Difference between revisions of "Jmol-Application/C3/Surfaces-and-Orbitals/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "''Jmol''' এ '''Surfaces''' আৰু '''Orbitals'' {| border=1 ! <center>Time</center> ! <center>Narration</center> |- | 00:01 | '''Jmol''' ত '''Surfaces''' আৰু ''...")
 
Line 7: Line 7:
 
|-
 
|-
 
| 00:01
 
| 00:01
| '''Jmol''' ত '''Surfaces''' আৰু '''Orbitals''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. '''Jmol''' ত '''Surfaces''' আৰু '''Orbitals''' এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
 
|-
 
|-
 
| 00:07
 
| 00:07
| এই টিউটোৰিয়েলত শিকিম:  
+
| এই টিউটোৰিয়েলত আমি শিকিম:
 
|-
 
|-
 
| 00:10
 
| 00:10
Line 29: Line 29:
 
| 00:35
 
| 00:35
 
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি
 
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি
|-  
+
|-
 
| 00:38
 
| 00:38
 
| উবুন্টু OS সংস্কৰণ '''12.04''',
 
| উবুন্টু OS সংস্কৰণ '''12.04''',
Line 38: Line 38:
 
| 00:45
 
| 00:45
 
| আৰু জাভা (JRE) সংস্কৰণ '''7''' ব্যবহাৰ কৰিছো।
 
| আৰু জাভা (JRE) সংস্কৰণ '''7''' ব্যবহাৰ কৰিছো।
 
 
|-
 
|-
 
|00:48
 
|00:48
Line 44: Line 43:
 
|-
 
|-
 
| 00:52
 
| 00:52
| প্রথমে '''Cyclohexane''' (সাইক্লোহেক্সেন) এৰ মডেল তৈয়াৰ কৰো।
+
| প্রথমে '''Cyclohexane''' (সাইক্লোহেক্সেন) এৰ মডেল তৈয়াৰ কৰো।
 
|-
 
|-
 
| 00:56
 
| 00:56
Line 74: Line 73:
 
|-
 
|-
 
| 01:38
 
| 01:38
|এইটো প্যানেলত '''Butane''' (বিউটেন) এৰ গঠন ।  
+
|এইটো প্যানেলত '''Butane''' (বিউটেন) এৰ গঠন ।
  
 
|-
 
|-
Line 113: Line 112:
 
|-
 
|-
 
| 02:40
 
| 02:40
|  চেইনৰ এটা প্রান্তত থকা কার্বনৰ উপৰত কার্সাৰ ৰাখক।
+
| চেইনৰ এটা প্রান্তত থকা কার্বনৰ উপৰত কার্সাৰ ৰাখক।
 
|-
 
|-
 
| 02:45
 
| 02:45
Line 119: Line 118:
 
|-
 
|-
 
| 02:47
 
| 02:47
| মাউস বোতাম ধৰি ৰাখি,  চেইনৰ অনয় প্রান্তত উপস্থিত থকা কার্বনত কার্সাৰ লৈ যাওক।
+
| মাউস বোতাম ধৰি ৰাখি, চেইনৰ অনয় প্রান্তত উপস্থিত থকা কার্বনত কার্সাৰ লৈ যাওক।  
 
|-
 
|-
 
| 02:54
 
| 02:54
Line 145: Line 144:
 
|-
 
|-
 
| 03:19
 
| 03:19
|যি কোনো দুটা কার্বন পৰমাণুৰ মাজৰ বন্ডত কার্সাৰ ৰাখি এইটোত টিপক।
+
|যি কোনো দুটা কার্বন পৰমাণুৰ মাজৰ বন্ডত কার্সাৰ ৰাখি এইটোত টিপক।
  
 
|-
 
|-
Line 157: Line 156:
 
|-
 
|-
 
| 03:36
 
| 03:36
| এতিয়া পিছৰ দুটা বিকল্পিত কার্বন পৰমাণুৰ মাজত থকা বন্ডত টিপক।
+
| এতিয়া পিছৰ দুটা বিকল্পত কার্বন পৰমাণুৰ মাজত থকা বন্ডত টিপক।
  
 
|-
 
|-
Line 169: Line 168:
 
|-
 
|-
 
|03:49
 
|03:49
| অণুৰ সাৰফেস টোপোলজি '''Jmol''' অ্যাপ্লিকেশন ব্যবহাৰ কৰি দেখাব পাৰি।
+
| অণুৰ সাৰফেস টোপোলজি '''Jmol''' অ্যাপ্লিকেশন ব্যবহাৰ কৰি দেখিব পাৰি।
  
 
|-
 
|-
Line 233: Line 232:
 
|-
 
|-
 
| 04:59
 
| 04:59
| লক্ষ্য কৰক যে বেঞ্জিন মডেল অস্পষ্ট হৈ গৈছে।  
+
| লক্ষ্য কৰক যে বেঞ্জিন মডেল অস্পষ্ট হৈ গৈছে।
  
 
|-
 
|-
Line 269: Line 268:
 
|-
 
|-
 
| 05:47
 
| 05:47
| কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি '''Kmag''' স্ক্রিন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিম।
+
| কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি '''Kmag''' স্ক্রিন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিম।
  
 
|-
 
|-
Line 289: Line 288:
 
|-
 
|-
 
| 06:20
 
| 06:20
| '''2, 0, 0'''  যথাক্রমে '''n, l''' আৰু '''m''' কোয়ান্টাম সংখ্যাক বোঝায়।
+
| '''2, 0, 0''' যথাক্রমে '''n, l''' আৰু '''m''' কোয়ান্টাম সংখ্যাক বোঝায়।
  
 
|-
 
|-
Line 348: Line 347:
 
|-
 
|-
 
| 07:53
 
| 07:53
| '''Jmol''' ব্যবহাৰ কৰি হাইব্রিড আণবিক অৰবিটেল যেনে '''sp3, sp2 ''' আৰু '''sp''' প্রদর্শন কৰিব পাৰি।
+
| '''Jmol''' ব্যবহাৰ কৰি হাইব্রিড আণবিক অৰবিটেল যেনে '''sp3, sp2 ''' আৰু '''sp''' প্রদর্শন কৰিব পাৰি।
  
 
|-
 
|-
Line 360: Line 359:
 
|-
 
|-
 
|08:11
 
|08:11
| '''Linear Combination of Atomic Orbitals''' অর্থাৎ LCAO পদ্ধতি(method) আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়।  
+
| '''Linear Combination of Atomic Orbitals''' অর্থাৎ LCAO পদ্ধতি(method) আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়।
  
 
|-
 
|-
 
| 08:21
 
| 08:21
| সেয়ে, কমান্ড লাইনত ''''lcaocartoon'''' এৰ পিছত '''create''' থাকে, আৰু তাৰপিছত অৰবিটেলৰ নাম লেখা হয়।
+
| সেয়ে, কমান্ড লাইনত ''''lcaocartoon'''' ইয়াৰ পিছত '''create''' থাকে, আৰু তাৰপিছত অৰবিটেলৰ নাম লেখা হয়।
  
 
|-
 
|-
Line 377: Line 376:
 
|-
 
|-
 
| 08:38
 
| 08:38
| মিথেন মডেল '''sp3''' হাইব্রিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক।  
+
| মিথেন মডেল '''sp3''' হাইব্রিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক।
  
 
|-
 
|-
Line 421: Line 420:
 
|-
 
|-
 
| 10:01
 
| 10:01
|  '''Jmol Script '''ৰ আৰো তথ্যৰ বাবে ওয়েবসাইট অন্বেষণ কৰক।
+
| '''Jmol Script '''ৰ আৰো তথ্যৰ বাবে ওয়েবসাইট অন্বেষণ কৰক।
  
 
|-
 
|-
Line 476: Line 475:
 
| 11:01
 
| 11:01
 
|স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
 
|-
 
|-
 
| 11:04
 
| 11:04
Line 482: Line 480:
 
|-
 
|-
 
| 11:09
 
| 11:09
| স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে  
+
| স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
Line 490: Line 488:
 
|-
 
|-
 
| 11:15
 
| 11:15
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
  
 
|-
 
|-
Line 506: Line 504:
 
|-
 
|-
 
| 11:37
 
| 11:37
| মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
 
| 11:42
 
| 11:42
 
|আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
 
|আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Revision as of 16:39, 19 January 2015

JmolSurfaces আৰু Orbitals

Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. JmolSurfaces আৰু Orbitals এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:10 Alicyclic (অ্যালিসাইক্লিক) আৰু Aromatic (অ্যাৰোম্যাটিক) অণুৰ মডেল তৈয়াৰ কৰা।
00:14 অনূৰ বিভিন্ন সাৰফেস দেখোৱা।
00:18 পাৰমাণবিক আৰু আণবিক অৰবিটেল প্রদর্শন কৰা।
00:22 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Jmol ত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানিব লাগিব।
00:29 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে নিম্নলিখিত লিঙ্কত যাওক।
00:35 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি
00:38 উবুন্টু OS সংস্কৰণ 12.04,
00:42 Jmol সংস্কৰণ 12.2.2
00:45 আৰু জাভা (JRE) সংস্কৰণ 7 ব্যবহাৰ কৰিছো।
00:48 আমি এটা নতুন Jmol অ্যাপ্লিকেশন উইন্ডো খুলিছো।
00:52 প্রথমে Cyclohexane (সাইক্লোহেক্সেন) এৰ মডেল তৈয়াৰ কৰো।
00:56 Model kit মেনুত টিপক।
00:59 প্যানেলত মিথেন (Methane) এৰ মডেল প্রদর্শিত হৈছে।
01:03 সাইক্লোহেক্সেন তৈয়াৰ কৰিবলৈ, ছটা কার্বন পৰমাণুৰ সৈতে এটা হাইড্রোকার্বন চেইন বনাব লাগিব।
01:09 আমি মিথাইল গ্রুপ দ্বাৰা হাইড্রোজেন মডেলক প্রতিস্থাপিত কৰিম।
01:13 এইটো কৰিবলৈ, হাইড্রোজেনৰ উপৰত কার্সাৰ ৰাখি এইটোত টিপিব।
01:18 এইটো হল ইথেন (Ethane) এৰ মডেল।
01:21 এই পদক্ষেপটো দুইবাৰ পুনৰাবৃত্তি কৰি একে সময়ত এটা হাইড্রোজেনক এটা মিথাইল গ্রুপ দ্বাৰা প্রতিস্থাপিত কৰক।
01:28 হাইড্রোজেনত এইভাবে টিপক যাতে গঠনটোৱে এটা বৃত্ত গঠন কৰে।
01:33 এতিয়া Rotate molecule টুল দ্বাৰা পর্দাত গঠনটো ঘোৰাওক।
01:38 এইটো প্যানেলত Butane (বিউটেন) এৰ গঠন ।
01:41 ইয়াৰ পিছত Model kit মেনুত টিপক।
01:45 চেইনৰ শেষত উপস্থিত যি কোনো কার্বন পৰমাণুৰ হাইড্রোজেনত টিপক।
01:52 এইটো হল Pentane (পেন্টেন) এৰ মডেল।
01:55 কার্বন চেইনৰ শেষত থাকা যি কোনো এটা হাইড্রোজেনত টিপক।
02:00 প্যানেলেত সাইক্লোহেক্সেনৰ মডেল তৈয়াৰ হৈছে।
02:04 model kit মেনুৰ পৰা minimize বিকল্প ব্যবহাৰ কৰি গঠনটো নিখুত কৰক।
02:09 এতিয়া সাইক্লোহেক্সনৰ মডেল, তাৰ সবতচে স্থিতিশীল আকাৰ “chair”ত আছে।
02:15 আমি model kit মেনুৰ পৰা drag to bond বিকল্প ব্যবহাৰ কৰি Cyclic (সাইক্লিক) গঠনটো তৈয়াৰ কৰিব পাৰি।
02:24 আমি এই বৈশিষ্ট্য প্রদর্শন কৰিবলৈ পেন্টেনৰ মডেল ব্যবহাৰ কৰিম।
02:29 প্যানেলত এইটো Pentane (পেন্টেন) এৰ মডেল।
02:32 এইটোক সাইক্লোহেক্সেনলৈ ৰুপান্তৰ কৰিবলৈ model kit মেনু পৰা drag to bond বিকল্প নির্বাচন কৰক।
02:40 চেইনৰ এটা প্রান্তত থকা কার্বনৰ উপৰত কার্সাৰ ৰাখক।
02:45 মাউস ধৰি থাকক।
02:47 মাউস বোতাম ধৰি ৰাখি, চেইনৰ অনয় প্রান্তত উপস্থিত থকা কার্বনত কার্সাৰ লৈ যাওক।
02:54 এতিয়া মাউস বোতাম এৰি দিয়ক।
02:57 প্যানেলত Cyclopentane (সাইক্লোপেন্টেন) এৰ মডেল আছে।
03:01 এতিয়া সাইক্লোহেক্সেনৰ মডেল সহ Jmol প্যানেললৈ উভতি যাও।
03:06 সাইক্লোহেক্সেনক Benzene (বেঞ্জিন) ৰিঙলৈ ৰুপান্তৰিত কৰো।
03:10 এতিয়া সাইক্লোহেক্সেন চক্রত বিকল্পিত স্থানত ডবল বন্ড ৰাখিব পাৰো।
03:16 model kit মেনু খুলক।
03:19 যি কোনো দুটা কার্বন পৰমাণুৰ মাজৰ বন্ডত কার্সাৰ ৰাখি এইটোত টিপক।
03:25 এতিয়া প্যানেলত Cyclohexene (সাইক্লোহেক্সিন) আছে।
03:29 ইয়াৰ পিছত,গঠনটো বেঞ্জিনত ৰুপান্তৰ কৰিবলৈ ইয়াত আৰু দুটা ডবল বন্ড যোগ কৰিব লাগিব।
03:36 এতিয়া পিছৰ দুটা বিকল্পত কার্বন পৰমাণুৰ মাজত থকা বন্ডত টিপক।
03:41 প্যানেলত Benzene (বেঞ্জিন) এৰ মডেল আছে।
03:44 এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি নুন্যতম কৰক।
03:49 অণুৰ সাৰফেস টোপোলজি Jmol অ্যাপ্লিকেশন ব্যবহাৰ কৰি দেখিব পাৰি।
03:56 বিভিন্ন সাৰফেস দেখাবলৈ পপ আপ মেনু খুলক।
04:01 যদি এইটো খোলা থাকে, মন কৰিব যে model kit মেনু বন্ধ আছে।
04:06 এতিয়া, প্যানেলত সো ক্লিক কৰি পপ আপ মেনু খুলক।
04:10 তললৈ স্ক্রোল কৰি "Surfaces" নির্বাচন কৰক।
04:14 সাব মেনুত উপস্থিত বিকল্পবোৰ হল:
04:18 Dot Surface
04:20 van der Waal's
04:21 আৰু অন্যান্য।
04:23 এইটো প্রদর্শন কৰিবলৈ, Molecular Surface নির্বাচন কৰিম।
04:28 আণবিক সাৰফেসৰ সৈতে বেঞ্জিনৰ মডেল প্রদর্শিত হৈছে।
04:33 এইটোক অন্য সাৰফেসলৈ সলনি কৰো, ধৰক Dot সাৰফেস।
04:38 সেয়ে আকৌ এবাৰ পপ আপ মেনু খুলক আৰু Dot সাৰফেস নির্বাচন কৰক।
04:44 আমি সাৰফেস অস্পষ্ট র্বা পৰিষ্কাৰও কৰিব পাৰো।
04:48 এইটো কৰিবলৈ পপ আপ মেনু খুলক।
04:52 তলত থকা Surfaces লৈ স্ক্রোল কৰি Make Opaque বিকল্প নির্বাচন কৰক।
04:59 লক্ষ্য কৰক যে বেঞ্জিন মডেল অস্পষ্ট হৈ গৈছে।
05:03 সাৰফেস বিকল্প বন্ধ কৰিবলৈ, পপ আপ মেনু খুলি Surfaces নির্বাচন কৰক।
05:10 তললৈ Offত স্ক্রোল কৰি এইটোত টিপক।
05:15 এতিয়া, ইয়াত কোনো সাৰফেস নোহোৱাকৈ বেঞ্জিনৰ মডেল আছে।
05:20 Jmolএ অণুৰ পাৰমাণবিক আৰু আণবিক অৰবিটেল প্রদর্শন কৰিব পাৰে।
05:25 কনসোলত কমান্ড লিখি পর্দাত পাৰমাণবিক অৰবিটেল প্রদর্শন কৰিব পাৰি।
05:32 নতুন Jmol উইন্ডো খুলিবলৈ Fileত গৈ New ত টিপক।
05:37 এতিয়া কনসোল উইন্ডো খুলিবলৈ File ত টিপি Console ত টিপক।
05:43 পর্দাত কনসোল উইন্ডো খোলে।
05:47 কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি Kmag স্ক্রিন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিম।
05:53 পাৰমাণবিক অৰবিটেলৰ কমান্ড লাইন isosurface phase atomic orbital দ্বাৰা আৰম্ভ হয়।
06:00 ডলাৰ ($) প্রম্পটত লিখক isosurface phase atomicorbital.
06:06 ইয়াৰ পিছত কোয়ান্টাম সংখ্যা n, l আৰু m লেখা হয় যি প্রতিটো পাৰমাণবিক অৰবিটেলৰ বাবে নির্দিষ্ট হয়।
06:14 's' অৰবিটেল প্রদর্শন কৰিবলৈ লিখক 2 0 0
06:20 2, 0, 0 যথাক্রমে n, l আৰু m কোয়ান্টাম সংখ্যাক বোঝায়।
06:27 কম্মান্দ এক্সিকিউট কৰিবলৈ Enter কী টিপক।
06:31 প্যানেলত 's' অৰবিটেল প্রদর্শিত হৈছে।
06:35 ইয়াত পাৰমাণবিক অৰবিটেলৰ আৰু কিছো উদাহৰণ আৰু স্ক্ৰীপ্ট কমান্ড আছে।
06:41 সকলো পাৰমাণবিক অৰবিটেলৰ বাবে কমান্ড লাইন একেই।
06:45 কনসোলত পূর্ব কমান্ড দেখাবলৈ, কিবৰ্ডত আপ অ্যাৰো কী টিপক।
06:51 কোয়ান্টাম সংখ্যা n, l আৰু m2 1 1 লৈ সলাওক।
06:58 Enter কী টিপি Jmol প্যানেলত px অৰবিটেল চাওক।
07:05 আকৌ এবাৰ আপ অ্যাৰো কী টিপি n, l আৰু m ক যথাক্রমে 3 2 আৰু -1লৈ সলাওক।
07:13 Enter কী টিপি Jmol প্যানেলত 'dxy' অৰবিটেল চাওক।
07:19 ইমেজবোৰ বিভিন্ন ফাইল ফৰম্যাটত সংৰক্ষণ কৰিব পাৰি যেনে jpg, png বা pdf
07:27 ইয়াত সকলো আণবিক অৰবিটেলৰ কমান্ডৰ তালিকা আছে (s, p, d, আৰু f)
07:35 এই স্লাইডত আণবিক অৰবিটেলৰ মডেল দেখোৱা হৈছে।
07:40 সেইবোৰ কনসোলত script কমান্ডৰ সাহায্যে তৈয়াৰ কৰা হৈছে।
07:45 ইয়াত আণবিক অৰবিটেল প্রদর্শন কৰা দেখাবলৈ এটা নতুন Jmol প্যানেল আৰু কনসোল খুলিছো।
07:53 Jmol ব্যবহাৰ কৰি হাইব্রিড আণবিক অৰবিটেল যেনে sp3, sp2 আৰু sp প্রদর্শন কৰিব পাৰি।
08:02 প্যানেলত Methane (মিথেন) এৰ মডেল আছে।
08:06 মিথেনত sp3 আণবিক অৰবিটেল আছে।
08:11 Linear Combination of Atomic Orbitals অর্থাৎ LCAO পদ্ধতি(method) আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়।
08:21 সেয়ে, কমান্ড লাইনত 'lcaocartoon' ইয়াৰ পিছত create থাকে, আৰু তাৰপিছত অৰবিটেলৰ নাম লেখা হয়।
08:30 ডলাৰ প্রম্পটত লিখক lcaocartoon create sp3
08:36 Enter টিপক।
08:38 মিথেন মডেল sp3 হাইব্রিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক।
08:45 sp2 হাইব্রিড আণবিক অৰবিটেল প্রদর্শন কৰিবলৈ উদাহৰণ হিসাবে "ইথিন" লও।
08:52 প্যানেলত এইটো Etheneৰ (ইথিন) অণু।
08:56 Ethene অণুত তিনটা sp2 হাইব্রিড আণবিক অৰবিটেল আছে। সেইয়া হল sp2a, sp2b আৰু sp2c.
09:08 ডলাৰ প্রম্পটত লিখক lcaocartoon create sp2a, Enter টিপক।
09:17 প্যানেলত ইথিন মডেলত sp2 অৰবিটেল লক্ষ্য কৰক।
09:22 আপ অ্যাৰো কী টিপি sp2asp2bলৈ সলাওক আৰু Enter কী টিপক।
09:31 আকৌ এবাৰ আপ অ্যাৰো কী টিপি sp2bsp2c লৈ সলাওক আৰু Enter কী টিপক।
09:41 অবশেষত pi বন্ডৰ বাবে, অৰবিটেলৰ নাম সলনি কৰি pz লিখক।
09:48 প্যানেলত, সকলো আণবিক অৰবিটেলৰ সৈতে "ইথিন" অণু আছে।
09:55 এই স্লাইডে আণবিক অৰবিটেলৰ সৈতে আৰো কিছো অণু প্রদর্শন কৰে।
10:01 Jmol Script ৰ আৰো তথ্যৰ বাবে ওয়েবসাইট অন্বেষণ কৰক।
10:08 সংক্ষেপে,
10:10 এই টিউটোৰিয়েলত শিকিছো:
10:12 সাইক্লোহেক্সেন আৰু সাইক্লোহপেন্টেনৰ মডেল তৈয়াৰ কৰা।
10:17 বেঞ্জিনৰ মডেল তৈয়াৰ কৰা।
10:19 অণুৰ সাৰফেস টোপোলজি প্রদর্শন কৰা।
10:23 অামি আৰু শিকিছো
10:24 পাৰমাণবিক অৰবিটেল (s, p, d আৰু f) প্রদর্শন কৰা
10:29 আৰু কোনচলত script কম্মান্দ লিখি আণবিক অৰবিটেল (sp3, sp2 আৰু sp) প্রদর্শন কৰা।
10:38 এতিয়া
10:40 2-Butene (2-বিউটেন) এৰ মডেল তৈয়াৰ কৰি আণবিক অৰবিটেল প্রদর্শন কৰক।
10:45 আণবিক অৰবিটেলৰ ৰঙ আৰু আকাৰ সলনি কৰিবলৈ "lcaocartoon" কমান্ড অন্বেষণ কৰক।
10:52 কমান্ডৰ তালিকাৰ বাবে নিম্নলিখিত লিঙ্কত যাওক।
10:57 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। http://spoken-tutorial.org/What_is_a_Spoken_ Tutorial
11:01 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:04 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:09 স্পোকেন টিউটোৰিয়াল প্ৰকল্পৰ দলটিয়ে
11:11 স্পোকেন টিউটোৰিয়াল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
11:15 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
11:19 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি 'contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:26 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:30 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:37 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:42 আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Anamika, Pratik kamble