Difference between revisions of "LaTeX/C3/Feedback-diagram-with-Maths/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(7 intermediate revisions by one other user not shown)
Line 7: Line 7:
  
 
|0:00
 
|0:00
 
+
|নমস্কাৰ দৰ্শক সকল. Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম.
|Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম
+
  
 
|-
 
|-
  
 
|0:05
 
|0:05
 
+
| এই প্ৰশিক্ষনত, মই, কেনেকৈ এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া কৰিম.
| এই প্ৰশিক্ষনত, মই, কেনেকই এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া আগবৰহাম
+
 
|-
 
|-
 
|0:11
 
|0:11
 
+
| দ্বীতিয় বল্কটোত mathematical expression লক্ষয় কৰক.
| দ্বীতিয় বল্কটোত অন্ক উকটিবোৰ (mathematical expression) লক্ষয় কৰক
+
 
|-
 
|-
 
|0:16
 
|0:16
 
+
|এই প্ৰশিক্ষন চোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব.
|এই প্ৰশিক্ষন suwarলোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব
+
 
|-
 
|-
 
|0:23
 
|0:23
|আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনt প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ হয় kori purbo (pasor) slidat figure eta toiyar korim
+
|আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনত প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ কৰি পুৰ্ব (পাছৰ) স্লাইদত ফিগাৰ এটা তৈয়াৰ কৰিম.
 +
|-
 +
|0:36
 +
|এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা উচিত.
 
|-
 
|-
|০:36
 
|-এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা (লোৱা) উচিত
 
 
 
|0:42
 
|0:42
 
+
|আপোনাক এই প্ৰশিক্ষন শিকাবলৈ প্ৰয়োজন হোৱা সকলোবোৰ শিখনিটো (material) মোক কব দিয়ক.
|আপোনাক এই প্ৰশিক্ষন খিকাবলৈ প্ৰয়োজন হোৱা সকলৱাবোৰ শিখনিটো (material) মোক কব দিয়ক *****
+
  
 
|-
 
|-
  
 
|0:48
 
|0:48
 
+
|মই X fig , ভাৰ্চন 3.2 patch level 5 টো ৱয়বহাৰ কৰিম.
|মই X fig , version 3.2 patch level 5 টো ৱয়বহাৰ কৰিম
+
 
|-
 
|-
 
|0:52
 
|0:52
  
|আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে  আটমিয়তা লাগিব  
+
|আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে  আটমিয়তা লাগিব.
 
|-
 
|-
  
 
|0:56
 
|0:56
 
+
|আপোনাক image cropping ছফটোৱেৰটো লাগিব.
|আপোনাক image cropping softwareটো লাগিব
+
 
|-
 
|-
  
 
|1:01
 
|1:01
|pdfcrop এ Linux আৰু Mac OS X কাম কৰে. আমি এই প্ৰশিক্ষনত সেইতোউ dekhuam (খনগোৰি লম)
+
|pdfcropটো Linux আৰু Mac OS X কাম কৰে. আমি এই প্ৰশিক্ষনত সেইটোউ দেখোৱাম.
 +
 
 
|-
 
|-
  
 
|1:09
 
|1:09
 
+
|Windowsত Briss, ই কাৰজকৰিও হয়, কিন্ত এই প্ৰশিক্ষনত দেখোৱা নাই.
|Windowsট Briss উ কাৰজকৰি হই, কিন্ত এই প্ৰশিক্ষনত dekhua (খনগোৰি লোৱা) নাই
+
  
 
|-
 
|-
  
 
|1:15
 
|1:15
 
+
|Xfig টােলেই যাও.
|Xfig টােলই যাউ
+
  
 
|-
 
|-
  
 
|1:19
 
|1:19
 +
|ফাইলটো বাচি লওক, টাৰ পাছত খোলো.
  
|file টো বাচি laokলোৱা, টাৰ পাছত খোলা
+
|-
 
+
|-  
+
  
 
|1:26
 
|1:26
 
+
|যদি আমি তালিকা খনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষনত প্ৰস্তত কৰা “feedback.fig” ফাইল টো দেখা পাম, ইয়াত ক্লিক কৰক.
|যদি আমি listখনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষন t প্ৰস্তত কৰা “feedback.fig”file টো দেখা পাম, ইয়াত click কৰক
+
  
 
|-
 
|-
  
 
|1:42
 
|1:42
 
+
|আমি এই বক্চ টোৰ ভিতৰত এই ফিগাৰ টো দেখিম.
|আমি এই box টোৰ ভিতৰত এই figure টো দেখিম
+
  
 
|-
 
|-
  
 
|1:45
 
|1:45
 
+
|এইটোক খোলো.
|এইটোk খোলো  
+
  
 
|-
 
|-
  
 
|1:53
 
|1:53
 
+
|এইটোক ভিতৰলৈ আনি লোৱা যাওক.
|এইটোক ভিতৰলৈ আনি লোৱা jauk
+
 
|-
 
|-
  
 
|2:01
 
|2:01
 
+
|এইটোক জোম কৰো.
|এইটোক zoom উ কৰাkoru
+
  
 
|-
 
|-
  
 
|2:05
 
|2:05
 
+
|ফাইলত save as বিকল্পটো ৱয়বহাৰ কৰি আমি এই ফিগাৰটো maths বোলি সংৰক্ষন কৰি থম.
|file অত save as bikalpaটো ৱয়বহাৰ কৰি আমি এই figureটো maths বোলি sangrakhan(ৰাখি) kori থম
+
  
 
|-
 
|-
  
 
|2:20
 
|2:20
 
+
|এইটোক সংৰক্ষন কৰি থউ.
|এইটোক খন্গৰক্ষন কৰি থউ
+
  
 
|-
 
|-
  
 
|2:24
 
|2:24
 
+
|আমাৰ উচৰত এতিয়া ফাইল maths.fig আছে.
|আমাৰ usorotএটিয়া file maths.fig আছে
+
  
 
|-
 
|-
  
 
|2:27
 
|2:27
 +
|“Edit টো বাচি লওক আৰু Plant লেখাটোত ক্লিক কৰক.
  
|Let us select “Edit” and click the text “Plant”
+
|-
 
+
|-“Edit টো বাচি লোৱা louk আৰু Plant লেখaটোত click কৰা korok
+
  
 
|2:34
 
|2:34
  
|Let me take the mouse here. Let me delete this and enter $G(z) = \frac z{z-1}$
+
|মোক মাউচটো ইয়ালৈ আনিব দিয়ক. মোক এইটো ডিলিট কৰিব দিয়ক আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়ক.
মোক মাউচটো ইয়ালৈ আনিব দিয়া. মোক এইটো delete কৰিব দিয়া আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়া
+
  
 
|-
 
|-
  
 
|2:50
 
|2:50
 
+
|নিস্চিত হৈ লব যে লিখাৰ সময়ত মাউচটো বক্চটোৰ ভিতৰত থাকে.
|Make sure that the mouse stays within the box while typing নিস্চিত হৈ লব যাতে যেতিয়া  jeলিখাr smayat মাউচটো বক্চটোৰ ভিতৰত থাকে
+
  
 
|-
 
|-
  
 
|2:56
 
|2:56
 
+
|"Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ পৰিৱত্তন কৰক.
|The default value for “Flag” is “normal” - change it to “special”.  “Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ প্ৰৰিৱত্তন কৰা
+
  
 
|-
 
|-
  
 
|3:01
 
|3:01
 
+
| “done” অত কিল্ক কৰক.
|Click “done”
+
“done” অত কিল্ক কৰা
+
  
 
|-
 
|-
  
 
|3:07
 
|3:07
 
+
|জিহেটো লিখোতে দিঘল হয়,  অনয় বোৰৰ উপৰত উপৰা উপৰী হৈ জাব.
|As the text is long, it overlaps with other entries জিহেটো লিখোতে দিঘল hoi,এইটো অনয় bur r উপৰত upora উপৰী হই জাব  
+
 
|-
 
|-
 
 
|3:12
 
|3:12
|Let us move the text outside the box and work with it.
+
|লিখা খিনি বক্চটোৰ বাহিৰত লৈ যাও আৰু ইয়াৰ সৈতে কাম কৰো.
Likha kihini boxtur bahirat loi jau aru iyar soite kaam koru
+
 
|-
 
|-
  
 
|3:23
 
|3:23
 
+
|মোক ইয়াত কিল্ক কৰিব দিয়ক.
|Let me click here. মোক ইয়াত কিল্ক কৰিব দিয়া
+
 
|-
 
|-
 
|3:26
 
|3:26
|Let me choose grid mode.
+
|মোক grid mode টো বাচি লব দিয়ক.
|- মোক grid mode টো বাচি লব দিয়া
+
|-
  
 
|3:31
 
|3:31
 
+
|আমি ইয়াতে বিছৰা জিকোনো পৰিৱত্তনৰ সৈতে এবাৰ সন্তুস্ট হোৱাৰ পিছত,আমি ইয়াক বক্চটোত পুনৰ ৰাখিব পাৰো.
|Once we are satisfied with any changes that we may want here, we can put it back inside the box.
+
|-
|আামি iyate bisoraইয়াতো বিচাৰো জিকোনো প্ৰৰিৱত্তনৰ সৈতে এবাৰ সন্তূচত হোৱাৰ পিছত যিতো আমি ,আমি ইয়াক box টোt পুনৰ rakhiboকৰিব পাৰো
+
 
+
 
|3:39
 
|3:39
 
+
| ফাইল টো সংৰক্ষন কৰো.
|Let us save the file. fileটো ৰাখি থোৱা
+
  
 
|-
 
|-
  
 
|3:44
 
|3:44
 
+
|combined pdf and latex file বয়ৱহাৰ কৰি export কৰো.
|Let us export using combined pdf and latex files.
+
combined pdf and latex file বয়ৱহাৰ কৰি export কৰো
+
  
 
|-
 
|-
  
 
|3:51
 
|3:51
|File Export. Combined pdf and LaTeX.   Export কৰো আহা
+
| file, Export, combined pdf and latex, Export কৰো আহক.
 
|-
 
|-
  
 
|4:03
 
|4:03
 
+
| মই এটা ভুল হোৱা বাৰ্তা পাইচাে, কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে.
|There is an error message I get. But let us not worry about this.  মই এটা ভুল হোৱা বাৰ্তা পাইচাে.কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে
+
  
 
|-
 
|-
  
 
|4:11
 
|4:11
 
+
|মোক terminal লৈ যাব দিয়ক.
|Let me go to the terminal. মোক terminal লৈ জাব দিয়া
+
  
 
|-
 
|-
  
 
|4:13
 
|4:13
 
+
|মই “ls -lrt” লিখিম.
|Let me type “ls -lrt”  .মই “ls -lrt” লিখিম  
+
  
 
|-
 
|-
  
 
|4:21
 
|4:21
 
+
| অামি ফাইল বোৰৰ এখন তালিকা পাম, যি একেবাৰে শেখৰ তালিকা দেখোৱাই.
|We get a list of files, with the last one being the most recent  অামি file বোৰৰ এখন talika list পাম, ji একেবাৰে শেখৰ talika dekhuie
+
  
 
|-
 
|-
  
 
|4:26
 
|4:26
 
+
|শেখৰ ফাইল দুটা হৈচে maths.pdf _t আৰু maths.pdf.
|The last two files are maths.pdf_t and maths.pdf শেখৰ file দুটা হৈচে maths.pdf _t আৰু and maths.pdf  
+
  
 
|-
 
|-
  
 
|4:33
 
|4:33
 
+
|আমি “open maths.pdf” নি্ৰদেশটো দিউ আহক.
|Let us give the command “open maths.pdf” আমি “open maths.pdf” নি্ৰদেশটো দিউ আহা.
+
  
 
|-
 
|-
  
 
|4:42
 
|4:42
 
+
| এইটো ভিতৰলৈ অনা যাওক.
|Let us bring it inside. এইটো ভিতৰলৈ অনা যাউক
+
  
 
|-
 
|-
  
 
|4:45
 
|4:45
 
+
| আমি mathematical expression টোৰ অবিহনে বল্ক ডাইগ্ৰামটো দেখা পাম.
|We can see the block diagram without the mathematical expression  আমি mathematical expression টোৰ অবিহনে block diagramটো দেখা পাম
+
  
 
|-
 
|-
Line 241: Line 201:
 
|4:50
 
|4:50
  
|Let me close this  এইটো বন্দ কৰা
+
| এইটো বন্ধ কৰক.
  
 
|-
 
|-
Line 247: Line 207:
 
|4:52
 
|4:52
  
|Let us see maths.pdf_t in emacs editor that I have already opened  .মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t টো চাব দিয়াu
+
|মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t এইটো চাও.
 
|-
 
|-
  
 
|5:01
 
|5:01
  
|It is here. Let me open it.  এইটো দিয়া, মােক খুলিব দিয়া
+
| এইটো ইয়াত, এইটো আমি খুলো.
  
 
|-
 
|-
Line 258: Line 218:
 
|5:14
 
|5:14
  
|Please note that you do NOT have to use emacs অনুগ্ৰহ কৰি মন কৰিবা জে তোমাৰ বয়ৱহাৰ কাৰনে emacs নাই.
+
|অনুগ্ৰহ কৰি মন কৰিব যে আপোনি emacsৰ বয়ৱহাৰ কৰিব নালাগে.
  
 
|-
 
|-
Line 264: Line 224:
 
|5:17
 
|5:17
  
|You can use WHATEVER editor that you are comfortable with  তুমি জিতুতে সুবিধা পাউ সেইটো editorবয়ৱহাৰ কৰিব পাৰা
+
| অাপোনি যিতুতে সুবিধা পায়, সেইটো editor বয়ৱহাৰ কৰিব পাৰে.
  
 
|-
 
|-
Line 270: Line 230:
 
|5:22
 
|5:22
  
|You can see that the “picture” environment is used তুমি দেখা পাবা জে “picture” environment টো ৱয়বহাৰ কৰা হইচে
+
| আপোনি দেখা পাবা যে “picture” environment টো ৱয়বহাৰ কৰা হৈছে.
  
 
|-
 
|-
Line 276: Line 236:
 
|5:26
 
|5:26
  
|It also makes use of “includegraphics” and “color” packages – we need to tell LaTeX to take care of this requirement.    “includegraphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে-আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব.
+
| ই “include graphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে. আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব.
  
 
|-
 
|-
Line 282: Line 242:
 
|5:41
 
|5:41
  
|Let me now open the file maths-bp.tex,I have already created for this tutorial.
+
|এতিয়া এই টিউটৰিয়েলত ইতিমধেয় তৈয়াৰ হোৱা maths-bp.tex ফাইলটো খোলো.
Atia aie tutoriat itimodhye toiyar hua  maths-bp.tex filetu khulu
+
 
|-
 
|-
  
 
|5:59
 
|5:59
  
|I have used article class. মই article class উ লইছো.
+
|মই article class বয়ৱহাৰ কৰিছো.
  
 
|-
 
|-
Line 294: Line 253:
 
|6:02
 
|6:02
  
|I have used color and graphicx packages as these are used in the file pdf_t, the one we saw earlier.  মই color আৰু graphicx packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t t বয়ৱহাৰ হৈছিল যিতো তুমি এবাৰ দেখা পাইছা
+
|মই color আৰু graphic x packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t বয়ৱহাৰ হৈছিল যিতো আপোনি এবাৰ দেখা পাইছিলে.
  
|-
+
|-  
  
 
|6:15
 
|6:15
  
|I want empty pagestyle, as I do not want the page number . মই জিহেতো প্ৃছতা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই khali একো নথকা pagestyle বিচাৰু.
+
|মই জিহেতো পৃস্ঠা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই খালি pagestyle বিচাৰু.
  
 
|-
 
|-
Line 306: Line 265:
 
|6:20
 
|6:20
  
|Finally, I want to include the file maths.pdf_t. শেষত মই maths.pdf_t fileটো অন্তৰভুক্ত কৰিব বিচাৰু
+
|শেষত মই maths.pdf_t ফাইলটো অন্তৰভুক্ত কৰিব বিচাৰু
  
 
|-
 
|-
  
|6: 27
+
|6:27
  
|Let us invoke the command “pdflatex maths-bp” in the terminal.  আমি  terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো  invoke কৰো আহা.
+
|আমি  terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো  ইনভোক (invoke) কৰো আহক.
  
 
|-
 
|-
Line 318: Line 277:
 
|6:42
 
|6:42
  
|We get the message that the maths-bp.pdf is created. আমি maths-bp.pdf প্ৰষ্তুট কৰা ব্ৰতাটো পাম
+
|আমি maths-bp.pdf প্ৰস্টোত কৰা বাৰ্তাটো পাম.
  
 
|-
 
|-
Line 324: Line 283:
 
|6:48
 
|6:48
  
|Let us open it with the command “open maths-bp.pdf”. আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো
+
|আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো.
  
 
|-
 
|-
Line 330: Line 289:
 
|6:58
 
|6:58
  
|We have the file we want. Let me zoom it. আমি বিচৰা fileটো আমি পাইছো.মোক এইটো zoom কৰিব দিয়া
+
|আমি বিচৰা ফাইলটো আমি পাইছো. মোক এইটো zoom কৰিব দিয়ক.
  
 
|-
 
|-
Line 336: Line 295:
 
|7:07
 
|7:07
  
|Now that we know that the mathematical expression is working, let us move the text inside the block.  এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি bloc টো ভিতৰলৈ নিউ আহা
+
|এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি ব্লক টো ভিতৰলৈ নিয়ো.
 
+
 
|-
 
|-
  
 
|7:30
 
|7:30
  
|Let us save and export. It is already in the required language. Export.  save আৰু export কৰো আহা . এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতে আছে.
+
|save আৰু export কৰো আহক. এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতেই আছে.
  
 
|-
 
|-
Line 348: Line 306:
 
|7:38
 
|7:38
  
|Let us dismiss this warning. warning টো dismiss কৰি দিয়ো আহা.
+
|এই সতর্ক বার্তা টো অপসাৰিত কৰি দিয়ো.         
  
 
|-
 
|-
Line 354: Line 312:
 
|7:41
 
|7:41
  
|Let me compile it again. এইটো মোক পুনৰ compile কৰিব দিয়া
+
|এইটো মোক পুনৰ কম্পাইল কৰিব দিয়ক.
  
 
|-
 
|-
Line 360: Line 318:
 
|7:44
 
|7:44
  
|Let us click the pdf browser that has the file. fileটো থকা pdf browser অত clickকৰাে আহা
+
|ফাইলটো থকা pdf browser অত ক্লীক কৰাে আহক.
  
 
|-
 
|-
  
|7: 49
+
|7:49
  
|Now you see the mathematical expression inside the box, the way we want. এটিয়া আমি জি ধাৰনা বিছাৰিছিলো সেইধৰে boxটোৰ ভিতৰত mathematical expressionবোৰ dekha পাম
+
|এটিয়া আমি জি ধৰনে বিছাৰিছিলো সেইধৰনেৰে বক্চটোৰ ভিতৰত mathematical expressionবোৰ দেখা পাম.
  
 
|-
 
|-
Line 372: Line 330:
 
|7:56
 
|7:56
  
|Let us now see what happens if we do not choose the special flag. আমি জদী  special flag খন বাছি নলউ তেন্তে কি হয় চাউ আহা.
+
|আমি যদি special flag খন বাছি নলও তেন্তে কি হয় চাউ আহক.
  
 
|-
 
|-
Line 378: Line 336:
 
|8:01
 
|8:01
  
|Let me come here. মােক ইয়ালৈ আহিব দিয়া
+
|মােক ইয়ালৈ আহিব দিয়ক.
  
 
|-
 
|-
Line 384: Line 342:
 
|8:04
 
|8:04
  
|Let me edit the text, change the “Special Flag” to “normal”. Done.. মোক লেখাটো পৰিৱত্তন কৰিব দিয়া “Special Flag” k to “normal” লৈ  সলনি কৰা
+
| মই লেখাটো পৰিৱৰ্তন কৰো. “Special Flag” to “normal” লৈ  সলনি কৰক.
  
 
|-
 
|-
Line 390: Line 348:
 
|8:25
 
|8:25
  
|File, save. Let me export .
+
|ফাইলত গই save কৰক . export  কৰক.
  
|-File অত গই save কৰা .export  কৰা
+
|-
  
 
|8:37
 
|8:37
  
|Let me compile. Let me come here.  মোক compile কৰিব দিয়া. আকৌ ইয়ালৗ আহিব দিয়া.
+
| মোক কম্পাইল কৰিব দিয়ক. আকৌ ইয়ালৈ আহিব দিয়ক.
  
 
|-
 
|-
Line 402: Line 360:
 
|8:41
 
|8:41
  
|The formula is no longer in the form we want.  আামি বিচৰা মতে formulaটো আৰু নাই
+
|আমি বিচৰা মতে সূত্রটো আৰু নাই.
  
 
|-
 
|-
Line 408: Line 366:
 
|8:46
 
|8:46
  
|Let us change the “special flag” back to “special”.  
+
|“special flag” k পুনৰ “special” লৈ পৰিৱত্তন কৰক.
  
|-“special flag” k পুনৰ “special” লই পৰিৱত্তন কৰা.
+
|-
  
 
|9:03
 
|9:03
  
|Save, export .Save কৰা আৰু export কৰা
+
|Save কৰক আৰু export কৰক.
  
 
|-
 
|-
Line 420: Line 378:
 
|9:12
 
|9:12
  
|Recompile. See that the file is in the form we want.
+
|পুনৰ কম্পাইল কৰক. চাব জাতে  ফাইলটো আমি বিচৰা গথনটোত আছে.
 
+
|-
|-পুনৰ compile কৰা.চাবা জাতে  fileটো আমি বিবৰা গথনটোত আছে
+
  
 
|9:18
 
|9:18
  
|Let us now improve the appearance of this formula.  এই formulaটোৰakar অৱয়বটো (appearance) কিছু উন্নত কৰা যাউক
+
|এই formulaটোৰ আকাৰ (appearance) কিছু উন্নত কৰা যাউক.
  
 
|-
 
|-
Line 432: Line 389:
 
|9:22
 
|9:22
  
|In this case, the use of dfrac will make the fraction look better. এই খেত্ৰত dfrac অৰ ৱয়বহাৰ e fraction টো rakarঅৱয়বটো বেছি ভাল দেখুৱাব
+
|এই খেত্ৰত dfracঅৰ বয়ৱহাৰে fraction টোৰ আকাৰ বেছি ভাল দেখুৱাব.
  
 
|-
 
|-
Line 438: Line 395:
 
|9:28
 
|9:28
  
|In view of this, let us change frac to dfrac. এইটোলৈ লক্ষৗ ৰাখি  frac k to dfracলৌ  সলনি কৰো আহা
+
|এইটোলৈ লক্ষয় ৰাখি  fracক dfracলৈ সলনি কৰো আহক
  
 
|-
 
|-
Line 444: Line 401:
 
|9:38
 
|9:38
  
|Let me click here. Keep the mouse inside the box. ইয়াত কিল্ক কৰা. mouseটো boxটোৰ ভিতৰত ৰাখি থবা
+
| ইয়াত কিল্ক কৰক. মাউচটো বক্চটোৰ ভিতৰত ৰাখি থব.
  
 
|-
 
|-
Line 450: Line 407:
 
|9:43
 
|9:43
  
|Put d here. Done. Save, export. ইয়াত d বহুৱা. সমপুন্ন হল. Save কৰা export কৰা
+
| ইয়াত d বহুৱাওক. সমপন্ন হল. Save কৰক export কৰক
  
 
|-
 
|-
Line 456: Line 413:
 
|9:52
 
|9:52
  
|Let us compile once again using “pdflatex”.    “pdflatex” ৱয়বহাৰ কৰি মোক আকৌ এবাৰ compile কৰি দিয়া.
+
| “pdflatex” ৱয়বহাৰ কৰি আকৌ এবাৰ কম্পাইল কৰক.
  
 
|-
 
|-
Line 462: Line 419:
 
|10:03
 
|10:03
  
|We get the error message “Undefined control sequence” \dfrac.  আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাত্তা পাম
+
|আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাৰ্ত্তা পাম.
  
 
|-
 
|-
Line 468: Line 425:
 
|10:11
 
|10:11
  
|LaTeX complains because the command \dfrac is defined in the package “Amsmath” but we have not included it. LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac commandটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোk অন্তৰভুত্ত নকৰিলো
+
|LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac কম্মান্দটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোক অন্তৰভুত্ত নকৰিলো.
  
 
|-
 
|-
Line 474: Line 431:
 
|10:21
 
|10:21
  
|We need to include it in the file maths-bp.tex. আমি এইটোক maths-bp.tex fileটোত অন্তৰভুত্ত কৰিব লাগিব
+
|আমি এইটোক maths-bp.tex ফাইলটোত অন্তৰভুত্ত কৰিব লাগিব.
  
 
|-
 
|-
Line 480: Line 437:
 
|10:27
 
|10:27
  
|Let us do it. Let us go to emacs.এইটো কৰা যাউক.emacs লই জাউ বলা
+
|এইটো কৰা যাওক. emacs লৈ জাও বলক.
  
 
|-
 
|-
Line 486: Line 443:
 
|10:35
 
|10:35
  
|Enter “\usepackage{amsmath}” . “\usepackage{amsmath}” Enter টিপক
+
|“\usepackage{amsmath}” এন্টাৰ টিপক.
  
 
|-
 
|-
Line 492: Line 449:
 
|10:41
 
|10:41
  
|Let us save the file. Let us compile once again. Let me first exit.  fileটো ৰাখি থুৱা যাউক.আকৌ এবাৰ compile কৰো আহা.প্ৰথমে বাহিৰলৈ জোৱা.
+
|ফাইলটো ৰাখি থুৱা যাউক. আকৌ এবাৰ কম্পাইল কৰো আহক. প্ৰথমে বাহিৰলৈ যাও.
  
 
|-
 
|-
Line 498: Line 455:
 
|10:49
 
|10:49
  
|Let me now recompile. Now it compiles.Let us click this. এতিয়া মোক পুনৰ compile কৰিব দিয়া. এতিয়া এইটো compile খনকলিত হল এইটোত কিল্ক কৰা যাউক
+
|এতিয়া মোক পুনৰ কম্পাইল কৰিব দিয়ক. এতিয়া এইটো কম্পাইল হল. এইটোত কিল্ক কৰা যাউক
  
 
|-
 
|-
Line 504: Line 461:
 
|10:59
 
|10:59
  
|We see that the fraction has now come out nicely. আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে
+
|আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে.
  
 
|-
 
|-
Line 510: Line 467:
 
|11:03
 
|11:03
  
|We have now achieved our objective of learning how to embed mathematical expressions in Xfig.  আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ খঙখিক প্ৰকাশবোৰ (mathematical expressions) স্থাপিত কৰা হয়, সেইতো শিকিলো palu
+
|আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ mathematical expressions স্থাপিত কৰা হয়, সেইতো শিকিলো.
+
 
|-
 
|-
  
 
|11:11
 
|11:11
  
|It is important to note that Xfig does not interpret the LaTeX commands at all.এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX commandবোৰ  মোথেই বোজাই নিদিয়ে
+
|এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX কম্মান্দবোৰ  মোথেই বোজাই নিদিয়ে.
  
 
|-
 
|-
Line 522: Line 478:
 
|11:16
 
|11:16
  
|The interpretation is done by the “pdflatex” command .বয়খাখৰনটো “pdflatex” commandটোয়ে কৰে
+
|বয়খাখৰনটো “pdflatex” কম্মান্দটোয়ে কৰে.
  
 
|-
 
|-
Line 528: Line 484:
 
|11:20
 
|11:20
  
|The LaTeX commands have to be correct and consistent at the time of compilation. খঙকলনৰ সময়ত LaTeX commandsবোৰ শুধ অাৰু বিশ্বাস যোগয় হব লাগিব
+
|কম্পাইলেছনৰ সময়ত LaTeX কম্মান্দবোৰ শুদ্ধ অাৰু বিশ্বাস যোগয় হব লাগিব.
  
 
|-
 
|-
Line 534: Line 490:
 
|11:25
 
|11:25
  
|We will now explain how to remove the white space around the figure. এতিয়া অামি figureটোr চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম
+
|এতিয়া অামি figureটোৰ চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম.
  
 
|-
 
|-
Line 540: Line 496:
 
|11:31
 
|11:31
  
|Let me go to the terminal. মোক terminalলই যাব দিয়া
+
|মোক terminal লৈ যাব দিয়ক.
  
 
|-
 
|-
Line 546: Line 502:
 
|11:33
 
|11:33
  
|Let me type the command “pdfcrop maths-bp.pdf” - this is the file we created, into “maths-out.pdf”.    “pdfcrop maths-bp.pdf” নিদেশটো লিখি দিয়া . এইটো “maths-out.pdf” অত toiyar কৰা file
+
|নিদেশটো লিখি দিয়ক “pdfcrop maths-bp.pdf” . এইটো “maths-out.pdf” ইয়াত তৈয়াৰ কৰা ফাইল
 
+
 
|-
 
|-
  
 
|11:53
 
|11:53
  
|Pdfcrop says one page written on this file. Pdfcropএ এই fileটোত এটা প্ৰষ্টা লিখি থকাটো কব
+
|Pdfcropএ এই ফাইলটোত এটা প্ৰষ্টা লিখি থকাটো কব.
  
 
|-
 
|-
Line 558: Line 513:
 
|11:57
 
|11:57
  
| “pdfcrop” takes an input file, trims the space around the figure and writes out the cropped file in the output file. “pdfcrop” এ এটা input file লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা file টো output fileটোত  লিখি দিয়ে.
+
| "pdfcrop” এ এটা input ফাইল লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা ফাইলটো output ফাইলটোত  লিখি দিয়ে.
  
 
|-
 
|-
Line 564: Line 519:
 
|12:09
 
|12:09
  
| “pdfcrop” is already installed in my system. মোৰ systemটোত  ইতিমধয় “pdfcrop” টো install কৰা হইছে
+
| মোৰ চিচ্টেমটোত  ইতিমধয় “pdfcrop” টো ইনস্টল কৰা হৈছে.
  
 
|-
 
|-
Line 570: Line 525:
 
|12:12
 
|12:12
  
|If you do not have it, you need to install it first. যদি তোমাৰ এইটো নাই  তেন্তে তুমি এইটো প্ৰথমে install কৰিব লাগিব
+
|যদি আপোনাৰ এইটো নাই  তেন্তে আপোনি এইটো প্ৰথমে ইনস্টল কৰিব লাগিব.
 
+
|-
+
 
+
|12:15
+
 
+
|Let us view this output file by the command, “open maths-out.pdf”. আমি এই output file টো “open maths-out.pdf" নিদেশ দি চাউ আহা
+
 
|-
 
|-
 
|12:15
 
|12:15
|"open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম।  
+
|"open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম।
 
|-
 
|-
 
|12:29
 
|12:29
Line 585: Line 534:
 
|-
 
|-
 
|12:31
 
|12:31
|চিত্রটি এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে ।  
+
|চিত্রটো এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে ।
 
|-
 
|-
 
|12:34
 
|12:34
Line 594: Line 543:
 
|-
 
|-
 
|12:42
 
|12:42
|এটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক ।   
+
|এইটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক ।  এইটোকোও বন্ধ কৰা যাওক । 
এইটোকোও বন্ধ কৰা যাওক ।  
+
 
|-
 
|-
 
|12:52
 
|12:52
Line 601: Line 549:
 
|-
 
|-
 
|12:57
 
|12:57
|খালি স্থান বোৰ অতৰুৱাবলৈও "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে।
+
|খালি স্থান বোৰ অতৰুৱাবলৈ "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে।
 
|-
 
|-
 
|13:01
 
|13:01
Line 610: Line 558:
 
|-
 
|-
 
|13:17
 
|13:17
|আমি ইয়াতে এই টিউটোৰিয়ালটোৰ শেষলৈ আহিলো
+
|আমি ইয়াতে এই টিউটোৰিয়েলটোৰ শেষলৈ আহিলো
 
|-
 
|-
 
|13:20
 
|13:20
|আমাৰ উচৰত আপনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক ।
+
|আমাৰ উচৰত আপোনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক ।
 
|-
 
|-
 
|13:27
 
|13:27
|বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক ।  
+
|বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক ।
 
|-
 
|-
 
|13:30
 
|13:30
Line 628: Line 576:
 
|-
 
|-
 
|13:47
 
|13:47
|পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-উপলব্ধ । এইটিো ইয়াত উপস্থিত ।
+
|পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-উপলব্ধ । এইটিো ইয়াত উপস্থিত ।
 
|-
 
|-
 
|14:02
 
|14:02
|স্পকেন টিউটোৰিয়ালৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে ।
+
|স্পকেন টিউটোৰিয়েলৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে ।
 
|-
 
|-
 
|14:09
 
|14:09
Line 637: Line 585:
 
|-
 
|-
 
|14:19
 
|14:19
|Mathematical Typesetting টিউটোৰিয়ালত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে ।
+
|Mathematical Typesetting টিউটোৰিয়েলত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে ।
 
|-
 
|-
 
|14:29
 
|14:29
|টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় ।  
+
|টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় ।
 
+
 
|-
 
|-
 
|14:38
 
|14:38
|এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক ।  
+
|এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক ।
 
|-
 
|-
 
|14:53
 
|14:53
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
| স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
 
|15:03
 
|15:03
Line 656: Line 603:
 
|-
 
|-
 
|15:16
 
|15:16
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
|এই পাঠটি অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 12:18, 16 May 2018

Time Narration
0:00 নমস্কাৰ দৰ্শক সকল. Xfig-অত mathematics embeddingৰ কথন প্ৰশিক্ষনলৈ স্বগতম.
0:05 এই প্ৰশিক্ষনত, মই, কেনেকৈ এই ফিগাৰটো প্ৰস্তত কৰে তাৰ উপৰত বাখয়া কৰিম.
0:11 দ্বীতিয় বল্কটোত mathematical expression লক্ষয় কৰক.
0:16 এই প্ৰশিক্ষন চোৱাৰ পিছত আপােনি যিকোনো অন্ক উকটিবোৰ প্ৰকাশভগনিক (embed) কৰিব পাৰিব.
0:23 আমি "Feedback diagrams through X fig” অৰ কথন প্ৰশিক্ষনত প্ৰস্তত কৰা figureটোৰ পৰা আৰম্ভ কৰি পুৰ্ব (পাছৰ) স্লাইদত ফিগাৰ এটা তৈয়াৰ কৰিম.
0:36 এইটো শিকাৰ আগত আপোনি সেই প্ৰশিক্ষনটো শিকা উচিত.
0:42 আপোনাক এই প্ৰশিক্ষন শিকাবলৈ প্ৰয়োজন হোৱা সকলোবোৰ শিখনিটো (material) মোক কব দিয়ক.
0:48 মই X fig , ভাৰ্চন 3.2 patch level 5 টো ৱয়বহাৰ কৰিম.
0:52 আপোনাক latex প্ৰয়োজন হব আৰু ইয়াৰ সৈতে  আটমিয়তা লাগিব.
0:56 আপোনাক image cropping ছফটোৱেৰটো লাগিব.
1:01 pdfcropটো Linux আৰু Mac OS X ত কাম কৰে. আমি এই প্ৰশিক্ষনত সেইটোউ দেখোৱাম.
1:09 Windowsত Briss, ই কাৰজকৰিও হয়, কিন্ত এই প্ৰশিক্ষনত দেখোৱা নাই.
1:15 Xfig টােলেই যাও.
1:19 ফাইলটো বাচি লওক, টাৰ পাছত খোলো.
1:26 যদি আমি তালিকা খনৰ মাজেৰে scroll কৰো আমি “Feedback Diagrams through Xfig” কথন প্ৰশিক্ষনত প্ৰস্তত কৰা “feedback.fig” ফাইল টো দেখা পাম, ইয়াত ক্লিক কৰক.
1:42 আমি এই বক্চ টোৰ ভিতৰত এই ফিগাৰ টো দেখিম.
1:45 এইটোক খোলো.
1:53 এইটোক ভিতৰলৈ আনি লোৱা যাওক.
2:01 এইটোক জোম কৰো.
2:05 ফাইলত save as বিকল্পটো ৱয়বহাৰ কৰি আমি এই ফিগাৰটো maths বোলি সংৰক্ষন কৰি থম.
2:20 এইটোক সংৰক্ষন কৰি থউ.
2:24 আমাৰ উচৰত এতিয়া ফাইল maths.fig আছে.
2:27 “Edit টো বাচি লওক আৰু Plant লেখাটোত ক্লিক কৰক.
2:34 মোক মাউচটো ইয়ালৈ আনিব দিয়ক. মোক এইটো ডিলিট কৰিব দিয়ক আৰু $G(z) = \frac z{z-1}$ অন্তৰ্ভুত্ত কৰিব দিয়ক.
2:50 নিস্চিত হৈ লব যে লিখাৰ সময়ত মাউচটো বক্চটোৰ ভিতৰত থাকে.
2:56 "Flag”অৰ চয়নত্রিয়া মুলয় টো হল “normal” ইয়াক “special” লৈ পৰিৱত্তন কৰক.
3:01 “done” অত কিল্ক কৰক.
3:07 জিহেটো লিখোতে দিঘল হয়,  অনয় বোৰৰ উপৰত উপৰা উপৰী হৈ জাব.
3:12 লিখা খিনি বক্চটোৰ বাহিৰত লৈ যাও আৰু ইয়াৰ সৈতে কাম কৰো.
3:23 মোক ইয়াত কিল্ক কৰিব দিয়ক.
3:26 মোক grid mode টো বাচি লব দিয়ক.
3:31 আমি ইয়াতে বিছৰা জিকোনো পৰিৱত্তনৰ সৈতে এবাৰ সন্তুস্ট হোৱাৰ পিছত,আমি ইয়াক বক্চটোত পুনৰ ৰাখিব পাৰো.
3:39 ফাইল টো সংৰক্ষন কৰো.
3:44 combined pdf and latex file বয়ৱহাৰ কৰি export কৰো.
3:51 file, Export, combined pdf and latex, Export কৰো আহক.
4:03 মই এটা ভুল হোৱা বাৰ্তা পাইচাে, কিন্ত ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে.
4:11 মোক terminal লৈ যাব দিয়ক.
4:13 মই “ls -lrt” লিখিম.
4:21 অামি ফাইল বোৰৰ এখন তালিকা পাম, যি একেবাৰে শেখৰ তালিকা দেখোৱাই.
4:26 শেখৰ ফাইল দুটা হৈচে maths.pdf _t আৰু maths.pdf.
4:33 আমি “open maths.pdf” নি্ৰদেশটো দিউ আহক.
4:42 এইটো ভিতৰলৈ অনা যাওক.
4:45 আমি mathematical expression টোৰ অবিহনে বল্ক ডাইগ্ৰামটো দেখা পাম.
4:50 এইটো বন্ধ কৰক.
4:52 মই ইতিমধয় খুলি ৰাখা emacs editorঅত maths.pdf_t এইটো চাও.
5:01 এইটো ইয়াত, এইটো আমি খুলো.
5:14 অনুগ্ৰহ কৰি মন কৰিব যে আপোনি emacsৰ বয়ৱহাৰ কৰিব নালাগে.
5:17 অাপোনি যিতুতে সুবিধা পায়, সেইটো editor বয়ৱহাৰ কৰিব পাৰে.
5:22 আপোনি দেখা পাবা যে “picture” environment টো ৱয়বহাৰ কৰা হৈছে.
5:26 ই “include graphics” অাৰু “color” packagesবো্ৰ বয়ৱহাৰ কৰে. আমি এইখিনি প্ৰয়োজনীতাৰ চোৱাছিতা কৰিবলৈ LaTeX অক কব লাগিব.
5:41 এতিয়া এই টিউটৰিয়েলত ইতিমধেয় তৈয়াৰ হোৱা maths-bp.tex ফাইলটো খোলো.
5:59 মই article class বয়ৱহাৰ কৰিছো.
6:02 মই color আৰু graphic x packages বো্ৰো বয়ৱহাৰ কৰিছো জিবো্ৰৰ pdf_t ত বয়ৱহাৰ হৈছিল যিতো আপোনি এবাৰ দেখা পাইছিলে.
6:15 মই জিহেতো পৃস্ঠা নম্বৰ থাকাতো নিবিচাৰু সেয়ে মই খালি pagestyle বিচাৰু.
6:20 শেষত মই maths.pdf_t ফাইলটো অন্তৰভুক্ত কৰিব বিচাৰু
6:27 আমি  terminalঅত দিয়া “pdflatex maths-bp” নি্ৰদেশটো  ইনভোক (invoke) কৰো আহক.
6:42 আমি maths-bp.pdf প্ৰস্টোত কৰা বাৰ্তাটো পাম.
6:48 আহক “open maths-bp.pdf” নি্ৰদেশ মতে খোলো.
6:58 আমি বিচৰা ফাইলটো আমি পাইছো. মোক এইটো zoom কৰিব দিয়ক.
7:07 এটিয়া জিহেটো আমি জানো জে mathematical expression বোৰে কাম কৰি আছে, আমি লিখাখিনি ব্লক টো ভিতৰলৈ নিয়ো.
7:30 save আৰু export কৰো আহক. এইটো ইতিমধয় আৱশয়কিয় ভাষাটোতেই আছে.
7:38 এই সতর্ক বার্তা টো অপসাৰিত কৰি দিয়ো.         
7:41 এইটো মোক পুনৰ কম্পাইল কৰিব দিয়ক.
7:44 ফাইলটো থকা pdf browser অত ক্লীক কৰাে আহক.
7:49 এটিয়া আমি জি ধৰনে বিছাৰিছিলো সেইধৰনেৰে বক্চটোৰ ভিতৰত mathematical expressionবোৰ দেখা পাম.
7:56 আমি যদি special flag খন বাছি নলও তেন্তে কি হয় চাউ আহক.
8:01 মােক ইয়ালৈ আহিব দিয়ক.
8:04 মই লেখাটো পৰিৱৰ্তন কৰো. “Special Flag” ক to “normal” লৈ  সলনি কৰক.
8:25 ফাইলত গই save কৰক . export  কৰক.
8:37 মোক কম্পাইল কৰিব দিয়ক. আকৌ ইয়ালৈ আহিব দিয়ক.
8:41 আমি বিচৰা মতে সূত্রটো আৰু নাই.
8:46 “special flag” k পুনৰ “special” লৈ পৰিৱত্তন কৰক.
9:03 Save কৰক আৰু export কৰক.
9:12 পুনৰ কম্পাইল কৰক. চাব জাতে  ফাইলটো আমি বিচৰা গথনটোত আছে.
9:18 এই formulaটোৰ আকাৰ (appearance) কিছু উন্নত কৰা যাউক.
9:22 এই খেত্ৰত dfracঅৰ বয়ৱহাৰে fraction টোৰ আকাৰ বেছি ভাল দেখুৱাব.
9:28 এইটোলৈ লক্ষয় ৰাখি  fracক dfracলৈ সলনি কৰো আহক
9:38 ইয়াত কিল্ক কৰক. মাউচটো বক্চটোৰ ভিতৰত ৰাখি থব.
9:43 ইয়াত d বহুৱাওক. সমপন্ন হল. Save কৰক export কৰক
9:52 “pdflatex” ৱয়বহাৰ কৰি আকৌ এবাৰ কম্পাইল কৰক.
10:03 আমি “Undefined control sequence” \dfrac বোলি ভূল হুৱা ৱাৰ্ত্তা পাম.
10:11 LaTeX এ অভিযোগ কৰিব কাৰনে \dfrac কম্মান্দটো “Amsmath” packageতোতে আছে কিন্ত আমি এইটোক অন্তৰভুত্ত নকৰিলো.
10:21 আমি এইটোক maths-bp.tex ফাইলটোত অন্তৰভুত্ত কৰিব লাগিব.
10:27 এইটো কৰা যাওক. emacs লৈ জাও বলক.
10:35 “\usepackage{amsmath}” এন্টাৰ টিপক.
10:41 ফাইলটো ৰাখি থুৱা যাউক. আকৌ এবাৰ কম্পাইল কৰো আহক. প্ৰথমে বাহিৰলৈ যাও.
10:49 এতিয়া মোক পুনৰ কম্পাইল কৰিব দিয়ক. এতিয়া এইটো কম্পাইল হল. এইটোত কিল্ক কৰা যাউক
10:59 আমি এতিয়া দেখিম যে fractionটো ধুনীয়াকৈ উলাইছে.
11:03 আমি এতিয়া অামাৰ উদ্দেশ্য Xfigঅত কেনেকৈ mathematical expressions স্থাপিত কৰা হয়, সেইতো শিকিলো.
11:11 এইতো মনত ৰখা উচিত যে Xfigয়ে LaTeX কম্মান্দবোৰ  মোথেই বোজাই নিদিয়ে.
11:16 বয়খাখৰনটো “pdflatex” কম্মান্দটোয়ে কৰে.
11:20 কম্পাইলেছনৰ সময়ত LaTeX কম্মান্দবোৰ শুদ্ধ অাৰু বিশ্বাস যোগয় হব লাগিব.
11:25 এতিয়া অামি figureটোৰ চাৰিউফালে থকা বগা খালি থাইখিনি কেনেকৈ অতৰাই, খিকিম.
11:31 মোক terminal লৈ যাব দিয়ক.
11:33 নিদেশটো লিখি দিয়ক “pdfcrop maths-bp.pdf” . এইটো “maths-out.pdf” ইয়াত তৈয়াৰ কৰা ফাইল
11:53 Pdfcropএ এই ফাইলটোত এটা প্ৰষ্টা লিখি থকাটো কব.
11:57 "pdfcrop” এ এটা input ফাইল লব, figureটোৰ চাৰিউকাশৰ খালি থাইখিনি কমাই দিয়ে আৰু cropped কৰা ফাইলটো output ফাইলটোত  লিখি দিয়ে.
12:09 মোৰ চিচ্টেমটোত  ইতিমধয় “pdfcrop” টো ইনস্টল কৰা হৈছে.
12:12 যদি আপোনাৰ এইটো নাই  তেন্তে আপোনি এইটো প্ৰথমে ইনস্টল কৰিব লাগিব.
12:15 "open maths-out.pdf" কমান্ডৰ দ্বাৰা আমি এই আউটপুট ফাইল দেখিব পাৰিম।
12:29 ইয়াক ভিতৰলৈ আনিম ।
12:31 চিত্রটো এতিয়া অত্যন্ত সৰু(কমপ্যাক্ট) হৈ গৈছে ।
12:34 খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল।
12:38 আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো।
12:42 এইটোক বন্ধ কৰো. এইটোকোও বন্ধ কৰা যাওক ।  এইটোকোও বন্ধ কৰা যাওক । 
12:52 স্লাইডলৈ উভতি আহো ।
12:57 খালি স্থান বোৰ অতৰুৱাবলৈ "briss" সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে।
13:01 এইটো লিনাক্স, Mac OS X আৰু উইন্ডোজটো কাম কৰে।
13:08 আমি Mac OS X -ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো. কিন্তু আমি এইটোক ইয়াত প্রদর্শন নকৰো ।
13:17 আমি ইয়াতে এই টিউটোৰিয়েলটোৰ শেষলৈ আহিলো
13:20 আমাৰ উচৰত আপোনাৰ বাবে এটি কাৰ্য আছে । এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্রতিসম আৰু সুন্দৰ কৰি তুলক ।
13:27 বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক ।
13:30 ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই।
13:36 বিভিন্ন চিত্র নির্মাণ কৰা চেষ্টা কৰক । library টো চাওক ।
13:41 ইন্টাৰনেটে অনুসন্ধান কৰক আৰু Xfig প্রাসঙ্গিক তথ্য সিনাক্ত কৰক ।
13:47 পড়াশোনাৰ বাবে দৰকাৰী তথ্য spoken tutorial.org-ত উপলব্ধ । এইটিো ইয়াত উপস্থিত ।
14:02 স্পকেন টিউটোৰিয়েলৰ ধাৰণা "what is spoken tutorial" –ত ব্যাখ্যা কৰা হৈছে ।
14:09 আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা LaTeX শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো।
14:19 Mathematical Typesetting টিউটোৰিয়েলত LaTeX-ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে ।
14:29 টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায় ।
14:38 এই ওয়েবসাইটত Xfig টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব । স্লাইডলৈ উভতি আহক ।
14:53 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
15:03 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
15:12 আমি আপোনাৰ অংশগ্রহণ আৰু প্রতিক্রিয়া স্বাগত জনাইছো.
15:16 এই পাঠটি অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Nancyvarkey