Java/C2/do-while/Assamese

From Script | Spoken-Tutorial
Revision as of 11:38, 23 June 2014 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

 

Time Narration
00:01 জাভাত do-while Loopৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
00:06 এই টিউটোৰিয়েলত, আপোনি

do-while Loop

আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।

00:12   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো।

00:20 এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব।
00:25 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক
00:32    ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে ।
00:37 লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ।
00:40 ইয়াৰ দুটা অংশ আছে।
00:42 প্ৰথমটো হল loop running condition আৰু দ্বিতীয়টো হল loop variable.
00:51   একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে।
00:58 সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়।
01:05 এতিয়া এটা উদাহৰণ চাও।
01:07  Eclipse লৈ যাওক । 
01:11    ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্ৰয়োজনীয়া skeleton  আছে ।
01:17 আমি DoWhileDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো।
01:22 আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো।
01:27 লিখক
01:29 int n = 1
01:32 n আমাৰ লুপ ভ্যাৰিয়েবল হব।
01:36 তাৰপিছত লিখক do
01:40 ওপেন আৰু ক্লোস ধনুর্বন্ধনী
01:44 ধনুর্বন্ধনীত System.out.println(n)
01:55 আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1
02:05   আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে
02:08 n ইস লেস দেন বা ইকুয়াল টু 10 হয়।
02:10 ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10)
02:20   আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
02:25 আমি ক্ৰীয়াত কোডটো চাও।
02:28 সংৰক্ষণ কৰক ৰান কৰক।
02:37 আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
02:42   এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে।
02:47   প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়।
02:52 আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়।
02:55 যিহেতু এইটো  true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে।
03:00 আৰু  সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়।
03:06 n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়।
03:11      এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়।
03:17 সেয়ে আমি 50ৰে আৰম্ভ কৰো।
03:19 n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
03:23   যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম ।
03:29 সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক ।
03:34   আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়।
03:40 সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক।
03:48 এতিয়া আউটপুট চাও।
03:50 সংৰক্ষণ কৰক ৰান কৰক।
03:57 আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
04:02   এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক।
04:10 দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়।
04:15  প্ৰথমে মেন মেথড মুছি পেলাওক।
04:19 তাৰপিছত লিখক int n = 25
04:25 আমি  চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়।
04:32 তাৰপিছত লিখক int x = 0
04:37 যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক  সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম ।
04:44   তাৰপিছত লিখক do
04:46 ওপেন আৰু ক্লোস ধনুর্বন্ধনী
04:49     ধনুর্বন্ধনীত x = x + 1
04:55 আৰু ধনুর্বন্ধনীৰ বাহিৰত
04:58 while, বন্ধনীত (x * x < n)
05:06 আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
05:10      যেতিয়ালৈকেx * x < n হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব।
05:16      সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব।
05:22 যাৰ অর্থ হৈছে x * x, n ৰ সমান হব
05:26 অথবা ই nৰ ৰ পৰা ডাঙৰ হব।
05:28   x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব ।
05:32 যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়।
05:37   সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম ।
05:47 System.out.println(x * x == n)
05:55 আমি ক্ৰীয়াত কোডটো চাও।
05:59    সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true.
06:07 অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো।
06:10    n  = 25 ক n = 49 লৈ সলনি কৰক।
06:15   সংৰক্ষণ কৰক ৰান কৰক।
06:20 আমি দেখো যে আমি আকৌ true পাও।
06:23   এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়।
06:26 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু
06:34 আশানুৰুপে আমি false পাইছো ।
06:37 এতিয়া চাও যে nৰ মান 0 হলে কি হয়।
06:42   n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও।
06:52 কোডটো ৰান কৰো।
06:54 সংৰক্ষণ কৰক ৰান কৰক।
07:00   আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো ।
07:05 এইটত হয় কাৰণ  কন্ডিশনৰ আগতো
07:08 x * x < n প্ৰশিক্ষন কৰা যাই,  xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়।
07:16 লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে।
07:20 এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়।
07:26    এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়।
07:31 বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে।
07:37 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:40 এই টিউটৰিয়েলত আমি শিকিছো
07:42 while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো।
07:46   এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক।
07:50 বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26
07:56 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,

এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।

08:01 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.

যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

08:06 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:10 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:16 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:22   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:32 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:36 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble