Difference between revisions of "Java-Business-Application/C2/Servlet-Methods/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
 
{| style="border-spacing:0;"
 
{| style="border-spacing:0;"
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| Time  
+
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
| style="border:0.1pt double #808080;padding:0.049cm;"|  
+
| style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration'''
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.01  
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:01  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| চাৰ্ভলেট মেঠদৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম ।
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. চাৰ্ভলেট মেঠদৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম ।
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.06  
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:06  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম :
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম :
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.08  
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:08  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''JSP ব্যৱহাৰ কৰি এখন সৰল ল'''''''গিন ফৰ্ম সৃষ্টি কৰিবলৈ'''
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''JSP ব্যৱহাৰ কৰি এখন সৰল ল'''''''গিন ফৰ্ম সৃষ্টি কৰিবলৈ'''
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.13  
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:13  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ'''
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| '''doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ'''
  
Line 29: Line 29:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.25  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.25  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি ব্যৱহাৰ কৰিছো
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন 12.04""
 
+
|-
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00.26
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ""উবুন্তু ভাৰ্চন 12.04""
+
  
 
|-
 
|-
Line 469: Line 465:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09.38  
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09.38  
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
 
+
download কৰিও চাব পাৰে ।
+
  
 
|-
 
|-

Latest revision as of 16:21, 27 February 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. চাৰ্ভলেট মেঠদৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম ।
00:06 এই টিউটৰিয়েলত আমি শিকিম :
00:08 JSP ব্যৱহাৰ কৰি এখন সৰল ল''গিন ফৰ্ম সৃষ্টি কৰিবলৈ'
00:13 doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ
00.16 doPost মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাছ কৰিবলৈ
00.20 doGet আৰু doPost মেঠদৰ পাৰ্থক্য
00.25 ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন 12.04""
00.30 নেটবীন্চ IDE 7.3
00.33 JDK 1.7
00.36 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0
00.39 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে ।
00.43 এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ ।
00.46 Netbeans IDE ব্যৱহাৰ কৰি Core Java
00.49 HTML ৰ সামান্য জ্ঞান থকা উচিত
00.51 Java Servlets আৰু JSPৰ সামান্য জ্ঞান থকা উচিত
00.56 যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক ।
01.00 Library Management System ৰ সৃষ্টিৰে আমি আৰম্ভনি কৰিম
01.06 প্ৰথমে আমি home page খন সৃষ্টি কৰিম
01.09 home pageত এখন সৰল ল''গিন ফৰ্ম থাকিব'
01.14 ই বিশুদ্ধতা প্ৰাপ্য ব্যৱহাৰকাৰী সমূহক Library Management System ল''গিনৰ সুবিধা প্ৰদান কৰিব'
01.20 এতিয়া Netbeans IDE লৈ যাও আহক
01.23 আগতে সালসলনি কৰি ৰখা index. jsp পাঠলৈ যাও আহক
01.30 মই এই পাঠ খন সালসলনি কৰি আমাৰ home page সৃষ্টি কৰিছো
01.35 আমি ইয়াৰ শীৰ্ষক Home Page বুলি ৰাখিলো
01.38 ব'দীৰ ভিতৰত এখন টেব্ল আছে, ইয়াৰ বৰ্দাৰ ৰ মান হৈছে ১
01.44 এই খিনিতে আপুনি ক'ড প্ৰত্যক্ষ কৰিব পাৰে
01.47 টেব্ল খনৰ ভিতৰত আমি এটা শীৰ্ষক দিছো, Welcome to Library Management System
01.54 তাৰ পাছত আমাৰ এটা অনুচ্ছেদৰ ট্যাগ আছে, ইয়াত এই বুলি থাকিব This is the home page for Library Management System
02.03 তাৰ পাছত আমাৰ এটা সংযোগ (hyperlink) আছে যিটোৱে visitorHomePage.jsp বুলি আন এটা পাঠলৈ নিৰ্দেশ দিব
02.11 আমি এই পাঠ খন পাছত সৃষ্টি কৰিম
02.13 তাৰ পাছত আমাৰ এখন অতিকৈ সৰল login form আছে
02.18 এই ফৰ্ম খনে ৰেজিস্তাৰ্ড ব্যৱহাৰকাৰী এজনক ল''গিন'ৰ সুবিধা প্ৰদান কৰে
02.22 ফৰ্ম খন সৃষ্টি কৰাৰ আগতে আপুনি GreetingServlet বোলা এটা চাৰ্ভলেট বনাব লাগিব
02.28 আগৰ টিউটৰিয়েলত বুজোৱাৰ দৰে এটা নতুন চাৰ্ভলেট বনোৱা
02.35 মন কৰিব যে চাৰ্ভলেটৰ নামটো GreetingServlet হয়
02.39 URLৰ পেটাৰ্ণটো GreetingServletPath হ'ব লাগিব
02.44 এই ফৰ্ম খনৰ দুটা ইন্পুট তথ্য আছে Username আৰু Password
02.50 ইয়াৰ এটা চাবমিট বুটাম আছে, ওপৰত লিখা আছে Sign In
02.55 তাৰ পাছত আমাৰ এটা অনুচ্ছেদৰ ট্যাগ আছে, ইয়াত addUser.jspলৈ এটা সংযোগ থাকিব
03.03 এই registration পাঠখন ৰেজিস্তাৰ নকৰা ব্যৱহাৰকাৰী সমূহৰ বাবে
03.09 এতিয়া GreetingServlet.javaলৈ যাও আহক
03.14 মন কৰিব যে GreetingServlet.java, org.spokentutorial পেকেজৰ অন্তৰ্গত
03.23 request objectৰ সহায়ত এই চাৰ্ভলেটে form data সমূহ সংগ্ৰহ কৰিব পাৰিব
03.30 এই servletয়ে controller হিচাপে কাৰ্য্য কৰিব
03.33 আপুনি মন কৰিব যে আমি controllerৰ বাখ্যা আগতে পাই আহিছো
03.38 চাৰ্ভলেটে controller হিচাপে কি কাৰ্য্য কৰে চাও আহক
03.42 request objectত ফৰ্ম দাটা সমূহ সন্নিৱিষ্ট হই থাকিব
03.46 ফৰ্ম দাটাৰ পাৰামিটাৰ সমূহ উদ্ধাৰ কৰাটোৱেই হ'ব আমাৰ প্ৰথম কাৰ্য্য
03.51 request objectgetParameter মেঠদ ব্যৱহাৰ কৰি এই কাৰ্য্য সম্পন্ন কৰা হয়
03.57 এতিয়া Netbeans IDEলৈ যাও আহক
04.02 doGet মেঠদৰ ভিতৰত টাইপ কৰিব
04.04 PrintWriter space out equal to response dot getWriter
04.14 তাৰ পাছত আমি ফৰ্ম দাটাৰ পাৰামিটাৰ সমূহ উদ্ধাৰ কৰিম
04.18 তাৰ বাবে পাছৰ শাৰীত টাইপ কৰিব
04.20 String space username' equal to request.getParameter ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত userName চেমিকলন
04.35 মন কৰিব যে ইয়াত দিয়া userName হৈছে ফৰ্ম টেগত দিয়া ব্যৱহাৰকাৰীৰ নাম
04.43 একেদৰে আমি password উদ্ধাৰ কৰিম
04.48 তাৰ বাবে টাইপ কৰিব String space password equal to request.getParameter ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত password চেমিকলন
05.03 তাৰ পাছত আমি আওতপুত ত User Name প্ৰীন্ট কৰিম
05.08 তাৰ বাবে পাছৰ শাৰীত টাইপ কৰিব
05.10 out dot println' ব্ৰেকেট আৰু ঊৰ্ধ কমাৰ অন্তৰ্গত Hello from GET Method plus username.
05.21 এতিয়া এই প্ৰজেক্ট ৰান কৰিবলৈ, MyFirstProjectত ৰাইট ক্লিক কৰিব
05.27 Clean and Buildত ক্লিক কৰিব
05.29 MyFirstProjectত আকৌ ক্লিক কৰিব, ৰান ত ক্লিক কৰিব
05.35 এতিয়া চাৰভাৰ আৰম্ভ হৈছে
05.38 MyFirstProject প্ৰস্তুত কৰিব
05.41 ব্ৰাউচাৰত home page প্ৰদৰ্শন হ''ব'
05.45 মন কৰিব যে পাঠটিৰ শীৰ্ষক হৈছে Home Page
05.50 আমি এখন সৰল ল'গিন ফৰ্ম দেখা পাম
05.54 Username আৰু Password দি চাও আহক
05.58 মই Username, arya বুলি টাইপ কৰিম
06.02 আৰু Password, arya*123 বুলি
06.06 তাৰ পাছত Sign Inত ক্লিক কৰিব
06.09 Hello from GET Method arya বুলি আওতপুত ত দেখা পাম
06.15 ক'ড খিনিত একো বৈধতা প্ৰদানৰ ব্যৱস্হা নথকাৰ বাবে ব্যৱহাৰকাৰী জনে ল'গিনৰ সুবিধা ল'ব পাৰিছে
06.24 পাছৰ টিউটৰিয়েলত আমি এই কাৰ্য্য কৰিম
06.28 এতিয়া URL লৈ মন কৰিব
06.31 ই হৈছে localhost colon 8080 slash MyFirstProject slash GreetingServletPath প্ৰশ্নমূলক চিহ্ন userName equal to arya and password equal to arya *123
06.49 এটা প্ৰশ্নমূলক চিহ্নয়ে ফৰ্মৰ ডেটা খিনি পাঠৰ তথ্যৰ পৰা বিভক্ত কৰিছে
06.56 আমি দেখা পাম যে ফৰ্ম খনত দিয়া username আৰু password, URLত আছে
07.05 এতিয়া এই কাৰ্য্য সমূহ POST Method ব্যৱহাৰ কৰি চাও আহক
07.10 IDE লৈ ঘূৰি যাও আহক
07.12 doGet মেঠদৰ বাবে লিখা ক''ড খিনি কপী কৰি doPost মেঠদত পেষ্ট কৰিব'
07.20 POST মেঠদৰ println বাক্য শাৰী Helloলৈ পৰিৱৰ্তন কৰিব
07.27 index.jsp খুলি চাও আহক
07.31 ইয়াত ফৰ্ম টেগৰ মেঠদ এট্ৰিবীউত POSTলৈ পৰিৱৰ্তন কৰিব লাগিব
07.37 আপুনি এই ক'ড খিনি চাব পাৰে
07.42 আমি দেখা পাম form action equal to GreetingServletPath মেঠদ equal to POST
07.49 এতিয়া আমি এই প্ৰজেক্টটো ৰাণ কৰিম
07.53 MyFirstProjectত ৰাইট ক্লিক কৰিব আৰু তাৰ পাছত ৰাণ ত
07.58 GET মেঠদ ব্যৱহাৰ কৰি পোৱা আওতপুতৰ সৈতে একেই
08.04 আকৌ এবাৰ User Name আৰু Password টাইপ কৰিব
08.08 তাৰ পাছত Sign Inত ক্লিক কৰিব
08.12 মন কৰিব যে আমি POST Method aryaৰ পৰা Hello পাম
08.17 URLলৈ মন কৰিব
08.19 ই হৈছে localhost colon 8080 slash MyFirstProject slash GreetingServletPath
08.25 ইয়াত আমি URLত ফৰ্মৰ তথ্য পাবলৈ সক্ষম হোৱা নাই
08.30 এইটোৱেই হৈছে doGet আৰু doPost মেঠদৰ মাজত থকা এটা মূল বৈসাদৃশ্য
08.35 কেতিয়া GET অথবা POST মেঠদ ব্যৱহাৰ কৰিব লাগে শিকো আহক
08.42 GET মেঠদ ব্যৱহাৰ হই যেতিয়া
08.44 ফৰ্মখন সৰু আৰু তথ্যৰ হাৰ কম হয়
08.48 ব্যৱহাৰকাৰীয়ে তথ্যৰ বিষয়বস্তু URLত দেখা পাব হ''লে'
08.53 POST মেঠদ ব্যৱহাৰ হই যেতিয়া
08.55 ফৰ্মখন ডাঙৰ আৰু তথ্যৰ হাৰ বেছি হয়
09.00 ব্যৱহাৰকাৰীয়ে তথ্যৰ বিষয়বস্তু URLত দেখা নাপাবলৈ
09.06 উদাহৰণ: passwords
09.08 সাৰাংশ বৰ্ণনা কৰো আহক
09.10 এই টিউটৰিয়েলত আমি শিকিলো
09.12 JSP ব্যৱহাৰ কৰি এখন সৰল login ফৰ্ম সৃষ্টি কৰিবলৈ
09.16 doGet মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাচ কৰিবলৈ
09.19 doPost মেঠদ ব্যৱহাৰ কৰি পাৰামিটাৰ পাচ কৰিবলৈ
09.22 doGet আৰু doPost মেঠদৰ মাজৰ পাৰ্থক্য
09.26 অনুগ্ৰহ কৰি এই টিউটৰিয়েল সম্পূৰ্ণ কৰি আগবাঢ়িব
09.32 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
09.35 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09.38 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09.42 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
09.45 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09.48 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09.52 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
09.58 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10.02 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10.09 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
10.19 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
10.28 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
10.32 এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Gaurav, Mousumi, Pratik kamble