Difference between revisions of "Java/C2/Primitive-type-conversions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
  
 
{| border=1
 
{| border=1
  
|| ''Time'''
+
|| '''Time'''
  
 
|| '''Narration'''
 
|| '''Narration'''

Revision as of 16:20, 27 June 2014

Time Narration
00:01 জাভাতে Type Conversionৰ কথ্য টিউটোৰিয়েল আপনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম
00:08 * এটা ডেটা টাইপৰ পৰা অন্য এতাৰলৈ কিভাবে ৰুপান্তৰ কৰা।
00:13 * দুই ধৰনৰ কনভার্সন যাৰ নাম ইমপ্লিসিট আৰু এক্সপ্লিসিট কনভার্সন আৰু
00:18 * স্ট্রিখ সংখ্যায়লৈ কিভাবে ৰুপান্তৰ কৰে।
00:23 ইয়াত আমি
  • উবুন্টু 11.10
  • JDK 1.6 আৰু
  • Eclipse 3.7 ব্যবহাৰ কৰিছো ।
00:33 এই টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত ডেটা টাইপৰ সম্পর্কে জানা উচিত।
00:38 নহলে, প্রাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইটত পৰিদর্শন কৰক।
00:47 টাইপ কনভার্সনৰ মানে এটা ডেটা টাইপৰ পৰা অন্য এটাৰলৈ ৰুপান্তৰ কৰা।
00:53 এইটো দেখা যাওক।
00:55 Eclipse লৈ যাও।
01:02 ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্রয়োজনীয় skeleton আছে।
01:07 আমি TypeConversion নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু ইয়ালৈ মেন মেথড যুক্ত কৰিছো ।
01:13 এতিয়া কিছো ভ্যাৰিয়েবল তৈয়াৰ কৰা যাওক।
01:19 int a ইকুয়াল টু 5

float b

b ইকুয়াল টু a

01:33 আমি দুটি ভ্যাৰিয়েবল তৈয়াৰ কৰিছো , a যি একটি ইন্টিজাৰ অৰু b যি একটি ফ্লোট হয় ।
01:39 আমি ফ্লোট ভ্যাৰিয়েবলত ইন্টিজাৰৰ ভ্যালু সংৰক্ষণ কৰিছো।
01:43 এতিয়া ফ্লোট ভ্যাৰিয়েবলত কি আছে তাক দেখা যাওক ।
01:48 System dot out dot println (b); '
01:58 ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
02:07 আমি দেখিব পাৰো যে ইন্টিজাৰ 5 ফ্লোট 5.0 লৈ সলনি কৰা হৈছে
02:13 এই ধৰনে কনভার্সনক ইমপ্লিসিট কনভার্সন বোলা হয়।
02:17 নামৰ লগে লগে, সেই ভ্যালুটো স্বয়ংক্রিয়ভাবে ডেটা টাইপৰ অনুসাৰে পৰিবর্তিত হয়।
02:24 এতিয়া একেই মেথড ব্যবহাৰ কৰি, floatint লৈ সলনি কৰক।
02:30 5 মুছি পেলাওক, float b ইকুয়াল টু 2.5f আৰু b ক a ত সংৰক্ষণ কৰো আৰু a ৰ মান প্রিন্ট কৰো।
02:50 ফাইলটি সংৰক্ষণ কৰক।
02:56 আমি দেখো যে ইয়াত এটা এৰৰ আছে।
03:00 এৰৰ ম্যাসেজে কয় যেType mismatch: cannot convert from float to int.
03:06 ইয়াৰ অর্থ হয় যে ইমপ্লিসিট কনভার্সন কেবল intৰ পৰা floatলৈ কৰাহে সম্ভব হয় কিন্তু অন্যান্য উপায়েৰে নহয়।
03:13 floatint লৈ ৰুপান্তৰ কৰিবলৈ এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিব লাগিব
03:17 এইটি কিভাবে কৰা যায় তাক দেখা যাওক।
03:23 আমি এইটো ভ্যাৰিয়েবলৰ পূর্বে প্রথম বন্ধনীত int ব্যবহাৰ কৰি কৰো।
03:34 এই স্টেটমেন্টে কয় যে b ভ্যাৰিয়েবলৰ ডেটা int ডেটা টাইপৰলৈ ৰুপান্তৰিত হব লাগিব আৰু a ত সংৰক্ষিত হয়
03:43 ফাইলটি সংৰক্ষণ কৰক ৰান কৰক ।
03:51 আমি দেখিব পাৰো যে, float ভ্যালু intৰ লৈ ৰুপান্তৰিত হৈছে ।
03:56 কিন্তু ডেটা টাইপৰ অনুসাৰে, ডেটাখিনি সেইমতে পৰিবর্তন কৰা হৈছে।
04:01 int ৰ পৰা floatলৈ ডেটা ৰুপান্তৰ কৰিবলও এক্সপ্লিসিট কনভার্সন ব্যবহৃত হয়।
04:07 পূর্ববর্তী উদাহৰণটো চেষ্টা কৰো।
04:10 int a =5, float b, b = (float) a
04:32 System.out.println(b);
04:36 ইন্টিজাৰক ফ্লোটৰলৈ্ৰুপান্তৰিত কৰিবলৈ এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিছো ।
04:42 ফাইলটি সংৰক্ষণ কৰো আৰু ৰান কৰো ।
04:51 আমি দেখো যে int ভ্যালু float ভ্যালুলৈ ৰুপান্তৰিত হৈছে।
04:58 এতিয়া চাও যে যেতিয়া characterintegerলৈ ৰুপান্তৰিত কৰো তেতিয়া কি ঘটে।
05:06 int a, char c ইকুয়াল টু উদ্ধৃতি চিনহত m;
05:24 a ইকুয়াল টু (int) c
05:32 System dot out dot println ' (a);
05:36 আমি ক্যাৰেক্টাৰ m ক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছি আৰু মান প্রিন্ট কৰিছো ।
05:43 এটি সংৰক্ষণ কৰো আৰু ৰান কৰো।
05:53 আমি দেখিব পাৰো যে আউটপুট হল 109 যি m ৰ আস্কী ভ্যালু হয় ।
05:58 ইয়াৰ অর্থ হল যে যেতিয়া char ক int ৰলৈ ৰুপান্তৰিত কৰা হয়, ইয়াৰ আস্কী ভ্যালু সংৰক্ষিত হোৱা থাকে।
06:03 ইয়াক এটি সংখ্যা দ্বাৰা চেষ্টা কৰা যাওক
06:06 char c = 5
06:11 এটি সংৰক্ষণ কৰক আৰু ৰান কৰো ।
06:18 আমি দেখিব পাৰো যে, আউটপুট হল 53 যি ক্যাৰেক্টাৰ 5ৰ আস্কী ভ্যালু হয় ।
06:24 এইটো সংখ্যা 5 নহয়।
06:26 সংখ্যাটি পাবলৈ,আমি স্ট্রিং ব্যবহাৰ কৰিব লাগিব আৰু ইন্টিজাৰলৈ ৰুপান্তৰ কৰিব লাগিব।
06:31 এতিয়া এইটো কিভাবে কৰে চাও।
06:33 মেন ফাংশনক পৰিস্কাৰ কৰক।
06:38 লিখক
06:40 String sHeight string form of height ইকুয়াল টু ডাবল উদ্ধৃতিত 6.
06:58 int h ইকুয়াল টু এক্সপ্লিসিট কনভার্সন int of sHeight আৰু
07:11 System dot out dot println h ফাইলটি সংৰক্ষণ কৰক।
07:27 মান 6ৰ সৈতে এটা স্ট্রিং ভ্যাৰিয়েবল তৈয়াৰ কৰিছো আৰু তাক ইন্টিজাৰলৈ ৰুপান্তৰ কৰিবলৈ চেষ্টা কৰিছি কিন্তু আমি দেখো যে তাত এটি এৰৰ অছে।
07:37 আৰু এৰৰ ম্যাসেজ কয় যে Cannot cast from String to int.
07:42 যাৰ মানে স্ট্রিংক ৰুপান্তৰ কৰিবলৈ, ইমপ্লিসিট বা এক্সপ্লিসিট কনভার্সন ব্যবহাৰ কৰিব নোৱাৰো ।
07:48 ইয়াক অন্য মেথডৰ দ্বাৰা অাবশ্যই কৰিব লাগিব. সেইবোৰক ব্যবহাৰ কৰো।
07:58 int sHeight মুছি পেলাওক আৰু লিখক Integer dot parseInt sHeight.
08:21 ফাইলটি সংৰক্ষণ কৰুন আৰু ৰান কৰক।
08:29 আমি দেখি যে ভ্যালুটো সফলভাবে এটি ইন্টিজাৰলৈ ৰুপান্তৰিত কৰা হৈছে।
08:35 এইটো কৰিবলৈ আমি ইন্টিজাৰ মডিউলৰ parseInt মেথড ব্যবহাৰ কৰো।
08:41 এতিয়া চাও কি হয় যদি তাত এটাত চে আধিক সংখ্যা থাকে যেনে 6543
08:49 ফাইলটি সংৰক্ষণ কৰক আৰু এইটি ৰান কৰক
08:55 আমি দেখো যে স্ট্রিংত সংগ্রহিত সংখ্যাটো আৰু এবাৰ সফলভাবে ইন্টিজাৰলৈ ৰুপান্তৰিত হৈছে।
09:03 এতিয়া চাও কি হয় যদি স্ট্রিং এটা ফ্লোটিং পয়েন্ট নম্বৰ হব।
09:10 6543 ক 65.43 লৈ সলনি কৰক। সেয়ে আমাৰ উচৰত স্ট্রিংত ফ্লোটিং পয়েন্ট নম্বৰ আছে আৰু আমি ইয়াক ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিছো ।
09:22 ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক ।
09:31 আমি দেখো যে তাত এটা এৰৰ আছে. ই ঘটে কাৰণ আমি এটা স্ট্রিং যত ফ্লোটিং পয়েন্ট নম্বৰ থাকে, ইন্টিজাৰলৈ ৰুপান্তৰিত কৰিব নোৱাৰে ।
09:41 এইটোক ফ্লোটৰ লৈ ৰুপান্তৰ কৰিব লাগিব, এইটোক কিভাবে কৰে তাক চাও।
09:45 প্রথমে ডেটা টাইপ float হব লাগিব।
09:51 দ্বিতীয়তে আমি float . parsefloat ব্যবহাৰ কৰিম।
10:07 আমি ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্রিংক প্রকৃত ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত কৰিবলৈ ফ্লোট ক্লাসৰ Parsefloat মেথড ব্যবহাৰ কৰিম।
10:18 ফাইলটি সংৰক্ষণ কৰক ৰান কৰক। আমি দেখিব পাৰো যে ফ্লোটিং পয়েন্ট নম্বৰ থকা স্ট্রিং সফলভাবে ফ্লোটিং পয়েন্ট নম্বৰলৈ ৰুপান্তৰিত হৈছে।
10:33 আৰু এইভাবে যি আমি ইমপ্লিসিট আাৰু এক্সপ্লিসিট কনভার্সন কৰো আৰু স্ট্রিংক নম্বৰলৈ ৰুপান্তৰিত কৰো।
10:45 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
10:48 এই টিউটৰিয়েলত আমি শিকিলো দেটা এটা টাইপৰ পৰা আন টো লৈ ৰুপান্তৰ কৰা .
10:54 implicit আৰু explicit conversion মানে কি
10:57 আৰু stringsক নম্বৰ লৈ কেনেকৈ ৰুপান্তৰ কৰে .
11:01 কাৰ্যয় হিচাবে Integer.toString আৰুFloat.toString. ৰ বাবে পঢ়ক
11:07 আৰু চাওক সিহতে কি কৰে
11:14 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:20 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:23 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:27 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:31 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:34 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:40 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:44 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:50 'এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:55 এই পাঠটি আৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে, আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble