Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 35: Line 35:
 
|| 00.17
 
|| 00.17
  
||এই টিউটৰিয়েলটো record কৰিবলৈ মই Ubuntu Linux OS Version 12.04 KTurtle version 0.8.1 beta বয়ৱহাৰ কৰিছো .
+
||এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো .
  
 
|-
 
|-
Line 51: Line 51:
 
||00.45
 
||00.45
  
||এতিয়া '''KTurtle'''ৰ নতুন Application খোলা যাওক .
+
||এতিয়া '''KTurtle'''ৰ নতুন এপলিকেছনখোলা যাওক .
 
|-
 
|-
  
Line 67: Line 67:
 
|00.53
 
|00.53
  
|| optionত ক্লীক কৰক. KTurtle Application খোলে.
+
|| অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে.
  
 
|-
 
|-
Line 164: Line 164:
 
|| 02.27
 
|| 02.27
  
|| # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।  
+
|| # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।  
  
 
|-
 
|-
Line 205: Line 205:
 
|| 03.17
 
|| 03.17
  
||''$x=$x+3''' য়ে $x by 3 variable ৰ মান বঢ়ায়  
+
||''$x=$x+3''' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায়  
  
 
|-
 
|-
Line 241: Line 241:
 
| 04.05
 
| 04.05
  
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি ওকে ত ক্লিক কৰো .
+
| | এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো .
  
 
|-
 
|-
Line 337: Line 337:
 
| | 05.34
 
| | 05.34
  
| | # sign’ৰ পাছত থকা বাক্য comment হৈ যায়।.  
+
| | # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।.  
  
 
|-
 
|-
Line 469: Line 469:
 
||08.03
 
||08.03
  
||spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
+
||স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
  
 
|-
 
|-
Line 481: Line 481:
 
|08.12
 
|08.12
  
||যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
||যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-

Revision as of 22:39, 13 July 2014

Visual Cue Narration
00.01 নম্সকাৰ দৰ্শক সকল
00.03 KTurtleControl Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম
00.10 এই টিউটৰিয়েলত আমি শিকিম
00.13 'while' loop আৰু
00.15 'for' loop
00.17 এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো .
00.32 আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .
00.38 যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00.45 এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক .
00.48 Dash homeত ক্লীক কৰক .
00.50 Search barত, লিখক KTurtle.
00.53 অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে.
00.59 এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
01.05 Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে
01.10 প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
01.16 লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
01.25 Eg. “while” loop আৰু “for” loop
01.30 “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক
01.34 “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে
01.42 “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক

while loop condition {

do something

with loop increment variable }

01.56 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
01.59 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো
02.07 ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
02.13 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক
02.18 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
02.25 আমি কোডটো ব্যাখ্যা কৰো.
02.27 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
02.32 ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়
02.38 reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায়
02.43 ' $ x = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
02.52 keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয়
03.04 ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
03.11 while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে
03.17 $x=$x+3' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায়
03.27 ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03.35 Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
03.42 forward 20 য়ে “Turtle”ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে
03.52 print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে.
04.01 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক.
04.05 এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো .
04.11 ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
04.17 “Turtle”য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
04.22 “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক
04.26 “for” লুপ এটা কাউন্টিং লুপ হয় .
04.29 প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
04.34 ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
04.41 “for” loop ৰ গঠনক ব্যাখ্যা কৰো .
04.46 for variable = start number to end number { Statement}'
04.55 আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও.
04.59 আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো
05.05 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
05.14 অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05.20 প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
05.25 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
05.32 প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
05.34 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।.
05.39 resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে
05.44 $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
05.52 for $x= 1 to 15' য়ে “for” conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে .
06.01 $r=$x*($x+1)/2 r ভেৰিয়েবলৰ মান হিসাব কৰে.
06.12 ' fontsize 18 য়ে প্ৰীন্ট কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
06.19 print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে
06.26 forward 15' য়ে Turtleক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
06.34 go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
06.48 “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে .
06.54 “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়
07.04 “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়.
07.13 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " ৰান" ' বোতামত ক্লিক কৰো.
07.17 এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.
07.27 Turtle য়ে কেনভাচত 15 steps আগলৈ যায় .
07.32 ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো
07.37 আমি সংক্ষেপ কৰো.
07.40 এই টিউটোৰিয়েলত আমি
07.44 “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
07.47 এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক
07.54 “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক
07.58 “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
08.03 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
08.08 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08.12 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08.17 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08.36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08.41 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08.48 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08.54 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya