Java-Business-Application/C2/Overview-of-Library-Management-System/Assamese

From Script | Spoken-Tutorial
Revision as of 15:25, 11 December 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Java-Business-Application/C2/Overview-of-Library-Management-System/English-timed

Time
'
00.00 'Overview of the Web Application – Library Management System ৰ স্পোকেন টিউটোৰিয়েল লৈ স্বাগতম।
00.08 এই টিউটৰিয়েলত আমি আপোনাক ৱেব এপ্লিকেচনৰ লগত পৰিচই কৰাই দিম।
00.13 এই চিৰিজত, অমি প্রমানসহ দেখুৱাম কেনেকে বেচিক ইনভেণ্টৰি চিচটেম সৃষ্টি কৰে।
00.19 আমি লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম উদাহৰণ ব্যবহাৰ কৰিম।
00.24 এই ছিৰিজ শিকিবলৈ আপোনাক
00.27 Netbeans IDE আৰু HTML ব্যৱহাৰ কৰি
0.31 Core Java জ্ঞান থাকিব লাগিব
00.32 যডি নাই, প্রাসংগিক নির্দেশনাৰ বাবে অনুগ্রহ কৰি আমাৰ ৱেবচাইট পৰিদর্শন কৰক।
00.38 এটিয়া চোৱা যাওক web application – the Library Management System.
00.43 লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম এটা চিচটেম য’ত
00.46 কিতাপবোৰ কার্যকাৰি কৰা আৰু উভটাই নিয়া নিয়ন্ত্রন কৰে
00.50 আৰু লাইব্ৰেৰী ব্যবহাৰ কৰোতা নিয়ন্ত্রন কৰে।
00.54 এটিয়া, কিয় আমাক লাইব্ৰেৰী মেনেজমেণ্টে চিচটেম লাগে?
00.58 এই চিচটেম ব্যাৰহাৰে সহাই কৰে-
01.00 লাইব্যৰীয়ানক কিতাপ বোৰ সহজ ভাৱে নিয়ন্ত্রন কৰিবলৈ।
01.05 মেমবাৰচিপ তথা এটা কেন্দ্রীয় চাৰভাৰেৰে চলাই যাবলৈ
01.10 সময় আৰু উৎসবোৰ সংৰখ্যণ কৰে আৰু
01.13 কামৰ বোজা কম কৰে
01.15 এটিয়া, আপোনাক সোনকালে চিচতেমটো দেখুৰাম।
01.17 ইয়াৰ বাবে, Netbeans IDE লৈ পৰিবর্তন কৰিব লাগিব।
01.22 আমাৰ ইয়াত বৰ সহজ চিচটেম আছে।
01.24 মই এটিয়া ‘MyFirstProject’ নামৰ প্রজেক্টটো চলাই যাম ।
01.30 ব্রাউজাৰ উইনড’ খুলিলে।
01.33 আমি লাইব্ৰেৰী মেনেজম্টে চিচটেমৰ হোম পেজ দেখা পাম।
01.38 আমি ইয়াত এটা বৰ সহজ লোগিং ফ’ৰম দেখা পাম
01.42 এইটো এটা পেজৰ লিংক যাক কোৱা হয় ‘Visitor’s Home Page. ’।
01.46 লিংকটোত ক্লীক কৰক।
01.48 আমি লইব্যাৰীটোত থকা কিতাপৰ তালিকা খন চাব পাৰিম।
01.53 লাইব্রেৰীত বহুতো মেম্বাৰ থাকে।
01.56 এটেকে এটিয়া, মেম্বাৰ লোগিং কৰা হল যি আগতেই ব্যাবহাৰ কৰোতাত অন্তর্ভুক্ত আছে।
02.03 মই ‘“mdhusein”’ লোগিং কৰিম আৰু পাচৱর্ড দিম আৰু এণ্টাৰ টিপিম।
02.10 আমি দেখা পাম এটা Success Greeting Page
02.13 আমি অলপতে ব্যবহাৰকাৰীয়ে ধাৰলৈ নিয়া কিতাপৰ লিয্ট দেখা পাম।
02.18 এতিয়া ল’গ আউট কৰো।
02.21 পিচত, লাইব্ৰেৰীয়ান হিচাবে লোগিং কৰিম যিটো এডমিন।
02.26 আমি লোগিং কৰিলে, আমি দেখা পাম Admin Section page
02.31 ইয়াত আমি চাৰিতা ওপচন পাম।
02.33 প্রত্যেকটো চেষ্টা কৰা যাওক আৰু ফলাফল চোৱা যাওক।
02.37 প্রথমতে,আমি লিষ্ট বুকচ্ অপচনটো পচন্দ কৰিব পাৰিম।
02.41 যত আমি লাইব্রেৰীত থকা সকলো কিতাপৰ তথ্য পাম।
02.46 পিচত, আমাৰ উচৰত আছে List Borrowed Books
02.50 ইয়াত আমি কিতাপ কার্যকাৰি কৰাৰ বিভিন্ন মেম্বাৰৰ লিষ্ট পাম।
02.54 আৰু পুৰণি ঘুৰাই দিয়া কিতাপৰ তাৰিখ পাম।
02.59 ইয়াৰ পাচত লিষ্ট ইউজাৰ ওপচন আছি।
03.03 ইয়াত ব্যবহাৰকাৰীৰ লিষ্ট পাম যি লাইব্রেৰীত অন্তার্ভূক্ট হৈ াছে।
03.08 গতিকে, ইয়াত আমাৰ Checkout/Return a Book আছে।
03.12 এই অপচনটোত ক্লীক কৰক।
03.15 এইটো ইণ্টাৰফেচ চেক আউট/ৰিটার্ন বুকলৈ।
03.20 এতিয়া লোগিং পেজলৈ ঘূৰি অহা হ’ল।
03.23 মনকৰক,আমাৰ নতুন ব্যবহাৰকাৰীৰ ৰেজিষ্টাৰৰও অপচন আছে।
03.28 ৰেজিষ্টাৰৰ বাবে ‘here’ত ক্লীক কৰক।
03.31 এইটো নতুন ব্যবহাৰকাৰীয়ে ৰেজিষ্টাৰ কৰিবলৈ এটা ৰেজিষ্ট্রেচন র্ফ’ম ।
03.35 এতেকে, এইটো এটা সহজ ৱেব এপ্লিকেচনৰৰ ওপৰত পৰিদর্শনহে।
03.39 এই চিৰিজৰ শেষত, আপুনি এটা সহজ লাইব্রেৰী মেনেজমেণ্ত চিষ্টেম বনাব শিকিম।
03.46 আপুনি লগতে বিভিন্ন ফাংচন যোগ দিব পৰা হ’ব,যেনেকে কিতাপ বিচৰাৰ বাবে।
03.53 এই চিৰিজত-
03.54 আমি ইয়াত ব্যবহাৰ কৰো JSP আৰু servlets ৱেব এপ্লিকেচন বনাবলে।
03.59 আপুনি MVC architecture ও বহলাই শিকিব পাৰিব।
04.04 আপুনি যিকোনো ৱিব এপ্লিকেচন উন্নত কৰিব পাৰিব যিয়ে MVC পেটার্ন অনুসৰন কৰে।
04.10 স্পোকেন টিউটোৰিয়েল প্রজেক্টৰ আৰু অধিকৰ বাবে
04.13 তলৰ লিংকত দিয়া ভিডিঅ চাওক।
04.16 ইয়াত স্পোকেন টিউতোৰিয়েল প্রজেক্টৰ বহলাই বিবৰণ আছে।
04.20 আপোনাৰ যদি ভাল বেন্ডউইধ নাই, আপুনি ডাউনলোড কৰক আৰু চাওক।
04.24 স্পোকেন টিউটোৰিয়েল টীমে
04.26 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি ওৱর্কচপ আয়োজন কৰে
04.29 চার্টিফিকেত দিয়ে যিয়ে অনলাইন টেষ্ট উত্তীর্ণ হয়
04.32 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত contact@spoken-tutorial.org লিখক
04.38 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
04.42 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
04.49 এই মিচনৰ অধিক তথ্য আপুনি পাব
04.52 http://spoken-tutorial.org/NMEICT- Intro
04.59 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
05.08 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
05.13 এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi