Difference between revisions of "Java/C2/User-Input/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
+
{|border= 1
{| border=1
+
|'''Time'''
|| ''Time'''
+
|'''Narration'''
|| '''Narration'''
+
 
 
 
 
 
|-
 
|-
|  00:02
+
|00:02
| '''BufferedReader''' ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম।
+
|'''BufferedReader''' ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম।
 +
 
 
|-
 
|-
|  00:09
+
|00:09
|  এই টিউটোৰিয়েলত আমি শিকিম
+
|এই টিউটোৰিয়েলত আমি শিকিম
  
 
|-
 
|-
|  00:11
+
|00:11
| জাভাত ইউজাৰ ইনপুট লোৱা।
+
|জাভাত ইউজাৰ ইনপুট লোৱা।
 +
 
 
|-
 
|-
|  00:13
+
|00:13
| '''InputStreamReader''' আৰু '''BufferedReader''' ৰ সম্পর্কে।
+
|'''InputStreamReader''' আৰু '''BufferedReader''' ৰ সম্পর্কে।
  
 
|-
 
|-
| 00:17
+
|00:17
|  টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ
+
|টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ
  
 
|-
 
|-
|  00:19
+
|00:19
 
|এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক।
 
|এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক।
 +
 
|-
 
|-
|  00:24
+
|00:24
| আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক।
+
|আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক।
 +
 
 
|-
 
|-
|  00:27
+
|00:27
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
 
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
  
 
|-
 
|-
|  00:35
+
|00:35
|  এই টিউটোৰিয়েলত আমি  
+
|এই টিউটোৰিয়েলত আমি  
 
উবুন্টু 11.10,  
 
উবুন্টু 11.10,  
 
JDK 1.6 আৰু  
 
JDK 1.6 আৰু  
Line 40: Line 43:
  
 
|-
 
|-
|  00:44
+
|00:44
|  এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম !
+
|এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম !
  
 
|-
 
|-
|  00:48
+
|00:48
 
|এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়।
 
|এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়।
  
 
|-
 
|-
|  00:53
+
|00:53
 
|ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে।
 
|ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে।
  
 
|-
 
|-
 
|00:59
 
|00:59
| BufferedReader ব্যবহাৰ কৰিবলৈ, আমি '''java.io''' প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে।
+
|BufferedReader ব্যবহাৰ কৰিবলৈ, আমি '''java.io''' প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে।
  
 
|-
 
|-
|  01:05
+
|01:05
 
|এই তিনটি ক্লাস হল:
 
|এই তিনটি ক্লাস হল:
 
+
'''IOException'''
*'''IOException'''
+
'''InputStreamReader''' আৰু
*'''InputStreamReader''' আৰু
+
'''BufferedReader'''
*'''BufferedReader'''
+
  
 
|-
 
|-
|  01:12
+
|01:12
 
|আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব ।
 
|আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব ।
  
 
|-
 
|-
| 01:18
+
|01:18
| এতিয়া ইনপুট কিভাবে লোৱা হয়?
+
|এতিয়া ইনপুট কিভাবে লোৱা হয়?
  
 
|-
 
|-
| 01:21
+
|01:21
|  সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব।
+
|সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব।
  
 
|-
 
|-
|  01:26
+
|01:26
 
|ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব।
 
|ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব।
  
 
|-
 
|-
|  01:31
+
|01:31
 
|আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো।   
 
|আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো।   
 
|-
 
|-
| 01:35
+
|01:35
|  এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও।
+
|এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও।
 +
 
 
|-
 
|-
|  01:39
+
|01:39
 
|তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি '''InputStreamReader''' নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব।
 
|তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি '''InputStreamReader''' নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব।
  
 
|-
 
|-
|  01:45
+
|01:45
 
|আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন।
 
|আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন।
 +
 
|-
 
|-
|  01:49
+
|01:49
 
|যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো,  আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম ।
 
|যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো,  আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম ।
  
 
|-
 
|-
|  01:54
+
|01:54
|   সেয়ে '''Eclipse''' লৈ যাও।
+
|সেয়ে '''Eclipse''' লৈ যাও।
 +
 
 
|-
 
|-
|  01:56
+
|01:56
 
|আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো ।
 
|আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো ।
  
 
|-
 
|-
| 02:00  
+
|02:00  
 
|আমি '''java.io''' প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম।
 
|আমি '''java.io''' প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম।
  
 
|-
 
|-
|  02:04
+
|02:04
 
|সেয়ে ক্লাসৰ আগত লিখক '''import space java dot io dot star''' সেমিকোলন
 
|সেয়ে ক্লাসৰ আগত লিখক '''import space java dot io dot star''' সেমিকোলন
  
 
|-
 
|-
|  02:14
+
|02:14
 
|ই '''InputStreamReader''', '''BufferedReader''' আৰু '''IOException''' ক্লাস ইম্পোর্ট কৰায়
 
|ই '''InputStreamReader''', '''BufferedReader''' আৰু '''IOException''' ক্লাস ইম্পোর্ট কৰায়
  
 
|-
 
|-
|  02:20
+
|02:20
 
|এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম।
 
|এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম।
  
 
|-
 
|-
|  02:25
+
|02:25
 
|আমি যি কোনো মেথডত  BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব।
 
|আমি যি কোনো মেথডত  BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব।
  
 
|-
 
|-
|  02:31
+
|02:31
 
|সেয়ে মেন মেথডৰ পিছত লিখক  '''throws''' স্পেস '''IOException'''.
 
|সেয়ে মেন মেথডৰ পিছত লিখক  '''throws''' স্পেস '''IOException'''.
 +
 
|-
 
|-
|  02:42
+
|02:42
 
|এতিয়া, ইয়াৰ মানে কি বুজায়?
 
|এতিয়া, ইয়াৰ মানে কি বুজায়?
  
 
|-
 
|-
|  02:45
+
|02:45
 
|Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে।
 
|Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে।
  
 
|-
 
|-
|  02:52
+
|02:52
 
|Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি '''throws''' কীওয়ার্ড ব্যবহাৰ কৰো। 
 
|Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি '''throws''' কীওয়ার্ড ব্যবহাৰ কৰো। 
 +
 
|-
 
|-
|  02:57
+
|02:57
|Throws এটা কীওয়ার্ড যি Exception handling সময়ত ব্যবহৃত কৰা হয়।
+
|Throws এটা কীওয়ার্ড যি Exception handling কৰাৰ সময়ত ব্যবহৃত কৰা হয়।
 +
 
 
|-
 
|-
| 03:00  
+
|03:00  
 
|যেতিয়া আমি জানো যে Exception  এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়।
 
|যেতিয়া আমি জানো যে Exception  এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়।
  
 
|-
 
|-
|  03:05
+
|03:05
 
|যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে।
 
|যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে।
  
 
|-
 
|-
|  03:10
+
|03:10
 
|Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো।
 
|Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো।
  
 
|-
 
|-
|  03:16
+
|03:16
 
|আমি '''Exception Handling''' সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম।
 
|আমি '''Exception Handling''' সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম।
  
 
|-
 
|-
|   03:20
+
|03:20
| এতিয়া, আমি '''InputStreamReader''' নামৰ অবজেক্ট তৈয়াৰ কৰো।
+
|এতিয়া, আমি '''InputStreamReader''' নামৰ অবজেক্ট তৈয়াৰ কৰো।
  
 
|-
 
|-
|  03:24
+
|03:24
 
|তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী।
 
|তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী।
 +
 
|-
 
|-
|  03:44
+
|03:44
| প্রথম বন্ধনীত লিখক, '''System dot in''' আৰু তাৰপিছত সেমিকোলন।
+
|প্রথম বন্ধনীত লিখক, '''System dot in''' আৰু তাৰপিছত সেমিকোলন।
 +
 
 
|-
 
|-
|  03:52
+
|03:52
 
|InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে  ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে  
 
|InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে  ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে  
  
Line 173: Line 183:
 
|  04:01
 
|  04:01
 
|System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়।
 
|System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়।
 +
 
|-
 
|-
|  04:10
+
|04:10
 
|ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়।
 
|ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়।
 +
 
|-
 
|-
|  04:17
+
|04:17
 
|ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো ।
 
|ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো ।
  
 
|-
 
|-
| 04:22  
+
|04:22  
 
|সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী।
 
|সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী।
  
 
|-
 
|-
|  04:36
+
|04:36
 
|বন্ধনীৰ ভিতৰত,  InputStreamReader ৰ অবজেক্ট লিখক যি '''isr''' হয় .
 
|বন্ধনীৰ ভিতৰত,  InputStreamReader ৰ অবজেক্ট লিখক যি '''isr''' হয় .
  
 
|-
 
|-
|  04:43
+
|04:43
 
|এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে।
 
|এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে।
  
 
|-
 
|-
|  04:48
+
|04:48
 
|BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে ।
 
|BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে ।
  
 
|-
 
|-
|  04:54
+
|04:54
 
|Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে।
 
|Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে।
  
 
|-
 
|-
|   05:01
+
|05:01
|  এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো।
+
|এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো।
 +
 
 
|-
 
|-
|  05:06
+
|05:06
 
|প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক।
 
|প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক।
  
 
|-
 
|-
|  05:14
+
|05:14
 
|লিখক String স্পেস str সেমিকোলন
 
|লিখক String স্পেস str সেমিকোলন
  
 
|-
 
|-
|  05:19
+
|05:19
| এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক।
+
|এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক।
  
 
|-
 
|-
|  05:23
+
|05:23
 
|সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন।
 
|সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন।
  
 
|-
 
|-
|  05:33
+
|05:33
| ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম,
+
|ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম,
  
 
|-
 
|-
|  05:37
+
|05:37
|  str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
+
|str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
 +
 
 
|-
 
|-
|  05:45
+
|05:45
 
|'''readLine''' মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব ।
 
|'''readLine''' মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব ।
  
 
|-
 
|-
|  05:51  
+
|05:51  
 
|এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক ।
 
|এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক ।
 +
 
|-
 
|-
|  06:01
+
|06:01
 
|সেয়ে লিখক int স্পেস n সেমিকোলন।
 
|সেয়ে লিখক int স্পেস n সেমিকোলন।
 +
 
|-
 
|-
|  06:05
+
|06:05
 
|ইউজাৰক  তাৰ বয়স লিখবলৈ কওক।
 
|ইউজাৰক  তাৰ বয়স লিখবলৈ কওক।
 +
 
|-
 
|-
|  06:08
+
|06:08
| সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। 
+
|সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। 
 +
 
 
|-
 
|-
|  06:21
+
|06:21
| ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল '''str1''' তৈয়াৰ কৰক।
+
|ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল '''str1''' তৈয়াৰ কৰক।
  
 
|-
 
|-
|  06:31
+
|06:31
 
|এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
 
|এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
 +
 
|-
 
|-
|  06:45
+
|06:45
 
|এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন।
 
|এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন।
  
 
|-
 
|-
|  07:05
+
|07:05
 
|'''Integer''' এটা ক্লাস হয় আৰু '''parseInt''' হল তাৰ মেথড।
 
|'''Integer''' এটা ক্লাস হয় আৰু '''parseInt''' হল তাৰ মেথড।
  
 
|-
 
|-
|  07:11
+
|07:11
 
|এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে।
 
|এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে।
  
 
|-
 
|-
|  07:18
+
|07:18
 
|এতিয়া '''name''' আৰু '''age'''ৰ আউটপুট প্রদর্শন কৰক।
 
|এতিয়া '''name''' আৰু '''age'''ৰ আউটপুট প্রদর্শন কৰক।
  
 
|-
 
|-
|  07:22
+
|07:22
 
|সেয়ে লিখক '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The name is + str''' সেমিকোলন।
 
|সেয়ে লিখক '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The name is + str''' সেমিকোলন।
 +
 
|-
 
|-
|  07:38
+
|07:38
 
|পিছৰ লাইনত লিখক, '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The ages + n''' আৰু সেমিকোলন।
 
|পিছৰ লাইনত লিখক, '''System dot out dot println''' বন্ধনী আৰু উদ্ধৃতিত '''The ages + n''' আৰু সেমিকোলন।
 +
 
|-
 
|-
|  07:50
+
|07:50
| এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো।
+
|এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো।
 +
 
 
|-
 
|-
|   07:55
+
|07:55
 
|সেয়ে Control আৰু F11 কী টিপক।
 
|সেয়ে Control আৰু F11 কী টিপক।
  
 
|-
 
|-
|    08:00
+
|08:00
| আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয়
+
|আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয়
 +
 
 
|-
 
|-
|  08:03
+
|08:03
 
|সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম '''Ramu''' এন্টাৰ টিপক।
 
|সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম '''Ramu''' এন্টাৰ টিপক।
  
 
|-
 
|-
|  08:08
+
|08:08
 
|আপনাক বয়স লিখিবলৈ সোধা হয়।
 
|আপনাক বয়স লিখিবলৈ সোধা হয়।
  
 
|-
 
|-
|  08:11
+
|08:11
| আমি ইয়াত  '''20''' লিখিম আৰু  এন্টাৰ টিপক।
+
|আমি ইয়াত  '''20''' লিখিম আৰু  এন্টাৰ টিপক।
  
 
|-
 
|-
|  08:13
+
|08:13
 
|আমি নিম্নৰুপে আউটপুট পাও
 
|আমি নিম্নৰুপে আউটপুট পাও
 +
 
|-
 
|-
|  08:15
+
|08:15
 
|'''The name is  Ramu'''   
 
|'''The name is  Ramu'''   
 +
 
|-
 
|-
|  08:16
+
|08:16
 
|আৰু '''The age is 20'''.
 
|আৰু '''The age is 20'''.
  
 
|-
 
|-
|  08:18
+
|08:18
 
|এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো ।
 
|এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো ।
  
 
|-
 
|-
|  08:24
+
|08:24
|  এই টিউটৰিয়েলত আমি শিকিছো
+
|এই টিউটৰিয়েলত আমি শিকিছো
  
 
|-
 
|-
|  08:26
+
|08:26
 
|InputStreamReader সম্পর্কে,
 
|InputStreamReader সম্পর্কে,
 +
 
|-
 
|-
|  08:28
+
|08:28
 
|BufferedReader সম্পর্কে,
 
|BufferedReader সম্পর্কে,
 +
 
|-
 
|-
|  08:29
+
|08:29
 
|আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা।
 
|আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা।
  
 
|-
 
|-
| 08:33
+
|08:33
 
|আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক।   
 
|আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক।   
  
 
|-
 
|-
|  08:42
+
|08:42
| ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক.  আউটপুটক কনসোলত প্রদর্শন কৰক।
+
|ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক.  আউটপুটক কনসোলত প্রদর্শন কৰক।
  
 
|-
 
|-
| 08:49
+
|08:49
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,
+
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
+
  
 
|-
 
|-
|  08:54
+
|08:54
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
|  08:57
+
|08:57
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 +
 
 
|-
 
|-
| 09:02
+
|09:02
|  কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
+
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
  
 
|-
 
|-
|  09:04
+
|09:04
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
+
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
|  09:07
+
|09:07
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
  
 
|-
 
|-
|  09:11
+
|09:11
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
+
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
|   09:18
+
|09:18
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
|  09:21
+
|09:21
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|  09:27
+
|09:27
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
|ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
 
| 09:36
 
| 09:36
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 16:12, 27 February 2017

Time Narration

 

00:02 BufferedReader ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলত আমি শিকিম
00:11 জাভাত ইউজাৰ ইনপুট লোৱা।
00:13 InputStreamReader আৰু BufferedReader ৰ সম্পর্কে।
00:17 টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ
00:19 এক্লীপ্সত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল আৰু ৰান কৰা সম্পর্কে জানা আবশ্যক।
00:24 আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক।
00:27 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:35 এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse IDE 3.7 ব্যবহাৰ কৰিছো।

00:44 এতিয়া, আমি BufferedReader কি হয় তাকে শিকিম !
00:48 এইটো এটা ক্লাস হয় যি ইনপুট স্ট্রিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়।
00:53 ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কার্যকৰ উপায় প্রদান কৰে।
00:59 BufferedReader ব্যবহাৰ কৰিবলৈ, আমি java.io প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোর্ট কৰিব লাগে।
01:05 এই তিনটি ক্লাস হল:

IOException InputStreamReader আৰু BufferedReader

01:12 আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোর্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব ।
01:18 এতিয়া ইনপুট কিভাবে লোৱা হয়?
01:21 সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও, স্ট্রিং ৰ আকাৰত থাকিব।
01:26 ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব।
01:31 আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্রোগ্রাম লিখো। 
01:35 এতিয়া, BufferedReader ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও।
01:39 তিনটি ক্লাস ইম্পোর্ট কৰা পিছত আপনি InputStreamReader নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব।
01:45 আপনি BufferedReader নামৰ অবজেক্টও তৈয়াৰ কৰা প্রয়োজন।
01:49 যেতিয়া আমি আমাৰ প্রোগ্রাম লিখো,  আমি এই সম্পর্কে বিস্তাৰিতভাবে শিকিম ।
01:54 সেয়ে Eclipse লৈ যাও।
01:56 আমি ইতিমধ্যে InputBufferedReader নামৰ ক্লাস খুলিছো ।
02:00 আমি java.io প্যাকেজ ইম্পোর্ট কৰাৰ পৰা আৰম্ভ কৰিম।
02:04 সেয়ে ক্লাসৰ আগত লিখক import space java dot io dot star সেমিকোলন
02:14 InputStreamReader, BufferedReader আৰু IOException ক্লাস ইম্পোর্ট কৰায়
02:20 এতিয়া আমি মেন মেথডত BufferedReader ব্যবহাৰ কৰিম।
02:25 আমি যি কোনো মেথডত  BufferedReader ব্যবহাৰ কৰি , IOException নির্গত কৰিব লাগিব।
02:31 সেয়ে মেন মেথডৰ পিছত লিখক  throws স্পেস IOException.
02:42 এতিয়া, ইয়াৰ মানে কি বুজায়?
02:45 Exceptions হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্রত্যাশিত পৰিস্থিতি ঘটে।
02:52 Exception এৰৰ প্রতিৰোধ কৰিবলৈ আমি throws কীওয়ার্ড ব্যবহাৰ কৰো। 
02:57 Throws এটা কীওয়ার্ড যি Exception handling কৰাৰ সময়ত ব্যবহৃত কৰা হয়।
03:00 যেতিয়া আমি জানো যে Exception  এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়।
03:05 যেতিয়া আমি BufferedReader ব্যবহাৰ কৰো, exception এৰৰ সদায় ঘটে।
03:10 Exception এৰৰ ঘটা প্রতিৰোধ কৰিবলৈ আমি throws IOException ব্যবহাৰ কৰো।
03:16 আমি Exception Handling সম্পর্কে আসন্ন টিউটোৰিয়েল শিকিম।
03:20 এতিয়া, আমি InputStreamReader নামৰ অবজেক্ট তৈয়াৰ কৰো।
03:24 তাৰ বাবে, মেন মেথডত লিখক InputStreamReader স্পেস isr ইকুয়েল টু new স্পেস InputStreamReader প্রথম বন্ধনী।
03:44 প্রথম বন্ধনীত লিখক, System dot in আৰু তাৰপিছত সেমিকোলন।
03:52 InputStreamReader জাভাত এটা ক্লাস হয় যিয়ে  ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে
  04:01 System dot in কীবোর্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়।
04:10 ইনপুট System dot in কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়।
04:17 ইয়াৰ পিছত আমি BufferedReader নামৰ অবজেক্ট তৈয়াৰ কৰো ।
04:22 সেয়ে লিখক, BufferedReader স্পেস br ইকুয়াল টু new স্পেস BufferedReader আৰু প্রথম বন্ধনী।
04:36 বন্ধনীৰ ভিতৰত,  InputStreamReader ৰ অবজেক্ট লিখক যি isr হয় .
04:43 এতিয়া, isr খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে।
04:48 BufferedReaderৰে অবজেক্ট BufferedReader ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে ।
04:54 Isr য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান BufferedReader অবজেক্ট পাস কৰে।
05:01 এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো।
05:06 প্রথমে ইউজাৰক স্ট্রিং লিখিবলৈ সোধিম । সেয়ে স্ট্রিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক।
05:14 লিখক String স্পেস str সেমিকোলন
05:19 এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক।
05:23 সেয়ে লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতিত Enter your name আৰু তাৰ পিছত সেমিকোলন।
05:33 ইনপুটক স্ট্রিং হিসাবে নিবলৈ আমি লিখিম,
05:37 str ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
05:45 readLine মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব ।
05:51 এতিয়া, ইনপুটক ইন্টিজাৰ হিসাবে লও। int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক ।
06:01 সেয়ে লিখক int স্পেস n সেমিকোলন।
06:05 ইউজাৰক  তাৰ বয়স লিখবলৈ কওক।
06:08 সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত Enter your age আৰু সেমিকোলন। 
06:21 ইনপুট নিবলৈ আৰুএটা স্ট্রিং টাইপৰ এটা ভ্যাৰিয়েবল str1 তৈয়াৰ কৰক।
06:31 এতিয়া ইনপুটক স্ট্রিং হিসাবে নিবলৈ, লিখক str1 ইকুয়াল টু br dot readLine প্রথম বন্ধনী আৰু সেমিকোলন।
06:45 এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ, লিখক n ইকুয়াল টু Integer dot parseInt বন্ধনীত str1 সেমিকোলন।
07:05 Integer এটা ক্লাস হয় আৰু parseInt হল তাৰ মেথড।
07:11 এই মেথডে বন্ধনীত পাস কৰা আর্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে।
07:18 এতিয়া name আৰু ageৰ আউটপুট প্রদর্শন কৰক।
07:22 সেয়ে লিখক System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The name is + str সেমিকোলন।
07:38 পিছৰ লাইনত লিখক, System dot out dot println বন্ধনী আৰু উদ্ধৃতিত The ages + n আৰু সেমিকোলন।
07:50 এতিয়া Ctrl, S কী টিপি ফাইল সংৰক্ষণ কৰক। এতিয়া প্রোগ্রাম ৰান কৰো।
07:55 সেয়ে Control আৰু F11 কী টিপক।
08:00 আউটপুটত, আপনাক আপনাৰ নাম লিখিবলৈ কয়
08:03 সেয়ে আপনৰ নাম লিখক। আমি ইয়াত লিখিম Ramu এন্টাৰ টিপক।
08:08 আপনাক বয়স লিখিবলৈ সোধা হয়।
08:11 আমি ইয়াত  20 লিখিম আৰু  এন্টাৰ টিপক।
08:13 আমি নিম্নৰুপে আউটপুট পাও
08:15 The name is  Ramu 
08:16 আৰু The age is 20.
08:18 এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো ।
08:24 এই টিউটৰিয়েলত আমি শিকিছো
08:26 InputStreamReader সম্পর্কে,
08:28 BufferedReader সম্পর্কে,
08:29 আৰু স্ট্রিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা।
08:33 আত্ম মূল্যায়নৰ বাবে, ইউজাৰৰ পৰা ফ্লোট, বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্রদর্শন কৰক। 
08:42 ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক.  আউটপুটক কনসোলত প্রদর্শন কৰক।
08:49 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ,এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:54 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:57 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:02 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:04 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:07 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:11 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:18 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:21 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:27 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:36 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble