Inkscape/C3/Design-a-visiting-card/Assamese

From Script | Spoken-Tutorial
Revision as of 12:03, 29 January 2016 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. Inkscape ব্যবহাৰ কৰি Design a Visiting card ইয়াৰ টিউটোৰিয়েলত স্বাগতম।
00:05 এই টিউটোৰিয়েলত আমি শিকিম:
00:08 ভিজিটিং কার্ডৰ বাবে সেটিংস।
00:10 ভিজিটিং কার্ড ডিজাইনিং কৰা।
00:12 ভিজিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰাৰ সেটিংস।
00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,

উবুন্টু লিনাক্স 12.04 OS

Inkscape সংস্কৰণ 0.48.4

00:26 Inkscape খুলো।
00:28 File ত যাওক। Document properties ত টিপক।
00:34 Default unitsInches  আৰু Default OrientationLandscape ত সলাওক।
00:41 এতিয়া ভিসিটিং কার্ড ডিসাইন কৰা আৰম্ভ কৰো।
00:45 সেয়ে Rectangle টুল ব্যবহাৰ কৰি এটা আয়তক্ষেত্র আঁকো।
00:49 Selector টুলত টিপক।
00:51 Tool controls বাৰত প্রস্থ 3.5 ত আৰু উচ্চতা 2 ত সলাওক।
01:00 এইটোক ক্যানভাসৰ উপৰত বাঁওফালৰ অংশত অতৰুৱাওক।
01:05 ৰঙ গাঢ় সেউজীয়ালৈ সলাওক।
01:08 এতিয়া এটা প্যাটার্ন ডিসাইন কৰো।
01:10 Bezier টুল নির্বাচন কৰি আৰু এটা তৰঙ্গায়িত ৰেখা আঁকো।
01:14 Object মেনুত যাওক। Fill and Stroke খুলক।
01:19 স্ট্রোকৰ ৰঙ হালধীয়ালৈ সলাওক।
01:23 এতিয়া তৰঙ্গায়িত ৰেখাৰ তলত এটা সৰল ৰেখা আঁকক।
01:26 উভয় লাইন নির্বাচন কৰক। Extensions মেনুত যাওক।
01:30 প্রথমে Generate from path আৰু তাৰপিছত Interpolate ত টিপক।
01:35 চাওক যদি Exponent ভ্যালু 0 হয়।
01:38 Interpolation steps ইয়াৰ ভ্যালু 30 ত সলাওক।
01:42 Apply বোতামত টিপক আৰু তাৰপিছত Close বোতামত।
01:46 লক্ষ্য কৰক যে Interpolation এফেক্ট ইয়াতে প্রযুক্ত।
01:50 এতিয়া Interpolate ডিসাইনত কিছু উজ্জল এফেক্ট প্রদান কৰো। ডিসাইন নির্বাচন কৰক।
01:55 Filters মেনুত যাওক। Shadows and Glows ত টিপক আৰু তাৰপিছত Glow ত।
02:02 লক্ষ্য কৰক যে উজ্জল এফেক্ট ডিসাইনত প্রয়োগ কৰা হৈছে।
02:06 এতিয়া Spoken Tutorial লোগো ইম্পোর্ট কৰো।
02:10 আমি এইটো আমাৰ Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো।
02:13 লোগো আপোনাক কোড ফাইল লিঙ্কত দিয়া হৈছে।
02:17 File ত যাওক আৰু Import ত টিপক।
02:23 লোগোৰ আকাৰ সলাওক আৰু ইয়াৰ উপৰত বাঁফালৰ অংশত ৰাখক।
02:27 আমি ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা ভিসিটিং কার্ড কপি কৰা।
02:34 এই ফাইলটা আপোনাক কোড ফাইল লিঙ্কৰ পৰা দিয়া হৈছে।
02:38 ফন্টৰ আকাৰ 12 ত আৰু টেক্সটৰ ৰঙ বগালৈ সলাওক।
02:43 Spoken Tutorial শব্দ নির্বাচন কৰক।
02:45 ফন্টৰ আকাৰ 16 ত সলনি কৰি এইটোক bold কৰক।
02:50 এতিয়া Spoken Tutorial ইয়াৰ বাবে ভিসিটিং কার্ড প্রস্তুত।
02:55 ইয়াৰ পিছত আমি ভিসিটিং কার্ডৰ বাবে একাধিক কপি তৈয়াৰ কৰা শিকিম।
02:59 আমি এটা cloning মেথড দ্বাৰা কৰিবলৈ পাৰো।
03:03 এইটো কৰিবলৈ, আমাৰ সকলো এলিমেন্ট একত্রিত কৰিব লাগিব।
03:06 সকলো এলিমেন্ট নির্বাচন কৰিবলৈ Ctrl + A আৰু তাৰ একত্রিত কৰিবলৈ Ctrl + G টিপক।
03:13 এতিয়া, Edit মেনুত যাওক।
03:15 Clone ত টিপক আৰু তাৰপিছত Create Tiled Clones ত টিপক।
03:20 Create Tiled Clones ডায়ালগ বাক্স খোলে।
03:23 Symmetry ট্যাবৰ তলত ৰো ইয়াৰ সংখ্যা 4 আৰু কলমৰ সংখ্যা 3 ত সলাওক।
03:30 এতিয়া Create বোতামত টিপক।
03:33 আৰু তাৰপিছত ডায়ালগ বাক্স বন্ধ কৰক।
03:35 লক্ষ্য কৰক যে ভিসিটিং কার্ডৰ একাধিক কপি ক্যানভাসত দেখায়।
03:40 এইভাবে, আমি ভিসিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰিবলৈ পাৰো।
03:44 উপৰত বাঁওফালে ভিসিটিং কার্ডৰ উপৰত লক্ষ্য কৰক।
03:48 এইটোত টিপক আৰু এইটোক তাৰ স্থানৰ পৰা অতৰুৱাওক।
03:50 এইটো এটা অতিৰিক্ত কপি হোৱা এতিয়া এই কার্ড মুছি দিয়ক।
03:54 ইয়াতে কিছু পৰিবর্তন অন্তর্ভুক্ত কৰা থাকিলে কি কৰিম?
03:59 আমাৰ কি ভিজিটিং কার্ডৰ প্রতিটা কপি পৰিবর্তন কৰিব লাগিব?
04:02 নহয়। আমি মাত্র আসল ভিসিটিং কার্ডত সংশোধন কৰিব লাগিব।
04:07 একেই জিনিস কপিত প্রতিফলিত হব।
04:10 এইটোক চেষ্টা কৰো। আসল কার্ডৰ Spoken Tutorial শব্দত দুইবাৰ টিপি ইয়াৰ ৰঙ বাদামী ত সলাওক।
04:18 লক্ষ্য কৰক যে পৰিবর্তন সকলো ভিসিটিং কার্ডৰ কপিত প্রতিফলিত হয়।
04:24 এতিয়া ফাইলটা সংৰক্ষণ কৰো।
04:26 SVG ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক। আমি ফাইল সংৰক্ষণ কৰাৰ স্থান হিসাবে Desktop নির্বাচন কৰিম।
04:35 আমি ফাইলৰ নাম হিসাবে ST-visiting-card লিখিম আৰু Save ত টিপিব।
04:43 ইয়াৰ পিছত আমি PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰিম।
04:48 আৰু এবাৰ, File ত যাওক আৰু Save As ত টিপক।
04:53 এক্সটেনশন PDF ত সলাওক আৰু Save ত টিপক।
04:57 ৰেজল্যুশন 300 ত সলাওক আৰু OK ত টিপক।
05:01 এতিয়া ডেস্কটপত যাও।
05:03 ইয়াতে এইটো আমাৰ সংৰক্ষণ কৰা ফাইল। এইটোক খুলো।
05:08 ইয়াতে আমাৰ তৈয়াৰ কৰা ভিসিটিং কার্ড আছে।
05:11 সংক্ষিপ্তকৰণ কৰো।
05:13 এই টিউটোৰিয়েলত আমি শিকিছো:

ভিজিটিং কার্ডৰ বাবে সেটিংস।

ভিজিটিং কার্ড ডিজাইনিং।

ভিজিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰাৰ সেটিংস।

05:23 ইয়াতে আপোনাৰ বাবে নির্দেশিত কাম আছে।
05:26 এটা ভিজিটিং কার্ড তৈয়াৰ কৰক

আপানৰ নাম।

আপোনাৰ ইনস্টিটাউট / সংগঠনৰ নাম।

আপোনাৰ ইনস্টিটাউট / সংগঠনৰ লোগো।

আপোনাৰ ইনস্টিটাউট / সংগঠনৰ ওয়েবসাইটৰ ঠিকানা।

05:38 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
05:44 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
05:51 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
05:54 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
05:59 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
06:03 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi