Java/C2/User-Input/Assamese

From Script | Spoken-Tutorial
Revision as of 16:12, 27 February 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration

 

00:02 BufferedReader ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলত আমি শিকিম
00:11 জাভাত ইউজাৰ ইনপুট লোৱা।
00:13 InputStreamReader আৰু BufferedReader ৰ সম্পর্কে।
00:17 টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ
00:19 এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক।
00:24 আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক।
00:27 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:35 এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো।

00:44 এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম !
00:48 এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়।
00:53 ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে।
00:59 BufferedReader ব্যবহাৰ কৰিবলৈ, আমি java.io প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে।
01:05 এই তিনটি ক্লাস হল:

IOException InputStreamReader আৰু BufferedReader

01:12 আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব ।
01:18 এতিয়া ইনপুট কিভাবে লোৱা হয়?
01:21 সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব।
01:26 ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব।
01:31 আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। 
01:35 এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও।
01:39 তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি InputStreamReader নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব।
01:45 আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন।
01:49 যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো,  আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম ।
01:54 সেয়ে Eclipse লৈ যাও।
01:56 আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো ।
02:00 আমি java.io প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম।
02:04 সেয়ে ক্লাসৰ আগত লিখক import space java dot io dot star সেমিকোলন
02:14 InputStreamReader, BufferedReader আৰু IOException ক্লাস ইম্পোর্ট কৰায়
02:20 এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম।
02:25 আমি যি কোনো মেথডত  BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব।
02:31 সেয়ে মেন মেথডৰ পিছত লিখক  throws স্পেস IOException.
02:42 এতিয়া, ইয়াৰ মানে কি বুজায়?
02:45 Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে।
02:52 Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি throws কীওয়ার্ড ব্যবহাৰ কৰো। 
02:57 Throws এটা কীওয়ার্ড যি Exception handling কৰাৰ সময়ত ব্যবহৃত কৰা হয়।
03:00 যেতিয়া আমি জানো যে Exception  এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়।
03:05 যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে।
03:10 Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো।
03:16 আমি Exception Handling সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম।
03:20 এতিয়া, আমি InputStreamReader নামৰ অবজেক্ট তৈয়াৰ কৰো।
03:24 তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী।
03:44 প্রথম বন্ধনীত লিখক, System dot in আৰু তাৰপিছত সেমিকোলন।
03:52 InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে  ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে
  04:01 System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়।
04:10 ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়।
04:17 ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো ।
04:22 সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী।
04:36 বন্ধনীৰ ভিতৰত,  InputStreamReader ৰ অবজেক্ট লিখক যি isr হয় .
04:43 এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে।
04:48 BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে ।
04:54 Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে।
05:01 এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো।
05:06 প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক।
05:14 লিখক String স্পেস str সেমিকোলন
05:19 এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক।
05:23 সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন।
05:33 ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম,
05:37 str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
05:45 readLine মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব ।
05:51 এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক ।
06:01 সেয়ে লিখক int স্পেস n সেমিকোলন।
06:05 ইউজাৰক  তাৰ বয়স লিখবলৈ কওক।
06:08 সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। 
06:21 ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল str1 তৈয়াৰ কৰক।
06:31 এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
06:45 এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন।
07:05 Integer এটা ক্লাস হয় আৰু parseInt হল তাৰ মেথড।
07:11 এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে।
07:18 এতিয়া name আৰু ageৰ আউটপুট প্রদর্শন কৰক।
07:22 সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The name is + str সেমিকোলন।
07:38 পিছৰ লাইনত লিখক, System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The ages + n আৰু সেমিকোলন।
07:50 এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো।
07:55 সেয়ে Control আৰু F11 কী টিপক।
08:00 আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয়
08:03 সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম Ramu এন্টাৰ টিপক।
08:08 আপনাক বয়স লিখিবলৈ সোধা হয়।
08:11 আমি ইয়াত  20 লিখিম আৰু  এন্টাৰ টিপক।
08:13 আমি নিম্নৰুপে আউটপুট পাও
08:15 The name is  Ramu 
08:16 আৰু The age is 20.
08:18 এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো ।
08:24 এই টিউটৰিয়েলত আমি শিকিছো
08:26 InputStreamReader সম্পর্কে,
08:28 BufferedReader সম্পর্কে,
08:29 আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা।
08:33 আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। 
08:42 ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক.  আউটপুটক কনসোলত প্রদর্শন কৰক।
08:49 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:54 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:57 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:02 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:04 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:11 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:18 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:21 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:27 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:36 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble