Difference between revisions of "Java/C2/Creating-class/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || ''Time''' || '''Narration''' |- |  00:02 | Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগত…')
 
Line 60: Line 60:
 
|  01:02
 
|  01:02
 
|উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।  
 
|উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।  
 
  
 
|-
 
|-
Line 120: Line 119:
 
|  02:11
 
|  02:11
 
|সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক  
 
|সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক  
 
  
 
|-
 
|-
Line 129: Line 127:
 
|  02:34
 
|  02:34
 
|তাৰপিছত Finishত ক্লীক কৰক।  
 
|তাৰপিছত Finishত ক্লীক কৰক।  
 
  
 
|-
 
|-
Line 208: Line 205:
 
|  04:25
 
|  04:25
 
|সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।  
 
|সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।  
 
 
  
 
|-
 
|-
Line 218: Line 213:
 
|  04:34
 
|  04:34
 
|সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।  
 
|সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।  
 
 
 
  
 
|-
 
|-
Line 247: Line 239:
 
|  06:26
 
|  06:26
 
|এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।  
 
|এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।  
 
 
  
 
|-
 
|-
Line 289: Line 279:
 
|  07:25
 
|  07:25
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
 
  
 
|-
 
|-
Line 305: Line 293:
 
|  07:38
 
|  07:38
 
|* অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|* অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
 
  
 
|-
 
|-
Line 315: Line 301:
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 +
|-
 
|  07:55
 
|  07:55
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
 
  
 
|-
 
|-
 
|  08:04
 
|  08:04
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
| ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে  
 
  
 
|-
 
|-
 
|  08:07
 
|  08:07
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Revision as of 11:15, 21 January 2014

Time' Narration
  00:02  Creating Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম।
00:05   এই টিউটৰিয়েলত আমি শিকিম,
  00:08 বাস্তব জগতত এটা class
  00:10 জাভাত এটা class
  00:12   Java clasঅৰ গঠন
  00:14 Java classঅৰ সিনট্যাক্স
  00:16   আৰু Java classঅৰ এটা সহজ উদাহৰণ
  00:19 ইয়াত আমি 

উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু  Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

  00:30 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্রোগ্রাম লেখা, কম্পাইল কৰা আৰু ৰান কৰা সম্পর্কে জানিব লাগিব ।
  00:37 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
00:46 এতিয়া চাও বাস্তব জগতত class কি হয়।
  00:50 আমি এই যগতত যি চাব পাৰো, সকলো বোৰ অবজেক্ট।
  00:54 আৰু সকলো অবজেক্টকক এটা বিশেষ শ্রেণীত শ্রেণীকৰণ কৰিব পৰা যায় 
  00:59 প্রতিটো শ্রেণীকে এটা class বোলা হয়।
  01:02 উদাহরণস্বৰুপে মানুহ এটা শ্রেণী হয় ।
  01:05 আমি সকলো এই শ্রেণীৰ ভিন্ন অবজেক্ট।
  01:08 আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো, ভৰি, হাত ইত্যাদি।
  01:13 যি মানুহ শ্রেণী বোৰৰ কাৰনে সাধাৰণ হয়।
  01:15 দেখা, খোযৱা, খোজ কৰা, ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্রেণীৰ কাৰনে সাধাৰণ হয় ।
01:22    এতিয়া চাও, জাভাত class কি হয় ?
    01:26  class এটা প্রতিচিত্র হয় যৰ পৰা প্রতিটি বস্তু তৈয়াৰ কৰা হৈছে।
  01:31 Java Class এৰ স্ট্রাকচাৰ : এটা classএ
  01:35 variables নামৰ প্রোপাৰটিচ সমূহ
  01:37 আৰু methods নামৰ আচৰন সমূহ সংজ্ঞা কৰে ।
  01:40  এতিয়া,  ক্লাচক প্রকাশ কৰিবলৈ সিনট্যাক্স চাও।
  01:44 modifier - class - classname কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত variable, constructor আৰু  method declarations.
  01:52 আমি এইবোৰৰ সম্পর্কে আসন্ন টিউটোরিয়েল বিস্তাৰিত ভাবে শিকিম ।
  01:58 এতিয়া Eclipse ব্যবহাৰ কৰি এটা সহজ class তৈয়াৰ কৰো ।
  02:03 আমি ইতিমধ্যে Eclipse খুলিছো ।
  02:09 এতিয়া এটা Project তৈয়াৰ কৰো ।
  02:11 সেয়ে Fileত ক্লীক কৰক, New ত যাওক আৰু Java Projectঅত ক্লীক কৰক
  02:20  New Project Wizardত, প্রজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ClassDemo নামেৰে ভৰাওক ।
  02:34 তাৰপিছত Finishত ক্লীক কৰক।
02:38 আমি দেখো যে ClassDemo নামৰ প্রজেক্টো বনোৱা হৈছে।
02:43 আমি এতিয়া Student নামৰ জাভা ক্লাস তৈয়াৰ কৰিম ।
  02:47 সেয়ে ClassDemoত সো ক্লিক কৰক, Newত যাওক আৰু Classত ক্লীক কৰক।
  02:56 New Java Class wizardত name হিসাবে Student লিখক।
  03:03 আমি দেখিব পাৰো যে ইয়াত modifier হল public.
  03:07 এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয় ।
  03:11 যদি ক্লাসৰ কোনো modifier নাথাকে, যি default হয়, ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়।
  03:18 আমি প্যাকেজবোৰৰ সম্পর্কে পৰবর্তী টিউটোৰিয়েলত শিকিম।
  03:23 ইয়াত মই public নির্বাচন কৰিছো ।
  03:26  method stubsত, public static void main নির্বাচন কৰক ।
  03:31 তাৰপিছত Finishত ক্লীক কৰক।
  03:36 আমি দেখিব পাৰো যে Student নামৰ ক্লাসটো স্ৃস্টি হৈছে।
  03:40 এতিয়া কমেন্টবোৰ মুছি পেলাও।
03:51  এটা Student ক্লাসত Name, Roll Number, Marks ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে
  03:57 সেয়ে Student ক্লাসত Roll Number আৰু Name নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো ।
  04:04 সেয়ে, মই int roll আন্ডাৰস্কোৰ number সেমিকোলন টাইপ কৰিম 
  04:14  String name সেমিকোলন
  04:19  সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো ।
  04:22 এতিয়া এটা ক্লাসত methods ও আছে।
  04:25 সেয়ে মই StudentDetail নামৰ মেথড তৈয়াৰ কৰো ।
  04:30  এই মেথডে প্রত্যেক শিক্ষার্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে।
  04:34 সেয়ে void studentDetail টাইপ কৰো, তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী, কাৰ্লী বন্ধনী খুলক ।
  04:49 এতিয়া এই মেথডে শিক্ষার্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে।
  04:53 সেয়ে টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত The roll number is, এটা number হিসাবে লিখিব পাৰে; ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, + roll_number সেমিকোলন।
  05:23 পিছৰ লাইন টাইপ কৰক System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত  The name is, + name আৰু সেমিকোলন।
  05:40 এতিয়া, মেন মেথডৰ মাজত আমি টাইপ কৰিম System dot out dot println, বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত We have created a class with two variables and 1 method.
  06:10 এনেকৈ আমি Student ক্লাস তৈয়াৰ কৰিছো 
  06:20 এতিয়া  Ctrl আৰু S কি একেলগে টিপি ফাইলটো সংৰক্ষণ কৰো।
  06:26 এতিয়া Control আৰু F11 কি একেলগে টিপি প্রোগ্রাম আৰম্ভ কৰো।
06:33  আমি এনেধৰনৰ পাও
  06:34 We have created a class with 2 variables and 1 method
  06:38 যেনে আমি মেন মেথডত লিখেছিলো ।
  06:46 সেয়ে আমি সফলভাবে এটা class তৈয়াৰ কৰিছো ।
06:50  সেয়ে, এই টিউটোৰিয়েলত আমি  ক্লাস আৰু জাভাযৰ  ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিলো ।
  06:59 আত্ম মূল্যাকনৰ বাবে, ভ্যাৰিয়েবল emp আন্ডাৰস্কোৰ number আৰু emp আন্ডাৰস্কোৰ name ৰ সৈতে Employee নামৰ এটা Class তৈয়াৰ কৰক।
  07:10 আৰু printEmployee মেথড যি কর্মচাৰীৰ তথ্য প্রদর্শন কৰে।
07:16 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
07:19 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]  
07:22 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:25 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:30 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
07:32 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:35 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
07:38 * অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:44 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:55 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:04 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08:07 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble