Difference between revisions of "Java/C2/Logical-Operations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
!Time
+
|Time
!Narration
+
|Narration
 
|-
 
|-
 
| 00:02
 
| 00:02

Revision as of 16:21, 27 June 2014

Time Narration
00:02 জাভাত ' লজিক্যাল অপাৰেটৰ্চ ' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:07 এই টিউটোৰিয়েলত, আপোনি ' লজিকাল অপাৰেটৰ্চৰ সম্পর্কে শিকিব
00:11 ' কিভাবে লজিক্যাল অপাৰেটৰ্চ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশন প্ৰশিক্ষন কৰে আৰু প্রথম বন্ধনী ব্যবহাৰ কৰি প্রাধান্য (precedence) অগ্রাহ্য (override) কৰাৰ উপায় '
00:20 এই টিউটোৰিয়াল বাবে আমি ব্যবহাৰ কৰিছো

' উবুন্টু 11.10 ' ,

' JDK 1.6 '

' ইক্লিপ্চ 3.7 '

00:30 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি ' জাভাত ৰিলেশনেল অপাৰেটৰ্চৰ ' উপৰত জ্ঞান থাকা উচিত
00:35 নহলে প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক .
00:40 লজিক্যাল অপাৰেটৰ multiple conditions প্ৰশিক্ষন কৰিবলৈ ব্যবহাৰ কৰা হয়' .
00:48 ইয়াতে জাভাত উপলব্ধ লজিক্যাল অপাৰেটৰৰ এখন তালিকা আছে
00:54 and, or, not আমি বিষদভাবে তাৰ প্রতিটোকে তদন্ত কৰিম. Eclipseলৈ পৰিবর্তন কৰক.
01:04 ইয়াত আমি Eclipse IDE আৰু বাকি কোড বোৰৰ বাবে প্রয়োজন skeleton (কঙ্কাল) আছে.
01:10 আমি Logical Operators নামৰ এটি বর্গ তৈয়াৰ কৰিছো আৰু main method যোগ কৰিছো
01:15 কিছু ভেরিয়েবল তৈয়াৰ কৰা যাওক.
01:20 'boolean b ; '
01:23 আমি bত conditionৰ (অবস্থাৰ) ফলাফল সংৰক্ষণ কৰিম ;
01:29 int age is equalto 11
01:35 int weight isequalto 42
01:42 আমাৰ উচৰত এজন ব্যক্তিৰ বয়স আৰু ওজন আছে.
01:46 আমি ব্যক্তিজন 18yrs বয়সৰ তলত আৰু কমেও 40kgs হয় নে নহয় সেয়া প্ৰশিক্ষন কৰিম .
01:52 চাও কিভাবে কৰে .
01:57 b is equal toage less than 18 ampersand ampersand weight greater than equal to 40
02.19 এই স্তেটমেন্তেত দুটা এক্সপ্রেশন আছে আৰু তাৰ মাজত এটি ডবল ampersand প্রতীক আছে.
02:24 ই বয়স 18ত কৈ কম হয় নে নহয় আৰু ওজন টো 40ৰ সমান বা তাতোতকৈ বেছি হয় নে নহয় তাকে প্ৰশিক্ষন কৰে.
02:31 এই অপাৰেশনক and ' অপাৰেশন বোলা হয়.
02:35 এতিয়া আমি value b ক প্ৰীন্ট কৰো .
02:40 System dot out dot println(b);
02:48 সংৰক্ষণ কৰক আৰু ৰান কৰক
02:56 আমি যেনে চাব পাৰো আউটপুট ' সত্য ' হয় কাৰন দয়োটা শর্ত সন্তুষ্ট হয়
03:02 এতিয়া weight ওজন টো সলনি কৰো যাতে এটা condition সন্তুষ্ট নহয় আৰু কোডটো পুনৰায় ৰান কৰা যাওক.
03:08 '42 ক 32 লৈ সলনি কৰক
03:14 ' সংৰক্ষণ কৰক আৰু ৰান কৰক '
03:21 আউটপুট এতিয়া false মিথ্যা হয়
03:24 ইয়াৰ কাৰন হল যে বয়স 18 কৈ কম হোৱা conditionটো সন্তুষ্ট হয়
03:29 কিন্তু ওজন 40কৈ বেছি বা সমান হোৱা conditionটো সন্তুষ্ট নহয়
03:34 ' ফলাফল টো true হবলৈ and ' অপাৰেশন ৰ দোয়োটা condition ' 'true হোৱাটো প্রয়োজন হয়
 : 03:39 সেয়ে আমি আমাৰ আউটপুট হিসাবে মিথ্যা false পাও
03:43 এনেদৰে , একটি ডবল ampersand প্রতীক ব্যবহাৰ কৰি আমি সঞ্চালন 'আৰু ' অপাৰেশন কৰিব পাৰো
03:53 ধৰা হওক আমাৰ উচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি conditionবোৰৰ পৰা খালি এটা condition সন্তুষ্ট হয় .
03.59 অর্থাৎ, আমি প্রথম শর্ত বা দ্বিতীয় শর্ত true হয় নে নহয় চাব লাগিব
04:05 এইটো 'or অপাৰেশন ব্যবহাৰ কৰি কৰা হয়.
04:09 আমি প্রথমে আগৰ অবস্থান টো মোছি পেলাও .
04:15 আৰু টাইপ কৰক
04:17 age less than equal to 15 pipe pipe weight less than equal to 30
04:35 দুটা শর্ত আছে আৰু তাৰে মাজত এটি ডবল পাইপ চিহ্ন আছে.
04:40 এই স্টেটমেন্টে দুটা অবস্থানৰ পৰা এটা conditionও যদি সন্তুষ্ট হয়, তাকে পৰীক্ষা কৰে.
04:46 আউটপুটতো দেখিবলৈ কোড ৰান কৰা যাওক . সংৰক্ষণ কৰক আৰু ৰান কৰক
04:54 আমি দেখো যে আউটপুট True হয়
04:57 ইয়াৰ কাৰন হল যে or অপাৰেশন, and অপাৰেশনৰ নিচিনা দোয়োটা condition true হোৱা দৰকাৰ নহয়.
05:03 ইয়াক মাত্ৰ এটা condition true হোৱা প্রয়োজন হয়
05:06 সেয়ে যিহেতো বয়সৰ বাবে conditionটো সন্তুষ্ট হয়, যদিও ওজনৰ বাবে conditionটো সন্তুষ্ট নহয়.
05:13 আমি আউটপুট true হিসাবে পাও
05:18 এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দোয়োটা অবস্থান false মিথ্যা হয় আৰু ফলাফলটো চাওক .
05:25 '11 'ক '17 লৈ সলনি কৰক
05:30 ' সংৰক্ষণ কৰক আৰু ৰান কৰক
05:36 এতিয়া দোয়োটা অবস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটতো false মিথ্যা হয়
05:41 এই ভাবে , আমি এটা or' অপাৰেশন কৰিবলৈ এটি ডবল PIPE প্রতীক ব্যবহাৰ কৰো
05:50 এতিয়া ধৰা হওক, আমি মানোহবোৰ যি 15 বছৰ বয়সকতকৈ ডাঙৰ আৰু উজনত 30kilo কৈ বেছি হয় তাকে প্ৰশিক্ষন কৰা প্রয়োজন হয়
05:57 অর্থাৎ, আমি ঠিক কৰি থোৱা conditionৰ সঠিক বিপৰীত চেক কৰা প্রয়োজন হয় .
06:03 এই পৰিস্থিতিত , আমি not ' অপাৰেশন ব্যবহাৰ কৰো
06:07 প্রথমে বন্ধনীত conditionটো ৰাখক .
06:17 আৰু অবস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক .
06:25 বিস্ময়বোধক চিহ্ন ব্যবহাৰ কৰি, আমি বন্ধনীৰ ভিতৰত conditionৰ সঠিক বিপৰীতৰ বাবে চেক কৰো.
06:32 যিহেতু তাৰ আগৰ আউটপুটতো false আছিলে এতিয়া ই true হোৱা আবশ্যক হয় . আমি চাও
06:38 ' সংৰক্ষণ কৰক আৰু ৰান কৰক
06:44 আমি যেনে চাব পাৰো, আউটপুট আগৰটোৰ পৰা বিপৰীত হয়
06:48 এইভাবে Exclamation চিহ্ন ব্যবহাৰ কৰি আমি not অপাৰেশন সঞ্চালন কৰো . এতিয়া ধৰা হওক আমি 15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিছাৰো
06:58 অথবা 18 বছৰ বয়সতকৈ সৰু আৰু 40kiloতকৈ কম উজন হোৱা মানুহ .
07:04 আমি এই অবস্থা সম্পর্কে কিভাবে যাও তাকে চাও
07:07 তাৰ আগৰ শর্ত মোছি পেলাওক আৰু টাইপ কৰক
07:12 'age less than 15
07:15 'or age less than 18
07:24 and weight less than 40
07:33 আমি যেন চাব পাৰো, শর্তটো নিজেই confusing মানে বিভ্রান্তিকৰ হয় .
07:36 আৰু or অপাৰেশন নে and অপাৰেশনে প্রথমে সম্পন্ন কৰে আমি নাজানো
07:42 ই অপাৰেটৰৰ প্রাধান্য উপৰত নির্ভৰ কৰে.
07:46 এই পৰিস্থিতিত, আমি প্রাধান্য মুছি পেলাবলৈ বন্ধনী ব্যবহাৰ কৰো আৰু conditionটোও পৰিষ্কাৰ কৰো.
07:53 সেয়ে প্রথম বন্ধনী যোগ কৰা যাওক.
08:06 কোডটো ৰান কৰা যাওক save কৰক আৰু run কৰক
08:13 এতিয়া যদিও প্রথম অবস্থান যি 15 বছৰ বয়সতকৈ কম হয়, সন্তুষ্ট নহলেও,
08:20 দ্বিতীয় অবস্থান , যি
08:22 বয়স 18কৈ কম আৰু ওজন 40তকৈ কম, সন্তুষ্ট হয় .
08:27 সেয়ে, আউটপুট True হয় .
08:30 এটি নিয়ম হিসাবে, অস্পষ্টতা পৰ বাচিবলৈ আৰু এক্সপ্রেশন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যবহাৰ কৰক .
08:36 আৰু এইভাবে যি আমি একাধিক অবস্থাৰ বাবে প্ৰশিক্ষন কৰিবলৈ লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰো
08:44 ইয়াতে এই টিউটোৰিয়েল শেষলৈ আহিলে.
08:47 আমি লজিকাল অপাৰেটৰ সম্পর্কে শিকিছো, কিভাবে' 'লজিক্যাল অপাৰেটৰ ব্যবহাৰ কৰি একাধিক এক্সপ্রেশনৰ বাবে চেক কৰে' আৰু
08:54 'কিভাবে প্রথম বন্ধনী ব্যবহাৰ কৰি precedence ক বাতিল কৰে
09:00 এই টিউটোতৰিয়েলৰ বাবে এটি নিয়োগ হিসাবে,
09:02 চাওক, যদি এই দুই এক্সপ্রেশনে, সমতুল্য দেখোৱাই?
09:10 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:18 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:23 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:30 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:40 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:46 'এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:52 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble