Difference between revisions of "Java/C2/Creating-object/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(7 intermediate revisions by the same user not shown)
Line 57: Line 57:
  
 
|-
 
|-
| 01:11
+
|01:11
 
| এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা  যাওক।
 
| এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা  যাওক।
 
|-
 
|-
Line 72: Line 72:
  
 
|-
 
|-
| 01:28
+
|01:28
 
| '''Student''' ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো।
 
| '''Student''' ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো।
  
Line 92: Line 92:
  
 
|-
 
|-
| 02:03
+
|02:03
 
|এই ক্লাস মেন মেথড আছে।
 
|এই ক্লাস মেন মেথড আছে।
  
 
|-
 
|-
| 02:06
+
|02:06
 
|এতিয়া মেন মেথডে আমাৰ '''Student''' ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক।
 
|এতিয়া মেন মেথডে আমাৰ '''Student''' ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক।
  
 
|-
 
|-
| 02:11
+
|02:11
 
|এইবাৰ, মেন মেথডে লিখব
 
|এইবাৰ, মেন মেথডে লিখব
  
 
|-
 
|-
| 02:17
+
|02:17
 
|Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
 
|Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
  
 
|-
 
|-
| 02:34
+
|02:34
 
|সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো।
 
|সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো।
  
 
|-
 
|-
| 02:37
+
|02:37
 
|এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়।
 
|এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়।
  
 
|-  
 
|-  
| 02:47
+
|02:47
 
|'''stud1''' হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত।
 
|'''stud1''' হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত।
  
 
|-
 
|-
| 02:53  
+
|02:53  
 
|আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয়
 
|আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয়
  
 
|-
 
|-
| 02:59
+
|02:59
 
|লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়।
 
|লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়।
  
 
|-
 
|-
| 03:03
+
|03:03
 
|এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে।
 
|এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে।
  
 
|-
 
|-
| 03:09
+
|03:09
 
| এতিয়া দেখো যে stud1 এ কি আছে।
 
| এতিয়া দেখো যে stud1 এ কি আছে।
  
 
|-
 
|-
| 03:13
+
|03:13
 
|সেয়ে পিছত লাইনত লিখক '''System dot out dot println''' বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন।
 
|সেয়ে পিছত লাইনত লিখক '''System dot out dot println''' বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন।
  
 
|-
 
|-
| 03:44
+
|03:44
 
|এতিয়া  '''TestStudent dot java''' ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
 
|এতিয়া  '''TestStudent dot java''' ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
| 03:53
+
|03:53
 
| আমি নিম্নৰুপে আউটপুট পাই।
 
| আমি নিম্নৰুপে আউটপুট পাই।
  
 
|-
 
|-
| 03:56
+
|03:56
 
|সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম।
 
|সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম।
  
 
|-
 
|-
| 04:03
+
|04:03
 
|দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস।
 
|দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস।
  
 
|-
 
|-
| 04:08
+
|04:08
 
|stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি।
 
|stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি।
  
 
|-
 
|-
| 04:15
+
|04:15
 
|আমি এই সম্পর্কে  আসন্ন টিউটৰিয়েল শিকিব।
 
|আমি এই সম্পর্কে  আসন্ন টিউটৰিয়েল শিকিব।
 +
 
|-
 
|-
| 04:18
+
|04:18
 
|  এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক।
 
|  এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক।
  
Line 169: Line 170:
 
|04:24
 
|04:24
 
|সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
 
|সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
 +
 
|-
 
|-
| 04:47
+
|04:47
 
| পিছত লাইনত লিখক '''System dot out dot println''', বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন।
 
| পিছত লাইনত লিখক '''System dot out dot println''', বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন।
  
Line 190: Line 192:
  
 
|-
 
|-
| 05:44
+
|05:44
 
|  এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো।
 
|  এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো।
  
Line 233: Line 235:
  
 
|-
 
|-
|  06:52
+
|06:52
| |spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
+
| spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 +
 
 
|-
 
|-
 
| 06:55
 
| 06:55
Line 248: Line 251:
  
 
|-
 
|-
| 07:05
+
|07:05
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
  
Line 262: Line 265:
 
| 07:14
 
| 07:14
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 +
 
|-
 
|-
 
| 07:20
 
| 07:20
Line 269: Line 273:
 
| 07:24
 
| 07:24
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 +
 
|-
 
|-
 
| 07:31
 
| 07:31
Line 280: Line 285:
 
| 07:43
 
| 07:43
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো  
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো  
 +
 
|-
 
|-
 
| 07:46
 
| 07:46
 
|অংশগ্রহনৰ বাবে ধন্যবাদ।
 
|অংশগ্রহনৰ বাবে ধন্যবাদ।

Latest revision as of 16:39, 27 June 2014

Time Narration
 00:01 Creating objects ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম।


00:05     এই টিউটোৰিয়েলত আমি

ৰেফাৰেন্স ভ্যাৰিয়েবল,

কন্সট্রকটিং অবজেক্ট আৰু

অবজেক্টেৰ বাবে মেমৰি অ্যালোকেশন সম্পর্কে শিকিব।

 00:23   এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি

Eclipse ব্যবহাৰ কৰি সহজ ক্লাস কিভাবে তৈয়াৰ কৰে তাৰ বিষয়ে জানিব লাগিব

00:29 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:38 আমি জানো যে variables আৰু methods একেলগে ক্লাসৰ মেম্বাৰ গঠন কৰে।
00:43 ক্লাসৰ মেম্বাৰ অ্যাক্সেস কৰিবলৈ, ক্লাসৰ বাবে অবজেক্ট তৈয়াৰ কৰা প্রয়োজন।
00:48        এতিয়া চাও যে অবজেক্ট কি হয় ?
00:52 অবজেক্ট হল ক্লাসৰ ইনস্ট্যান্স।
00:55 প্রতিটো অবজেক্ট state আৰু  behavior দ্বাৰা গঠিত।
00:58 human being class ৰ উদাহৰণটো মন কৰক যি অামি আগৰ টিউটৰিয়েলত আলোচনা কৰিছিলো ।
01:04 অবজেক্টে তাৰ state ফিল্ডস অথবা ভ্যাৰিয়েবলত সংৰক্ষিত কৰে।
01:08 ই তাৰ আচৰণ methods ৰ মাধ্যমেৰে প্রকাশ কৰে।
01:11  এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পর্কে শিকা  যাওক।
01:15 আমি জাভাত ৮টা প্রিমিটিভ ডেটা টাইপৰ সম্পর্কে জানো ।
01:19 অন্য সকলো ধৰনৰ প্রিমিটিভৰ সলনি অবজেক্টত চাওক ।
01:23 ভ্যাৰিয়েবল যি অবজেক্টৰ প্রসঙ্গিত হয় সেয়া হল ৰেফাৰেন্স ভ্যাৰিয়েবল।
01:28  Student ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো।
01:37 এতিয়া, এই ক্লাসৰ পৰা মেন মেথড মুছে পেলাওক।
01:49 এতিয়া Ctrl আৰু S কি একেলগে টিপি ফাইলটি সংৰক্ষণ কৰক।
01:55 এতিয়া একেই প্রজেক্টত TestStudent নামৰ আৰুএটা ক্লাস তৈয়াৰ কৰক।
02:00 আমি ইতিমধ্যে এইটো তৈয়াৰ কৰিছো।
02:03 এই ক্লাস মেন মেথড আছে।
02:06 এতিয়া মেন মেথডে আমাৰ Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক।
02:11 এইবাৰ, মেন মেথডে লিখব
02:17 Student স্পেস stud1 ইকুয়াল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
02:34 সেয়ে আমি Student ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো।
02:37 এতিয়া Student হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়।
02:47 stud1 হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি Student ক্লাসৰ অবজেক্ট প্রসঙ্গিত।
02:53 আৰু new কীওয়ার্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয়
02:59 লক্ষ্য কৰক যে Stud1, Student ক্লাসৰ অবজেক্ট নহয়।
03:03 এটা শুধুমাত্র নির্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে।
03:09 এতিয়া দেখো যে stud1 এ কি আছে।
03:13 সেয়ে পিছত লাইনত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত stud1 contains স্পেস প্লাস stud1 আৰু সেমিকোলন।
03:44 এতিয়া  TestStudent dot java ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
03:53 আমি নিম্নৰুপে আউটপুট পাই।
03:56 সেয়ে এতিয়া Student নির্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম।
04:03 দ্বিতীয় অংশ হল নির্মিত নতুন অবজেক্টৰ মেমৰি এড্রেস।
04:08 stud1 ব্যবহাৰ কৰি আমি Student ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি।
04:15 আমি এই সম্পর্কে  আসন্ন টিউটৰিয়েল শিকিব।
04:18   এতিয়া, আমি Student ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক।
04:24 সেয়ে আমি লিখম Student স্পেস stud2 ইকুয়েল টু new স্পেস Student ওপেনিং আৰু ক্লোসিং বন্ধনী, সেমিকোলন।
04:47 পিছত লাইনত লিখক System dot out dot println, বন্ধনী ও ডবল উদ্ধৃতি চিনহত stud2 contains স্পেস প্লাস stud2 আৰু সেমিকোলন।
05:19 এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
05:25 আমি দেখিব পাৰো যে এতিয়া stud1 আৰু stud2 দুটি ভিন্ন অবজেক্টকে বোঝায়।
05:31 stud1 আৰু stud2 দুটি ভিন্ন শিক্ষার্থীকে বোঝায়।
05:37 আমাৰ উচৰত ভিন্ন ৰোল নম্বৰ আৰু নাম আছে।
05:44   এতিয়া, আমি ইয়াত এটা পৰিবর্তন কৰিব পাৰো।
05:51 এতিয়া লিখক Student stud2 ইকুয়েল টু stud1.
06:01 এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক।
06:06    আমি দেখিব পাৰো যে এতিয়া stud1 আৰু stud2 উভয়ই এক অবজেক্টকে বোঝায়।
06:12 ইয়াৰ অর্থ উভয় stud1  আৰু stud2 একটি ৰোল নম্বৰ নামৰ সৈতে একেই অবজেক্টকে বোঝায়।
06:31   সেয়ে এই টিউটৰিয়েলত আমি শিকিছো
06:34 ৰেফাৰেন্স ভ্যাৰিয়েবল,
06:35 নতুন অপাৰেটৰ ব্যবহাৰ কৰি অবজেক্ট তৈয়াৰ
06:38   আৰু নির্দেশিত ৰেফাৰেন্স।
06:41   আত্ম মূল্যায়নৰ  বাবে
06:43 TestEmployee নামেৰে আৰু এটা ক্লাস  তৈয়াৰ কৰক।
06:46 emp1 হিসাবে ৰেফাৰেন্স ভ্যাৰেয়েবলৰ সৈতে Employee ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক।
06:52 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
06:55 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।, spoken-tutorial.org/what is a spoken-tutorial
06:58 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:01 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:05 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:07 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে
07:10 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:14 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:20  কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:24 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:31 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:40 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
07:43 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
07:46 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble