Difference between revisions of "Java/C2/Creating-class/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| ''Time'''
+
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
 
|-
 
|-
|  00:02
+
|00:02
 
| Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম।  
 
| Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম।  
  
 
|-
 
|-
| 00:05
+
|00:05
 
|  এই টিউটৰিয়েলত আমি শিকিম,  
 
|  এই টিউটৰিয়েলত আমি শিকিম,  
  
 
|-
 
|-
|  00:08
+
|00:08
 
| বাস্তব জগতত এটা class  
 
| বাস্তব জগতত এটা class  
 
|-
 
|-
|  00:10
+
|00:10
 
| জাভাত এটা class  
 
| জাভাত এটা class  
 
|-
 
|-
|  00:12
+
|00:12
 
|  Java clasঅৰ গঠন  
 
|  Java clasঅৰ গঠন  
 
|-
 
|-
|  00:14
+
|00:14
 
| Java classঅৰ সিনট্যাক্স  
 
| Java classঅৰ সিনট্যাক্স  
 
|-
 
|-
|  00:16
+
|00:16
 
|  আৰু Java classঅৰ এটা সহজ উদাহৰণ  
 
|  আৰু Java classঅৰ এটা সহজ উদাহৰণ  
  
 
|-
 
|-
|  00:19
+
|00:19
 
| ইয়াত আমি   
 
| ইয়াত আমি   
 
উবুন্টু সংস্কৰণ 11.10,  
 
উবুন্টু সংস্কৰণ 11.10,  
Line 34: Line 34:
  
 
|-
 
|-
|  00:30
+
|00:30
 
|এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল কৰা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।  
 
|এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল কৰা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।  
  
 
|-
 
|-
|  00:37
+
|00:37
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
 
|যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক  
  
 
|-
 
|-
| 00:46
+
|00:46
 
|এতিয়া চাও বাস্তব জগতত class কি হয়।  
 
|এতিয়া চাও বাস্তব জগতত class কি হয়।  
  
 
|-
 
|-
|  00:50
+
|00:50
 
|আমি এই যগতত যি চাব পাৰো, সকলো বোৰ অবজেক্ট।  
 
|আমি এই যগতত যি চাব পাৰো, সকলো বোৰ অবজেক্ট।  
  
 
|-
 
|-
|  00:54
+
|00:54
 
|আৰু সকলো অবজেক্টকক এটা বিশেষ শ্রেণীত শ্রেণীকৰণ কৰিব পৰা যায়   
 
|আৰু সকলো অবজেক্টকক এটা বিশেষ শ্রেণীত শ্রেণীকৰণ কৰিব পৰা যায়   
  
 
|-
 
|-
|  00:59
+
|00:59
 
|প্রতিটো শ্রেণীকে এটা class বোলা হয়।  
 
|প্রতিটো শ্রেণীকে এটা class বোলা হয়।  
  
 
|-
 
|-
|  01:02
+
|01:02
 
|উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।  
 
|উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।  
  
 
|-
 
|-
|  01:05
+
|01:05
 
|আমি সকলো এই শ্রেণীৰ ভিন্ন অবজেক্ট।  
 
|আমি সকলো এই শ্রেণীৰ ভিন্ন অবজেক্ট।  
  
 
|-
 
|-
|  01:08
+
|01:08
 
|আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো, ভৰি, হাত ইত্যাদি।  
 
|আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো, ভৰি, হাত ইত্যাদি।  
  
 
|-
 
|-
|  01:13
+
|01:13
 
|যি মানুহ শ্রেণী বোৰৰ কাৰনে সাধাৰণ হয়।  
 
|যি মানুহ শ্রেণী বোৰৰ কাৰনে সাধাৰণ হয়।  
  
 
|-
 
|-
|  01:15
+
|01:15
 
|দেখা, খোযৱা, খোজ কৰা, ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্রেণীৰ কাৰনে সাধাৰণ হয় ।  
 
|দেখা, খোযৱা, খোজ কৰা, ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্রেণীৰ কাৰনে সাধাৰণ হয় ।  
 
|-
 
|-
| 01:22    
+
|01:22    
 
| এতিয়া চাও, জাভাত class কি হয় ?  
 
| এতিয়া চাও, জাভাত class কি হয় ?  
  
 
|-
 
|-
|    01:26
+
|01:26
 
| class এটা প্রতিচিত্র হয় যৰ পৰা প্রতিটি বস্তু তৈয়াৰ কৰা হৈছে।  
 
| class এটা প্রতিচিত্র হয় যৰ পৰা প্রতিটি বস্তু তৈয়াৰ কৰা হৈছে।  
 
|-
 
|-
|  01:31
+
|01:31
 
|Java Class এৰ স্ট্রাকচাৰ : এটা classএ  
 
|Java Class এৰ স্ট্রাকচাৰ : এটা classএ  
 
|-
 
|-
|  01:35
+
|01:35
 
|variables নামৰ প্রোপাৰটিচ সমূহ  
 
|variables নামৰ প্রোপাৰটিচ সমূহ  
  
 
|-
 
|-
|  01:37
+
|01:37
 
|আৰু methods নামৰ আচৰন সমূহ সংজ্ঞা কৰে ।  
 
|আৰু methods নামৰ আচৰন সমূহ সংজ্ঞা কৰে ।  
 
|-
 
|-
|  01:40
+
|01:40
 
| এতিয়া,  ক্লাচক প্রকাশ কৰিবলৈ সিনট্যাক্স চাও।  
 
| এতিয়া,  ক্লাচক প্রকাশ কৰিবলৈ সিনট্যাক্স চাও।  
  
 
|-
 
|-
|  01:44
+
|01:44
 
|modifier - class - classname কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত variable, constructor আৰু  method declarations.  
 
|modifier - class - classname কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত variable, constructor আৰু  method declarations.  
  
 
|-
 
|-
|  01:52
+
|01:52
 
|আমি এইবোৰৰ সম্পর্কে আসন্ন টিউটোরিয়েল বিস্তাৰিত ভাবে শিকিম ।  
 
|আমি এইবোৰৰ সম্পর্কে আসন্ন টিউটোরিয়েল বিস্তাৰিত ভাবে শিকিম ।  
 
|-
 
|-
|  01:58
+
|01:58
 
|এতিয়া Eclipse ব্যবহাৰ কৰি এটা সহজ class তৈয়াৰ কৰো ।  
 
|এতিয়া Eclipse ব্যবহাৰ কৰি এটা সহজ class তৈয়াৰ কৰো ।  
  
 
|-
 
|-
|  02:03
+
|02:03
 
|আমি ইতিমধ্যে Eclipse খুলিছো ।  
 
|আমি ইতিমধ্যে Eclipse খুলিছো ।  
  
 
|-
 
|-
|  02:09
+
|02:09
 
|এতিয়া এটা Project তৈয়াৰ কৰো ।  
 
|এতিয়া এটা Project তৈয়াৰ কৰো ।  
  
 
|-
 
|-
|  02:11
+
|02:11
 
|সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক  
 
|সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক  
  
 
|-
 
|-
|  02:20
+
|02:20
 
| New Project Wizardত, প্রজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ClassDemo নামেৰে ভৰাওক ।  
 
| New Project Wizardত, প্রজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ClassDemo নামেৰে ভৰাওক ।  
  
 
|-
 
|-
|  02:34
+
|02:34
 
|তাৰপিছত Finishত ক্লীক কৰক।  
 
|তাৰপিছত Finishত ক্লীক কৰক।  
  
 
|-
 
|-
| 02:38
+
|02:38
 
|আমি দেখো যে ClassDemo নামৰ প্রজেক্টো বনোৱা হৈছে।  
 
|আমি দেখো যে ClassDemo নামৰ প্রজেক্টো বনোৱা হৈছে।  
 
|-
 
|-
Line 136: Line 136:
  
 
|-
 
|-
|  02:47
+
|02:47
 
|সেয়ে ClassDemoত সো ক্লিক কৰক, Newত যাওক আৰু Classত ক্লীক কৰক।  
 
|সেয়ে ClassDemoত সো ক্লিক কৰক, Newত যাওক আৰু Classত ক্লীক কৰক।  
  
 
|-
 
|-
|  02:56
+
|02:56
 
|New Java Class wizardত name হিসাবে Student লিখক।  
 
|New Java Class wizardত name হিসাবে Student লিখক।  
  
 
|-
 
|-
|  03:03
+
|03:03
 
|আমি দেখিব পাৰো যে ইয়াত modifier হল public.  
 
|আমি দেখিব পাৰো যে ইয়াত modifier হল public.  
  
 
|-
 
|-
|  03:07
+
|03:07
 
|এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয় ।  
 
|এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয় ।  
  
 
|-
 
|-
|  03:11
+
|03:11
 
|যদি ক্লাসৰ কোনো modifier নাথাকে, যি default হয়, ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়।  
 
|যদি ক্লাসৰ কোনো modifier নাথাকে, যি default হয়, ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়।  
 
|-
 
|-
|  03:18
+
|03:18
 
|আমি প্যাকেজবোৰৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।  
 
|আমি প্যাকেজবোৰৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।  
  
 
|-
 
|-
|  03:23
+
|03:23
 
|ইয়াত মই public নির্বাচন কৰিছো ।  
 
|ইয়াত মই public নির্বাচন কৰিছো ।  
  
 
|-
 
|-
|  03:26   
+
|03:26   
 
|method stubsত, public static void main নির্বাচন কৰক ।  
 
|method stubsত, public static void main নির্বাচন কৰক ।  
  
 
|-
 
|-
|  03:31
+
|03:31
 
|তাৰপিছত Finishত ক্লীক কৰক।  
 
|তাৰপিছত Finishত ক্লীক কৰক।  
  
 
|-
 
|-
|  03:36
+
|03:36
 
|আমি দেখিব পাৰো যে Student নামৰ ক্লাসটো স্ৃস্টি হৈছে।  
 
|আমি দেখিব পাৰো যে Student নামৰ ক্লাসটো স্ৃস্টি হৈছে।  
  
 
|-
 
|-
|  03:40
+
|03:40
 
|এতিয়া কমেন্টবোৰ মুছি পেলাও।  
 
|এতিয়া কমেন্টবোৰ মুছি পেলাও।  
  
 
|-
 
|-
| 03:51
+
|03:51
 
| এটা Student ক্লাসত Name, Roll Number, Marks ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে  
 
| এটা Student ক্লাসত Name, Roll Number, Marks ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে  
  
 
|-
 
|-
|  03:57
+
|03:57
 
|সেয়ে Student ক্লাসত Roll Number আৰু Name নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো ।  
 
|সেয়ে Student ক্লাসত Roll Number আৰু Name নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো ।  
  
 
|-
 
|-
|  04:04
+
|04:04
 
|সেয়ে, মই int roll আন্ডাৰস্কোৰ number সেমিকোলন টাইপ কৰিম   
 
|সেয়ে, মই int roll আন্ডাৰস্কোৰ number সেমিকোলন টাইপ কৰিম   
  
 
|-
 
|-
|  04:14
+
|04:14
 
| String name সেমিকোলন  
 
| String name সেমিকোলন  
  
 
|-
 
|-
|  04:19   
+
|04:19   
 
|সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো ।  
 
|সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো ।  
  
 
|-
 
|-
|  04:22
+
|04:22
 
|এতিয়া এটা ক্লাসত methods ও আছে।  
 
|এতিয়া এটা ক্লাসত methods ও আছে।  
  
 
|-
 
|-
|  04:25
+
|04:25
 
|সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।  
 
|সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।  
  
 
|-
 
|-
|  04:30   
+
|04:30   
 
|এই মেথডে প্রত্যেক শিক্ষার্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে।  
 
|এই মেথডে প্রত্যেক শিক্ষার্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে।  
  
 
|-
 
|-
|  04:34
+
|04:34
 
|সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।  
 
|সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।  
  
 
|-
 
|-
|  04:49
+
|04:49
 
|এতিয়া এই মেথডে শিক্ষার্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে।  
 
|এতিয়া এই মেথডে শিক্ষার্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে।  
  
 
|-
 
|-
|  04:53
+
|04:53
 
|সেয়ে টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত The roll number is, এটা number হিসাবে লিখিব পাৰে; ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, + roll_number সেমিকোলন।  
 
|সেয়ে টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত The roll number is, এটা number হিসাবে লিখিব পাৰে; ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, + roll_number সেমিকোলন।  
  
 
|-
 
|-
|  05:23
+
|05:23
 
|পিছৰ লাইন টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত  The name is, + name আৰু সেমিকোলন।  
 
|পিছৰ লাইন টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত  The name is, + name আৰু সেমিকোলন।  
  
 
|-
 
|-
|  05:40
+
|05:40
 
|এতিয়া, মেন মেথডৰ মাজত আমি টাইপ কৰিম System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত We have created a class with two variables and 1 method.  
 
|এতিয়া, মেন মেথডৰ মাজত আমি টাইপ কৰিম System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত We have created a class with two variables and 1 method.  
 
|-
 
|-
|  06:10
+
|06:10
 
|এনেকৈ আমি Student ক্লাস তৈয়াৰ কৰিছো   
 
|এনেকৈ আমি Student ক্লাস তৈয়াৰ কৰিছো   
 
|-
 
|-
|  06:20
+
|06:20
 
|এতিয়া  Ctrl আৰু S কি একেলগে টিপি ফাইলটো সংৰক্ষণ কৰো।  
 
|এতিয়া  Ctrl আৰু S কি একেলগে টিপি ফাইলটো সংৰক্ষণ কৰো।  
  
 
|-
 
|-
|  06:26
+
|06:26
 
|এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।  
 
|এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।  
  
 
|-
 
|-
| 06:33  
+
|06:33  
 
| আমি এনেধৰনৰ পাও
 
| আমি এনেধৰনৰ পাও
  
 
|-
 
|-
|  06:34
+
|06:34
 
|'''We have created a class with 2 variables and 1 method '''
 
|'''We have created a class with 2 variables and 1 method '''
  
 
|-
 
|-
|  06:38
+
|06:38
 
|যেনে আমি মেন মেথডত লিখেছিলো ।  
 
|যেনে আমি মেন মেথডত লিখেছিলো ।  
  
 
|-
 
|-
|  06:46
+
|06:46
 
|সেয়ে আমি সফলভাবে এটা class তৈয়াৰ কৰিছো ।  
 
|সেয়ে আমি সফলভাবে এটা class তৈয়াৰ কৰিছো ।  
 
|-
 
|-
| 06:50
+
|06:50
 
| সেয়ে, এই টিউটোৰিয়েলত আমি  ক্লাস আৰু জাভাযৰ  ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিলো ।  
 
| সেয়ে, এই টিউটোৰিয়েলত আমি  ক্লাস আৰু জাভাযৰ  ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিলো ।  
 
|-
 
|-
|  06:59
+
|06:59
 
| আত্ম মূল্যাকনৰ বাবে, ভ্যাৰিয়েবল emp আন্ডাৰস্কোৰ number আৰু emp আন্ডাৰস্কোৰ name ৰ সৈতে Employee নামৰ এটা Class তৈয়াৰ কৰক।  
 
| আত্ম মূল্যাকনৰ বাবে, ভ্যাৰিয়েবল emp আন্ডাৰস্কোৰ number আৰু emp আন্ডাৰস্কোৰ name ৰ সৈতে Employee নামৰ এটা Class তৈয়াৰ কৰক।  
 
|-
 
|-
|  07:10
+
|07:10
 
|আৰু printEmployee মেথড যি কর্মচাৰীৰ তথ্য প্রদর্শন কৰে।  
 
|আৰু printEmployee মেথড যি কর্মচাৰীৰ তথ্য প্রদর্শন কৰে।  
  
 
|-
 
|-
| 07:16
+
|07:16
 
|  spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
 
|  spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ  
  
 
|-
 
|-
| 07:19
+
|07:19
 
|  তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]  
 
|  তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [http://spoken-tutorial.org/What_is_a_Spoken_Tutorial  ]  
  
 
|-
 
|-
| 07:22
+
|07:22
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
| 07:25
+
|07:25
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 07:30   
+
|07:30   
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
  
 
|-
 
|-
| 07:32
+
|07:32
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.   
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.   
 
|-
 
|-
| 07:35
+
|07:35
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|-
 
|-
| 07:38
+
|07:38
 
|* অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|* অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 07:44
+
|07:44
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
| 07:48
+
|07:48
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
| 07:55
+
|07:55
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 08:04
+
|08:04
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
  
 
|-
 
|-
| 08:07
+
|08:07
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 11:44, 23 June 2014

Time Narration
00:02  Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম।
00:05   এই টিউটৰিয়েলত আমি শিকিম,
00:08 বাস্তব জগতত এটা class
00:10 জাভাত এটা class
00:12   Java clasঅৰ গঠন
00:14 Java classঅৰ সিনট্যাক্স
00:16   আৰু Java classঅৰ এটা সহজ উদাহৰণ
00:19 ইয়াত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:30 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল কৰা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।
00:37 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:46 এতিয়া চাও বাস্তব জগতত class কি হয়।
00:50 আমি এই যগতত যি চাব পাৰো, সকলো বোৰ অবজেক্ট।
00:54 আৰু সকলো অবজেক্টকক এটা বিশেষ শ্রেণীত শ্রেণীকৰণ কৰিব পৰা যায় 
00:59 প্রতিটো শ্রেণীকে এটা class বোলা হয়।
01:02 উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।
01:05 আমি সকলো এই শ্রেণীৰ ভিন্ন অবজেক্ট।
01:08 আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো, ভৰি, হাত ইত্যাদি।
01:13 যি মানুহ শ্রেণী বোৰৰ কাৰনে সাধাৰণ হয়।
01:15 দেখা, খোযৱা, খোজ কৰা, ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্রেণীৰ কাৰনে সাধাৰণ হয় ।
01:22    এতিয়া চাও, জাভাত class কি হয় ?
01:26  class এটা প্রতিচিত্র হয় যৰ পৰা প্রতিটি বস্তু তৈয়াৰ কৰা হৈছে।
01:31 Java Class এৰ স্ট্রাকচাৰ : এটা classএ
01:35 variables নামৰ প্রোপাৰটিচ সমূহ
01:37 আৰু methods নামৰ আচৰন সমূহ সংজ্ঞা কৰে ।
01:40  এতিয়া,  ক্লাচক প্রকাশ কৰিবলৈ সিনট্যাক্স চাও।
01:44 modifier - class - classname কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত variable, constructor আৰু  method declarations.
01:52 আমি এইবোৰৰ সম্পর্কে আসন্ন টিউটোরিয়েল বিস্তাৰিত ভাবে শিকিম ।
01:58 এতিয়া Eclipse ব্যবহাৰ কৰি এটা সহজ class তৈয়াৰ কৰো ।
02:03 আমি ইতিমধ্যে Eclipse খুলিছো ।
02:09 এতিয়া এটা Project তৈয়াৰ কৰো ।
02:11 সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক
02:20  New Project Wizardত, প্রজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ClassDemo নামেৰে ভৰাওক ।
02:34 তাৰপিছত Finishত ক্লীক কৰক।
02:38 আমি দেখো যে ClassDemo নামৰ প্রজেক্টো বনোৱা হৈছে।
02:43 আমি এতিয়া Student নামৰ জাভা ক্লাস তৈয়াৰ কৰিম ।
02:47 সেয়ে ClassDemoত সো ক্লিক কৰক, Newত যাওক আৰু Classত ক্লীক কৰক।
02:56 New Java Class wizardত name হিসাবে Student লিখক।
03:03 আমি দেখিব পাৰো যে ইয়াত modifier হল public.
03:07 এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয় ।
03:11 যদি ক্লাসৰ কোনো modifier নাথাকে, যি default হয়, ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়।
03:18 আমি প্যাকেজবোৰৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।
03:23 ইয়াত মই public নির্বাচন কৰিছো ।
03:26  method stubsত, public static void main নির্বাচন কৰক ।
03:31 তাৰপিছত Finishত ক্লীক কৰক।
03:36 আমি দেখিব পাৰো যে Student নামৰ ক্লাসটো স্ৃস্টি হৈছে।
03:40 এতিয়া কমেন্টবোৰ মুছি পেলাও।
03:51  এটা Student ক্লাসত Name, Roll Number, Marks ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে
03:57 সেয়ে Student ক্লাসত Roll Number আৰু Name নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো ।
04:04 সেয়ে, মই int roll আন্ডাৰস্কোৰ number সেমিকোলন টাইপ কৰিম 
04:14  String name সেমিকোলন
04:19  সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো ।
04:22 এতিয়া এটা ক্লাসত methods ও আছে।
04:25 সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।
04:30  এই মেথডে প্রত্যেক শিক্ষার্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে।
04:34 সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।
04:49 এতিয়া এই মেথডে শিক্ষার্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে।
04:53 সেয়ে টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত The roll number is, এটা number হিসাবে লিখিব পাৰে; ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, + roll_number সেমিকোলন।
05:23 পিছৰ লাইন টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত  The name is, + name আৰু সেমিকোলন।
05:40 এতিয়া, মেন মেথডৰ মাজত আমি টাইপ কৰিম System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত We have created a class with two variables and 1 method.
06:10 এনেকৈ আমি Student ক্লাস তৈয়াৰ কৰিছো 
06:20 এতিয়া  Ctrl আৰু S কি একেলগে টিপি ফাইলটো সংৰক্ষণ কৰো।
06:26 এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।
06:33  আমি এনেধৰনৰ পাও
06:34 We have created a class with 2 variables and 1 method
06:38 যেনে আমি মেন মেথডত লিখেছিলো ।
06:46 সেয়ে আমি সফলভাবে এটা class তৈয়াৰ কৰিছো ।
06:50  সেয়ে, এই টিউটোৰিয়েলত আমি  ক্লাস আৰু জাভাযৰ  ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিলো ।
06:59 আত্ম মূল্যাকনৰ বাবে, ভ্যাৰিয়েবল emp আন্ডাৰস্কোৰ number আৰু emp আন্ডাৰস্কোৰ name ৰ সৈতে Employee নামৰ এটা Class তৈয়াৰ কৰক।
07:10 আৰু printEmployee মেথড যি কর্মচাৰীৰ তথ্য প্রদর্শন কৰে।
07:16 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
07:19 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]  
07:22 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:25 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:30 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:32 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:35 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:38 * অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:44 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:55 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:04 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08:07 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble