Difference between revisions of "Koha-Library-Management-System/C2/Global-System-Preferences/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | '''Global System Preferences''' স্প’কেন টিউট’ৰিয...")
 
 
Line 53: Line 53:
  
 
|-
 
|-
| 01:10
+
| 01:09
 
| '''Acquisitions preferences''' পৃষ্ঠা খুলিছে
 
| '''Acquisitions preferences''' পৃষ্ঠা খুলিছে
  
 
|-
 
|-
| 01:14
+
| 01:13
 
| বাওঁফালে, '''Enhanced Content''' টেবত ক্লিক কৰক
 
| বাওঁফালে, '''Enhanced Content''' টেবত ক্লিক কৰক
  
 
|-
 
|-
| 01:21
+
| 01:20
 
| '''Enhanced Content preferences''' পৃষ্ঠা খুলিছে
 
| '''Enhanced Content preferences''' পৃষ্ঠা খুলিছে
  
 
|-
 
|-
| 01:26
+
| 01:25
 
| '''All''' চেকচনৰ ভিতৰত, '''Preference''' লৈ যাওঁক
 
| '''All''' চেকচনৰ ভিতৰত, '''Preference''' লৈ যাওঁক
  
 
|-
 
|-
| 01:31
+
| 01:30
 
| '''FRBR Editions''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
 
| '''FRBR Editions''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
  
 
|-
 
|-
| 01:38
+
| 01:37
 
| '''OPAC FRBR Editions''' দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
 
| '''OPAC FRBR Editions''' দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
  
 
|-
 
|-
| 01:45
+
| 01:44
 
| পাছত, '''Amazon''' ৰ বাবে, '''Preference''' টেবলৈ যাওঁক
 
| পাছত, '''Amazon''' ৰ বাবে, '''Preference''' টেবলৈ যাওঁক
  
 
|-
 
|-
|01:51
+
|01:49
 
| মই '''Amazon Tag''' ক খালি ৰাখিম
 
| মই '''Amazon Tag''' ক খালি ৰাখিম
  
 
|-
 
|-
| 01:55
+
| 01:53
 
| '''AmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
 
| '''AmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
  
 
|-
 
|-
|02:01
+
|01:59
 
| মই '''AmazonLocale''' ক এনেদৰেই থ’ম
 
| মই '''AmazonLocale''' ক এনেদৰেই থ’ম
  
 
|-
 
|-
|02:05
+
|02:03
 
|  '''OPACAmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
 
|  '''OPACAmazonCoverImages''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
  
 
|-
 
|-
| 02:13
+
| 02:11
 
| পাছত, '''HTML5 Media''' ৰ বাবে, '''Preference-''' টেবৰ ভিতৰত
 
| পাছত, '''HTML5 Media''' ৰ বাবে, '''Preference-''' টেবৰ ভিতৰত
  
 
|-
 
|-
| 02:20
+
| 02:18
 
| '''HTML5MediaEnabled''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''in OPAC and staff client''' বাচক
 
| '''HTML5MediaEnabled''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''in OPAC and staff client''' বাচক
  
 
|-
 
|-
|02:30
+
|02:28
 
|  '''HTML5MediaExtensions''' এনেদৰেই এৰক
 
|  '''HTML5MediaExtensions''' এনেদৰেই এৰক
  
 
|-
 
|-
| 02:35
+
| 02:33
 
|  '''HTML5MediaYouTube''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Embed''' বাচক
 
|  '''HTML5MediaYouTube''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Embed''' বাচক
  
 
|-
 
|-
| 02:43
+
| 02:41
 
|  '''Library Thing''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
 
|  '''Library Thing''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
  
 
|-
 
|-
| 02:49
+
| 02:46
 
| '''ThingISBN''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Use''' বাচক
 
| '''ThingISBN''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Use''' বাচক
  
 
|-
 
|-
| 02:55
+
| 02:52
 
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক
 
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক
  
 
|-
 
|-
| 03:00
+
| 02:57
 
| পৃষ্ঠাটোৰ ওপৰত '''Save all Enhanced Content preferences''' ত ক্লিক কৰি ইয়াক কৰক
 
| পৃষ্ঠাটোৰ ওপৰত '''Save all Enhanced Content preferences''' ত ক্লিক কৰি ইয়াক কৰক
  
 
|-
 
|-
| 03:09
+
| 03:06
 
| এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু '''OPAC''' ত ক্লিক কৰক
 
| এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু '''OPAC''' ত ক্লিক কৰক
  
 
|-
 
|-
| 03:19
+
| 03:16
 
| '''OPAC preferences''' পৃষ্ঠাটো খুলিছে
 
| '''OPAC preferences''' পৃষ্ঠাটো খুলিছে
  
 
|-
 
|-
| 03:23
+
| 03:20
 
| '''Appearance''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
 
| '''Appearance''' ৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
  
 
|-
 
|-
| 03:30
+
| 03:26
 
|  '''LibraryName''' ৰ বাবে, উক্ত '''Library''' নামটো ভৰাওঁক
 
|  '''LibraryName''' ৰ বাবে, উক্ত '''Library''' নামটো ভৰাওঁক
  
 
|-
 
|-
| 03:35
+
| 03:31
 
|  মই লিখিম: '''Spoken Tutorial Library'''
 
|  মই লিখিম: '''Spoken Tutorial Library'''
  
 
|-
 
|-
|  03:39
+
|  03:35
 
|  আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব
 
|  আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব
  
 
|-
 
|-
| 03:44
+
| 03:40
 
| পাছত, '''OPACBaseURL''' লৈ যাওঁক আৰু '''domain''' নামটো ভৰাওঁক । মই এইটো লিখিম
 
| পাছত, '''OPACBaseURL''' লৈ যাওঁক আৰু '''domain''' নামটো ভৰাওঁক । মই এইটো লিখিম
  
 
|-
 
|-
| 03:55
+
| 03:51
 
| আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি '''OPAC''' ৰ বাবে '''domain''' নামটো চেত কৰিব পাৰে
 
| আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি '''OPAC''' ৰ বাবে '''domain''' নামটো চেত কৰিব পাৰে
  
 
|-
 
|-
| 04:00
+
| 03:56
 
| পাছত, '''Opaccredits''' ৰ বাবে, '''Click to Edit''' ত ক্লিক কৰক
 
| পাছত, '''Opaccredits''' ৰ বাবে, '''Click to Edit''' ত ক্লিক কৰক
  
 
|-
 
|-
| 04:07
+
| 04:03
 
|  '''footer''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম
 
|  '''footer''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম
  
 
|-
 
|-
| 04:14
+
| 04:10
 
| পাছত '''Opacheader''' আহে । ইয়াত, '''Click to Edit''' ত ক্লিক কৰক
 
| পাছত '''Opacheader''' আহে । ইয়াত, '''Click to Edit''' ত ক্লিক কৰক
  
 
|-
 
|-
| 04:22
+
| 04:18
 
|  '''header''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম
 
|  '''header''' ৰ বাবে '''HTML''' টেগটো লিখক । মই এইটো লিখিম
  
 
|-
 
|-
| 04:29
+
| 04:25
 
| '''Features''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
 
| '''Features''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
  
 
|-
 
|-
|04:35
+
|04:31
 
| পাছত, '''OPACpatronimages''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
 
| পাছত, '''OPACpatronimages''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Show''' বাচক
  
 
|-
 
|-
| 04:43
+
| 04:39
 
| পাছত, '''OpacResetPassword''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''allowed''' বাচক
 
| পাছত, '''OpacResetPassword''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''allowed''' বাচক
  
 
|-
 
|-
| 04:53
+
| 04:49
 
| '''Privacy''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
 
| '''Privacy''' চেকচনৰ ভিতৰত, '''Preference''' টেবলৈ যাওঁক
  
 
|-
 
|-
|05:00
+
|04:55
 
| পাছত, '''OPACPrivacy''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Allow''' বাচক
 
| পাছত, '''OPACPrivacy''' লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা '''Allow''' বাচক
  
 
|-
 
|-
| 05:08
+
| 05:03
 
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক
 
| সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো '''save''' কৰক
  
 
|-
 
|-
|05:13
+
|05:08
 
| পৃষ্ঠাটোৰ ওপৰত '''Save all OPAC preferences''' ত ক্লিক কৰি ইয়াক কৰক
 
| পৃষ্ঠাটোৰ ওপৰত '''Save all OPAC preferences''' ত ক্লিক কৰি ইয়াক কৰক
  
 
|-
 
|-
|  05:21
+
|  05:16
 
|  এতিয়া, আপোনাৰ '''Koha Superlibrarian''' একাউন্টৰ পৰা ল’গ আউত কৰক
 
|  এতিয়া, আপোনাৰ '''Koha Superlibrarian''' একাউন্টৰ পৰা ল’গ আউত কৰক
  
 
|-
 
|-
| 05:27
+
| 05:22
 
|  তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, '''Spoken Tutorial Library''' ত ক্লিক কৰক
 
|  তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, '''Spoken Tutorial Library''' ত ক্লিক কৰক
  
 
|-
 
|-
| 05:36
+
| 05:31
 
| পাছত, দ্ৰপ-দাউনৰ পৰা '''Log out''' বাচক  
 
| পাছত, দ্ৰপ-দাউনৰ পৰা '''Log out''' বাচক  
  
 
|-
 
|-
| 05:41
+
| 05:36
 
| এতিয়া, '''OPAC'''  ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ '''Web Browser''' খুলিম আৰু লিখিম: '''http://127.0.1.1/8000 '''  
 
| এতিয়া, '''OPAC'''  ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ '''Web Browser''' খুলিম আৰু লিখিম: '''http://127.0.1.1/8000 '''  
  
 
|-
 
|-
|05:59
+
|05:53
 
| মন কৰিব - এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত
 
| মন কৰিব - এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত
  
 
|-
 
|-
|06:08
+
|06:01
 
| গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত '''Enter''' টিপক
 
| গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত '''Enter''' টিপক
  
 
|-
 
|-
| 06:15
+
| 06:08
 
| এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: '''OPAC''' হ’মপেজৰ টাইটল- '''Welcome to Spoken Tutorial Library'''
 
| এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: '''OPAC''' হ’মপেজৰ টাইটল- '''Welcome to Spoken Tutorial Library'''
  
 
|-
 
|-
| 06:26
+
| 06:20
 
|  পৃষ্ঠাটোৰ তলত '''Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved'''
 
|  পৃষ্ঠাটোৰ তলত '''Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved'''
  
 
|-
 
|-
| 06:37
+
| 06:30
| ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ '''Library OPAC''' ক কাষ্ট’মাইজ কৰা হয় আৰু  
+
| ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ '''Library OPAC''' ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো '''module''' ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ  
 
+
|-
+
| 06:42
+
লগতে প্ৰতিটো '''module''' ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ  
+
  
 
|-
 
|-
| 06:48
+
| 06:41
 
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
 
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি  
  
 
|-
 
|-
| 06:52
+
| 06:44
 
| আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি '''Library OPAC''' ক কাষ্ট’মাইজ কৰিবলৈ '''Global System Preferences''' চেত কৰিবলৈ শিকিলো
 
| আহক মূলভাব চাওঁ  । এই টিউট’ৰিয়েলটোত, আমি '''Library OPAC''' ক কাষ্ট’মাইজ কৰিবলৈ '''Global System Preferences''' চেত কৰিবলৈ শিকিলো
  
 
|-
 
|-
| 07:03
+
| 06:54
 
| অনুশিলনীৰ বাবে, '''OPAC''' ত '''Books''' ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক
 
| অনুশিলনীৰ বাবে, '''OPAC''' ত '''Books''' ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক
  
 
|-
 
|-
| 07:10
+
| 07:00
 
| তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
 
| তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
  
 
|-
 
|-
| 07:17
+
| 07:07
 
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
 
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
  
 
|-
 
|-
|07:27
+
|07:17
 
|  অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
 
|  অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
  
 
|-
 
|-
| 07:31
+
| 07:21
 
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
 
|স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
  
 
|-
 
|-
| 07:42
+
| 07:33
 
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
 
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ  
  
 
|}
 
|}

Latest revision as of 18:45, 22 February 2019


Time
Narration
00:01 Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:39 আৰু, আপোনাৰ KohaAdmin এক্সেচ থাকিব লাগিব
00:44 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আহক আৰম্ভ কৰো
00:52 SuperlibrarianBella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
00:58 'Koha' Home pageKoha administration ত ক্লিক কৰক
01:04 পাছত, Global system preferences ত ক্লিক কৰক
01:09 Acquisitions preferences পৃষ্ঠা খুলিছে
01:13 বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক
01:20 Enhanced Content preferences পৃষ্ঠা খুলিছে
01:25 All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক
01:30 FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
01:37 OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক
01:44 পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক
01:49 মই Amazon Tag ক খালি ৰাখিম
01:53 AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
01:59 মই AmazonLocale ক এনেদৰেই থ’ম
02:03 OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
02:11 পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত
02:18 HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক
02:28 HTML5MediaExtensions এনেদৰেই এৰক
02:33 HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক
02:41 Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক
02:46 ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক
02:52 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
02:57 পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক
03:06 এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক
03:16 OPAC preferences পৃষ্ঠাটো খুলিছে
03:20 Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক
03:26 LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক
03:31 মই লিখিম: Spoken Tutorial Library
03:35 আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব
03:40 পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম
03:51 আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে
03:56 পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক
04:03 footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:10 পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক
04:18 header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:25 Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
04:31 পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক
04:39 পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক
04:49 Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
04:55 পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক
05:03 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
05:08 পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক
05:16 এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক
05:22 তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক
05:31 পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক
05:36 এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000
05:53 মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
06:01 গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক
06:08 এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library
06:20 পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved
06:30 ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ
06:41 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:44 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো
06:54 অনুশিলনীৰ বাবে, OPACBooks ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক
07:00 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:07 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:17 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
07:21 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:33 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9