Git/C2/The-git-checkout-command/Assamese

From Script | Spoken-Tutorial
Revision as of 23:28, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 গিত (git) চেকআউত (checkout) কমান্ড (command)স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ: * গিত (Git) ৰেপ’জিত’ৰি (repository)ত বহুতো ফাইল যোগ কৰা হয়
00:12 গিত (Git) ৰেপ’জিত’ৰি (repository)ৰ পৰা ফাইল এটা আতৰাবলৈ
00:16 স্থানান্তৰ কৰা ফাইলটো ৰিষ্ট’ৰ কৰিবলৈ
00:18 ফাইল এটাত কৰা পৰিবৰ্তনসমূহ নাকচ কৰিবলৈ আৰু
00:21 আগৰ অৱস্থা এটালৈ নিবলৈ
00:25 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
00:31 * গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor)
00:36 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:40 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব
00:47 যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:52 এতিয়া, আহক আমি গিত (Git) ৰেপ’জিত’ৰি (repository) টোত কেনেকৈ বহুতো ফাইল যোগ কৰা হয় চাওঁ
00:58 টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক
01:02 আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) "মাইওৱেবপেজ (mywebpage)" লৈ যাম যি আমি আগতে বনাইছিলো
01:09 লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:14 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম
01:19 আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
01:23 আমি এতিয়া 2টা html ফাইল বনাম
01:27 গতিকে, লিখক: gedit স্পেছ (space) মাইষ্ট’ৰি (mystory).html স্পেছ (space) মাইন’ভেল (mynovel).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
01:37 আমি & (এম্পাৰচেন্দ)টো প্ৰম্পত খালী কৰিবলৈ ব্যৱ্হাৰ কৰো । এন্টাৰ (Enter) টিপক
01:43 মই এই ফাইলসমূহত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
01:50 আহক আমি এই ফাইলসমূহ ছেভ (save) কৰো
01:53 টাৰ্মিনেল (terminal) টোত, প্ৰথমে গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
02:03 ই দুটা আনট্ৰেকদ (untracked) ফাইলচ (files) দেখুৱায়
02:06 আমি এতিয়া ট্ৰেকিং (tracking)ৰ বাবে আনট্ৰেকদ ফাইলচ যোগ কৰিম
02:10 লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) দত (dot) আৰু এন্টাৰ (Enter) টিপক
02:17 গিত (git) এদ (add) দত (dot) কমান্ডটোৱে সকলো আনট্ৰেকদ (untracked) ফাইলচক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিব
02:23 গতিকে, মাইষ্ট’ৰি (mystory).html আৰু মাইন’ভেল (mynovel).html ফাইল দুটা ষ্টেজিং এৰিয়াটোলৈ যোগ হ’ল
02:32 আহক গিত (Git) ষ্টেতাচ (status) টো পুনৰ চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
02:40 এতিয়া, আমি দেখিছো যে আমাৰ দুয়োটা ফাইল গিত (Git) ৰেপ’জিতেৰি (repository) টোৰ ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ হ’ল
02:47 আহক আমি আমাৰ মাইষ্ট’ৰি (mystory).html আৰু মাইন’ভেল (mynovel).html ফাইলচলৈ ঘূৰি যাওঁ
02:54 এতিয়া, আমি এই দুয়োটা ফাইলত ক’ডৰ কিছু শাৰী যোগ কৰিম
03:00 আগৰ দৰে, মই মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা ক’পি-পেষ্ট কৰিম
03:05 পুনৰ ফাইলসমূহ ছেভ আৰু বন্ধ কৰক
03:08 আহক গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
03:16 ই দেখায় “চেঞ্জেচ (Changes) নত (not) ষ্টেজদ (staged) ফৰ (for) কমিত (commit)” আৰু “ম’দিফাইদ (modified): মাইন’ভেল (mynovel).html" আৰু "মাইষ্ট’ৰি (mystory).html”
03:26 ই বুজায় যে আমি কৰা পৰিবৰ্তনসমূহ, ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ নহ’ল
03:32 আহক আমি এতিয়া আমাৰ কামক কমিত (commit) কৰো
03:36 গতিকে, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) তু (two) ফাইলচ (files)” আৰু এন্টাৰ (Enter) টিপক
03:50 মন কৰিব যে আমি পৰিবৰ্তিত ফাইলসমূহক কমিত কৰাৰ আগতে ষ্টেজিং এৰিয়াটোলৈ যোগ নকৰো আৰু
03:57 আমি আগৰ টিউট’ৰিয়েলত দেখাৰ দৰে এদিতৰটোওঁ কমিতিং (committing) মেচেজ (message) ৰ বাবে খোল নাখায়
04:03 ইয়াৰ কাৰণ হৈছে, ইয়াত আমি হাইফেন a আৰু হাইফেন m ফ্লেগচ ব্যৱ্হাৰ কৰিছো
04:10 গতিকে, এই ফ্লেগচ কিহৰ বাবে?
04:13 আমাৰ শ্লাইদ (slide) লৈ ঘূৰি যাওঁ
04:15 হাইফেন (Hyphen) a ফ্লেগ (flag) ব্যৱ্হাৰ হয় সকলো পৰিবৰ্তিত ফাইলসমূহক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিবলৈ
04:21 যেতিয়া আমি হাইফেন a ফ্লেগ ব্যৱ্হাৰ কৰো, আমাক পৰিবৰ্তিত ফাইলসমূহক ষ্টেজিং (staging) এৰিয়া (area) টোলৈ যোগ কৰিবলৈ গিত (git) এদ (add) কমান্ড পৃথককৈ নালাগে
04:30 হাইফেন m ফ্লেগ কমান্ড (command) লাইন (line) টোত নিজে কমিত (commit) মেচেজ (message)টো দিবলৈ ব্যৱ্হৃত হয়
04:36 আমি হাইফেন a আৰু হাইফেন m ফ্লেগচক হাইফেন am হিচাবে ব্যৱ্হাৰ কৰিব পাৰো
04:42 টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁ
04:45 গিত ল’গটো (Git log) পৰীক্ষা কৰক লিখি গিত (git) স্পেছ (space) লগ (log) আৰু এন্টাৰ (Enter) টিপক
04:52 আপুনি কমিতচ (commits) ৰ তালিকাখন দেখিছে
04:54 মন কৰিন যে নতুন কমিতচ (commits) প্ৰথমে তালিকাভুক্ত হৈছে
04:58 যি বুজায় যে কমিতসমূহ সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হৈছে
05:03 যদিহে, আপুনি গিত (Git) ৰেপ’জিতেৰি (repository) টোত এটা ভুল ফাইল যোগ কৰিলে, ইয়াক সহজে আতৰাব পাৰি
05:10 ধৰক, উদাহৰণস্বৰূপে, মই মাইপেজ (mypage).html ফাইলটো আতৰাব বিচাৰো
05:16 লিখক:গিত (git) স্পেছ (space) rm স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) কেচদ (cached) স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক
05:26 এই কমান্ডটোৱে মাইপেজ (mypage).html ফাইলটো ষ্টেজিং (staging) এৰিয়া (area) টো্ৰ পৰা আতৰাব
05:32 আমি এতিয়া গিত (Git) ষ্টেতাচ (status) টো চাম লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
05:40 ই কয় যে মাইপেজ (mypage).html ফাইলটো আনট্ৰেকদ (untracked) হ’ল
05:45 এতিয়া, আমি ফাইল চিষ্টেমৰ পৰা ফাইলটো নাইকীয়া কৰিব পাৰো লিখি
05:49 rm স্পেছ (space) মাইপেজ (mypage) দত (dot) html আৰু এন্টাৰ (Enter) টিপক
05:55 এই কমান্ডটোৱে ফাইলটো মাইওৱেবপেজ (mywebpage) ফ’ল্দাৰৰ পৰা সম্পূৰ্ণভাবে আতৰাব
06:00 এতিয়া, আমি গিত (Git) ৰেপ’জিতেৰি (repository) টোৰ পৰা ফাইলটো আতৰোৱা হ’ল নে নাই চাম
06:06 গতিকে, লিখক:গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
06:12 ই “দিলেতেত (deleted): মাইপেজ (mypage).html” বাৰ্তাটো দেখুৱায়
06:16 এতিয়া, ফাইলসমূহ তালিকাভুক্ত কৰক "ls" লিখি আৰু এন্টাৰ (Enter) টিপক
06:21 ইয়াত, আমি মাইপেজ (mypage).html ফাইলটো আৰু নেদেখো যিহেতু ইয়াক নাইকীয়া কৰা হ’ল
06:28 এই সময়ত, আহক আমাৰ ক’ডক ফ্ৰিজ কৰো
06:32 কমিত (commit) কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) am স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “দিলেতেত (Deleted) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক
06:45 আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
06:51 বাহিৰ ওলাবলৈ আপোনাৰ কীবৰ্ডত q কীটো টিপক
06:55 ইয়াত, আমি কমিত বাৰ্তাটো পঢ়ি নতুন কমিতটো বিচাৰিব পাৰো
06:59 এতিয়া, ধৰক যে আমি ভুলতে মাইপেজ (mypage).html টো নাইকীয়া কৰিলো আৰু এতিয়া আমি ইয়াক পুনৰ জমা কৰিব বিচাৰো
07:08 আমি কি কৰিব পাৰো?
07:09 আমি আগৰ কমিতচৰ পৰা নাইকীয়া কৰা ফাইলটো পুনৰ জমা কৰিব পাৰো
07:13 আহক আমাৰ ফাইলটো দ্বিতীয় কমিত (commit) টোৰ পৰা পুনৰ জমা কৰো, যাৰ “এদেদ (Added) তু (two) ফাইলচ (files)” কমিত (commit) বাৰ্তাটো আছে
07:20 দ্বিতীয় কমিত (commit) হেচ (hash) টোৰ প্ৰথম পাচটা সংখ্যা নিৰ্বাচিত কৰক
07:24 আৰু সিহঁতক ক’পি কৰিবলৈ Ctrl + Shift + C কীজ টিপক
07:28 প্ৰথম পাচটা সংখ্যায়েই যথেষ্ট
07:31 কিন্তু আপুনি পাচটা সংখ্যাতকৈ বেচিও ক’পি কৰিব পাৰে, যদি আপুনি বিচাৰে
07:36 লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) আৰু কমিত (commit) হেচ (hash) টো পেষ্ট কৰিবলৈ Ctrl + Shift + V কীজ টিপক
07:45 এতিয়া, ফাইল নামটো "মাইপেজ (mypage).html" লিখক আৰু এন্টাৰ (Enter) টিপক
07:51 গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
07:58 এতিয়া, আপুনি "মাইপেজ (mypage).html" ফাইলটো চাব পাৰে
08:02 আহক আমাৰ কামক এই সময়ত কমিত (commit) কৰো
08:05 মন কৰিব যে যেতিয়াই আমি যিকোনো ফাইল যোগ বা নাইকীয়া কৰো আমাৰ কামক কমিত (commit) কৰাতো অত্যন্ত গুৰূত্বপূৰ্ণ
08:12 লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) am স্পেছ (space) “ৰিষ্ট’ৰদ (Restored) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক
08:22 এতিয়া, ফাইলসমূহ তালিকাভুক্ত কৰক "ls" লিখি আৰু এন্টাৰ (Enter) টিপক
08:28 আমি দেখিছো যে আমাৰ মাইপেজ (mypage).html ফাইলটো পুনৰ জমা হ’ল
08:33 পাছত, আমি ফাইল এটাত কৰা পৰিবৰ্তনক কেনেকৈ নাকচ কৰা হয় চাম
08:38 ফাইলচ খোলক লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) মাইষ্ট’ৰি (mystory).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
08:50 আমি মাইপেজ (mypage).html আৰু মাইষ্ট’ৰি (mystory).html ত কিছু পৰিবৰ্তন কৰিম
08:58 আহক আমি দুয়োটা ফাইলত কিছু শাৰী যোগ আৰু নাইকীয়া কৰো
09:03 তাৰপাছ্ত ছেভ (save) আৰু ফাইলচ বন্ধ কৰক
09:06 নিৰ্দিষ্ট অৱস্থাত, আমি এই পৰিবৰ্তনৰ সৈতে হয়তো আগবাঢ়িবলৈ নিবিচাৰিব পাৰো
09:11 সি বুজায়, আমি আমাৰ কামৰ আগৰ ষ্টেজ (stage) টোলৈ ঘূৰি যাব বিচাৰো
09:16 আহক ইয়াক কেনেকৈ কৰা হয় শিকো
09:19 প্ৰথমে, আমি গিত (Git) ষ্টেতাচ (status) টো চাম লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
09:27 ই কয় যে কিছু ফাইলচ পৰিবৰ্তন কৰা হ’ল
09:30 এতিয়া, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) দত (dot) আৰু এন্টাৰ (Enter) টিপক
09:37 এই কমান্ডে (command) আমাৰ কামৰ নতুন পৰিবৰ্তনক নাইকীয়া কৰিব
09:41 গিত (Git) ষ্টেতাচ (status) টো চাওঁক লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
09:48 ই কয় “নাঠিং (nothing) তু (to) কমিত (commit)”
09:51 আহক আমি ফাইলচক পৰীক্ষা কৰো চাবলৈ যে পৰিবৰ্তনসমূহ এতিয়াও তাত আছেনে নাই
09:57 লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) মাইষ্ট’ৰি (mystory).html & আৰু এন্টাৰ (Enter) টিপক
10:07 আমি দেখিছো যে আমাৰ পৰিবৰ্তনসমূহক নাকচ কৰা হ’ল । ফাইলচ বন্ধ কৰক
10:13 এতিয়া, আহক আমি গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
10:20 কমিতচ (commits)ৰ তালিকা দেখুৱায়
10:23 অধিক চাবলৈ দাউন (down) এৰ’ (arrow) কী টিপক
10:26 বাহিৰ ওলাবলৈ আপোনাৰ কীবৰ্ডত q কীটো টিপক
10:30 যদি আপুনি কমিতচ (commits) লিষ্ট (list) খন এটা শাৰীত চাব বিচাৰে, লিখক: গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
10:42 ইয়াত, আপুনি কমিতচ (commits) লিষ্ট (list) খন সিহঁতৰ কমিত (commit) হেচ (hash) আৰু কমিত (commit) মেচেজেচ (messages)ৰ সৈতে এটা শাৰীত দেখিছে
10:48 কেনেকৈ আমি আমাৰ কামৰ আগৰ অৱস্থা এটালৈ যাব পাৰো?
10:53 বৰ্তমান আমাৰ ৰেপ’জিত’ৰিত (repository) চাৰিটা কমিতচ (commits) আছে
10:56 যি বুজায়, আমাৰ কামৰ চাৰিটা অৱস্থা আছে
11:01 ধৰক, আমি “ইনিচিয়েল (Initial) কমিত (commit)” অৱস্থাটোলৈ ঘূৰি যাব বিচাৰিছো
11:05 গতিকে, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space), তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি আৰু পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক
11:15 ফাইলচক তালিকাভুক্ত কৰক ls লিখি আৰু এন্টাৰ (Enter) টিপক
11:19 আমি ইয়াত মাত্ৰ এটা ফাইল মাইপেজ (mypage).html দেখিছো, কাৰণ এই ষ্টেজ (stage) টোত, আমাৰ মাত্ৰ এই ফাইলটো আছিল
11:28 এতিয়া, গিত ল’গটো (Git log) চাওঁক লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
11:34 আমি মাত্ৰ প্ৰথম কমিত (commit) টোহে চাব পাৰো যি হৈছে ইনিচিয়েল (Initial) কমিত (commit) টো
11:39 বৰ্তমানৰ অৱস্থাটোলৈ ঘূৰি আহিবলৈ, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক
11:48 আমি মাষ্টাৰ (master) শব্দটোৰ বিষয়ে অধিক ভবিষ্যতৰ টিউট’ৰিয়েলচত শিকিম
11:53 আহক গিত ল’গটো (Git log) আকৌ এবাৰ চাওঁ লিখি
11:57 গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
12:03 এতিয়া আপুনি সকলো চাৰিটা কমিতচ (commits) দেখিছে । গতিকে, আমি এতিয়া নতুন ষ্টেজ (stage) টোত আছো
12:10 এনেদৰেই, আমি আমাৰ কামৰ যিকোনো অৱস্থালৈ ঘূৰি যাব পাৰো
12:14 পূৰণা অৱস্থাটোলৈ যাবলৈ অন্য এটা পদ্ধতি আছে
12:18 লিখক: গিত (git) স্পেছ (space) ৰিচেত (reset) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) হাৰ্দ (hard)
12:23 তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক
12:29 গিত ল’গটো (Git log) চাওঁক লিখি গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
12:35 ই দেখায় যে আমি এতিয়া ইনিচিয়েল (Initial) কমিত (commit) ষ্টেজ (stage) টোত আছো
12:39 এতিয়া, আহক নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ চেষ্টা কৰো
12:43 আগৰ দৰে, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক
12:51 আমি নতুন অৱস্থাটোলৈ ঘূৰি যাবলৈ অসক্ষম
12:55 তাৰপৰিবৰ্তে, আমি এটা বাৰ্তা পাওঁ: “অলৰেদি (Already) অন (on) মাষ্টাৰ ('master')”
12:58 ই বুজায় এইটোৱেই আমাৰ নতুন অৱস্থা
13:02 গতিকে, মন কৰিব, গিত (git) ৰিচেত (reset) হাইফেন (hyphen) হাইফেন (hyphen) হাৰ্দ (hard) কমান্ডটো ব্যৱ্হাৰ কৰিলে, আমি নতুন অৱস্থাটোলৈ ঘূৰি যাব নোৱাৰো
13:11 গতিকে, আমি এই কমান্ডটোৰ সৈতে অত্যন্ত সাবধান হ’ব লাগিব
13:15 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
13:18 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ: * গিত (Git) ৰেপ’জিত’ৰি (repository)ত বহুতো ফাইল যোগ কৰা হয়
13:27 * গিত (Git) ৰেপ’জিত’ৰি (repository)ৰ পৰা ফাইল এটা আতৰাবলৈ । * স্থানান্তৰ কৰা ফাইলটো ৰিষ্ট’ৰ কৰিবলৈ
13:32 * ফাইল এটাত কৰা পৰিবৰ্তনসমূহ নাকচ কৰিবলৈ আৰু * আগৰ অৱস্থা এটালৈ নিবলৈ
13:39 এটা অনুশিলনী হিচাবে- আপোনাৰ গিত ৰেপ’জিত’ৰিটোলৈ যাওঁক যি আপুনি আগৰ টিউট’ৰিয়েলৰ অনুশিলনীটোত বানাইছিলে
13:46 আপোনাৰ টেকস্ত ফাইলত কিছু পৰিবৰ্তন কৰক
13:49 পৰিবৰ্তনসমূহক কমিত (Commit) কৰক
13:52 আপোনাৰ পূৰণা অৱস্থালৈ যাবলৈ চেষ্টা কৰক
13:55 পুনৰ আপোনাৰ টেকস্ত ফাইলত কিছু পৰিবৰ্তন কৰক আৰু পৰিবৰ্তনসমূহক নাকচ কৰিবলৈ চেষ্টা কৰক
14:02 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়; অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
14:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
14:18 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
14:22 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
14:29 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
14:34 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9