LaTeX-Old-Version/C2/Installing-MikTeX/Assamese

From Script | Spoken-Tutorial
Revision as of 15:09, 29 September 2014 by Gaurav (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুগণ, উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ এই টিউটোৰিয়েললৈ আমি আপোনাক স্বাগত জানাচ্ছি,
00:08 লেটেক্ উত্কৃষ্ট ডকুমেন্ট তৈয়াৰ কৰিবলৈ সাহায্য কৰে. আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ bisariboচাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত
00:19 আপোনি যদি ডকুমেন্টত অনেক গাণিতিক চিন্হেৰ টিউটোৰিয়েল ব্যবহাৰ কৰিব বিছাৰে, তেনেহলে লেটেক্ এৰ কোনো বিকল্প নাই
00:27 লেটেক্ ডকুমেন্ট এটি অপাৰেটিং সিস্টেম, যেনে উইন্ডোসত তৈয়াৰ কৰা হৈছে , সেইটো অন্য কোনো অপাৰেটিং সিস্টেম যেনে লিনাক্স বা ম্যাক ত কোনো পৰিবর্তন নোহোৱাকে ব্যবহাৰ কৰিব পাৰে আৰু ইয়াৰ বিপৰীতটোও প্রযোজ্য. লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software
00:44 সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug india
00:52 এই নিম্নলিখিত টিউটোৰিয়েলবোৰ আপোনি moudgalya.org ওয়েবসাইটত পাব
00:58 বৰ্তমানৰ টিউটৰিয়েল আগ বঢ়াৰ আগত কম্পাইলেশন কি তাৰ বিষয়ে জনা যাওক
01:06 লক্ষ্য কৰক fossee শব্দ দুটি s আৰু দুটি e এৰ ব্যবহাৰ আছে
01:22 fossee শব্দৰ সম্পূর্ণ ৰুপ টি হল free and open source software in science and engineering education. আমি এতিয়া উইন্ডোস্ অপাৰেটিং সিস্টেমত লেটেক্ ব্যবহাৰ কৰাৰ পদ্ধতি বর্ণনা কৰিম
01:37 আমি প্রথমে মিকটেক্, যি লেটেকৰ এটি বিনামূল্য সংস্কৰণ, তাৰ ইনস্টলেশান পদ্ধতি বর্ণনা কৰিম . তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটি বিনামূল্য front end
01:49 আমি আপোনাক আৰু জনাম কিভাবে টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰি কম্পাইল্ আৰু adobe ৰিডাৰ ব্যবহাৰ কৰি pdf ডকুমেন্ট দেখা যায়. আমি এটি বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম. সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয়
02:04 উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ বাবে মিকটেক্ খুবেই জনপ্রিয় software. ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি mictex dot org ত পাব
02:18 আহক তালৈ যোৱা যাওক . ইয়াত এইটো আছে . আপোনি এইটোক ডাউনলোড় কৰিব পাৰে.
02:40 আপোনি যদি লেটেকত নতুন হয়, তেনেহলে এইটি ডাউনলোড হোবাৰ পিছত এইটিক সেভ্ কৰক, যাতে আপোনি এইটিক ভবিষ্যতেও ব্যবহাৰ কৰিব পাৰে . ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে. এটি এটি ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ .
02:57 মিকটেকৰ সম্পূর্ণ সংস্কৰণ টি আৰু ডাঙৰ, প্রায় ৯০০ মেগা বাইটৰ,সেয়ে আমি ইয়াক ব্যবহাৰ নকৰো.
03:04 যদি আপোনাৰ কম্পিউটাৰত ভাল সংযোগ ব্যবস্থা নাথাকে তেনেহলে আপোনি CD ব্যবহাৰ কৰক , যি ভবিষ্যতে fossee.in পৰা পাব.
03:12 আমি ইনস্টলেশন ফাইল-টিক downloads directory ত সেভ্ কৰি থৈছো. আমি সেইটিক এতিয়া ওপেন কৰিম.
03:21 আমি পূর্বেই এইটিক ইয়াতে ডাউনলোড কৰে ৰাখিছো সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো
03:32 সকলো প্রশ্নৰ default উত্তৰ দিয়া অর্থাৎ কোনো উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই . এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও
03:41 মই মোৰ কমপিউটাৰত আগতেই এইটোক ইনস্টল কৰে ৰাখিছো . এইটি এই স্থানত ইনস্টল হৈ অছে
03:47 ইয়াৰ পিছত আমি adobe ৰিডাৰ বিষয়ে আলোচনা কৰিম. ই এটি বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে
03:56 আপোনাৰ কম্পিউটাৰত ই আগেৰে পৰা থাকিব পাৰে. যদি থাকে, তেনেহলে আপোনি এই slideৰ বাকি অংশক নাচালেও হব
04:03 যদি এইটো নাথাকে, তেনেহলে adobe dot comত যাই আৰু বিনামূল্য adobe ৰিডাৰ টো ডাউনলোড কৰক
04:11 আমি এইটোক downloads directory ত ডাউনলোড় কৰি ৰোখিছো. এইটি ইয়াত দেখা গৈছে
04:21 আমি এই ইনস্টলেশন পূর্বেই কৰি ৰাখিছো|
04:29 লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে|
04:43 দেখা যাওক মোৰ ওচৰত যদি এইটো আছে. টেকনিক্ সেন্টাৰৰ ওএবসাইটত ইয়াতে download directory আছে
05:01 আমি তললৈ যোৱাত texniccenter . ওআৰজি লৈ উভতি গৈছো.
05:10
05:28
05:36
ডাউনলোডত ক্লিক কৰা যাওক . আমি আমাৰ পূর্বৰ ওয়েবপেজত উভতি গৈছো| 
05:45 এই ওয়েবপেজত সর্বপ্রথমে যি সংস্কৰণটিৰ উল্লেখ আছে, সেটিত ক্লিক কৰি ডাউনলোড় কৰিব লাগিব . যিহেতু আমি পূর্বে ই এইটোক ডাউনলোড কৰি ৰাখিছো,
06:00 তেনেহলে সম্পূর্ণ পদ্ধতি-টো দেখা যাওক | ওয়েবসাইট-ত গৈ ডাউনলোড বাটন ত ক্লিক কৰক |
06:19 সূচীৰ প্রথমেই থাকা টেকনিক্ সেন্টাৰ installer আপোনাৰ প্রয়োজন হব |
06:27 ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে |
06:38 এইটোক ডবল ক্লিক কৰি আৰু তাৰপিছত কোনো উত্তৰ পৰিবর্তন ন কৰাকে এইটোক ইনস্টল্ কৰা যাওক |
06:47 ইনস্টলেশান আৰম্ভ কৰা যাওক | gpl চুক্তিক মানা যাওক| পৰবর্তী পর্যায় লৈ যাওক |ইয়াক ইনস্টল্ কৰা যাওক | ঠিকআছে, ই ইনস্টল্ হৈছে |
07:29   আইকনৰ ওপৰত ডবল ক্লিক কৰক আৰু টেকনিক্ সেন্টাৰ launch কৰক|
07:45 ঠিকআছে , আইকন টি ডেস্কটপত আছে | এইটোক লন্চ(launch) কৰা যাওক | এইটোক বন্ধ কৰা যাওক | ইয়াৰ পিছত আমি এটিক configure কৰিম | ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে |
08:15 c colon,program files,miktex ২.৭ ,miktex,bin | ইয়াক আপোনি অবশ্যই ব্রাউস(browse) কৰি সঠিক স্থানটি বিচাৰিব পাৰিব|
08:41 এইটি হল post script viewer | আমি ইয়াক সম্মতি দিও| আৰু একো এন্টাৰ নকৰো
08:49
09:06 এইটিক ক্লিক কৰা যাওক | এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল |
09:33 এতিয়া আমি এইটিক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে |
09:46 এইটিক সামান্য কিছু দাঙৰ কৰো | ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে | এতিয়া ইয়ালৈ উভতি আহা যাওক |
10:07 ই এটা configuration মেনু খুলিব আৰু আপনাকে কোনো লেটেক সংস্কৰণ ইনস্টল কৰিবলৈ সোধিব| ই আপোনাক মিকটেক্ ইনস্টল কৰিবলৈতে অনুমোদন কৰে|
10:16 next -ত ক্লিক কৰক| ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব|
10:27 আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে | এইটি আমি লিখিছো | PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** | তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো |
10:48 আপোনি যদি moudgalya dot org ত  ‘what is compilation’ নামৰ মৌখিক টিউটোৰিয়াল-টি দেখা নাই, তেনেহলে এতিয়া সেটিক চাওক|
11:00 তেনেহলে টেকনিক সেন্টাৰলৈ যাওক আৰু ফাইল মেনু-ত় ক্লিক কৰা যাওক |
11:15 আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটিক লোড কৰা যাওক | সেয়ে এয়াই যি আমি কৰিম  ,
11:24 তেনেহলে এইটি ওপেন কৰা যাওক | ইয়ালৈ উভতি আহা যাওক |
11:50 texnic center dot org ৰ পৰাও আপোনি সহায়তা পাব পাৰে, এই ওএবসাইট-টি আমি আগেও দেখিছো |
12:00 মোৰ মানে ইয়ালৈ আহা যাওক, ইয়াতে help, contents আছে |
12:16
12:28 আপোনি ইয়াতো ক্লিক কৰিব পাৰিব, অনেক প্রকাৰৰ তথ্য দেখিব পাৰিব যেনে latex maths আৰু graphics সংক্রান্ত তথ্য.
12:42 এইটিক বন্ধ কৰা যাওক |
12:52
13:02 ইয়ালৈ আহা যাওক | সেয়ে help on texnic center **- প্রথমটো আপোনাক টেকনিক সেন্টাৰ-এৰ font, look and feel এৰ বিষয়ে জানিবলৈ সাহায্য কৰে |
13:25 কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে|
13:37
13:45
13:52 এতিয়া ইয়ালৈ আহা যাওক আৰু লেখাৰ ফন্ট সামান্য দাঙৰ কৰা যাওক | সেয়ে tools, options, text format-লৈ যোৱা যাওক |
14:19 তেনেহলে আমি ফন্ট সাইজ দাঘৰ কৰিছি | এতিয়া আপোনি এডিটৰত লাইন-এৰ নম্বৰ-ও দেখিব পাৰিব|
14:44 tools, options, editor, show line numbers -ত ক্লিক কৰা যাওক | এতিয়া লাইন-এৰ নম্বৰবোৰ দেখা গৈছে|
15:03 latex to pdf অপশন-টিত ক্লিক কৰক| তেনেহলে এইটি কৰা যাওক | ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে |
15:27 CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব | ফাইল-টিত এটামাত্র লাইন থাকা উচিত | তেনেহলে এইটি কৰা যাওক - ctrl shift, f5 |
15:48 আৰু এতিয়া ই pdf reader খুলিছে | সেয়ে এইটোক ইয়ালৈ আনা যাওক | এইটিকে দাঙৰ কৰা যাওক | আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে|
16:06 এতিয়া hello dot tex আৰু hello dot pdf ফাইল-দুটিকেই বন্ধ কৰা যাওক | আমি এইটোক পিছত কৰিব পাৰো|
16:19 ইয়াৰ বাবে report dot tex ফাইলটো লোদ কৰা যাওক যি 'report writing' এৰ বিষয় মৌখিক টিউটোৰিয়াল প্রস্তুত কৰৰিবলৈ ব্যবহাৰ কৰা হৈছে | এই টিউটোৰিয়াল টি moudgalya dot org ওএবসাইটত আছে |
16:32 এটিকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক | আমি এটিক ইয়াত ৰাখো, যাতে আমি এটিৰ আৰো বেশি অংশ দেখিব পাৰো| এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটিকে কম্পাইল্ কৰা যাওক |
17:06

কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে | সেয়ে এইটিক ইয়াত লোৱা যাওক | এটিকোও ালপ দাঙৰ কৰা যাওক | কি হয়

17:31 এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক | ইয়াত এটি আর্টিকল আছে, এইটিক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক |
17:46 চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে | এটিক দাঙৰ কৰা যাওক | এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক | এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে .
18:14 এবাৰ এটিক পুনৰায় কম্পাইল কৰা যাওক | সেয়ে ইয়ালৈ ইভতি আহা যাওক | এইটিৰ কোনো প্রয়োজন নাই, সেয়ে এইটিক বন্ধ কৰা যাওক |
18:36 আমি এইটি-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো| আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে |
18:51
19:03 সেয়ে এইটি উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে | আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত খোলে |
19:19 এইটো ডকুমেন্ট-এৰ বাবে এটা সচায়ে সমস্যাৰ কাৰণ হব পাৰে |
19:27 এইটো দাঙৰ ডকুমেন্টৰ বাবে এটা সমসা হয়.
19:37 সুমাত্রা নিজেই pdf-ফাইলটোক ৰিফ্রেশ কৰে আৰু ইয়াৰ সৈতে ই সর্বশেষত পড়া পৃষ্ঠা-টি মনত ৰাখে |
19:51 এই software -টি বিচৰাত আপোনি এই পৃষ্ঠা-টিত পাব | আমি এতিয়া আপোনাক এই পৃষ্ঠা-টি দেখোৱাম |
20:01 আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক | আৰু ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটি প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো |
20:17 ইয়ালৈ উভতি আসা যাওক | পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক | এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক | কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই |
20:35 প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো | এইটি ইনস্টল কৰা যাওক | ঠিকআছে, এইটি হৈ গৈছে |
20:54 তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে | এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক | তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf |
21:11 সেয়ে buildলৈ যাওক তাৰপিছত আউটপুট প্রোফাইল নির্ধাৰিত কৰিব | তাৰপিছত আমি পৰবর্তী কার্যবোৰ কৰিম|
21:22 ই ইয়াত আছে | সেয়ে এইটোক বিছচৰা যাওক | এতিয়া আমাক এইটোৰ প্রয়োজনো নেই | সেয়ে এইটোক বন্ধ কৰা যাওক | এইটো টেকনিক সেন্টাৰ , তাৰপিছত build, আউটপুট প্রোফাইল নির্ধাৰণ কৰা যাওক, viewerলৈ- যোয়া যাওক |
21:43 মনে কৰক যে আমি এইটিক পৰিবর্তন কৰিবলৈ চাও | ব্যাক কৰা যাওক | ব্যাক |
21:54 প্রোগ্রাম ফাইলসত আপোনি সুমাত্রা দেখিছা| ই ইয়াত আছে | আপনি ইয়াক ব্যবহাৰ কৰিব লাগিব| ঠিকআছে,আমি কার্য সম্পন্ন কৰিলো |
22:11 এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়|
22:25 এতিয়া report dot tex ফাইল টিক crtl আৰু f7 key এৰ একেলগে প্রয়োগৰ দ্বাৰা কম্পাইল্ কৰা যাওক |
22:34
22:47 তেনেহলে লেটেক্ ফাইলস -লৈ যাওক, সেয়ে report dot pdf ফাইল ইয়াতে আছে | এতিয়া সুমাত্রা-এৰ দ্বাৰা ওপেন কৰা যাওক |
23:08 এইটিক নিয়া যাওক | এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক | এইটি প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক |
23:42 আমি ইয়াত"Added line" -এই লাইন টি যোগ কৰিম, সেভ কৰক আৰু তাৰপিছত Crtl F7 কৰিম |
24:03 প্রকৃতপক্ষে এইটি আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় |
24:23 এইটি খোলা যাওক, লেখাটি এতিয়া আৰু নাই |
24:38 এইটি বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 |
24:59
25:05 ইয়ালৈ উভতি আসা যাওক | এইটি পৰিবর্তিত নাই হয়| সেয়ে এইটি সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য |
25:18 pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে|
25:25 এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে | এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক | এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে |
25:38 আমি মিকটেক্এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰিছো আৰু লেটেক্এৰ এটা প্রাথমিক সংস্কৰণ উপলব্দ আছে. এইটোক ব্যবহাৰ কৰি বহু কাম কৰিব পাৰে|
25:48 তাৰে কিছো ইয়াত তালিকাবদ্ধ হৈছে. যাৰ মাজত অবশ্যই এটা হল বিমাৰ |
25:57 মিকটেক্ এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰাৰ পিছত সেইটিক আপডেট্ কৰক|
26:06
26:12 আপডেট্ ত ক্লিক কৰক, mirror,proxy -ত ইতয়াদি নির্বাচন কৰক| এইভাবে মিকটেক্ আপডেট্ হব |
26:22 যদি কোনো প্যাকেজ্ অনুপস্হিত থাকে , তেনেহলে মিকটেক্ ইনস্টলেশান -ই আপনাক সেইটি ইনস্টল্ কৰাৰ বাবে prompt কৰিব বা জিঞ্জাস কৰিব|
26:32 বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব | প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক |
26:45 ইয়াৰ বাবে hard disc-ত প্রায় ১ GB জাগাৰ প্রয়োজন হয়|
26:55 উদাহৰণস্বৰুপ,আপোনি Tug india ত য়োগায়োগ কৰিব পাৰিব |
27:01 আমি লেটেক্ এৰ বিষয় ভবিষ্যতে আৰু মৌখিক টিউটোৰিয়াল প্রস্তুত কৰাও আশা ৰাখো |
27:12 অংশগ্রহন কৰাৰ বাবে ধন্যবাদ |

Contributors and Content Editors

Gaurav, Mousumi, Nancyvarkey, PoojaMoolya