Difference between revisions of "Java/C2/Array-Operations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || ''Time''' || '''Narration''' |- | 00:02 | জাভাত '''Array Operations''' ৰ কথ্য টিউটোৰিয়ালে আপুনাক স…')
 
 
(2 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
  
|| ''Time'''
+
|| '''Time'''
  
 
|| '''Narration'''
 
|| '''Narration'''
Line 51: Line 51:
 
| 00:30
 
| 00:30
  
| না হলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ জন্য আমাদেৰ ওয়েবসাইট পৰিদর্শন করুন।
+
| যদি নাজানে তেনেহলে সঠিক টিউটোৰিয়েল চাওক
 
+
 
|-
 
|-
  
Line 105: Line 104:
 
| 01:13
 
| 01:13
  
| এতোয়া ক্লাস অ্যাৰে ইম্পোর্ট কৰো
+
| এইটোৱে ক্লাস অ্যাৰে ইম্পোর্ট কৰো
  
 
|-
 
|-
Line 183: Line 182:
 
| 03:12
 
| 03:12
  
|এতিয়া আউটপুটক দেখা যাওক সেয়ে প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
+
|এতিয়া আউটপুটক দেখা যাওক সেয়ে প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
Line 195: Line 194:
 
| 03:26
 
| 03:26
  
|এতিয়া অ্যাৰেৰ এলিমেন্ট বর্গীকৰণ দেখা যাওক।
+
|এতিয়া অ্যাৰেৰ এলিমেন্টৰ বর্গীকৰণ দেখা যাওক।
  
 
|-
 
|-
Line 227: Line 226:
 
| আমি যেনে আউটপুটত চাব পাৰো যে '''sort''' মেথডে অ্যাৰেতে ঊর্ধ্বক্ৰমে বর্গীকৰণ কৰা হৈছে।
 
| আমি যেনে আউটপুটত চাব পাৰো যে '''sort''' মেথডে অ্যাৰেতে ঊর্ধ্বক্ৰমে বর্গীকৰণ কৰা হৈছে।
  
|-ss
+
|-
  
 
| 04:19
 
| 04:19
Line 327: Line 326:
 
|06:39
 
|06:39
  
| দ্বিতীয়টি হল কপি কৰিবলৈ কিছো এলিমেন্ট, ইয়াত আমি 5 কপি কৰিম। *******
+
| দ্বিতীয়টি হল কপি কৰিবলৈ কিছো এলিমেন্ট, ইয়াত আমি 5 কপি কৰিম।  
  
 
|-
 
|-
Line 363: Line 362:
 
| 07:19
 
| 07:19
  
| |সংৰক্ষণ কৰে ৰান কৰক।
+
|সংৰক্ষণ কৰে ৰান কৰক।
  
 
|-
 
|-
Line 387: Line 386:
 
| 07:44
 
| 07:44
  
|প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
+
|প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক।
  
 
|-
 
|-
Line 393: Line 392:
 
| 07:48
 
| 07:48
  
|আমি দেখো যে অতিৰিক্ত এলিমেন্টবোৰ ডিফল্ট মানলৈ সেট কৰা হৈছে, যি হয়''' 0'''.
+
|আমি দেখো যে অতিৰিক্ত এলিমেন্টবোৰ ডিফল্ট মানলৈ সেট কৰা হৈছে, যি''' 0''' হয়.
  
 
|-
 
|-
Line 417: Line 416:
 
| 08:27
 
| 08:27
  
| সংৰক্ষণ কৰে ৰান কৰক
+
| সংৰক্ষণ কৰক ৰান কৰক
  
 
|-
 
|-
Line 447: Line 446:
 
| 09:01
 
| 09:01
  
| সেয়ে এই আচৰণে নিশ্চিত কৰে যে ৰেঞ্জেৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে।
+
| সেয়ে এই আচৰণে নিশ্চিত কৰে যে ৰেঞ্জৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে।
  
 
|-
 
|-
Line 453: Line 452:
 
| 09:07
 
| 09:07
  
|(0, 4) য়ে index 0 পৰা index 3 লৈ বোঝায়। সোনক
+
|(0, 4) য়ে index 0 পৰা index 3 লৈ বোঝায়।  
  
 
|-
 
|-
Line 471: Line 470:
 
| 09:26
 
| 09:26
  
| আমৰা এই টিউটোৰিয়ালেৰ শেষে চলে এসেছি।
+
| আমৰা এই টিউটোৰিয়ালেৰ শেষলৈ চলে এসেছি।
  
 
|-
 
|-
Line 477: Line 476:
 
