Git/C2/Stashing-and-Cleaning/Assamese

From Script | Spoken-Tutorial
Revision as of 23:50, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 গিতত (Git) ষ্টেচিং (stashing) এন্দ (and) ক্লিনিং (cleaning)স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি ষ্টেচিং (stashing) ৰ বিষয়ে শিকিম
00:11 আমি শিকিম কেনেকৈ:
  • ষ্টেচ (stash) এটা বনোৱা হয়
  • ষ্টেচ (stash) এটা প্ৰয়োগ কৰা হয় আৰু
  • ষ্টেচ (stash) এটা চাফা কৰা হয়
00:19 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো-
  • উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
  • গিত (Git) 2.3.2 আৰু
  • gedit টেকস্ত (Text) এদিতৰ (Editor)
00:32 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:36 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ গিত (Git) কমান্ডচৰ আৰু গিতত (Git) ব্ৰানচিঙৰ (branching)জ্ঞান থাকিব লাগিব
00:43 যদি নাই, সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:48 আহক আমি ষ্টেচিং (stashing) ৰ বিষয়ে শিকো
00:51 ব্ৰানচ (branch) এটাৰ অস্থায়ী পৰিবৰ্তনসমূহক ছেভ (save) কৰিবলৈ ষ্টেচিং (stashing) ব্যৱহৃত হয়
00:57 ই বৰ্তমান কামটোক কমিত নকৰাকৈ ৰখাবলৈ সহয় কৰে, যেতিয়া ব্ৰানচেচলৈ (branches) যোৱা হয়
01:04 অস্থায়ী পৰিবৰ্তনৰ ষ্টেচ (Stash) টো যিকোনো সময়ত ঘূৰাই আনিব পাৰি
01:08 মন কৰিব যে আমি ইতিমধ্যে ষ্টেচ (Stash) শব্দটো পাই আহিছো, এই টিউট’ৰিয়েলৰ ক্ৰমত আগতে
01:16 এতিয়া, আহক ইয়াক অধিককৈ শিকো
01:20 আহক আমি টাৰ্মিনেলটো (terminal) খুলি আৰম্ভ কৰো
01:25 আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage) খুলিম যি আমি আগতে বনাইছিলো
01:30 লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:35 আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
01:44 ইয়াৰ পৰা, অনুগ্ৰহ কৰি টাৰ্মিনেলত (terminal) প্ৰতিটো কমান্ড (command) লিখাৰ পাছত এন্টাৰ কীটো (Enter key ) টিপিবলৈ মনত ৰাখিব
01:52 প্ৰথমে, আমি ব্ৰানচ লিষ্ট (branch list) খন চাম লিখি গিত (git) স্পেছ (space) ব্ৰানচ (branch)
01:58 মই ইতিমধ্যে চেপতাৰ-থ্ৰি (chapter-three) নামৰ ব্ৰানচ এটা বনালো
02:03 মই ইয়াৰ ভিতৰত কমিত (commit) এটা কৰিলো, বৰ্ণনামূলক উদ্দেশ্যৰ বাবে
02:08 অমুগ্ৰহ কৰি আপুনিওঁ নতুন ব্ৰানচ এটা বনোৱাতো আৰু ইয়াৰ ভিতৰত কমিত (commit) এটা কৰাতো নিশ্বিত কৰক
02:15 আমি ব্ৰানচ (branch) চেপতাৰ-থ্ৰি (chapter-three) টোত যাম লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) চেপতাৰ-থ্ৰি (chapter-three)
02:23 আহক গিত (Git) ল’গটো চাওঁ
02:26 এইটো হৈছে মই চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচত বৰ্ণনাৰ বাবে বনোৱা কমিতটো (commit)
02:31 আহক "ls" লিখি ফ’ল্দাৰৰ উপাদানটো চাওঁ
02:35 যদি আপুনি উইন্দ’চ (Windows) অপাৰেতিং চিষ্টেমত কাম কৰি আছে, "ls" কমান্ডৰ সলনি "dir" কমান্ড ব্যৱ্হাৰ কৰক
02:43 মন কৰিব যে আমাৰ তিনিটা html ফাইলচ আছে
02:47 এতিয়া, আমি মাইপেজ (mypage).html ফাইলটোত কিছু পৰিবৰ্তন কৰিম
02:53 আহক আমি মাইপেজ (mypage).html ফাইলটো খোলো লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
03:03 মই এই ফাইলটোত কিছু শাৰী ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
03:11 তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক
03:14 গিত (Git) ষ্টেতাচ (status) টো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেতাচ (status)
03:19 আমি বুজিব পাৰিছো যে আমাৰ পৰিবৰ্তন এতিয়ালৈকে ষ্টেজদ হোৱা নাই
03:24 যেতিয়া আমি এটা ডাঙৰ প্ৰকল্পত কাম কৰো, আমি হয়তো ব্ৰানচসমূহক (branches) ক্ৰমান্বয়ে সলাব লাগিব
03:30 এতিয়া, ধৰক, আমি কিবা বেলেগ কাম কৰিবলৈ আমাৰ মাষ্টাৰ (master) ব্ৰানচটোলৈ ঘূৰি যাব বিচাৰিছো
03:37 লিখক:গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master)
03:41 এই এৰ’ৰটোৱে দেখুৱায় যে আমি পৰিবৰ্তনক কমিত নকৰাকৈ আন ব্ৰানচসমূহলৈ (branches) যাব নোৱাৰো
03:48 মই এতিয়া পৰিবৰ্তনক কমিত (commit) কৰিব নিবিচাৰো, যিহেতু মোৰ কাম মাত্ৰ আধা কৰা হৈছে
03:55 যদি আমি হাইফেন (hyphen) হাইফেন (hyphen) ফ’ৰ্চ (force) ফ্লেগ ব্যৱ্হাৰ কৰি বলপূৰ্বকভাবে এই ব্ৰানচটো এৰো, পৰিবৰ্তনসমূহ নাকচ হ’ব
04:04 কিন্তু, কিহ’ব যদি মই পৰিবৰ্তনসমূহক অস্থায়ীভাবে ছেভ (save) কৰিব বিচাৰো? ইয়াক ষ্টেচিং (Stashing) ব্যৱ্হাৰ কৰি কৰা হ’ব
04:11 আমি পৰিবৰ্তনসমূহক অস্থায়ীভাবে ছেভ কৰিব পাৰো লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ছেভ (save) স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “ষ্টেচদ (Stashed) মাইপেজ (mypage).html”
04:24 ইয়াত, “ষ্টেচদ (Stashed) মাইপেজ (mypage).html” হৈছে মই দিয়া ষ্টেচ (stash) নামটো । আপুনি ইয়াক আপোনাৰ পচন্দ অনুসৰি নাম দিব পাৰে
04:34 টাৰ্মিনেলটোত, ষ্টেচ (stash) নামটো আৰু ব্ৰানচ (branch) নামটো দৰ্শিত হৈছে য’ত ষ্টেচ (stash) টো নিৰ্মিত হৈছে
04:42 আপুনি বাৰ্তাটো দেখিছে “নাঠিং তু কমিত (nothing to commit)”
04:51 গতিকে, আমি এতিয়া ব্ৰানচেচলৈ (branches) যাব পাৰো
04:55 এতিয়া, আহক মাষ্টাৰ (master) ব্ৰানচ (branch) লৈ যাবলৈ চেষ্টা কৰো লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master)
05:03 মন কৰিব যে ষ্টেচিং (Stashing) ৰ পাছত, আমি আন ব্ৰানচেচলৈ যাব পাৰো
05:07 পাছত, আহক আমি ষ্টেচিং (Stashing) ৰ অন্য এটা পদ্ধতি চাওঁ
05:11 তাৰ বাবে, মই পুনৰ চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচটোত যাম লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) চেপতাৰ-থ্ৰি (chapter-three)
05:20 লিখক: gedit স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
05:31 মই ইয়াত মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা কিছু শাৰী যোগ কৰিম
05:35 তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক
05:38 আহক গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status)
05:44 ধৰক, উদাহৰণস্বৰূপে, ষ্টেচত (stash), মই এই পৰিবৰ্তনক অন্য এটা পদ্ধতিৰে ছেভ কৰিব বিচাৰো । লিখক:গিত (git) স্পেছ (space) ষ্টেচ (stash)
05:54 মন কৰিব যে আমি ইয়াত ষ্টেচ (stash) নামটো নিদিওঁ
05:58 যদি আমি ষ্টেচ (stash) নামটো নিদিওঁ, ষ্টেচ (stash) টো নতুন কমিত (commit) টোৰ নামত ছেভ হ’ব
06:04 পাছত, আমি ষ্টেচ (stash) নামটো আৰু নতুন কমিত (commit) টো সদৃশ হয় নেকী চাম
06:10 আহক প্ৰথমে গিত (Git) ল’গটো (log) চাওঁ
06:14 ষ্টেচ (stash) তালিকাখন চাবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
06:20 আপুনি দেখিছে যে নতুন কমিত (commit) আৰু নতুন ষ্টেচ (stash) নাম দুটা একে
06:25 মন কৰিব যে নতুন ষ্টেচ (stash) টো প্ৰথমে তালিকাভুক্ত হৈছে যি বুজায় ষ্টেচসমূহ (stashes) সময়ানুক্ৰমিক ক্ৰমত তালিকাভুক্ত হয়
06:35 এইটো হৈছে ষ্টেচ আইদি (stash id) যি স্বয়ংক্ৰিয়ভাবে উৎপন্ন হ’ব
06:40 মই বৰ্ণনামূলক উদ্দেশ্যৰ বাবে আৰু এটা ষ্টেচ (stash) বনাম
06:45 তাৰ বাবে, মই ষ্ট’ৰি (story).html ফাইলটো এদিত কৰিম । লিখক: gedit স্পেছ (space) ষ্ট’ৰি (story).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
06:55 মই ষ্ট’ৰি (story).html ফাইলটোত কিছু শাৰী যোগ কৰিম
07:00 তাৰপাছত ছেভ (save) আৰু ফাইলটো বন্ধ কৰক
07:03 এতিয়া, মই পৰিবৰ্তনসমূহক ষ্টেচ (stash) এটাত ছেভ কৰিম
07:07 লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ছেভ (save) স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “ষ্টেচদ (Stashed) ষ্ট’ৰি (story).html
07:17 আহক ষ্টেচ লিষ্ট (stash list) খন চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
07:24 আমি দেখিছো যে এতিয়া আমাৰ চেপতাৰ-থ্ৰি (chapter-three) ব্ৰানচত তিনিটা ষ্টেচ আছে
07:30 নিৰ্দিষ্ট অৱস্থাত, আমি ষ্টেচসমূহত কি পৰিবৰ্তন ছেভ কৰিলো আমাৰ মনত নপৰিব পাৰে
07:36 আহক আমি ইয়াক কেনেকৈ কৰা হয় চাওঁ
07:40 ধৰক, উদাহৰণস্বৰূপে, মই ষ্টেচ (stash)@{0} ৰ সবিশেষ চাব বিচাৰো
07:45 গতিকে, লিখক: গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) ষ্টেচ (stash) এত দ ৰেত (at the rate)(@) চিহ্ন মাজু বন্ধনীৰ ভিতৰত জিৰ’ (zero)
07:54 আমি ষ্ট’ৰি (story).html ৰ পৰিবৰ্তনক দেখিছো । এইটোৱেই আমি ষ্টেচ (stash)@{0} ত ছেভ কৰিছিলো
08:01 পাছত, আমি ষ্টেচদ (stashed) ফাইলচৰ ওপৰত কাম কৰিম
08:06 তাৰ বাবে, প্ৰথমে আমি ষ্টেচসমূহ (stashes) প্ৰয়োগ কৰিব লাগিব
08:10 ষ্টেচ লিষ্ট (stash list) খন চাবলৈ লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
08:17 উদাহৰণস্বৰূপে, আমি এতিয়া ষ্টেচ (stash)@{1} টো প্ৰয়োগ কৰিম
08:21 তাক কৰিবলৈ, লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) এপ্লাই (apply) স্পেছ (space) ষ্টেচ (stash) @ (এত দ ৰেত (at the rate) চিহ্ন) মাজু বন্ধনীৰ ভিতৰত এক
08:33 যদি আপুনি ষ্টেচ আইদি (stash id) টো উল্লেখ নকৰে, নতুন ষ্টেচটো অৰ্থাৎ ষ্টেচ (stash)@{0} প্ৰয়োগ হ’ব
08:40 আপুনি দেখিছে যে আমাৰ ষ্টেচ (stash) টো সফলভাবে প্ৰয়োগ হ’ল
08:44 আহক ষ্টেচ লিষ্ট (stash list) খন চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
08:51 আমি ষ্টেচ (stash)@{1} টো এতিয়াওঁ তালিকাখনত দেখিছো, আৰু ই ভবিষ্যতত ভ্ৰমিত কৰিব পাৰে
08:58 গতিকে, ষ্টেচ এটা প্ৰয়োগ কৰাৰ পাছত, ইয়াক মেনুৱেলী (manually) দিলেত কৰাতো উন্নত
09:03 ষ্টেচ (stash)@{1} টো দিলেত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) দ্ৰপ (drop) স্পেছ (space) ষ্টেচ (stash)@ (এত দ ৰেত (at the rate) চিহ্ন) মাজু বন্ধনীৰ ভিতৰত এক
09:16 ষ্টেচ লিষ্ট (stash list) খন চাবলৈ লিখক গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
09:22 আমি দেখিছো যে আমাৰ ষ্টেচ (stash)@{1} আতৰোৱা হ’ল । আৰু ষ্টেচ (stash)@{2} টো ষ্টেচ (stash)@{1} হ’ল
09:30 এতিয়া, আমি ষ্টেচ (stash) এটা অন্য এটা পদ্ধতিৰে প্ৰয়োগ কৰিবলৈ শিকিম । লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) প’প (pop)
09:39 আমি দেখিছো যে আমাৰ ষ্টেচ (stash)@{0} টো প্ৰয়োগ হ’ল
09:43 গতিকে, যদি আমি ষ্টেচ (stash) প’প (pop) কমান্ডটো ব্যৱ্হাৰ কৰো, অতিকৈ শেহতীয়া ষ্টেচটো অৰ্থাৎ (i.e) ষ্টেচ (stash)@{0} প্ৰয়োগ হ’ব
09:52 পুনৰ, আমি ষ্টেচ লিষ্ট (stash list) খন চাম লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
09:59 এতিয়া, আমি দেখিছো যে ষ্টেচ (stash)@{0} টো আতৰোৱা হ’ল । আৰু, ষ্টেচ (stash)@{1} টো ষ্টেচ (stash)@{0} হ’ল
10:07 গতিকে, ষ্টেচ (stash) প’প (pop) কমান্ডটোৱে ষ্টেচ (stash)@{0} টোক প্ৰয়োগ কৰিব আৰু তাক স্বয়ংক্ৰিয়ভাবে দিলেত কৰিব
10:15 পাছত, আমি কেনেকৈ সকলো ষ্টেচক এবাৰতে আতৰোৱা হয় শিকিম
10:20 আমাৰ ৰেপ’জিত’ৰিৰ পৰা সকলো ষ্টেচক দিলেত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) ক্লিয়েৰ (clear)
10:28 পুনৰ, আমি ষ্টেচ লিষ্ট (stash list) খন চাম লিখি গিত (git) স্পেছ (space) ষ্টেচ (stash) স্পেছ (space) লিষ্ট (list)
10:36 আমি দেখিছো যে এতিয়া আমাৰ ষ্টেচ (stash) তালিকাখন খালী
10:40 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
10:44 আহক মূলভাব চাওঁ
10:46 এই টিউট’ৰিয়েলটোত, আমি ষ্টেচিঙৰ বিষয়ে শিকিলো
10:51 আমি লগতে শিকিলো কেনেকৈ:
  • ষ্টেচ (stash) এটা বনোৱা হয়
  • ষ্টেচ (stash) এটা প্ৰয়োগ কৰা হয় আৰু
  • ষ্টেচ (stash) এটা চাফা কৰা হয়
10:58 এটা অনুশিলনী হিচাবে- আপোনাৰ ৰেপ’জিত’ৰিত (repository) তিনিটা ষ্টেচ বনাওঁক
11:03 গিত (git) ষ্টেচ (stash) চৌ (show) কমান্ডটো খোলক
11:07 গিত (git) ষ্টেচ (stash) চৌ (show) আৰু গিত (git) ষ্টেচ (stash) চৌ (show) ষ্টেচ (stash)@{1} কমান্ড দুটাৰ মাজত পাৰ্থক্যটোক বুজক
11:14 নতুন ষ্টেচ (stash) টোক প্ৰয়োগ কৰক (ব্যৱ্হাৰ কৰক – গিত (git) ষ্টেচ (stash) প’প (pop))
11:21 আৰু ৰেপ’জিত’ৰিটোৰ পৰা সকলো ষ্টেচক দিলেত কৰক (সংকেত – গিত (git) ষ্টেচ (stash) ক্লিয়েৰ (clear))
11:28 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:36 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:48 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
11:55 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
12:01 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble