Git/C2/Tagging-in-Git/Assamese

From Script | Spoken-Tutorial
Revision as of 23:36, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 টেগিং ইন গিতৰ (Tagging in Git) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
  • টেগিং (Tagging) আৰু
  • টেগিঙৰ (tagging) প্ৰকাৰ
00:12 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো:
  • উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
  • গিত (Git) 2.3.2 আৰু
  • gedit টেকস্ত (Text) এদিতৰ (Editor)

আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে

00:28 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ-
  • আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব
  • যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:41 আহক আমি টেগিং (Tagging)ৰ বিষয়ে শিকো
00:44 * কমিত (commit) অৱস্থা এটা গুৰূত্বপূৰ্ণ বুলি চিহ্নিত কৰিবলৈ টেগিং (Tagging) ব্যৱ্হৃত হয়
00:49 আমি কমিত (commit) এটা টেগ (tag) কৰিব পাৰো, বোকমাৰ্ক (bookmark) এটাৰ দৰে, ভবিষ্যতৰ প্ৰসঙ্গৰ বাবে
00:54 সাধাৰণতে, ই v1.0ৰ দৰে প্ৰকল্প এটাৰ ৰিলিজ পইন্টক (release point) চিহ্নিত কৰিবলৈ ব্যৱ্হৃত হয়
01:02 টেগচ (tags) দুই প্ৰকাৰৰ:
  • লাইতওৱেইত টেগ (Lightweight tag) আৰু
  • এন’নেতেদ টেগ (Annotated tag)
01:09 প্ৰথমে, মই কেনেকৈ এটা লাইতওৱেইত টেগ (Lightweight tag) নিৰ্মান কৰা হয় বৰ্ণনা কৰিম
01:15 আহক আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage)টোলৈ যাওঁ যি আমি আগতে বনাইছিলো
01:21 টাৰ্মিনেলটোলৈ (terminal) ঘূৰি যাওঁক আৰু লিখক : cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:30 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম
01:34 আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
01:39 আহক গিত লগটো (Git log) পৰীক্ষা কৰো লিখি গিত (git) স্পেছ (space) লগ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
01:48 বৰ্ত্তমান, আমাৰ ৰিপ’জিটেৰিত (repository) তিনিটা কমিতচ আছে,- "এদেদ (Added) কালাৰচ (colors), এদেদ (Added) হিষ্ট’ৰি (history).html" আৰু "ইনিচিয়েল (Initial) কমিত (commit)" নামেৰে
01:59 এতিয়া, মই সৰ্বশেষ কমিত এদেদ কালাৰচত (“Added colors”) এটা লাইতওৱেইত টেগ (Lightweight tag) বনাম
02:05 যেতিয়া আমি এটা টেগ (tag) বনাওঁ, দিফল্টভাবে, ই সৰ্বশেষ কমিতত (commit) নিৰ্মান হয়
02:12 লিখক:গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক
02:20 ইয়াত, মই টেগ (tag) নাম হিচাবে v1.1 দিম । আপুনি আপোনাৰ পচন্দৰ যিকোনো নাম দিব পাৰে
02:29 আপুনি টেগটো চাব পাৰে লিখি গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক
02:35 এতিয়া, আমাৰ ৰিপ’জিটেৰিত (repository) মাত্ৰ এটা টেগ আছে
02:39 পাছত, আমি কেনেকৈ এটা এন’নেতেদ টেগ (annotated tag) নিৰ্মান কৰা হয় শিকিম
02:44 প্ৰথমে, মই বৰ্ণনামূলক উদ্দেশ্যৰ বাবে মাইপেজ (mypage).html ফাইলটোত কিছু পৰিবৰ্ত্তন কৰিম
02:52 লিখক: gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক । আহক আমি ফাইলটোত কিছু শাৰী যোগ কৰো
03:04 তাৰপাছত ছেভ (save) আৰু ফাইলটো ক্ল’জ (close) কৰক
03:07 আহক এই সময়ত আমাৰ কামক কমিত (commit) কৰো
03:11 লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) a m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) কন্টেন্ত (content) ইন (in) মাইপেজ (mypage).html” আৰু এন্টাৰ (Enter) টিপক
03:25 আহক আমি ভাবো যে এই নিৰ্দিষ্ট অৱস্থাটো প্ৰকল্পটোলৈ অতি গুৰূত্বপূৰ্ণ
03:31 গতিকে, আমি এই কমিত (commit) পইন্টত এটা টেগ বনাব লাগিব
03:35 ইয়াত, আমি এটা এন’নেতেদ টেগ (annotated tag) বনাম
03:39 লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) v1.2 স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “মাই (My) ভাৰ্চন (Version) 1.2” আৰু এন্টাৰ (Enter) টিপক
03:55 -m ফ্লেগ (flag) ব্যৱ্হাৰ কৰি, আপুনি আপোনাৰ পচন্দৰ যিকোনো টেগ বাৰ্তা দিব পাৰে
04:01 ইয়াত, টেগ মেচেজটো (tag message) বিকল্প হয়
04:05 টেগ তালিকাখন চাবলৈ, লিখক: গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক । এতিয়া আমাৰ দুটা টেগ আছে
04:14 ইয়াত,v1.1টো হৈছে লাইতওৱেইত টেগ (Lightweight tag) আৰু v1.2টো হৈছে এন’নেতেদ টেগ (annotated tag)
04:21 আমি টেগচৰ মাজত পাৰ্থক্য কেনেকৈ কৰিম?
04:24 আমি টেগচ দুটাৰ মাজৰ পাৰ্থক্যটো গিত (git) চৌ (show) কমান্ড ব্যৱ্হাৰ কৰি চাব পাৰো
04:31 লিখক: গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক
04:38 ইয়াত, আমি লাইতওৱেইত টেগ (Lightweight tag) v1.1ৰ স্ম্পূৰ্ণ তথ্য চাব পাৰো
04:44 ই সৰলভাবে কমিত (commit) সবিশেষ আৰু ফাইলটোৰ পৰিবৰ্ত্তনসমূহ দেখুৱায়
04:50 পাছত, আমি এন’নেতেদ টেগ (annotated tag) v1.2ৰ সবিশেষ চাম । লিখক: গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) v1.2 আৰু এন্টাৰ (Enter) টিপক
05:03 ইয়াত আমি চাব পাৰো:
  • টেগ (tag) নাম
  • টেগাৰ (tagger) সবিশেষ
  • কমিতটো (commit) টেগ হোৱাৰ তাৰিখ
  • টেগ (tag) বাৰ্তা
  • কমিত (commit) সবিশেষ আৰু
  • ফাইল পৰিবৰ্ত্তনসমূহ
05:17 এন’নেতেদ টেগ (Annotated tag)টো সদায় প্ৰয়োজন হয় যেতিয়া আপুনি সমন্বিত সহযোগিতাৰে কাম কৰে
05:23 আহক আমি এতিয়া আমাৰ পূৰণা কমিতচত (commits) টেগ এটা চিহ্নিত কৰিবলৈ শিকো
05:29 প্ৰথমে, আমি গিত (Git) লগ (log)টো পৰীক্ষা কৰিম লিখি গিত (git) স্পেছ (space) লগ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
05:39 এতিয়া, উদাহৰণৰ বাবে, মই মোৰ দ্বিতীয় কমিত (commit) “এদেদ (Added) হিষ্ট’ৰি (history).html”ত টেগ এটা বনাব বিচাৰো
05:47 লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) a স্পেছ (space) v1.0 স্পেছ (space) । তাৰপাছত, “এদেদ (Added) হিষ্ট’ৰি (history).html” কমিত (commit) হেচ (hash)টো ক’পি আৰু পেষ্ট কৰক স্পেছ (space) লিখক: হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “মাই (My) ভাৰ্চন (Version) 1.0” আৰু এন্টাৰ (Enter) টিপক
06:09 আমি এতিয়া নিৰ্মান কৰা টেগটো চাবলৈ সক্ষম হ’ম, লিখি গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক
06:19 আপুনি চাব পাৰেটেগ (tag) v1.0টো ইয়াত নিৰ্মান হৈছে
06:24 পাছত, আমি গিত (Git) লগ (log)টোৰ সৈতে টেগসমূহ কেনেকৈ চোৱা হয় শিকিম
06:29 লিখক: গিত (git) স্পেছ (space) log স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) দেক’ৰেত (decorate) আৰু এন্টাৰ (Enter) টিপক
06:40 আপুনি গিত (Git) লগ (log)টো টেগ নামসমূহৰ সৈতে চাব পাৰে
06:44 এতিয়া, আমি এটা অপ্ৰয়োজনীয় টেগ নাইকীয়া কৰিবলৈ শিকিম
06:49 ধৰক, মই টেগ (tag) v1.1টো নাইকীয়া কৰিব বিচাৰো
06:53 লিখক: গিত (git) স্পেছ (space) টেগ (tag) স্পেছ (space) হাইফেন (hyphen) d স্পেছ (space) v1.1 আৰু এন্টাৰ (Enter) টিপক
07:02 ই বাৰ্তাটো দেখুৱায় “দিলেতেদ (Deleted) টেগ (tag) 'v1.1'” আৰু ইয়াৰ কমিত (commit) হেচ (hash)
07:08 আমি টেগটো নাইকীয়া কৰা হ’ল নে নাই পৰীক্ষা কৰিম
07:14 লিখক: গিত (git) স্পেছ (space) টেগ (tag) আৰু এন্টাৰ (Enter) টিপক
07:19 এতিয়া, আমি টেগ (tag) v1.1টো নেদেখো যিহেতু ইয়াক সফলভাবে নাইকীয়া কৰা হ’ল
07:25 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:29 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো :
  • টেগিং (Tagging) আৰু
  • টেগিঙৰ (tagging) প্ৰকাৰ
07:38 এটা অনুশিলনী হিচাবে-
  • এটা লাইতওৱেইত টেগ (Lightweight tag) আৰু এটা এন’নেতেদ টেগ (Annotated tag) বনাওঁক আৰু
  • দুয়োটা টেগৰ মাজৰ পাৰ্থক্যক বুজক
07:47 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
07:56 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে ।
08:03 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
08:08 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
08:20 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble