LibreOffice-Suite-Base/C2/Modify-a-Report/Assamese

From Script | Spoken-Tutorial
Revision as of 10:42, 24 July 2014 by Gaurav (Talk | contribs)

Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম।
00:06 এই ট্যুটৰিয়েলত আমি শিকিম,
00:09 লেআউট, লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল-সলনি কৰা হয়।
00:16 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক।
00:23 ইয়াৰ আগৰ ট্যুটৰিয়েত কেনেকৈ এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, সেই বিষয়ে শিকিছিলো।
00:28 আৰু আমি ‘Books Issued to Members: Report History’ নামেৰে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলো।

এই ৰিপৰ্টটো কেনেকৈ সাল-সলনি কৰিব পাৰি, এতিয়া আমি সেই বিষয়ে শিকিম।

00:40 লাইব্ৰেৰী ডাটাবেছটোৰ
00:42 বাওঁ পেনেলত Reports আইকনত ক্লিক কৰক।
00:47 সোঁ পেনেলৰ ৰিপৰ্ট তালিকাত আমি ‘Books Issued to Members: Report History’ নামৰ ৰিপৰ্টটো দেখা পাইছোঁ।
00:57 ইয়াত ৰাইট ক্লিক কৰক আৰু তাৰ পিছত ইয়াক সালসলনি বা সম্পাদনা কৰিবৰ বাবে Edit-অত ক্লিক কৰক।
01:08 আমি এতিয়া Report Builder Window নামৰ এখন নতুন উইণ্ড’ দেখা পাইছোঁ।
01:14 এই স্ক্ৰীনখন তিনিটা মূল চেকশ্যনৰে গঠিত হৈছে।
01:19 ওপৰত আৰু তলত আছে Page Header আৰু Footer চেকশ্যন।
01:26 তাৰপিছত Header চেকশ্যন
01:29 আৰু Detail চেকশ্যন।
01:34 আমি এটা ৰেকৰ্ড হেডাৰ আৰু এটা ফুটাৰ চেকশ্যনো যোগ দিব পাৰোঁ—
01:40 মূল স্ক্ৰীনৰ বগা এলেকাত ৰাইট ক্লিক কৰি আৰু তাৰপিছত ‘Insert Report Header/Footer’-অত ক্লিক কৰি।
01:51 স্ক্ৰীনৰ বাওঁফালৰ কমলা বৰণীয়া অংশত ডবল ক্লিক কৰি এই চেকশ্যনকেইটা আমি ঠেক বা বহল কৰিব পাৰোঁ।
02:00 অধিক আগবঢ়াৰ আগতে, এয়া Report Design Window-ৰ এটা স্ক্ৰীনশ্বট।
02:06 ঠিক এনেকুৱা দেখাবৰ বাবে আমি আমাৰ ৰিপৰ্ট ডিজাইন সাল-সলনি কৰিম।
02:11 আমি কিছুমান টেক্সট্‌ লেবেল, ফণ্ট, ফৰমেটিং যোগ দিম আৰু বিভিন্ন চেকশ্যনৰ মাজৰ ঠাই এডজাষ্ট কৰিম।
02:20 ঠিক আছে, কিছুমান ৰিপৰ্ট হেডাৰ আৰু ফুটাৰ যোগ দিয়া যাওক।
02:27 ইয়াৰ বাবে আমি
02:31 ওপৰৰ মেনুবাৰৰ তলতে থকা Report Controls টুলবাৰৰ label field আইকনত ক্লিক কৰিম।
02:40 দেখুওৱা ধৰণে ৰিপৰ্ট হেডাৰ এলেকালৈ যাওক
02:48 আৰু Label-অত ডবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয়।
02:55 ইয়াত Label-অৰ বিপৰীতে টাইপ কৰক:
03:00 ‘Books Issued to Members: Report History’ আৰু এণ্টাৰ টিপক।
03:07 লগতে ফণ্ট ষ্টাইলো সলনি কৰা যাওক; আমি Arial Black, Bold আৰু আকাৰ 12 বাছনি কৰিম।
03:17 OK বাটনত ক্লিক কৰক।
03:21 ইয়াৰ পিছত, স্ক্ৰীনত দেখুওৱাৰ দৰে ৰিপৰ্ট ফুটাৰত অন্য এটা লেবেল যোগ কৰা যাওক <pause>
03:31 উদাহৰণ স্বৰূপে, টাইপ কৰা যাওক— ‘Report Prepared by Assistant Librarian’ <pause>
03:42 তাৰ পিছত ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ 8-লৈ সলনি কৰক। <pause>
03:51 Page Footer এলেকাত এটা লেবেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম। <pause>
03:59 লেবেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম— ‘Nehru Library, New Delhi’। <pause>
04:09 আৰু ফণ্টৰ ষ্টাইল Arial, Bold Italic আৰু আকাৰ 8-লৈ সলনি কৰিম। <pause>
04:20 এতিয়া স্পেচিং এডজাষ্ট কৰা যাওক।
04:24 প্ৰথমতে Page Header আৰু Report Header-অৰ মাজত থকা ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰি Page Header এলেকা ঠেক কৰা যাওক;
04:37 ক্লিক, ড্ৰেগ আৰু ড্ৰপ পদ্ধতি ব্যৱহাৰ কৰি ইয়াক ওপৰলৈ টানি লৈ যাম।
04:47 ইয়াৰ পিছত Report Header এলেকা ঠেক কৰিবলৈ
04:52 ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰিম। <pause>
05:01 Report Footer আৰু Page Footer-অৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি একেখিনি কামকে পুনৰ কৰিম।
05:13 ইয়াৰ পিছত হেডাৰ লেবেল সোঁমাজলৈ নিয়া যাওক।
05:18 ইয়াৰ বাবে প্ৰথমতে Book Title-অত ক্লিক কৰি সকলোবোৰ লেবেল নিৰ্বাচন কৰিম
05:26 আৰু তাৰপিছত দেখুওৱা ধৰণে Shift কী টিপা মাৰি ধৰি থাকি বাকী লেবেলবিলাকত ক্লিক কৰিম।
05:35 এতিয়া সেইবিলাকক চেণ্টাৰ কৰিবলৈ ওপৰমুৱা এৰো কী ব্যৱহাৰ কৰিম।
05:41 এতিয়া আমি হেডাৰত এটা পাতল নীলা বৰণীয়া বেকগ্ৰাউণ্ড দিম।
05:47 ইয়াৰ বাবে আমি Properties-অলৈ যাম আৰু Background Transparent ‘No’-লৈ সলনি কৰিম,
05:55 আৰু তাৰপিছত বেকগ্ৰাউণ্ড কালাৰৰ তালিকাৰ পৰা Blue 8 বাছনি কৰিম।
06:03 Detail চেকশ্যনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম। <pause>
06:09 ইয়াৰ বাবে আমি প্ৰথমতে Detail আৰু ৰিপৰ্ট ফুটাৰ চেকশ্যনৰ মাজৰ ঠাই বহল কৰি ল’ম <pause>
06:20 আৰু তাৰপিছত ফিল্ডবিলাক চেণ্টাৰ কৰি দিম। <pause>
06:24 দেখুওৱাৰ দৰে আমি Detail চেকশ্যনৰ বাবে ধোঁৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম। <pause>
06:32 ইয়াৰ পিছত, Checked In ফিল্ডৰ ডাটা ফৰমেটিং সলনি কৰিম।
06:39 যিহেতু ইয়াৰ Boolean Values 1 বা 0, গতিকে ই True বা False বুলি দেখুৱায়।
06:47 ইয়াক আমি সহজ হোৱাকৈ Yes বা No অপশ্যনলৈ সলনি কৰিম।
06:53 ইয়াৰ বাবে আমি Detail চেকশ্যনৰ সোঁফালে CheckedIn ফিল্ডত ডবল ক্লিক কৰিম।
07:01 এতিয়া সোঁফালৰ properties-অৰ Data টেবত প্ৰথমতে ক্লিক কৰক।
07:08 Data ফিল্ডৰ পিছৰ CheckedIn নামৰ বাটনত ক্লিক কৰক।
07:15 ইয়ে Function Wizard নামৰ এখন নতুন পপআপ উইণ্ড’ খোল খুৱায়।
07:20 ইয়াত প্ৰথমতে তলৰ সোঁফালে থকা Formula টেক্সট্ বক্সটো খালী কৰিম;
07:27 তাৰপিছত Category ড্ৰপডাউনত ক্লিক কৰিম আৰু তাৰপিছত IF-অত ডবল ক্লিক কৰিম।
07:35 এতিয়া সোঁফালে আমি নতুন কণ্ট্ৰল কিছুমান দেখা পাইছোঁ।
07:40 সোঁফালে প্ৰথম টেক্সট্ বক্সৰ পিছৰ Select আইকনত ক্লিক কৰক।
07:49 ইয়াত আমি ChekedIn-অত ডবল ক্লিক কৰিম।
07:53 তাৰপিছত আমি দ্বিতীয়টো টেক্সট্ বক্সত দুটা ঊৰ্ধ্বকমাৰ মাজত Yes বুলি টাইপ কৰিম।
08:01 আৰু তাৰপিছত তৃতীয়টো টেক্সট্ বক্সত No বুলি টাইপ কৰক। <pause>
08:12 এতিয়া আমি Properties চেকশ্যনৰ ভিতৰত থকা General টেবলৈ যাম
08:18 আৰু তলৰ Formatting-অৰ বিপৰীতে থকা বাটনটোত ক্লিক কৰিম।
08:24 ইয়াত আমি Category তালিকাৰ Text-অত ক্লিক কৰিম
08:28 আৰু তাৰ পিছত OK বাটনত ক্লিক কৰিম।
08:32 আৰু এতিয়া আমি ৰিপৰ্টটো চেভ কৰিম।
08:36 ঠিক আছে, এতিয়া আমি সাল-সলনি কৰা ৰিপৰ্টটো চলাম।
08:41 ইয়াৰ বাবে, আমি ওপৰৰ Edit মেনুত ক্লিক কৰিম আৰু তাৰপিছত Execute Report-অত ক্লিক কৰিম।
08:50 আৰু এইটোৱেই হৈছে লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সুন্দৰ ৰিপৰ্ট।
08:57 স্পেচিং, হেডাৰ, ফুটাৰ, ফণ্টবিলাক লক্ষ্য কৰক
09:01 আৰু লক্ষ্য কৰা CheckedIn ফিল্ড, য’ত Yes বা No বুলি কোৱা হৈছে।
09:06 আমাৰ ৰিপৰ্ট সাল-সলনি কৰাটো সম্পূৰ্ণ হৈছে।
09:11 ইয়াতে লিবাৰ অফিচ বেছত Modifying a Report সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে।
09:17 সাৰাংশ হিচাপে, আমি শিকিলো:
09:20 লেআউট, লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল-সলনি কৰা হয়।
09:26 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
09:48 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .

অংশগ্ৰহণৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Gaurav, Mousumi, PoojaMoolya