Difference between revisions of "Java/C2/Arithmetic-Operations/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 233: Line 233:
  
 
|-
 
|-
| 07:41   
+
|07:41   
| জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে
+
|জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে
 
|-
 
|-
|  07:44
+
| 07:44
|  '''  operator precedence, আৰু , '''
+
|'''  operator precedence আৰু , '''
 
|-
 
|-
 
| 07:45
 
| 07:45

Revision as of 11:22, 5 February 2014

Time' Narration
  00:01   জাভাত Arithmetic Operationsঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম।
  00:05 এই টিউটোৰিয়ালেত,আপোনি বিভিন্ন  Arithmetic Operations যেনে

Addition

Subtraction

Multiplication

Division আৰু

কেনেকৈ সিহতক বয়ৱহাৰ কৰে. বিষয়ে শিকিব

  00:16  এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

  00:24 এই টিউটৰিয়েলটো চাবলৈ আপোনাৰ চিচটেমত  Eclipse ইনস্টল হৈ থকা হব লাগিব
  00:28   আৰু Eclipseঅত  ফাইল এখন create, save আৰু run কৰা জানিব লাগিব
  00:32 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
  00:42   ইয়াত সিহতে দেখোৱা operators আৰু  mathematical operations ৰ তালিকা আছে
  • প্লাছ চিহ্ন addition ৰ কাৰনে
  •  মাইনাচ subtractionৰ কাৰনে
  • এস্ত্ৰীক্চ multiplicationৰ কাৰনে
  •  আৰু স্লেছ divisionৰ  কাৰনে
  00:54 আমি তাৰে প্রতিটোক বিস্তাৰত চাম ।
  01:05 বাকি কোডৰ বাবে আমাৰ উচৰত eclipse IDE আৰু প্রয়োজনীয় skeleton আছে
  01:10  আমি Arithmetic Operations নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো।
  01:17 এতিয়া কিছো ভেৰিয়েবল যোগ কৰা যাওক
01:22 int x = 5;
  01:26 'int y = 10;

int result

  01:35 x and y অপাৰেন্দ্চ হব আৰু ফলাফলটোৱে অপাৰেশনৰ আওটপুতক  সংৰক্ষণ কৰিব
   01:41    সিহতক যোগ কৰা যাওক আৰু ফলাফলটো প্ৰীন্ট কৰক Result= x+y; system. out. println ' বান্ধনীত result
02:10  Control S সংৰক্ষন কৰক আৰু ৰান কৰিবলৈ control F11
02:17  আমি দেখো যে যোগ কৰাৰ আউটপুটটো  resultত সংৰক্ষন হৈছে আৰু মান টো প্ৰীন্ট কৰা হল
  02:24  এতিয়া মানবোৰক সলনি কৰা যাওক  x=75,y = 15
  02:37 সংৰক্ষণ কৰক আৰু ৰান কৰক।
  02:42  অামি দেখো যে আউটপুটটু সেইমতে ( তদুনসাৰে) সলনি হৈছে
  02:48 এতিয়া নেতিবাচক মান y = -25. চেস্তা কৰা যাওক
02:57  সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:02   অামি দেখো যে  75  plus  -25 আউটপুটৰ প্ৰীন্ট কৰা হৈছে 
 03:10  এতিয়া বিয়োগ' চেস্তা কৰা যাওক  y = 5'.  x+y ক  x-yলৈ সলনি কৰক
  03:25 সংৰক্ষণ কৰক আৰু ৰান কৰক।
03:32 অামি দেখো যে  75 -5 ৰ আউটপুট  প্ৰীন্ট কৰা হৈছে
  03:38 এতিয়া multiplication চেস্তা কৰা যাওক . minus' ক  asterisk লৈ সলনি কৰক 
  03:46   সংৰক্ষণ কৰক আৰু ৰান কৰক।
  03:52   আমি দেখো যে asterisk বয়ৱহাৰ কৰি আমি ৭৫ক ৫ ৰে গুন কৰিব পাৰো
  03:58   এতিয়া 'division চেস্তা কৰা যাওক. asterisk অতুৰুৱাই দিয়ক আৰু slash টাইপ কৰক
  04:07  সংৰক্ষণ কৰক আৰু ৰান কৰক।
  04:13 আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয়
04:18 এতিয়া অামি চাও কি হয়, যেতিয়া ভাবা মতে ফলাফলটো দশমিক পয়েন্ট সংখ্যা হয় .
  04:24 ৫ক ১০লৈ সলনি কৰক
  04:28 ফলাফলটো ৭.৫ হব লাগিব
  04:30 সেয়ে ফলাফলটো float লৈ সলনি কৰা যাওক 
  04:43   সংৰক্ষণ কৰক আৰু ৰান কৰক।
  04:50    মন কৰক যে যদিও বা স্বত্তেও আশা কৰা ফলাফলটো ৭.৫ হয়, আমি আউটপুটটো ৭.০ হিচাবে পাও
  04:57   ইয়াৰ কাৰন হল,  বিভাজনত মানে division থকা দুয়ো operandsবোৰ  integers হয় 
 05:01 y ক float লৈ  y=10f সলনি কৰা যাওক 
05:15  সংৰক্ষণ কৰক আৰু ৰান কৰক।
05:21 আমি এতিয়া চাব পাৰো যে ফলাফলটো আশা বা ভাবা দৰে হয়
05:24 মনত ৰাখিব যে যেতিয়া ভাবা দৰে ফলাফলটো float হয় , operandsৰ পৰা এটায়ে অপেক্ষিত আউটপুট পাবলৈ float এটা হব লাগিব
05:32  এতিয়া আমি চাও কি হয়,  যেতিয়া এটাতকৈ অধিক অপাৰেটৰ থাকে 
05:48  int result= 8+4-2. সংৰক্ষণ কৰক আৰু ৰান কৰক।
06:09 আমি যেনে চাব পাৰো, আউটপোটটু আশা বা ভাবা দৰে হয়
 06:12 এতিয়া minus  slash এতালৈ সলনি কৰক
06:19 এতিয়া আউটপুট ৬ হব যদি divisionৰ আগত addition কৰা হৈছে
06:25 বা এইটো ১০হব যদি additionৰ আগত division কৰা হৈছে
06:30 ৰান কৰা যাওক আৰু আউটপুট চাওক
06:38 আমি যেনে চাব পাৰো,  আউটপুট ১০ হয় আৰু  additionৰ আগত division কৰা হৈছে. ইয়াৰ কাৰন এইটো হয় যে বেলেগ অপাৰেটৰতকৈ  division operatorত বেছি precedence মানে প্ৰধানতা আছে 
06:50 এনেকোৱা পৰিস্হিতীত , যদি আমি precedence মানে প্ৰধানতাক বাতিল কৰিব লগিয়া হয় তেতিয়া  অামি প্রথম বন্ধনী বয়ৱহাৰ কৰিম 
 07:04  প্রথম বন্ধনী যোগ কৰি, আমি জাভাক divisionৰ আগত addition কৰিবলৈ নির্দেশ দিও
 07:10 ফাইলটো ৰান কৰা যাওক
 07:15 আমি যেনে চাব পাৰো addition প্ৰথমে সঞ্চালিত হৈছে আৰু অপেক্ষিত অনুযায়ী আউটপুট 6 হয়.
 07:22 এটা নিয়ম হিসাবে, যেতিয়া অপাৰেশন বোৰৰ ক্রম স্পষ্ট নাথাক, প্রথম বন্ধনী ব্যবহাৰ কৰিবলৈ মন ৰাখিব.
  07:36   ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
 07:40 আমি শিকিছো
07:41  জাভাত কেনেকৈ প্ৰাথমিক mathematical operation সম্পাদন কৰে
 07:44   operator precedence আৰু ,
07:45 কেনেকৈ ইয়াক বাতিল  কৰে
  07:49 এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয.,

modulo operator মানে কি বুজায়, নির্ণয় কৰক  আৰু ই কি কৰে .

  07:57   spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ, তলৰ সংযোগত থকা ভিডিঅ’ চাওক। [1]
  08:02   কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 08:05 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 08:10 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
 08:12 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:14   এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
 08:18 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:24 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:29 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 08:35 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 08:39 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble