতম হল যে এইটো টেবোলবোৰৰ সম্পর্ক স্থাপন কৰিবলৈ সাহায্য কৰে |
08:10 কিন্তু সম্পর্ক তৈয়াৰ কৰাৰ কি প্রয়োজন আছে?
08:13 Books Issued টেবোলত চাওক | ইয়াত, আপোনি কিতাপৰ আইডি আৰু সদস্যৰ আইডি ক্ষেত্র দুটা দেখিব পাৰিছে |
08:23 Books Issued টেবোলত যিকোনো মান থাকিব পাৰে |
08:28 কিন্তু, সেইবোৰৰ মান, Books আৰু Members টেবোলৰ মানৰ নিচিনা যথাক্রমে সামঞ্জস্যপূর্ণ হব লাগিব |***********
08:38 অর্থাত যদি Books টেবোলত ম্যাকবেথ কিতাপৰ আইডি ৩ হয়,
08:45 তেনেহলে Books Issued টেবোলৰ Book Id ক্ষেত্রত ৩ লিখিলে, এইখনো একেই কিতাপক বোঝাব |*********
08:56 তেনেহলে, এই দুটা টেবোলক আৰো স্পষ্টভাবে সংযুক্ত কৰিবলৈ, তাত সংযোগ স্থাপনৰ প্রয়োজন আছে |
09:05 আৰু, উদাহৰণস্বৰুপে, কিভাবে এই সম্পর্কটো স্থাপন কৰিব যে 'ম্যাকবেথ' কিতাপখন ৰবি কুমাৰক ২ জুন ২০১১ ত দিয়া হৈছিল?
09:16 আৰু কিভাবে আপোনি নিশ্চিত হব যে এটা কিতাপ মাত্র গ্রন্থাগাৰৰ সদস্যক দিয়া হৈছে, অন্যবোৰক দিয়া হোৱা নাই ?
09:25 এইবোৰ কৰিবলৈ সম্পর্ক স্থাপন কৰিব লাগিব, যিয়ে তথ্যবোৰক পৰস্পৰ যুক্ত কৰিবলৈ সাহায্য কৰিব |
09:34 সংশ্লিষ্ট ক্ষেত্রবোৰক পৰস্পৰ যুক্ত কৰি, বেসক মাত্র Books টেবোল আৰু Members টেবোলে পৰা হে মান ব্যবহাৰ কৰিবলৈ জোৰ কৰিব লাগিব  |***************************
09:46 দেখা যাওক কিভাবে কৰা যায় |
09:48 Libre অফিস বেস প্রধান উইন্ডোত, Tools- এৰ উপৰত ক্লিক কৰক আৰু তাৰপিছত ক্লিক কৰক Relationships.
09:58 এইটোৱে সৰু পপ আপ উইন্ডো প্রদর্শিত কৰাইছে |
10:03 ইয়াত সবতচে উপৰৰ টেবোল নির্বাচন কৰক আৰু Add বাটনত ক্লিক কৰক । অন্যান্য দুটা টেবোলতো একেই কাম পুনৰাবৃত্তি কৰক |
10:15 পপ আপ উইন্ডো বন্ধ কৰক |
10:18 এতিয়া আমি তিনটা টেবোল দেখিব পাৰিছো - Books, Books Issued and Members.
10:26 ক্লিক কৰি, টানি অন্য স্থানত ৰাখি, টেবোলবোৰত আৰো স্পেচ ৰখা যাওক|
10:35 এতিয়া, Books টেবোলৰ Book ID-ৰ উপৰত ক্লিক কৰক আৰু সেইটোক টানি আনি Books Issued টেবোলৰ Book ID-ৰ উপৰত ৰাখক |
10:48 এই দুটা ক্ষেত্রৰ নামত সংযোগকাৰীৰ এটা লাইন লক্ষ্য কৰক | তেনেহলে, আপোনি এটা সম্পর্ক তৈয়াৰ কৰিছে |
10:57 এইবাৰ MemberId- এৰ বাবে একেই কামক পুনৰাবৃত্তি কৰক |
11:02 Members টেবোলৰ Member ID-ৰ উপৰত ক্লিক কৰি টানি আনি আৰু Books Issued টেবোলত বহাওক |
11:11 আপোনি দেখিব পাৰিছে যে, আমি এতিয়া দুটা সম্পর্ক তৈয়াৰ কৰিছো |
11:16 আৰু, এইভাবেই আপোনি সম্পর্ক স্থাপন কৰিবলৈ পাৰিব |
11:20 আৰু ৰিলেশনেল ডাটাবেস –এৰ বিভিন্ন টেবোলবোৰত সংৰক্ষিত অর্থপূর্ণ তথ্যবোৰক পৰস্পৰ সংযুক্ত কৰিবলৈ পাৰিব |
11:30 ইয়াতে LibreOffice-এৰ এই টেবোল আৰু সম্পর্ক সংক্রান্ত এই টিউটোৰিয়েলটো সমাপ্ত হল |
11:36 সাৰসংক্ষেপে, আমি শিকিছো, কিভাবে টেবোলত তথ্য যোগ কৰা যায়, সম্পর্কৰ সংজ্ঞা দিয়া আৰু সম্পর্ক গঠন কৰা যায় |
11:45 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ যা ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত ।
11:57 এই প্রকল্প http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় |
12:03 এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য ।
12:08 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
12:17 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi