Difference between revisions of "Java-Business-Application/C2/Java-servlets-and-JSPs/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "= Java-Business-Application/C2/Java-servlets-and-JSPs/English-timed = {| style="border-spacing:0;" | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080...")
 
Line 1: Line 1:
= Java-Business-Application/C2/Java-servlets-and-JSPs/English-timed =
 
 
 
{| style="border-spacing:0;"
 
{| style="border-spacing:0;"
 
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time '''
 
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time '''

Revision as of 14:05, 15 December 2014

Time
00.01 জাভা চাৰ্ভলেট আৰু JSPৰ স্পৌকেন টিওটৰিয়েললৈ স্বাগতম
00.06 এই টিওটৰিয়েলত আমি শিকিম
00.09 ৱেব চাৰ্ভাৰ
00.10 ৱেব ক'ন্টেইনাৰ
00.12 আমি এটা সৰল জাভা চাৰ্ভলেট আৰু JSP সৃষ্টি কৰিবলৈ শিকিম
00.18 ইয়াত আমি ব্যৱহাৰ কৰিছো
00.20 ""উবুন্তু ভাৰ্চন 12.04""
00.23 নেটবীন্চ IDE 7.3
00.27 JDK 1.7
00.29 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0
00.33 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে ।
00.37 এই টিউটৰিয়েল বুজিবলৈ, আপুনাৰ
00.41 Netbeans IDE ব্যৱহাৰ কৰি Core Java
00.45 HTMLৰ সামান্য জ্ঞান থকা উচিত ।
00.47 যদিহে নাই, তেন্তে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক ।
00.52 চাৰ্ভলেট আৰু JSPলৈ যোৱা আগতে প্ৰথমে আমি ৱেব চাৰ্ভাৰ বিষয়ে বুজো আহক
00.58 ৱেব চাৰ্ভাৰ হৈছে এটা চিস্টেম যাৰ সহায়ত ইন্টাৰনেটৰ দ্বাৰা ব্যৱহাৰকাৰীক বিষয়বস্তু প্ৰদান কৰা হয়
01.05 ইয়াক ইন্টাৰনেট চাৰ্ভাৰ বোলা হয়
01.10 ৱেব ক'ন্টেইনাৰ এটা ৱেব চাৰ্ভাৰৰ অংগ হয় যিটোৱে জাভা চাৰ্ভলেটৰ লগত ভাব বিনিময় কৰে
01.18 ইয়াক চাৰ্ভলেট ক'ন্টেইনাৰ বুলিয়ো জনা যায়
01.22 চাৰ্ভলেট ক'ন্টেইনাৰে চাৰ্ভলেট সমূহক তাৰ ভিতৰত এক্সিকিউত হ'বলৈ অনুমতি দিয়ে
01.28 এতিয়া এটা সৰল চাৰ্ভলেট লিখিবলৈ শিকো আহক
01.32 নেটবীন্চ IDEলৈ যাও আহক
01.35 IDEৰ বাও হাতে থকা প্ৰজেক্ট টেবত ক্লিক কৰিব
01.40 আগতে আমি MyFirstProject বুলি এটা সৰল প্ৰজেক্ট সৃষ্টি কৰিছিলো
01.46 ইয়াত সেইটো IDEৰ বাও হাতে দেখা পাব
01.50 এই প্ৰজেক্টৰ ভিতৰত এটা সৰল চাৰ্ভলেট সৃষ্টি কৰো আহক
01.55 MyFirstProjectত ৰাইট ক্লিক কৰিব
01.59 Newলৈ যাব আৰু Servletsত ক্লিক কৰিব
02.03 এটা নতুন চাৰ্ভলেট ৱিনড' খোল খাব
02.05 ক্লাছৰ নামটো MyServlet বুলি টাইপ কৰিব
02.09 পেকেজৰ নামটো org.spokentutorial বুলি টাইপ কৰিব
02.16 তাৰ পাছত নেক্সট ত ক্লিক কৰিব
02.18 Add information to deployment descriptor (web.xml) ত ক্লিক কৰিব
02.23 আমি দেখা পাম যে ক্লাছৰ নামটো org.spokentutorial.MyServlet হয়
02.30 আমি দেখা পাম যে চাৰ্ভলেটৰ নামটো ক্লাছৰ নামৰ সৈতে একেই যিটো হৈছে MyServlet
02.37 মন কৰিব যে URLৰ পেটাৰ্ণটো ক্লাছৰ নামৰ সৈতে একেই অৰ্থাৎ MyServlet
02.45 আমি ইয়াক MyServletPathলৈ সলনি কৰিব পাৰো
02.50 তাৰ পাছত Finishত ক্লিক কৰিব
02.53 Source Editor ৱিনড'ত IDEয়ে MyServlet.javaৰ বাবে সৃষ্টি কৰা চৌৰ্স ক'ড খিনি দেখা পাম
03.01 MyServlet.java ফাইল খন org.spokentutorial পেকেজত সৃষ্টি হৈ থকা পাম
03.09 মন কৰিব যে এটা চাৰ্ভলেট যিকোনো আন এটা জাভা ক্লাছৰ সৈতে একেই
03.14 চাৰ্ভলেটৰ মাথো মেইন মেঠদ নাথাকে
03.19 এতিয়া Glassfish চাৰ্ভাৰৰ বিষয়ে শিকো আহক
03.24 চাৰ্ভলেট ক'ন্টেইনাৰত এটা চাৰ্ভলেট প্ৰস্তুত কৰোৱা হয়
03.28 আমি চাৰ্ভাৰ হিচাপে Glassfish ব্যৱহাৰ কৰিছো
03.32 এটা চাৰ্ভলেট ক'ন্টেইনাৰ Glassfishৰ অংগ হয় যিটোৱে চাৰ্ভলেটৰ লগত ভাব বিনিময় কৰে
03.39 এতিয়া নেটবীন্চ IDEলৈ যাও আহক
03.42 মন কৰিব যে MyServletয়ে HttpServletক বহলাই দিয়ে
03.48 ক'ডৰ তল ভাগত আমি HttpServlet মেঠদ দেখা পাম
03.54 এই মেঠদ সমূহ চাবলৈ বাও ফালে থকা যোগ চিহ্নত ক্লিক কৰিব
03.59 আমি এই সমূহ মেঠদ দেখা পাম - doGet, doPost আৰু getServletInfo মেঠদ
04.09 এই মেঠদ সমূহ প্ৰত্যাখ্যান কৰিব পাৰো
04.12 ওপৰত processRequest বুলি আন এটা মেঠদ দেখা পাব
04.18 ভুল বুজাবুজি আতঁৰাবলৈ আমি processRequest দিলিট কৰিম আৰু getServletInfo মেঠদ ব্যৱহাৰ কৰিম
04.25 আমাৰ হাতত দুটা মেঠদ আছে doGet আৰু doPost
04.31 এতিয়াৰ বাবে আমি doGet মেঠদ চাও আহক
04.35 এটা সৰল URL ৰিকোৱেষ্টৰ বাবে doGet মেঠদ ব্যৱহাৰ কৰা হয়
04.41 তাৰ বাবে আমি doGet মেঠদৰ অন্তৰ্গত কিছুমান ক'ড লিখিম
04.45 processRequest মেঠদ আমি আগতেই দিলিট কৰিলো
04.49 তাৰ বাবে processRequest মেঠদৰ মেঠদ কল আতঁৰাব লাগিব
04.54 ইয়াক doPost মেঠদৰ পৰা আতঁৰাব লাগিব
04.58 এতিয়া doGet মেঠদলৈ আহক
05.01 আমি দেখা পাম যে doGet মেঠদলৈ দুটা পাৰামিটাৰ পাছ কৰা হৈছে
05.07 এটা হৈছে ৰিকোৱেষ্ট আৰু আনটো হৈছে response অবজেক্ট
05.12 আৰু মন কৰিব যে ৰিকোৱেষ্টো HttpServletRequest ধৰণৰ
05.18 আৰু response অবজেক্টো HttpServletResponse ধৰণৰ
05.22 ক্লায়েন্টলৈ HTML response পথাবলৈ আমি response অবজেক্ট ব্যৱহাৰ কৰিম
05.30 তাৰ বাবে আমি PrintWriter অবজেক্ট এটা সৃষ্টি কৰিব লাগিব
05.35 মন কৰিব যে PrintWriter ক্লাছটো আগতে আমদানি কৰা হৈছে
05.40 সেইবাবে doGet মেঠদৰ অন্তৰ্গত টাইপ কৰিব PrintWriter space writer equal to response dot getWriter open আৰু close brackets semicolon
05.57 এন্টাৰ প্ৰেছ কৰিব
05.59 পাছৰ শাৰীত টাইপ কৰিব
06.02 writer dot println within brackets আৰু double quotes welcome
06.09 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl S প্ৰেছ কৰিব
06.14 এতিয়া চাৰ্ভলেট ৰাণ কৰো আহক
06.17 প্ৰজেক্ট টেবৰ বাও হাতে MyServlet.javaত ৰাইট ক্লিক কৰিব
06.24 তাৰ পাছত Run Fileত ক্লিক কৰিব
06.27 Set Servlet Execution URI বুলি আমি এটা দাইলগ বক্স পাম
06.32 ক্লিক কৰিব OKত
06.35 যেতিয়া ব্ৰাউচাৰ ৱিনড' খোল খাব URLলৈ মন কৰিব
06.39 ই হৈছে localhost colon 8080 slash MyFirstProject slash MyServletPath
06.47 ইয়াত MyFirstProject হৈছে context name আৰু আমি নিৰ্ধাৰণ কৰা MyServletPath হৈছে URL পেটাৰ্ণ
06.55 আমি ব্ৰাউচাৰত welcome প্ৰীন্ট হোৱা দেখা পাম
07.00 এতিয়া নেটবীন্চ IDE লৈ যাও আহক
07.03 println মেঠদত আমি html ক'ড পাচ কৰিব পাৰিম
07.07 উদাহৰণ স্বৰুপে h3 টেগত welcome লিখি দিব
07.12 এতিয়া ফাইল সংৰক্ষণ কৰিব
07.14 যিহেতু আমি এই চাৰ্ভলেটটো আগতে প্ৰস্তুত কৰিছো ইয়াক আকৌ ৰাণ কৰিব নালাগে
07.20 ৱেব ক'ন্টেইনাৰে ইয়াক নিজাকৈ ধৰা পেলাব
07.23 সেইবাবে আমি ব্ৰাউচাৰলৈ ঘূৰি যাব পাৰো
07.27 ৰিফ্ৰেচ
07.28 এটা বেলেগ ফৰ্মেটত আমি Welcome বুলি বাৰ্তা পাম
07.32 এতিয়া IDE লৈ ঘূৰি আহক
07.35 আমি সফলতাৰে এটা চাৰ্ভলেট সৃষ্টি কৰিলো
07.39 চাৰ্ভলেট ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ ৱেব এপ্পলিকেচন সৃষ্টি কৰিব পাৰিম
07.45 আমি ইয়াত HTML ক'ড প্ৰদৰ্শন কৰিবলৈ চাৰ্ভলেট ব্যৱহাৰ কৰিলো
07.49 মন কৰিব যে জাভা ক'ডৰ অন্তৰ্গত HTML ক'ড আছে
07.54 যদিও এই কাৰ্য্য কৰিব পাৰি তথাপিও ডাঙৰ ৱেব এপ্পলিকেচনৰ বাবে ই সুবিধাজনক নহয়
08.00 সেইবাবে এনে কৰিবলৈ উৎসাহ দিয়া নহয়
08.03 JSP (Java Server Pages) ব্যৱহাৰ কৰি ইয়াক সলনি কৰিলে ভাল হ''ব'
08.10 আমি চাৰ্ভলেট আৰু jsp ব্যৱহাৰ কৰিবলৈ শিকো আহক
08.13 বিষয়বস্তুৰ পৰা প্ৰেচেন্টেচন পৃথক কৰিবলৈ চাৰ্ভলেট আৰু JSP একেলগে ব্যৱহাৰ কৰা হয়
08.20 চাৰ্ভলেট সমূহে কন্ট্ৰলাৰ হিচাপে কাম কৰে আৰু JSPয়ে দৰ্শনৰ
08.25 চাৰ্ভলেট সমূহৰ জাভা ক'ডৰ অন্তৰ্গত HTML ক'ড থাকে
08.30 JSPত HTML ক'ডৰ অন্তৰ্গত জাভা ক'ড থাকে
08.35 এই বিষয়ে আমি আগন্তুক টিওটৰিয়েলত শিকিম
08.39 এতিয়া নেটবীন্চ IDEলৈ যাও আহক
08.42 এতিয়া আমি এখন সৰল JSP পাঠ সৃষ্টি কৰিম
08.47 তাৰ বাবে MyFirstProjectত ৰাইট ক্লিক কৰিব
08.50 New লৈ যাব
08.51 আৰু JSPত ক্লিক কৰিব
08.54 এখন নতুন JSP ৱিনড' খোল খাব
08.57 ফাইলৰ নাম welcome বুলি টাইপ কৰিব
09.01 আৰু তাৰ পাছত Finishত ক্লিক কৰিব
09.04 বাও হাতে থকা প্ৰজেক্ট টেবত ক্লিক কৰিব
09.07 ৱেব Pages ফ''ল্দাৰৰ অন্তৰ্গত' Welcome.jsp ফাইল খন দেখা পাম
09.13 এতিয়া, এডিটৰত Hello World Welcome লৈ সলনি কৰো আহক
09.19 মন কৰিব যে Welcome, h1 টেগৰ অন্তৰ্গত
09.23 এতিয়া ফাইল সংৰক্ষণ কৰিব
09.25 ব্ৰাউচাৰলৈ ঘূৰি আহিব
09.27 Urlত, MyFirstProject slashৰ পাছত টাইপ কৰিব welcome.jsp
09.35 আমি আওতপুতত Welcome দেখা পাম
09.38 সেইবাবে প্ৰেচেন্টেচনৰ বাবে jsp ব্যৱহাৰ কৰা হয়
09.42 সাৰাংশ বৰ্ণনা কৰো আহক
09.44 এই টিওটৰিয়েলত আমি শিকিলো
09.47 ৱেব চাৰ্ভাৰ আৰু ৱেব ক'ন্টেইনাৰ
09.49 এটা সৰল চাৰ্ভলেট সৃষ্টি কৰিবলৈ
09.52 এটা সৰল jsp সৃষ্টি কৰিবলৈ
09.55 অনুগ্ৰহ কৰি এই টিওটৰিয়েল সম্পূৰ্ণ কৰি আগবাঢ়িব
10.01 তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
10.04 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
10.08 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
10.13 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
10.15 স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
10.19 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10.22 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10.28 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10.32 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10.40 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
10.50 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
11.00 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
11.04 এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Gaurav, Mousumi, Pratik kamble