Java/C3/Static-Blocks/Assamese

From Script | Spoken-Tutorial
Revision as of 12:52, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Static blocks ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 ইয়াতে আমি শিকিম: static blocks কি।
00:10 static blocks ঘোষিত কৰা আৰু static blocks ইয়াৰ ব্যবহাৰ।
00:16 ইয়াতে আমি ব্যবহাৰ কৰিছো: Ubuntu 14.04 JDK 1 .7 আৰু Eclipse 4.3.1
00:26 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:34 আপোনাৰ java ত instance variables, static variables আৰু static methods সম্পর্কে জানিব লাগিব।
00:43 নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদত্ত লিঙ্কত যাওক।
00:48 এতিয়া static blocks সম্পর্কে শিকো।
00:52 Static block ইয়াৰ ব্যবহাৰ সাধাৰণতে static variableৰ ভ্যালু ইনিসিয়েলাইজ কৰাত হয়।
00:59 static কীওয়ার্ড ব্যবহাৰ কৰি static block ঘোষিত হয়।
01:03 ক্লাস মেমোৰীত লোড কৰিলে Static blocks নিষ্পাদিত হয়।
01:08 ইয়াতে প্ৰোগ্ৰামত static blocks থাকিলে, তাক constructors ইয়াৰ আগত লাগু হয়।
01:14 আমি static blockত instance variable অ্যাক্সেস কৰিব নোৱাৰো।
01:19 এতিয়া, Eclipseত যাও আৰু StaticBlockDemo নামৰ নতুন প্ৰকল্প বনাম।
01:26 এই প্ৰজেক্টত, Static Blocks ইয়াৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় classes বনাম।
01:33 src ফোল্ডাৰত সো ক্লিক কৰক আৰু New-> Classত ক্লিক কৰক।
01:38 class ইয়াৰ নাম StudentEnroll লিখক আৰু এন্টাৰ টিপক।
01:44 StudentEnroll ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক।
01:49 উল্লেখ্য যে দুটা static variables, count আৰু orgname আছে।
01:54 Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক।
02:00 নির্মিত কোডৰ পৰা super কীওয়ার্ড মুছি দিয়ক।
02:04 constructor লাগু হলে আমি এটা ম্যাসেজ প্ৰিন্ট কৰিব বিছাৰো।
02:09 এই constructor ত, Constructor invoked প্ৰিন্ট কৰিবলৈ নিম্ন কোড লিখক।
02:15 এতিয়া ভ্যাৰিয়েবোলৰ ভ্যালুক প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম।
02:21 নিম্ন কোড লিখক।
02:23 এতিয়া count আৰু orgname ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ static block জুড়িম।
02:29 নিম্ন কোড লিখক।
02:32 ভ্যাৰিয়েবল orgname আৰু count হল static variable.
02:36 static কীওয়ার্ড দ্বাৰা প্ৰিফিক্ড কাৰ্লী বন্ধনীত এই কোডৰ ব্লক হল staticblock.
02:42 এই static block যথাক্ৰমে count আৰু orgname ইয়াৰ ভ্যালুৰ বাবে 100 আৰু IITM ইনিসিয়েলাইজ কৰে।
02:51 এই static blockত static block-1 is invoked লিখিবলৈ নিম্ন কোড লিখক।
02:58 আমি main method ইয়াৰ সৈতে আৰু এটা ক্লাস জুড়িম।
03:03 default packageত সো ক্লিক কৰক, New-> Classত ক্লিক কৰক আৰু তাৰপিছত Demo লিখক।
03:11 এই ক্লাসত আমি main মেথড আছে।
03:15 main লিখক আৰু তাৰপিছত main method বনাবলৈ Ctrl + space টিপক।
03:21 আমি StudentEnroll ক্লাসৰ এটা অবজেক্ট বনাম।
03:25 অবজেক্ট s1 বনাবলৈ নিম্ন কোড লিখক।
03:29 এতিয়া ভ্যালু প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰক।
03:33 লিখক s1.showData() semicolon
03:38 এতিয়া Demo প্ৰোগ্ৰাম ৰান কৰো।
03:41 আমি দেখো যে static block constructor ইয়াৰ আগত লাগু হয়।
03:46 count আৰু orgname ইয়াৰ ভ্যালু ইনিসিয়েলাইজ হয় যেনে static blockত সংজ্ঞায়িত হৈছে।
03:53 এতিয়া StudentEnroll ক্লাসত উভতি যাও।
03:57 চাও কি হয় যদি static blockত id ইয়াৰ ভ্যালু ইনিসিয়েলাইজ কৰো।
04:03 static blockত লিখক, id equals IT01 semicolon
04:10 আমি এটা এৰৰ দেখো।
04:13 এইটো ইঙ্গিত কৰে যে instance variable ক static blockত অ্যাক্সেস কৰা যাব নোৱাৰে।
04:19 এই লাইনটোক কমেন্ট কৰক আৰু আগোৱাই যাওক।
04:25 স্লাইডত উভতি যাওক।
04:27 classত একাধিক static blocks হব পাৰে।
04:30 এই ক্ষেত্ৰত সিহতক মাত্ৰ এবাৰ কল কৰা হয় যেনেকৈ সিহতক সোর্স কোডত দেখায়।
04:37 এইটোক চেক কৰিবলৈ Eclipseত উভতি যাওক।
04:40 বিদ্যমান ব্লকৰ পিছত আৰু এটা static block অন্তর্ভুক্ত কৰক।
04:45 তলৰ কোড লিখক।
04:47 এই static block যথাক্ৰমে count আৰু orgname ইয়াৰ ভ্যালু 200 আৰু IITB ইনিসিয়েলাইজ কৰে।
04:57 এই static blockত নিম্ন কোড লিখক।
05:01 এতিয়া Demo প্ৰোগ্ৰাম আকৌ এবাৰ ৰান কৰক।
05:04 আউটপুটৰ পৰা চেক কৰিব পাৰি যে দ্বিতীয় static block প্ৰথমটোৰ পিছত লাগু হয়।
05:10 static variables count আৰু orgname ইয়াৰ ভ্যালু দ্বিতীয় static block দ্বাৰা আপডেট হয়।
05:18 সিহত যথাক্ৰমে 200 আৰু IITB.
05:22 সংক্ষেপে:
05:24 ইয়াতে আমি শিকিছো: static block কি? static block ঘোষিত আৰু সংজ্ঞায়িত কৰা আৰু static block লাগু আৰু নিষ্পাদিত কৰা।
05:37 অনুশীলনীৰ বাবে, এই অনুশীলনী Static Methods অনুশীলনীৰ ধাৰাবাহিকতা হয়।
05:44 Static Methods ইয়াৰ অনুশীলনী সম্পন্ন কৰা নিশ্চিত কৰক।
05:48 আগৰ ডিসাইনৰ ভিত্তিত CarService ক্লাস এই স্লাইডত নির্দিষ্ট কৰক।
05:54 instance variables আৰু static variables সনাক্ত কৰক।
05:58 instance variables ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ constructor নির্ধাৰণ কৰক।
06:03 static variables ইয়াৰ বাবে ভ্যালু ইনিসিয়েলাইজ কৰিবলৈ static block নির্ধাৰণ কৰক।
06:08 main method সহ এটা Demo ক্লাস বনাওক।
06:12 main methodত, CarService ইয়াৰ কিছু অবজেক্ট বনাওক আৰু show( ) method লাগু কৰক।
06:19 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়।
06:24 এইটোক ডাউনলোড কৰি চাওক।
06:27 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়।
06:35 অধিক জানোবলৈ আমালৈ লিখক।
06:39 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
06:46 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
06:50 আই আই টী বোম্বেৰ পৰা ম ই মৌচুমি মেধী বিদায় লৈছো।
06:58 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi