Koha-Library-Management-System/C3/Copy-cataloging-using-Z39.50/Assamese

From Script | Spoken-Tutorial
Revision as of 21:47, 1 March 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Copy Cataloging using Z39.50 স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম Z39.50 ব্যৱ্হাৰ কৰি catalog ত কেনেকৈ records যোগ কৰা হয়
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux operating system 16.04
00:28 আৰু Koha ভাৰ্চন 16.05
00:33 আপুনি ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্বিত কৰক
00:38 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকলৰ Library Science ৰ জ্ঞান থাকিব লাগিব,
00:45 Cataloging standards, AACR2 আৰু MARC21
00:54 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
01:00 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
01:05 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
01:13 গতিকে, Z39.50 কি হয়?
01:18 Z39.50 হৈছে ৰিম’ত কম্পিউতাৰ দেতাবেচসমূহৰ পৰা তথ্য চাৰ্চ আৰু সংগ্ৰহ কৰিবলৈ এটা client–server protocol । চমুকৈ, ই Catalog ক’পি কৰিবলৈ ব্যৱহৃত এটা তুল
01:37 আহক আৰম্ভ কৰো । প্ৰথমে মই Koha ইন্তাৰফেচলৈ যাম আৰু Superlibrarian, Bella হিচাবে ল’গিন কৰিম
01:47 Koha homepage ত, Koha administration ত ক্লিক কৰক
01:53 এই পৃষ্ঠাটোত, তললৈ scroll কৰক আৰু Additional parameters বিচাৰক
01:59 পাছত, Z39.50/SRU server ত ক্লিক কৰক
02:07 এটা নতুন পৃষ্ঠা আহিছে Z39.50/SRU servers administration
02:16 ইয়াত দুটা টেব আছে- +New Z39.50 server আৰু +New SRU server
02:26 +New Z39.50 server টেবত ক্লিক কৰক
02:32 এটা নতুন পৃষ্ঠা আহিছে টাইটল New Z39.50 server ৰ সৈতে
02:40 মন কৰিব যে target Z39.50 Server যোগ কৰিবলৈ, আমি টাৰ্গেত server সবিশেষ জানিব লাগিব
02:51 যদি আপুনি যিকোনো Z39.50 server সবিশেষ নাজানে, আপুনি Z39.50 servers ৰ তালিকাখন এই URL ত বিচাৰিব পাৰে
03:05 IRSpy পৃষ্ঠা আহিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি
03:12 আহক আৰম্ভ কৰো
03:14 ফিল্দ (Anywhere) খালি ৰাখক
03:18 Name ৰ বাবে, মই লিখিম: Library of Congress
03:23 কাৰণ ই হৈছে এটা সৰ্বোচ্চ লাইব্ৰেৰী আৰু ইয়াৰ ডাঙৰ bibliographical দেতা আছে
03:31 পাছত, Country ৰ বাবে ফিল্দত, দ্ৰপ-দাউনৰ পৰা United States বাচক
03:38 Protocol ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Z39.50 বাচক
03:46 আপুনি বাকীথকা সবিশেষ আপোনাৰ প্ৰয়োজনীয়্তা অনুসৰি ভৰাব পাৰে
03:51 পাছত, পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক
03:57 নতুন পৃষ্ঠা এটা আহিছে চাৰ্চ ফলাফলৰ সৈতে
04:01 9 লাইব্ৰেৰীৰ তালিকা এখন বিভিন্ন সংখ্যাৰ ভিতৰত প্ৰদৰ্শিত হৈছে যেনে-

Title,

Host Connection Reliability,

Host,

Port আৰু

DB

04:16 এই সবিশেষ ব্যৱ্হাৰ হ’ব KohaNew Z39.50 server ত সবিশেষ ভৰাবলৈ
04:26 মন কৰিব আপুনি লাইব্ৰেৰীৰ বেলেগ তালিকা এখন দেখিব পাৰে যি 10 তকৈ বেছি হ’ব পাৰে
04:32 মনত ৰাখিব, যিকোনো target Z39.50 server যোগ কৰাৰ আগতে অনুগ্ৰহ কৰি Host Connection Reliability নিশ্বিত কৰক
04:43 মই Title : Library of Congress ত ক্লিক কৰিম
04:48 নতুন পৃষ্ঠা এটা আহিছে হেদিং Library of Congress ৰ সৈতে
04:54 পৃষ্ঠাটো খুলি ৰাখক, যিহেতু আমাক কিছু সময় পাছত এই পৃষ্ঠাটোত থকা সবিশেষ লাগিব
05:01 এতিয়া,আহক New Z39.50 server পৃষ্ঠাটোলৈ ঘূৰি যাওঁ যাক আমি আগতে টিউট’ৰিয়েলটোত খুলিছিলো
05:12 আৰু পৃষ্ঠাটোত আৱশ্যক সবিশেষ ভৰাবলৈ আৰম্ভ কৰো
05:17 সবিশেষ Library of Congress পৃষ্ঠাটোত আছে যাক আমি খুলি ৰাখিছো
05:23 গতিকে আহক আৰম্ভ কৰো
05:25 New Z39.50 server পৃষ্ঠাটোত, Server name ৰ বাবে, লিখক Library of Congress
05:34 এই সবিশেষ হৈছে Library of Congress পৃষ্ঠাটোত Name চেকচনৰ বাবে
05:41 মই কিছু অন্য সবিশেষ ভৰালো New Z39.50 server পৃষ্ঠাটোত যাক মই Library of Congress পৃষ্ঠাটোৰ পৰা ন’ত কৰিছিলো
05:54 আপুনি ভিদিঅটো ৰখাই নিজৰ প্ৰয়োজন অনুসৰি সবিশেষ ভৰাব পাৰে
06:01 মন কৰিব ৰঙাকৈ চিহ্নিত কৰা ফিল্দসমূহ বাধ্যতামূলক
06:06 পাছত, আমি Preselected (searched by default) চেক-বক্সটো দেখিছো
06:12 ইয়াক ক্লিক কৰক যদি আপুনি দিফল্টভাবে এই বিশেষ লাইব্ৰেৰীৰ দেতাবেচটো সদায় চাৰ্চ হোৱাটো বিচাৰে । মই ইয়াক আনচেক কৰিম
06:23 এতিয়া আমি Rank (display order) ৰ বাবে ফিল্দলৈ আহিম । যদি আপুনি এই লাইব্ৰেৰীক তালিকাৰ একেবাৰে ওপৰত ৰাখিব বিচাৰে, তেন্তে ইয়াত 1 লিখক
06:37 মন কৰিব যদি আপুনি বহুতো z39.50 targets যোগ কৰিব বিচাৰে, আপুনি তাক ৰেংকৰ অনুসৰি সজাব পাৰে
06:47 Syntax ৰ বাবে, দ্ৰপ-দাউনৰ পৰা, মই বাচিম MARC21/USMARC । আপুনি নিজৰ প্ৰয়োজন অনুসৰি যিকোনো Syntax বাচিব পাৰে
07:00 Encoding ৰ বাবে, Koha ই দিফল্টভাবে, utf8 বাচে । মই ইয়াক এনেদৰেই এৰিম
07:08 কিন্তু আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো মান বাচিব পাৰে
07:14 পাছৰটো হৈছে Time out (0 its like not set)
07:20 ইয়াত, চেকেন্দৰ সংখ্যা লিখক যিমান আপুনি ফলাফল দৰ্শিত হওঁতে ৰখাব বিচাৰে । মই লিখিম 240
07:32 Record type ৰ বাবে, Koha ই দিফল্টভাবে, Bibliographic স্ব-নিৰ্বাচিত কৰে । তেনে কৰিলে, প্ৰতিটো ৰেকৰ্ডৰ এটা Bibliographic সবিশেষ থাকিব
07:44 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
07:51 Z39.50/SRU servers administration পৃষ্ঠাটো পুনৰ আহিছে
08:00 পৃষ্ঠাটোত আমি সবিশেষ দেখিছো যাক বিভিন্ন হেদিঙৰ ভিতৰত যোগ কৰা হৈছে
08:06 এতিয়া, এই লাইব্ৰেৰীৰ পৰা ৰেকৰ্ড চাৰ্চ কৰিবলৈ, Koha homepage লৈ যাওঁক আৰু Cataloging ত ক্লিক কৰক
08:16 এটা নতুন পৃষ্ঠা আহিছে দুটা অপচনৰ সৈতে ।

+New record আৰু

New from Z39.50/SRU

08:29 New from Z39.50/SRU লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা BOOKS বাচক
08:40 এখন নতুন উইন্দ’ আহিছে Z39.50/SRU search
08:48 পৃষ্ঠাটোৰ সোফালে Search targets ফিল্দ বিচাৰক
08:54 ইয়াত, আপুনি চাব পাৰে Z39.50 target যাক আমি আগতে টিউট’ৰিয়েলটোত যোগ কৰিছিলো ।

যি হৈছে LIBRARY OF CONGRESS

09:07 এতিয়া, LIBRARY OF CONGRESS ৰ কাষত চেক-বক্সত ক্লিক কৰক
09:14 একেটা পৃষ্ঠাৰ বাওঁফালে Z39.50/SRU search বিভিন্ন ফিল্দৰ সৈতে
09:25 এই ফিল্দৰ মাজত, Title বিচাৰক আৰু লিখক: Clinical Microbiology
09:33 আপুনি যদি বিচাৰে বাকীথকা ফিল্দসমূহ ভৰাব পাৰে । মই তাক খালি ৰাখিম
09:40 এতিয়া পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক
09:46 তথাপি ক্লিক কৰাৰ আগতে, আপুনি ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্বিত কৰক
09:52 আন এটা নতুন পৃষ্ঠা আহিছে Results, হেদিঙৰ সৈতে সবিশেষ দেখুৱাই:

Server, Title, Author, Date, Edition, ISBN, LCCN, MARC আৰু Card

10:11 এতিয়া, পৃষ্ঠাটোৰ সোফালে যাওঁক আৰু Import ফিল্দ বিচাৰক
10:18 মই ক্লিক কৰিম Import ফিল্দৰ বাবে Title: Clinical Microbiology
10:25 আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো Title ৰ বাবে Import ক্লিক কৰিব পাৰে
10:32 যেতিয়া Import ক্লিক কৰা হয়, Add MARC record নামৰ নতুন উইন্দ’ এখন আহে
10:39 আপুনি কিছু টেগ দেখিব যাক Library of Congress দেতাবেচৰ পৰা ইম্প’ৰ্ত কৰা হৈছে
10:47 কিন্তু, উক্ত টেগৰ বাবে খালি ফিল্দসমূহ আপুনি ভৰাব লাগিব, নিজৰ প্ৰয়োজন অনুসৰি
10:55 মনত ৰাখিব, আমি এই পৃষ্ঠাটোৰ সবিশেষ আগৰ টিউট’ৰিয়েল এটাত ভৰাইছিলো
11:02 ভিদিঅটো ৰখাই সবিশেষ ভৰাওঁক
11:06 সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save বুটামত ক্লিক কৰক
11:13 এটা নতুন পৃষ্ঠা আহিছে Items for Clinical microbiology by Ross, Philip W.
11:22 এতিয়া, পৃষ্ঠাটোৰ তলত Add item বুটামত ক্লিক কৰক
11:28 পৃষ্ঠাটো আহিছে Items for Clinical microbiology by Ross, Philip W.
11:36 ইয়াৰ সৈতে, আমি Library of Congress ৰ পৰা Clinical microbiology কিতাপখনৰ সবিশেষ Koha ত সফলভাবে ইম্প’ৰ্ত কৰিলো
11:48 আহক মূলভাব চাওঁ
11:50 এই টিউট’ৰিয়েলটোত, আমি Z39.50 ব্যৱ্হাৰ কৰি catalog ত কেনেকৈ records যোগ কৰা হয় শিকিলো
12:00 অনুশিলনী- Z39.50 ব্যৱ্হাৰ কৰি CatalogSerial এটাৰ ৰেকৰ্ডচ যোগ কৰক
12:10 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:18 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:28 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
12:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:45 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9