| 09:31
 
| 09:31
  
|এই টিউটোৰিয়ালে আমৰা শিখেছি
+
|এই টিউটোৰিয়েলত আমি শিকিছো
  
 
|-
 
|-
Line 495: Line 494:
 
| 09:44
 
| 09:44
  
| নির্দেশিত কাজ হিসাবে,
+
| নির্দেশিত কাম হিসাবে,
  
 
|-
 
|-
Line 507: Line 506:
 
| 09:53
 
| 09:53
  
|স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানতে,
+
|স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ,
  
 
|-
 
|-
Line 513: Line 512:
 
| 09:55
 
| 09:55
  
|এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন।
+
|এই লিঙ্কে উপলব্ধ ভিডিওটি চাওক।
  
 
|-
 
|-
Line 525: Line 524:
 
| 10:05
 
| 10:05
  
| ভাল ব্যান্ডউইডথ না থাকলে আপনি ভিডিওটি ডাউনলোড কৰে দেখতে পাৰেন।
+
| আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াক ডাউনলড কৰিও চাব পাৰে৷
  
 
|-
 
|-
Line 543: Line 542:
 
| 10:16
 
| 10:16
  
|এই বিষয়ে বিস্তাৰিত তথ্যেৰ জন্য contact@spoken-tutorial.org তে ইমেল কৰক।
+
|এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
  
 
|-
 
|-
Line 549: Line 548:
 
| 10:22
 
| 10:22
  
| স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পেৰ অংশবিশেষ। এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
+
| স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশ। এটি ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
  
 
|-
 
|-
Line 555: Line 554:
 
| 10:31
 
| 10:31
  
| এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
+
| এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
  
 
|-
 
|-
Line 567: Line 566:
 
| 10:43
 
| 10:43
  
|আমি কৌশিক দত্ত এই টিউটোৰিয়ালটি অনুবাদ কৰেছি।
+
|এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা যোগদান কৰা হৈছে আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 11:39, 23 June 2014

Time Narration
00:02 জাভাত Array Operations ৰ কথ্য টিউটোৰিয়ালে আপুনাক স্বাগতম।
00:07 এই টিউটোৰিয়ালত আপোনি শিকিব কিভাবে
00:09 class Arrays ইম্পোর্ট কৰে আৰু
00:12 অ্যাৰেত মৌলিক অপাৰেশন সম্পাদন কৰে।
00:15 এই টিউটোৰিয়ালত আমি

উবুন্টু 11.10,

JDK 1.6 আৰু

Eclipse 3.7.0 ব্যবহাৰ কৰিছো ।

00:25 টিউটোৰিয়ালটি অনুসৰন কৰিবলৈ আপোনি জাভাত অ্যাৰে সম্পর্কে জনা উচিত।
00:30 যদি নাজানে তেনেহলে সঠিক টিউটোৰিয়েল চাওক
00:35 অ্যাৰে অপাৰেশনৰ বাবে মেথডবোৰ Class এত উপলব্ধ যাক Arrays বোলা হয়।
00:40 সেইবোৰক অ্যাক্সেস কৰিবলৈ, আমি সেই class টোক ইম্পোর্ট কৰিব লাগিব ।
00:43 এইটোক এই স্টেটমেন্ট দ্বাৰা সম্পন্ন হয় import java.util.Arrays সেমিকোলন।
00:50 আমি ক্লাস পৰা মেথড এক্সেস কৰিব পাৰো
00:52 আমি এইটোক এটা ডট আৰু মেথডৰ নাম যোগ কৰি কৰো ।
00:56 সেয়ে Arrays dot toString অর্থাত Arrays ক্লাসৰ পৰা toString মেথড।
01:05 এতিয়া Eclipse লৈ যাওক ।
01:08 আমি ইতিমধ্যে ArraysDemo নামৰ ক্লাস তৈয়াৰ কৰিছো
01:13 এইটোৱে ক্লাস অ্যাৰে ইম্পোর্ট কৰো
01:16 ইম্পোর্ট স্টেটমেন্ট ক্লাস ডেফিনেশনৰ পূর্বে লেখা হৈছে।
01:22 সেয়ে পাবলিক ক্লাসৰ আগত লিখক ,
01:26 import java.util.Arrays সেমিকোলন
01:46 এই স্টেটমেন্টে কয় যে জাভাত util নামৰ প্যাকেজ আছে যত অ্যাৰে ক্লাস আছে আৰু এইটো ইম্পোর্ট হব লাগিব।
01:59 এতিয়া এটা অ্যাৰে যোগ কৰা যাওক।
02:01 প্ৰধান ফাংশনত, লিখক
02:03 int marks ওপেন আৰু ক্লোস বর্গাকাৰবন্ধনী = বন্ধনীত 2, 7, 5, 4, 8
02:20 অ্যাৰেৰ স্ট্ৰিং উপস্থাপনা পাবলৈ আৰু প্ৰিন্ট কৰিবলৈ আমি অ্যাৰে ক্লাসত উপলব্ধ এটা মেথড ব্যবহাৰ কৰিম ।
02:28 সেয়ে লিখক String mStr = Arrays dot toString প্ৰথম বন্ধনী, বন্ধনীত অ্যাৰেৰ নাম যি হয় marks.
02:50 এতিয়া এই toString মেথডে অ্যাৰেৰ স্ট্ৰিং বিবৰন দিব।
02:56 আমি marks প্ৰিন্ট কৰিম ।
02:58 সেয়ে লিখক System dot out dot println প্ৰথম বন্ধনীত লিখক mStr.
03:12 এতিয়া আউটপুটক দেখা যাওক সেয়ে প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক।
03:18 আমি আউটপুটত দেখিব পাৰো যে, toString মেথড অ্যাৰেৰ এটা স্ট্ৰিং বর্ণনা দিছে।
03:26 এতিয়া অ্যাৰেৰ এলিমেন্টৰ বর্গীকৰণ দেখা যাওক।
03:31 সেয়ে Arrays dot toString লাইনৰ আগত লিখক Arrays dot sort প্ৰথম বন্ধনীত অ্যাৰেৰ নাম যি হয় marks.
03:46 সেয়ে অ্যাৰে ক্লাসত থকা sort মেথডে, ইয়ালৈ পাস কৰা অ্যাৰো এলিমেন্টক বর্গীকৰণ কৰে।
03:53 এতিয়া আমি marks অ্যাৰেৰ এলিমেন্টক বর্গীকৰণ কৰিছো আৰু ইয়াৰ স্ট্ৰিং ৰুপক প্ৰিন্ট কৰিছো ।
04:04 এতিয়া আউটপুটত চাওক , সেয়ে সংৰক্ষণ কৰে ৰান কৰক।
04:11 আমি যেনে আউটপুটত চাব পাৰো যে sort মেথডে অ্যাৰেতে ঊর্ধ্বক্ৰমে বর্গীকৰণ কৰা হৈছে।
04:19 মন কৰক যে sort মেথডে অ্যাৰেক নিজেই পৰিবর্তন কৰিছে।
04:22 এই ধৰনৰ শ্ৰেণীবিভাজনক ইনপ্লেস সর্টিং বোলা হয়।
04:26 ইয়াৰ অর্থ হৈছে যে অ্যাৰে যত এলিমেন্ট আছে শ্ৰেণীবিভাজনৰ পৰিনামৰ হিসাবে সলনি হৈছে।
04:33 পৰবর্তী মেথড যি আমি চাবলৈ যাও সেয়া হল fill.
04:38 fill মেথডে দুটি আর্গুমেন্ট লয়।
04:43 সর্টিং লাইনটো মুছি পেলাওক আৰু
04:50 লিখক Arrays dot fill বন্ধনীত অ্যাৰেৰ নাম যি হয় marks.
05:05 এইটো প্ৰথম আর্গুমেন্ট আৰু দ্বিতীয়টি হল মান যি অ্যাৰেত অন্তর্ভুক্ত হব লাগিব, আমি ইয়াত 6 লিখিম আৰু সেমিকোলন। সংৰক্ষণ কৰে ৰান কৰক।
05:24 আমি যেনে দেখিব পাৰো যে, যিহেতু নামটো যায়, fill মেথডে প্ৰদত্ত আর্গুমেন্ট সৈতে অ্যাৰেক পূর্ণ কৰে যি হয় 6.
05:32 পৰবর্তী মেথড যি আমি চাম সেয়া হল copyOf.
05:37 আমি marks অ্যাৰেৰ সকলো এলিমেন্টক marksCopy অ্যাৰেত কপি কৰিম।
05:44 সেয়ে arrays dot fill ক মুছি পেলাওক
05:48 আৰু লিখক int marksCopy [ ];
05:59 পিছৰ লাইনত লিখক marksCopy = arrays. copyOf(marks, 5);
06:25 এই মেথডে দুটি আর্গুমেন্ট লয়।
06:29 প্ৰথম আর্গুমেন্টটো হল অ্যাৰেৰ নাম যৰ পৰা আপোনি এলিমেন্টবোৰ কপি কৰিব বিচাৰে যি হয় marks.
06:39 দ্বিতীয়টি হল কপি কৰিবলৈ কিছো এলিমেন্ট, ইয়াত আমি 5 কপি কৰিম।
06:47 তাৰপিছত arrays dot toStringmarks ক marksCopyলৈ সলনি কৰক ।
06:55 এতিয়া প্ৰোগ্ৰাম সংৰক্ষণ কৰে ৰান কৰক।
07:01 আমি দেখো যে marks অ্যাৰেৰ এলিমেন্টবোৰ marksCopy অ্যাৰে লৈ কপি কৰা হৈছে।
07:10 দেখা যাওক, কপি কৰিবলগিয়া এলিমেন্টৰ সংখ্যা যদি পৰিবর্তন কৰো, কি হয়।
07:15 5 ক 3 লৈ পৰিবর্তন কৰো।
07:19 সংৰক্ষণ কৰে ৰান কৰক।
07:24 আমি দেখিব পাৰো যে প্ৰথম তিনটি এলিমেন্টহে কপি কৰা হৈছে।
07:31 অ্যাৰেত উপস্থিত কপি কৰা এলিমেন্টেৰ সংখ্যা সমুহ এলিমেন্টৰ সংখ্যাতকৈ অধিক হলে দেখা যাওক কি হয়।
07:39 সেয়ে 3 ক 8 লৈ পৰিবর্তন কৰক।
07:44 প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক।
07:48 আমি দেখো যে অতিৰিক্ত এলিমেন্টবোৰ ডিফল্ট মানলৈ সেট কৰা হৈছে, যি 0 হয়.
07:54 তাৰ পিছত আমি এটা শ্ৰেণীৰ মান কপি কৰা চাও।
07:58 সেয়ে copyOfcopyOfRange লৈ সলনি কৰক আৰু 81, 4 লৈ পৰিবর্তন কৰক ।
08:15 এই মেথডে সকলো এলিমেন্টক index 1 পৰা আৰম্ভ কৰি আৰু index 3 লৈকে কপি কৰে।
08:27 সংৰক্ষণ কৰক ৰান কৰক
08:31 আমি যেনে দেখিব পাৰো যে, index 1পৰা 3 লৈকে এলিমেন্টবোৰ কপি কৰা হৈছে।
08:39 মন কৰক যে আমি আর্গুমেন্ট হিসাবে 1, 4 দিছো ।
08:47 কিন্তু তাৰপিছতো index 4 ত এলিমেন্ট কপি কৰা হোৱা নাই।
08:50 এলিমেন্টবোৰ খালী index 3 লৈকেহে কপি কৰা হৈছে। ই এটা নির্দিষ্ট শ্ৰেণীৰ এটা indexৰ আগত ৰখে।
09:01 সেয়ে এই আচৰণে নিশ্চিত কৰে যে ৰেঞ্জৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে।
09:07 (0, 4) য়ে index 0 পৰা index 3 লৈ বোঝায়।
09:12 (4, 6) য়ে index 4 পৰা index 5লৈ বোঝায়।
09:17 সেয়ে ই (0, 4) + (4, 6) = (0, 5) ৰ ধৰনে আচৰণ কৰে।
09:26 আমৰা এই টিউটোৰিয়ালেৰ শেষলৈ চলে এসেছি।
09:31 এই টিউটোৰিয়েলত আমি শিকিছো
09:33 কিভাবে class Arraysক ইম্পোর্ট কৰে,
09:36 অ্যাৰে অপাৰেশন যেনে strings, sort, copy, fill সম্পাদন কৰা।
09:44 নির্দেশিত কাম হিসাবে,
09:46 Arrays.equals মেথডৰ সম্পর্কে পঢ়ক আৰু চাওক এইটোৱে কি কৰে।
09:53 স্পোকেন টিউটোৰিয়াল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ,
09:55 এই লিঙ্কে উপলব্ধ ভিডিওটি চাওক।
10:02 এটি কথ্য টিউটোৰিয়াল প্ৰকল্পকে সাৰসংক্ষেপে বোঝায়।
10:05 আপোনাৰ ঘদি ভাল বেন্দৱিথ নাই তেনেহলে ইয়াক ডাউনলড কৰিও চাব পাৰে৷
10:09 কথ্য টিউটোৰিয়াল প্ৰকল্প দল
10:10 কথ্য টিউটোৰিয়াল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰলে প্ৰশংসাপত্ৰ দেওয়া হয়।
10:16 এই বিষয়ে বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
10:22 স্পোকেন টিউটোৰিয়াল Talk to a Teacher প্ৰকল্পৰ অংশ। এটি ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:31 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, spoken HYPHEN tutorial DOT org SLASH NMEICT HYPHEN Intro
10:39 অংশগ্ৰহনেৰ জন্য ধন্যবাদ।
10:43 এই টিউটৰিয়েল অৰুন পাথকৰ দ্ৱাৰা যোগদান কৰা হৈছে আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble