Difference between revisions of "Java/C2/do-while/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 5: Line 5:
  
 
|-
 
|-
| 00:01
+
|00:01
 
| জাভাত '''do-while Loop'''ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
 
| জাভাত '''do-while Loop'''ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
  
 
|-
 
|-
| 00:06
+
|00:06
 
| এই টিউটোৰিয়েলত, আপোনি
 
| এই টিউটোৰিয়েলত, আপোনি
  
Line 17: Line 17:
  
 
|-
 
|-
| 00:12
+
|00:12
 
|  এই টিউটোৰিয়েলত আমি  
 
|  এই টিউটোৰিয়েলত আমি  
 
উবুন্টু 11.10,  
 
উবুন্টু 11.10,  
Line 24: Line 24:
  
 
|-
 
|-
| 00:20
+
|00:20
 
| এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব।
 
| এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব।
  
 
|-
 
|-
| 00:25
+
|00:25
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক
  
 
|-
 
|-
| 00:32
+
|00:32
 
|   ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে ।
 
|   ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে ।
  
 
|-
 
|-
| 00:37
+
|00:37
 
|লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ।
 
|লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ।
  
 
|-
 
|-
| 00:40
+
|00:40
 
|ইয়াৰ দুটা অংশ আছে।
 
|ইয়াৰ দুটা অংশ আছে।
  
 
|-
 
|-
| 00:42
+
|00:42
 
|প্ৰথমটো হল '''loop running condition''' আৰু দ্বিতীয়টো হল '''loop variable'''.
 
|প্ৰথমটো হল '''loop running condition''' আৰু দ্বিতীয়টো হল '''loop variable'''.
  
 
|-
 
|-
| 00:51
+
|00:51
 
|  একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে।
 
|  একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে।
  
 
|-
 
|-
| 00:58
+
|00:58
 
|সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়।
 
|সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়।
  
 
|-
 
|-
| 01:05
+
|01:05
 
|এতিয়া এটা উদাহৰণ চাও।
 
|এতিয়া এটা উদাহৰণ চাও।
  
 
|-
 
|-
| 01:07
+
|01:07
 
| '''Eclipse''' লৈ যাওক । 
 
| '''Eclipse''' লৈ যাওক । 
 
|-
 
|-
| 01:11
+
|01:11
 
|   ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয়া skeleton  আছে ।
 
|   ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয়া skeleton  আছে ।
  
 
|-
 
|-
| 01:17
+
|01:17
 
|আমি '''DoWhileDemo''' নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো।
 
|আমি '''DoWhileDemo''' নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো।
  
 
|-
 
|-
| 01:22
+
|01:22
 
| আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো।
 
| আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো।
  
 
|-
 
|-
| 01:27
+
|01:27
 
|লিখক  
 
|লিখক  
  
 
|-
 
|-
| 01:29
+
|01:29
 
|'''int n = 1'''
 
|'''int n = 1'''
  
 
|-
 
|-
| 01:32
+
|01:32
 
|n আমাৰ লুপ ভ্যাৰিয়েবল হব।
 
|n আমাৰ লুপ ভ্যাৰিয়েবল হব।
  
 
|-
 
|-
| 01:36
+
|01:36
 
| তাৰপিছত লিখক do
 
| তাৰপিছত লিখক do
  
 
|-
 
|-
| 01:40
+
|01:40
 
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী
 
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী
  
 
|-
 
|-
| 01:44
+
|01:44
 
|ধনুর্বন্ধনীত '''System.out.println(n)'''
 
|ধনুর্বন্ধনীত '''System.out.println(n)'''
 
|-
 
|-
| 01:55
+
|01:55
 
|আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1
 
|আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1
  
 
|-
 
|-
| 02:05
+
|02:05
 
|  আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে
 
|  আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে
  
 
|-
 
|-
| 02:08
+
|02:08
 
|n ইস লেস দেন বা ইকুয়াল টু 10 হয়।
 
|n ইস লেস দেন বা ইকুয়াল টু 10 হয়।
  
 
|-
 
|-
| 02:10
+
|02:10
 
| ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10)
 
| ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10)
 
|-
 
|-
| 02:20
+
|02:20
 
|  আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
 
|  আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
  
 
|-
 
|-
| 02:25
+
|02:25
 
| আমি ক্ৰীয়াত কোডটো চাও।
 
| আমি ক্ৰীয়াত কোডটো চাও।
  
 
|-
 
|-
| 02:28
+
|02:28
 
|সংৰক্ষণ কৰক ৰান কৰক।
 
|সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 02:37
+
|02:37
 
| আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
 
| আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
  
 
|-
 
|-
| 02:42
+
|02:42
 
|  এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে।
 
|  এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে।
 
|-
 
|-
| 02:47
+
|02:47
 
|  প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়।
 
|  প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়।
  
 
|-
 
|-
| 02:52
+
|02:52
 
|আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়।
 
|আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়।
  
 
|-
 
|-
| 02:55
+
|02:55
 
|যিহেতু এইটো  true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে।
 
|যিহেতু এইটো  true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে।
  
 
|-
 
|-
| 03:00
+
|03:00
 
|আৰু  সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়।  
 
|আৰু  সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়।  
  
 
|-
 
|-
| 03:06
+
|03:06
 
|n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়।
 
|n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়।
  
 
|-
 
|-
| 03:11     
+
|03:11     
 
|  এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়।
 
|  এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়।
  
 
|-
 
|-
| 03:17
+
|03:17
 
| সেয়ে আমি 50ৰে আৰম্ভ কৰো।
 
| সেয়ে আমি 50ৰে আৰম্ভ কৰো।
  
 
|-
 
|-
| 03:19
+
|03:19
 
|n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
 
|n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
  
 
|-
 
|-
| 03:23
+
|03:23
 
|  যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম ।
 
|  যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম ।
  
 
|-
 
|-
| 03:29
+
|03:29
 
|সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক ।
 
|সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক ।
 
|-
 
|-
| 03:34
+
|03:34
 
|  আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়।
 
|  আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়।
  
 
|-
 
|-
| 03:40
+
|03:40
 
| সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক।
 
| সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক।
  
 
|-
 
|-
| 03:48
+
|03:48
 
| এতিয়া আউটপুট চাও।
 
| এতিয়া আউটপুট চাও।
  
 
|-
 
|-
| 03:50  
+
|03:50  
 
|সংৰক্ষণ কৰক ৰান কৰক।
 
|সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 03:57
+
|03:57
 
|আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
 
|আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
 
|-
 
|-
| 04:02
+
|04:02
 
|  এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক।
 
|  এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক।
 
|-
 
|-
| 04:10
+
|04:10
 
| দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়।
 
| দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়।
  
 
|-
 
|-
| 04:15
+
|04:15
 
| প্ৰথমে মেন মেথড মুছি পেলাওক।
 
| প্ৰথমে মেন মেথড মুছি পেলাওক।
  
 
|-
 
|-
| 04:19
+
|04:19
 
|তাৰপিছত লিখক int n = 25
 
|তাৰপিছত লিখক int n = 25
  
 
|-
 
|-
| 04:25
+
|04:25
 
| আমি  চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়।
 
| আমি  চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়।
  
 
|-
 
|-
| 04:32
+
|04:32
 
| তাৰপিছত লিখক '''int x = 0'''
 
| তাৰপিছত লিখক '''int x = 0'''
  
 
|-
 
|-
| 04:37
+
|04:37
 
|যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক  সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম ।
 
|যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক  সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম ।
  
 
|-
 
|-
| 04:44
+
|04:44
 
|  তাৰপিছত লিখক do
 
|  তাৰপিছত লিখক do
  
 
|-
 
|-
| 04:46
+
|04:46
 
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী
 
|ওপেন আৰু ক্লোস ধনুর্বন্ধনী
  
 
|-
 
|-
| 04:49      
+
|04:49      
 
|ধনুর্বন্ধনীত '''x = x + 1'''
 
|ধনুর্বন্ধনীত '''x = x + 1'''
  
 
|-
 
|-
| 04:55
+
|04:55
 
| আৰু ধনুর্বন্ধনীৰ বাহিৰত
 
| আৰু ধনুর্বন্ধনীৰ বাহিৰত
 
|-
 
|-
| 04:58
+
|04:58
 
|while, বন্ধনীত '''(x * x < n)'''
 
|while, বন্ধনীত '''(x * x < n)'''
  
 
|-
 
|-
| 05:06
+
|05:06
 
|আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
 
|আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
 
|-
 
|-
| 05:10     
+
|05:10     
 
|যেতিয়ালৈকে'''x * x < n''' হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব।
 
|যেতিয়ালৈকে'''x * x < n''' হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব।
 
|-
 
|-
| 05:16     
+
|05:16     
 
|  সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব।
 
|  সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব।
 
|-
 
|-
| 05:22
+
|05:22
 
| যাৰ অর্থ হৈছে x * x, n ৰ সমান হব
 
| যাৰ অর্থ হৈছে x * x, n ৰ সমান হব
 
|-
 
|-
| 05:26
+
|05:26
 
|অথবা ই nৰ ৰ পৰা ডাঙৰ হব।
 
|অথবা ই nৰ ৰ পৰা ডাঙৰ হব।
 
|-
 
|-
| 05:28
+
|05:28
 
|  x * x, n ৰ সমান হল সংখ্যাটো এটা  নির্ভুল বর্গ হব ।
 
|  x * x, n ৰ সমান হল সংখ্যাটো এটা  নির্ভুল বর্গ হব ।
  
 
|-
 
|-
| 05:32
+
|05:32
 
|যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়।
 
|যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়।
  
 
|-
 
|-
| 05:37
+
|05:37
 
|  সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম ।
 
|  সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম ।
  
 
|-
 
|-
| 05:47
+
|05:47
 
| '''System.out.println(x * x == n)'''
 
| '''System.out.println(x * x == n)'''
 
|-
 
|-
| 05:55
+
|05:55
 
| আমি ক্ৰীয়াত কোডটো চাও।
 
| আমি ক্ৰীয়াত কোডটো চাও।
 
|-
 
|-
| 05:59
+
|05:59
 
|   সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true.
 
|   সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true.
  
 
|-
 
|-
| 06:07
+
|06:07
 
|অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো।
 
|অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো।
  
 
|-
 
|-
| 06:10
+
|06:10
 
|   n  = 25 ক n = 49 লৈ সলনি কৰক।
 
|   n  = 25 ক n = 49 লৈ সলনি কৰক।
  
 
|-
 
|-
| 06:15
+
|06:15
 
|  সংৰক্ষণ কৰক ৰান কৰক।
 
|  সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 06:20
+
|06:20
 
|আমি দেখো যে আমি আকৌ true পাও।
 
|আমি দেখো যে আমি আকৌ true পাও।
  
 
|-
 
|-
| 06:23
+
|06:23
 
|  এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়।
 
|  এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়।
  
 
|-
 
|-
| 06:26
+
|06:26
 
| 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু
 
| 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু
  
 
|-
 
|-
| 06:34
+
|06:34
 
|আশানুৰুপে আমি false পাইছো ।
 
|আশানুৰুপে আমি false পাইছো ।
  
 
|-
 
|-
| 06:37  
+
|06:37  
 
|এতিয়া চাও যে nৰ মান 0 হলে কি হয়।
 
|এতিয়া চাও যে nৰ মান 0 হলে কি হয়।
  
 
|-
 
|-
| 06:42
+
|06:42
 
|  n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও।
 
|  n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও।
  
 
|-
 
|-
| 06:52
+
|06:52
 
|কোডটো ৰান কৰো।
 
|কোডটো ৰান কৰো।
  
 
|-
 
|-
| 06:54
+
|06:54
 
|সংৰক্ষণ কৰক ৰান কৰক।
 
|সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 07:00
+
|07:00
 
|  আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো ।
 
|  আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো ।
  
 
|-
 
|-
| 07:05
+
|07:05
 
| এইটত হয় কাৰণ  কন্ডিশনৰ আগতো  
 
| এইটত হয় কাৰণ  কন্ডিশনৰ আগতো  
  
 
|-
 
|-
| 07:08
+
|07:08
 
|x * x < n প্ৰশিক্ষন কৰা যাই,  xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়।
 
|x * x < n প্ৰশিক্ষন কৰা যাই,  xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়।
  
 
|-
 
|-
| 07:16
+
|07:16
 
|লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে।
 
|লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে।
  
 
|-
 
|-
| 07:20
+
|07:20
 
| এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়।
 
| এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়।
  
 
|-
 
|-
| 07:26
+
|07:26
 
|   এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়।
 
|   এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়।
  
 
|-
 
|-
| 07:31  
+
|07:31  
 
|বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে।
 
|বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে।
  
 
|-
 
|-
| 07:37
+
|07:37
 
|  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
|  ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
| 07:40
+
|07:40
 
|এই টিউটৰিয়েলত আমি শিকিছো
 
|এই টিউটৰিয়েলত আমি শিকিছো
  
 
|-
 
|-
| 07:42
+
|07:42
 
| while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো।
 
| while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো।
  
 
|-
 
|-
| 07:46
+
|07:46
 
|  এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক।
 
|  এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক।
  
 
|-
 
|-
| 07:50
+
|07:50
 
|বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26
 
|বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26
 
|-
 
|-
| 07:56
+
|07:56
 
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
 
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
 
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
 
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
  
 
|-
 
|-
| 08:01
+
|08:01
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.  
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.  
 
যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 08:06
+
|08:06
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
| 08:10
+
|08:10
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
  
 
|-
 
|-
| 08:16
+
|08:16
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 08:22
+
|08:22
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
| 08:32
+
|08:32
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 08:36
+
|08:36
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:38, 23 June 2014

 

Time Narration
00:01 জাভাত do-while Loopৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
00:06 এই টিউটোৰিয়েলত, আপোনি

do-while Loop

আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে শিকিব ।

00:12   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো।

00:20 এই টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ, জাভাত while loop সম্পর্কে জ্ঞান থাকিব লাগিব।
00:25 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ওৱেবচাইট দৰ্শন কৰক
00:32    ইয়াতে এটা do-while লুপৰ স্ট্ৰাকচাৰ আছে ।
00:37 লক্ষ্য কৰক যে ই while লুপৰ অনুৰুপ।
00:40 ইয়াৰ দুটা অংশ আছে।
00:42 প্ৰথমটো হল loop running condition আৰু দ্বিতীয়টো হল loop variable.
00:51   একমাত্ৰ পার্থক্য হল যে কন্ডিশন do ব্লকৰ পিছত লিখা হৈছে।
00:58 সেয়ে do ব্লকত স্টেটমেন্টটো সঞ্চালনৰ পিছত কন্ডিশনটো প্ৰখিক্ষন কৰা হয়।
01:05 এতিয়া এটা উদাহৰণ চাও।
01:07  Eclipse লৈ যাওক । 
01:11    ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্ৰয়োজনীয়া skeleton  আছে ।
01:17 আমি DoWhileDemo নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যুক্ত কৰো।
01:22 আমি do-while loop ব্যবহাৰ কৰি 1 পৰা 10লৈ প্ৰীন্ট কৰিব লৈছো।
01:27 লিখক
01:29 int n = 1
01:32 n আমাৰ লুপ ভ্যাৰিয়েবল হব।
01:36 তাৰপিছত লিখক do
01:40 ওপেন আৰু ক্লোস ধনুর্বন্ধনী
01:44 ধনুর্বন্ধনীত System.out.println(n)
01:55 আমি nৰ মান প্ৰীন্ট কৰিম আৰু তাৰপিছত ইয়াক বঢ়োৱাক। n = n + 1
02:05   আৰু আমি এইটো কৰি থাকো যেতিয়ালৈকে
02:08 n ইস লেস দেন বা ইকুয়াল টু 10 হয়।
02:10 ধনুর্বন্ধনীৰ বাহিৰত লিখক while, বন্ধনীত (n লেস দেন ইকুয়াল টু 10)
02:20   আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
02:25 আমি ক্ৰীয়াত কোডটো চাও।
02:28 সংৰক্ষণ কৰক ৰান কৰক।
02:37 আমি দেখো যে, 1 পৰা 10 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
02:42   এতিয়া বোজা যাওক যে কিভাবে কোড সঞ্চালিত কৰা হৈছে।
02:47   প্ৰথমে 1 প্ৰীন্ট কৰা হয় আৰু তাৰপিছত nৰ মান 2 হয়।
02:52 আৰু তাৰপিছত কন্ডিশনটো পৰীক্ষা কৰা হয়।
02:55 যিহেতু এইটো  true হয়. 2 প্ৰীন্ট হৈছে আৰু n ৰ মান 3 হৈছে।
03:00 আৰু  সকলো 10টা সংখয়া প্ৰীন্ট হোয়া পর্যন্তলৈকে এইভাবে হৈ থাকে, আৰু n ৰ মান 11 হয়।
03:06 n = 11 হলে, কন্ডিশনটো অক্ষম হয় আৰু লুপ বন্ধ হয়।
03:11      এতিয়া আমি সংখ্যাবোৰক 50 পৰা 40 পর্যন্তলৈ নিম্নক্ৰমে প্ৰীন্ট কৰা হয়।
03:17 সেয়ে আমি 50ৰে আৰম্ভ কৰো।
03:19 n = 1 পৰা n = 50 লৈ পৰিবর্তন কৰক।
03:23   যিহেতু আমি ডাঙৰ সংখ্যা পৰা সৰু সংখ্যায় লুপিং কৰিছো, আমি লুপ ভ্যাৰিয়েবল ডিক্ৰিমেন্ট কৰিম ।
03:29 সেয়ে n = n + 1 পৰা n = n - 1লৈ পৰিবর্তন কৰক ।
03:34   আমি লুপ কৰিম যেতিয়ালৈকে n ইস গ্ৰেটাৰ দেন বা ইকুয়েল টু 40 হয়।
03:40 সেয়ে কন্ডিশন n >= 40 তে পৰিবর্তন কৰক।
03:48 এতিয়া আউটপুট চাও।
03:50 সংৰক্ষণ কৰক ৰান কৰক।
03:57 আমি যেনে চাব পাৰো, 50 পৰা 40 পর্যন্তলৈ প্ৰীন্ট কৰা হৈছে।
04:02   এতিয়া do-while loop ব্যবহাৰ কৰি ভিন্ন যুক্তি চেষ্টা কৰক।
04:10 দিয়া সংখয়াটোক আমি চাম যে ই এটা নিৰ্ভুল বৰ্গ হয় নে নহয়।
04:15  প্ৰথমে মেন মেথড মুছি পেলাওক।
04:19 তাৰপিছত লিখক int n = 25
04:25 আমি  চাম যে n ৰ মান এটা নির্ভুল বর্গ হয় নে নহয়।
04:32 তাৰপিছত লিখক int x = 0
04:37 যদি এইটো এটা নির্ভুল বর্গ হয় আমি x ক  সংখ্যাৰ বর্গমূল সংৰক্ষণ কৰিবলৈব্যবহাৰ কৰিম ।
04:44   তাৰপিছত লিখক do
04:46 ওপেন আৰু ক্লোস ধনুর্বন্ধনী
04:49     ধনুর্বন্ধনীত x = x + 1
04:55 আৰু ধনুর্বন্ধনীৰ বাহিৰত
04:58 while, বন্ধনীত (x * x < n)
05:06 আৰু সেমিকোলন ব্যবহাৰ কৰি do-while বন্ধ কৰক।
05:10      যেতিয়ালৈকেx * x < n হয়, আমি x ৰ মান বৃদ্ধি কৰি থাকিব লাগিব।
05:16      সেয়ে যেতিয়া লুপ ৰখি যায়, এই কন্ডিশনৰ উল্টোটো সত্য হব।
05:22 যাৰ অর্থ হৈছে x * x, n ৰ সমান হব
05:26 অথবা ই nৰ ৰ পৰা ডাঙৰ হব।
05:28   x * x, n ৰ সমান হল সংখ্যাটো এটা নির্ভুল বর্গ হব ।
05:32 যদি ই n ৰ সমান নহয় তেন্তে সেই সংখ্যাটি এটা নির্ভুল বর্গ নহয়।
05:37   সেয়ে শেষত, আমি কন্ডিশন প্ৰীন্ট কৰিম ।
05:47 System.out.println(x * x == n)
05:55 আমি ক্ৰীয়াত কোডটো চাও।
05:59    সংৰক্ষণ কৰক ৰান কৰক। আমি যেনে চাব পাৰো, আউটপুটতো হল true.
06:07 অন্যান্য নির্ভুল বর্গৰ সৈতে চেষ্টা কৰো।
06:10    n  = 25 ক n = 49 লৈ সলনি কৰক।
06:15   সংৰক্ষণ কৰক ৰান কৰক।
06:20 আমি দেখো যে আমি আকৌ true পাও।
06:23   এতিয়া এটা সংখ্যাৰ লগত চেষ্টা কৰা যাওক যি এটা নির্ভুল বর্গ নহয়।
06:26 49 ক 23 লৈ সলনি কৰক। সংৰক্ষণ কৰক ৰান কৰক আৰু
06:34 আশানুৰুপে আমি false পাইছো ।
06:37 এতিয়া চাও যে nৰ মান 0 হলে কি হয়।
06:42   n = 23 ক n = 0লৈসলনি কৰক। যিহেতু 0 এটা প্ৰাকিটিক সংখ্যা নহয়, আমি false পাও।
06:52 কোডটো ৰান কৰো।
06:54 সংৰক্ষণ কৰক ৰান কৰক।
07:00   আমি দেখো যে আমি আশানুৰুপে false পাইয়েছো ।
07:05 এইটত হয় কাৰণ  কন্ডিশনৰ আগতো
07:08 x * x < n প্ৰশিক্ষন কৰা যাই,  xৰ মান বৃদ্ধি পায়, আৰু তাৰপিছত ই 1 হয়।
07:16 লুপ কন্ডিশনটো অক্ষম হয় আৰু লুপ ৰান নকৰে।
07:20 এইভাবে, do-while loop ব্যবহাৰ কৰি, আমি নিশ্চিত কৰো যে 0 এটা নির্ভুল বর্গ নহয়।
07:26    এইভাবে do-while loop এটা শ্ৰেণীৰ সমস্যা সমাধান কৰিবলৈ ব্যবহৃত হয়।
07:31 বিশেষভাবে, যেতিয়া লুপ অন্তত এবাৰ ৰান কৰে।
07:37 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:40 এই টিউটৰিয়েলত আমি শিকিছো
07:42 while loop আৰু ইয়াৰ ব্যবহাৰ শিকিছো।
07:46   এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য, নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক।
07:50 বাইনাৰি সংখ্যা এটা দিয়া হৈছে, ইয়াৰ দশমিক সমতুল্য নির্ণয় কৰক, উদাহৰণস্বৰুপে: 11010 => 26
07:56 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,

এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।

08:01 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে.

যদি আপোনাৰ বেনৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।

08:06 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:10 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:16 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:22   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:32 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:36 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble