Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(9 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{|border =1
 
{|border =1
  
!Visual Cue
+
|'''Time'''
  
!Narration
+
|'''Narration'''
  
 
|-
 
|-
  
|00.01
+
|00:01
  
 
||নম্সকাৰ দৰ্শক সকল
 
||নম্সকাৰ দৰ্শক সকল
 
 
|-
 
|-
  
|00.03
+
|00:03
  
 
|| '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম  
 
|| '''KTurtle'''ত '''Control Execution''' ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম  
 
 
|-
 
|-
  
||00.10
+
||00:10
  
 
|| এই টিউটৰিয়েলত আমি শিকিম
 
|| এই টিউটৰিয়েলত আমি শিকিম
 
 
 
|-
 
|-
  
|00.13
+
|00:13
  
 
|| ''''while'''' loop আৰু  
 
|| ''''while'''' loop আৰু  
 
 
 
|-
 
|-
  
|00.15
+
|00:15
  
 
||''''for'''' loop
 
||''''for'''' loop
Line 39: Line 33:
 
|-
 
|-
  
|| 00.17
+
|| 00:17
  
||এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো .
+
||এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো .
  
 
|-
 
|-
  
||00.32
+
||00:32
  
 
||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .  
 
||আমি ধৰি লৈছো যে আপোনাৰ উচৰত '''Kturtle'''ৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .  
 
 
 
|-
 
|-
  
|00.38
+
|00:38
  
 
||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
 
||যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক  
 
 
 
|-
 
|-
  
||00.45
+
||00:45
 
+
||এতিয়া '''KTurtle'''ৰ নতুন Application খোলা যাওক .
+
 
+
  
 +
||এতিয়া '''KTurtle'''ৰ নতুন এপলিকেছনখোলা যাওক .
 
|-
 
|-
  
|00.48
+
|00:48
  
 
|| '''Dash home'''ত ক্লীক কৰক .  
 
|| '''Dash home'''ত ক্লীক কৰক .  
 
 
 
|-
 
|-
  
|00.50
+
|00:50
  
 
||Search barত, লিখক KTurtle.
 
||Search barত, লিখক KTurtle.
 
  
 
|-
 
|-
  
|00.53
+
|00:53
  
|| optionত ক্লীক কৰক. KTurtle Application খোলে.
+
|| অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে.
  
 
|-
 
|-
  
||00.59
+
||00:59
  
 
||এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
 
||এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
Line 92: Line 77:
 
|-
 
|-
  
||01.05
+
||01:05
 
+
||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্রবাহ নিয়ন্ত্রণ কৰে
+
  
 +
||Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে
  
 
|-
 
|-
  
|01.10
+
|01:10
  
||প্রোগ্রাম সঞ্চালনৰ নিয়ন্ত্রণ কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
+
||প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
  
 
|-
 
|-
  
||01.16
+
||01:16
  
||লুপ এট কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
+
||লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
  
 
|-
 
|-
  
|01.25
+
|01:25
  
 
||Eg. '''“while”''' loop আৰু '''“for”''' loop
 
||Eg. '''“while”''' loop আৰু '''“for”''' loop
Line 117: Line 101:
 
|-
 
|-
  
||01.30
+
||01:30
  
 
||'''“while”''' loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক  
 
||'''“while”''' loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক  
Line 123: Line 107:
 
|-
 
|-
  
||01.34
+
||01:34
  
 
||'''“while'''” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে '''boolean''' 'false'লৈ মূল্যনির্ধাৰণ কৰে
 
||'''“while'''” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে '''boolean''' 'false'লৈ মূল্যনির্ধাৰণ কৰে
Line 129: Line 113:
 
|-
 
|-
  
||01.42
+
||01:42
  
 
|| '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক  
 
|| '''“while”''' loopৰ গঠনটো ব্যাখ্যা কৰা যাওক  
 
  
 
'''while loop condition''' {  
 
'''while loop condition''' {  
 
  
 
'''do something '''  
 
'''do something '''  
 
  
 
'''with loop increment variable
 
'''with loop increment variable
 
 
}'''
 
}'''
  
 
|-
 
|-
  
||01.56
+
||01:56
  
 
||মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
 
||মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
Line 152: Line 132:
 
|-
 
|-
  
||01.59
+
||01:59
  
||আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু '' ' KTurtle ''' সম্পাদকত পেস্ট কৰো
+
||আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু '' ' KTurtle ''' সম্পাদকত পেস্ট কৰো
  
 
|-
 
|-
  
|02.07
+
|02:07
  
||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
+
||ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
  
 
|-
 
|-
  
||02.13
+
||02:13
  
||প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক  
+
||প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক  
  
 
|-
 
|-
  
|| 02,18
+
|| 02:18
  
|| আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
+
|| আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
  
 
|-
 
|-
  
|| 02,25
+
|| 02:25
  
 
|| আমি কোডটো ব্যাখ্যা কৰো.
 
|| আমি কোডটো ব্যাখ্যা কৰো.
Line 182: Line 162:
 
|-
 
|-
  
|| 02,27
+
|| 02:27
  
|| # সাইন তা পরে লেখা একটি লাইন মন্তব্য .
+
|| # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
  
 
|-
 
|-
  
| 02,32
+
| 02:32
  
|| ইয়াৰ মানে প্রোগ্রামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়  
+
|| ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়  
  
 
|-
 
|-
  
|| 02,38
+
|| 02:38
  
 
||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায়  
 
||'''reset''' কমান্ডে '''“Turtle'''”ক ইয়াৰ ডিফল্ট ''' অবস্থানলৈ লৈ যায়  
Line 200: Line 180:
 
|-
 
|-
  
|| 02,43
+
|| 02:43
 
+
|| '' ' $ এক্স = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
+
  
 +
|| '' ' $ x = 0'''য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
  
 
|-
 
|-
  
|| 02,52
+
|| 02:52
 
+
|| এটা প্রোগ্রামত মেসেজ দিয়া হৈছে দবল উদ্ধৃতি চিহ্নত ' '''keyword''' '''message " "'''
+
  
'''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্রিং " ''' লয়  
+
|| '''keyword''' '''message "ৰ পিছত  "'''দবল উদ্ধৃতি চিহ্নত  এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. '''“message”''' কমান্ডে ইনপুট হিচাবে '' ' " স্ট্ৰীং " ''' লয়  
  
 
|-
 
|-
| 03,04
+
| 03:04
  
|| ই স্ট্রিংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
+
|| ই স্ট্ৰীংৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখায়.
  
 
|-
 
|-
  
|| 03,11
+
|| 03:11
  
 
||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে
 
||'''while $x<30''' য়ে </nowiki>'''“while”''' conditionক প্ৰশিক্ষন কৰে
Line 226: Line 203:
 
|-
 
|-
  
|| 03,17
+
|| 03:17
  
||''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায়  
+
||''$x=$x+3''' য়ে $x ভেৰিয়েবল (variable) ৰ মান ৩ৰে বঢ়ায়  
  
 
|-
 
|-
  
|| 03,27
+
|| 03:27
  
 
|| '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে  
 
|| '' ' fontsize 15 '''য়ে '' ' '''print''' ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে  
Line 238: Line 215:
 
|-
 
|-
  
| 03,35
+
| 03:35
  
 
| | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
 
| | Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
 
  
 
|-
 
|-
  
| | 03,42  
+
| | 03:42  
  
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে  
+
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত ২০টা স্টেপ্চ আগলৈ যাবলৈ কমান্ড কৰে  
  
 
|-
 
|-
  
| | 03,52
+
| | 03:52
  
| | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্রদর্শন কৰে.
+
| | ''print $x''' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে.
  
 
|-
 
|-
  
| | 04,01
+
| | 04:01
 
+
| | আমি প্রোগ্রামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক.
+
  
 +
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " Run” ''' বোতামত ক্লিক কৰক.
  
 
|-
 
|-
  
| 04,05
+
| 04:05
 
+
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো .
+
  
 +
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো .
  
 
|-
 
|-
  
| | 04,11
+
| | 04:11
  
| | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্রদর্শিত কৰা হৈছে.
+
| | ৩ ৰ গুণিতক পৰা ৩০ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
  
 
|-
 
|-
  
| 04,17
+
| 04:17
  
| | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
+
| | '''“Turtle”'''য়ে ক্যানভাসত ২০টা স্টেপ্চ আগলৈ যায়.
  
 
|-
 
|-
  
| | 04,22
+
| | 04:22
 
+
| |
+
  
'''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক  
+
| | '''“for”''' loop ৰ সৈতে পিছৰ কাম কৰা যাওক  
  
 
|-
 
|-
  
| | 04,26
+
| | 04:26
  
 
| | “for” লুপ এটা কাউন্টিং লুপ হয় .
 
| | “for” লুপ এটা কাউন্টিং লুপ হয় .
 
  
 
|-
 
|-
  
| |04,29
+
| |04:29
 
+
| | প্রতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
+
  
 +
| | প্ৰতেয়ক সময়ত ''“for”''' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
  
 
|-
 
|-
  
| 04,34
+
| 04:34
  
 
| | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
 
| | ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
Line 311: Line 281:
 
|-
 
|-
  
| | 04,41
+
| |04:41
  
 
| | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো .
 
| | '''“for”''' loop ৰ গঠনক ব্যাখ্যা কৰো .
 
  
 
|-
 
|-
  
| | 04,46
+
| | 04:46
  
 
| | ''for variable = start number to end number { Statement}'''
 
| | ''for variable = start number to end number { Statement}'''
Line 324: Line 293:
 
|-
 
|-
  
| | 04,55
+
| | 04:55
  
| | আমাৰ বর্তমানৰ প্রোগ্রামটো মুছি পেলাও.
+
| | আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও.
  
 
|-
 
|-
  
| 04,59
+
| 04:59
  
 
| | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো  
 
| | আমি '''clear''' কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো  
 
  
 
|-
 
|-
  
| | 05,05
+
| | 05:05
 
+
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
+
  
 +
| | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
  
 
|-
 
|-
  
| 05,14
+
| 05:14
 
+
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
+
  
 +
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
  
 
|-
 
|-
  
| 05,20
+
| 05:20
  
| | প্রোগ্রামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
+
| | প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
  
 
|-
 
|-
  
| | 05,25
+
| | 05:25
  
| | আমি প্রোগ্রাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে  
+
| | আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে  
  
 
|-
 
|-
  
| | 05,32
+
| | 05:32
  
| | প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
+
| | প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
  
 
|-
 
|-
  
| | 05,34
+
| | 05:34
  
| | # সাইন তা পরে লেখা একটি লাইন মন্তব্য .  
+
| | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।.  
  
 
|-
 
|-
  
| | 05,39
+
| | 05:39
  
 
| |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে  
 
| |'''reset'''কমান্ডে '''“Turtle”'''ক ' ডিফল্ট ''' অবস্থানলৈ সেট কৰে  
Line 381: Line 347:
 
|-
 
|-
  
| | 05,44
+
| | 05:44
  
 
| | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
 
| | ''$r=0''' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
Line 387: Line 353:
 
|-
 
|-
  
| | 05,52
+
| | 05:52
  
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা ১5 লৈকে প্ৰশিক্ষন কৰে .
+
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক ১ৰ পৰা ১৫ লৈকে প্ৰশিক্ষন কৰে .
  
 
|-
 
|-
  
| | 06.01
+
| | 06:01
  
| | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে.
+
| | ''$r=$x*($x+1)/2''য়ে r ভেৰিয়েবলৰ মান হিসাব কৰে.
  
 
|-
 
|-
  
| | 06,12
+
| | 06:12
  
| | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
+
| | '' ' fontsize 18 য়ে''' print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
  
 
|-
 
|-
  
| | 06,19
+
| | 06:19
  
| |  
+
| |''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে  
 
+
''print $r''' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্রদর্শন কৰে  
+
  
 
|-
 
|-
  
| | 06,26
+
| | 06:26
 
+
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
+
  
 +
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১৫ স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
  
 
|-
 
|-
  
| | 06,34
+
| | 06:34
  
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
+
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু 250 পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
  
 
|-
 
|-
  
| | 06,48
+
| | 06:48
  
| | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্রদর্শন কৰে .
+
| | ''“Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে .
  
 
|-
 
|-
  
| 06,54
+
| 06:54
  
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
+
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
  
 
|-
 
|-
  
| | 07,04
+
| | 07:04
 
+
| |
+
 
+
|'''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্রিং " প্রদর্শন কৰায় আৰু ভেৰিয়েবল $ R প্রদর্শন কৰা হয়.
+
  
 +
| |''“print”''' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়.
  
 
|-
 
|-
  
| | 07,13
+
| | 07:13
 
+
| | আমি প্রোগ্রামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো.
+
  
 +
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " Run" ''' বোতামত ক্লিক কৰো.
  
 
|-
 
|-
  
| 07,17
+
| 07:17
  
| | এটা শ্রেণীৰ প্রথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্রদর্শন কৰা হয়.  
+
| | এটা শ্ৰেণীৰ প্ৰথম  ১৫ নেছাৰেল(প্রাকৃতিক) সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.  
  
 
|-
 
|-
  
| 07,27
+
| 07:27
  
| |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় .
+
| |'''Turtle''' য়ে কেনভাচত ১৫ স্টেপ্চ আগলৈ যায় .
  
 
|-
 
|-
  
| | 07,32  
+
| | 07:32  
  
 
| | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো  
 
| | ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো  
 
  
 
|-
 
|-
  
| | 07,37
+
| | 07:37
  
 
| | আমি সংক্ষেপ কৰো.
 
| | আমি সংক্ষেপ কৰো.
Line 479: Line 437:
 
|-
 
|-
  
| 07,40
+
| 07:40
  
 
| | এই টিউটোৰিয়েলত আমি  
 
| | এই টিউটোৰিয়েলত আমি  
 
  
 
|-
 
|-
  
| 07,44
+
| 07:44
  
 
| | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
 
| | ''“while”''' loop আৰু'' “for” ''' loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
Line 492: Line 449:
 
|-
 
|-
  
| | 07,47
+
| | 07:47
 
+
| | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্রোগ্রাম লিখক
+
  
 +
| | এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক
  
 
|-
 
|-
  
| 07,54
+
| 07:54
 
+
| | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক
+
  
 +
| | “while” loop ব্যবহাৰ কৰি ২ৰ গুণিতক
  
 
|-
 
|-
  
| 07,58
+
| 07:58
  
 
| | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
 
| | “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
 
  
 
|-
 
|-
  
||08.03
+
||08:03
 
+
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
+
  
 +
||স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
  
 
|-
 
|-
  
|08.08
+
|08:08
  
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
||কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
  
 
|-
 
|-
  
|08.12
+
|08:12
  
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
||যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
  
|08.17
+
|08:17
  
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
||কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
  
 
|-
 
|-
  
|08.20
+
|08:20
  
 
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
||কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।  
 
  
 
|-
 
|-
  
|08.23
+
|08:23
  
 
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
||এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
  
 
|-
 
|-
  
|08.27
+
|08:27
  
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
||অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
Line 560: Line 509:
 
|-
 
|-
  
||08.36
+
||08:36
  
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
  
 
|-
 
|-
  
|08.41
+
|08:41
  
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
  
 
|-
 
|-
  
|08.48
+
|08:48
  
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
  
 
|-
 
|-
  
|08.54
+
|08:54
  
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 16:18, 14 July 2014

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল
00:03 KTurtleControl Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম
00:10 এই টিউটৰিয়েলত আমি শিকিম
00:13 'while' loop আৰু
00:15 'for' loop
00:17 এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো .
00:32 আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .
00:38 যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:45 এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক .
00:48 Dash homeত ক্লীক কৰক .
00:50 Search barত, লিখক KTurtle.
00:53 অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে.
00:59 এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
01:05 Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে
01:10 প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
01:16 লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
01:25 Eg. “while” loop আৰু “for” loop
01:30 “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক
01:34 “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে
01:42 “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক

while loop condition {

do something

with loop increment variable }

01:56 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
01:59 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো
02:07 ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
02:13 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক
02:18 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
02:25 আমি কোডটো ব্যাখ্যা কৰো.
02:27 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
02:32 ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়
02:38 reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায়
02:43 ' $ x = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
02:52 keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয়
03:04 ই স্ট্ৰীংৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখায়.
03:11 while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে
03:17 $x=$x+3' য়ে $x ভেৰিয়েবল (variable) ৰ মান ৩ৰে বঢ়ায়
03:27 ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03:35 Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
03:42 forward 20 য়ে “Turtle”ক কেনভাচত ২০টা স্টেপ্চ আগলৈ যাবলৈ কমান্ড কৰে
03:52 print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে.
04:01 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক.
04:05 এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো .
04:11 ৩ ৰ গুণিতক ৩ পৰা ৩০ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
04:17 “Turtle”য়ে ক্যানভাসত ২০টা স্টেপ্চ আগলৈ যায়.
04:22 “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক
04:26 “for” লুপ এটা কাউন্টিং লুপ হয় .
04:29 প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
04:34 ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
04:41 “for” loop ৰ গঠনক ব্যাখ্যা কৰো .
04:46 for variable = start number to end number { Statement}'
04:55 আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও.
04:59 আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো
05:05 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
05:14 অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05:20 প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
05:25 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
05:32 প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
05:34 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।.
05:39 resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে
05:44 $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
05:52 for $x= 1 to 15' য়ে “for” conditionক ১ৰ পৰা ১৫ লৈকে প্ৰশিক্ষন কৰে .
06:01 $r=$x*($x+1)/2য়ে r ভেৰিয়েবলৰ মান হিসাব কৰে.
06:12 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
06:19 print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে
06:26 forward 15' য়ে Turtleক কেনভাচত ১৫ স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
06:34 go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু 250 পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
06:48 “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে .
06:54 “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত ২ সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়
07:04 “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়.
07:13 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run" ' বোতামত ক্লিক কৰো.
07:17 এটা শ্ৰেণীৰ প্ৰথম ১৫ নেছাৰেল(প্রাকৃতিক) সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.
07:27 Turtle য়ে কেনভাচত ১৫ স্টেপ্চ আগলৈ যায় .
07:32 ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো
07:37 আমি সংক্ষেপ কৰো.
07:40 এই টিউটোৰিয়েলত আমি
07:44 “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
07:47 এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক
07:54 “while” loop ব্যবহাৰ কৰি ২ৰ গুণিতক
07:58 “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
08:03 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
08:08 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:12 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:17 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:41 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:48 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:54 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya