Git/C2/Overview-and-Installation-of-Git/Assamese

From Script | Spoken-Tutorial
Revision as of 23:18, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 গিতৰ অ’ভাৰভিউ আৰু ইনষ্টলেচনৰ (Overview and Installation of Git) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
  • ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System)
  • গিত (Git) আৰু
  • উবুন্তো লিনাক্স (Ubuntu Linux) আৰু উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেমত গিতৰ (Git) ইনষ্টলেচন
00:17 এই টিউট’ৰিয়েলটোৰ বাবে, আপোনাক এটা কাম কৰি থকা ইন্টাৰনেত (Internet) সংযোগ লাগিব
00:22 আপোনাৰ লগতে উবুন্তো লিনাক্স (Ubuntu Linux) বা উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেম থাকিব লাগিব
00:28 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি উল্লেখিত অপাৰেটিং চিষ্টেমসমূহৰ সৈতে পৰিচিত হ’ব লাগিব
00:36 প্ৰথমে, আহক আমি শিকো VCS অৰ্থাৎ ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System) কি হয়
00:39 ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System)টো এটা বেকআপ (backup) চিষ্টেমৰ দৰে হয়
00:44 ই দ’কোমেন্ত্চ, কম্পিউটাৰ প্ৰোগ্ৰামচ আৰু ওৱেব চাইতচৰ পৰিবৰ্ত্তনক নিয়ন্ত্ৰণ কৰে
00:51 আপুনি সময়ত যি কৰে ই তাৰ এটা ঐতিহাসিক ৰেকৰ্দ প্ৰদান কৰে
00:55 VCSক লগতে ৰিভিজন ক’নট্ৰ’ল (revision control), চৌৰ্চ ক’নট্ৰ’ল (source control) আৰু চৌৰ্চ ক’ড মেনেজমেন্ত(SCM) (Source Code Management) হিচাবে জনা যায়
01:03 VCSৰ কিছু উদাহৰণ হৈছে RCS, চাবভাৰ্চন (Subversion) আৰু বাজাৰ (Bazaar)
01:11 পাছত, আহক আমি গিতৰ (Git) সৈতে আৰম্ভ কৰো
01:13 গিত হৈছে এটা আবন্টিত ভাৰ্চন ক’নট্ৰ’ল চফটৱেৰ (version control software)
01:16 ই হৈছে এটা বিনামূলীয়া আৰু অ’পেন চৌৰ্চ চফটৱেৰ (open source software)
01:19 ই এটা ফাইল বা ফাইলচৰ সংহতিক কৰা পৰিবৰ্ত্তনৰ সবিশেষ ৰাখে
01:24 ই দেভেল’পাৰ্চক সমন্বিত সহযোগিতাৰে কাম কৰিবলৈ অনুমতি দিয়ে
01:28 ই প্ৰকল্পৰ ভাৰ্চনচ নিয়ন্ত্ৰণ আৰু জমা কৰে
01:32 ই প্ৰকল্পৰ অগ্ৰগতিৰ ইতিহাস অনুসৰণত সহায় কৰে
01:37 গিতৰ (Git) লক্ষণীয় বৈশিষ্ট্যসমূহ হৈছে:
01:42 আমি ঘূৰি যাব পাৰো আৰু আমাৰ কামৰ আগতীয়া ভাৰ্চনচ পুনৰউদ্ধাৰ কৰিব পাৰো
01:47 আমি সকলো পৰিবৰ্ত্তনৰ সম্পূৰ্ণ ইতিহাস চাব পাৰো
01:52 গিতে (Git) দিয়া পৰামৰ্শসমূহ ব্যৱ্হাৰ কৰি বিবাদ সহজে সাব্যস্ত কৰিব পাৰি
01:58 যদি দাতা হেৰাই, ইয়াক যিকোনো ক্লায়েন্ত ৰিপ’জিট’ৰিচৰ (client repositories) পৰা পুনৰ জমা কৰিব পাৰি
02:05 গিত (Git) ব্যৱ্হাৰ কৰিব পাৰে : * প্ৰোগ্ৰামাৰচ, ওৱেব দেভেল’পাৰচ, প্ৰজেক্ট মেনেজাৰচ, লিখক আৰু বহুলোকে
02:14 * টেকস্ত ফাইলচ, চিতচ, দিজাইন ফাইলচ, দ্ৰইংচ ইত্যাদিৰ সৈতে কাম কৰা যিকোনো লোকে ভাৰ্চনচ অনুসৰণ কৰিবলৈ
02:22 * এটা কাৰ্য্কলাপ বা প্ৰকল্পত সমন্বিত সহযোগিতাৰে কাম কৰা লোক
02:28 এতিয়া, আহক চাওঁ গিতে (Git) কেনেদৰে কাম কৰে
02:31 গিতে প্ৰকৃততে সম্পূৰ্ণ প্ৰকল্পৰ স্নেপচট (snapshot) এটা জমা কৰে
02:36 স্নেপচট (snapshot) টো সেই মূহুৰ্তত সকলো ফাইলৰ ফটো এখন লোৱাৰ দৰে সদৃশ
02:42 যদি কিছু ফাইলচৰ কোনো পৰিবৰ্ত্তন নহয়, গিতে সিহঁতক পুনৰ জমা নকৰে
02:47 ই সিহঁতক পূৰ্বৰ ভাৰ্চনলৈ সংযোজন কৰে
02:50 যদি অসফল হয়, দাতাটো স্নেপচট (snapshot) টোৰ পৰা পুনৰ জমা কৰা হয়
02:56 আহক মই এই অধ্যায়ত সামৰা কিছু বৈশিষ্ট্যৰ আভাস দেখুৱাও-
03:01 * গিতৰ (Git) প্ৰধান কমান্ডচ (command)
03:04 * গিত চেকআউত (git checkout) কমান্ড
03:06 * গিতৰ (Git) পৰীক্ষা আৰু তুলনা
03:09 * গিতত (Git) টেগিং (Tagging)
03:11 এই অধ্যায়ত, আমি লগতে শিকিম :
  • গিতত (Git) ব্ৰানচিং (Branching)
  • ব্ৰানচ (branch) সমূহক নাইকীয়া আৰু মাৰজিং (Merging) কৰা আৰু
  • ষ্টেচিং (Stashing) আৰু ক্লিনিং (Cleaning)
03:22 উবুন্তো লিনাক্সত (Ubuntu Linux) উবুন্তো চফটৱেৰ চেন্টাৰ ( Ubuntu Software Center) ব্যৱ্হাৰ কৰি গিত (Git) ইনষ্ট’ল কৰিব পাৰি
03:27 উবুন্তো চফটৱেৰ চেন্টাৰৰ (Ubuntu Software Center) সবিশেষৰ বাবে, এই ওৱেবচাইতত লিনাক্স টিউট’ৰিয়েলসমূহ ( "Linux" tutorials) চাওঁক
03:35 মই ইতিমধ্যে মোৰ চিষ্টেমত গিত (Git)ৰ ইনষ্ট’লেচন সম্পূৰ্ণ কৰিলো । এতিয়া, আহক আমি ইয়াক ভেৰিফাই কৰো
03:42 টাৰ্মিনেললৈ (terminal) যাওঁক আৰু লিখক : গিত স্পেছ হাইফেন হাইফেন ভাৰ্চন (git space hyphen hyphen version) আৰু এন্টাৰ (Enter) টিপক
03:50 আমি গিত (Git)ৰ ভাৰ্চন নাম্বাৰটো দৰ্শিত হোৱা দেখিছো
03:53 ই বুজায় যে গিত (Git) সফলভাবে ইনষ্ট’ল হ’ল
03:57 পাছত, আহক আমি Windows(উইন্দ’চ) OSত গিত (Git) ইনষ্ট’ল কৰিবলৈ শিকো
04:01 আপোনাৰ ওৱেব ব্ৰ’জাৰ খোলক আৰু www.git-scm.com লৈ যাওঁক
04:09 বাওঁফালে থকা দাউনল’দচ (Downloads) সংযোজনত টিপক
04:13 উইন্দ’চৰ (Windows) বাবে গিত (Git) দাউনল’দ কৰিবলৈ উইন্দ’চ (Windows) আইকনত টিপক
04:17 ছেভ এজ (Save As) দাইল’গ-বক্স আহিছে । ছেভ ফাইল (Save File) বুটামত টিপক
04:22 ইনষ্ট’লাৰ ফাইলটো (installer file) দিফল্ট দাউনল’দচ (Downloads) ফ’ল্দাৰত দাউনল’দ হ’ব
04:26 গিত (Git) ইনষ্ট’ল কৰিবলৈ "exe" ফাইলটোত দুবাৰ টিপক
04:30 অহা দাইল’গ-বক্সটোত, ৰানত ( Run ) আৰু তাৰপাছত ইয়েচত (Yes) টিপক
04:35 এতিয়া, নেকষ্টত (Next) টিপক । জেনেৰেল পাব্লিক লাইচেঞ্চ ("General Public License") পৃষ্টাটোত, নেকষ্টত (Next) টিপক
04:41 দিফল্ট ভাবে, গিত (Git) প্ৰোগ্ৰাম ফাইলচত (Programs files) ইনষ্ট’ল হয় । নেকষ্টত (Next) টিপক
04:46 আমি ইনষ্ট’ল কৰিবলৈ বিষয় বস্তু সমূহ নিৰ্বাচিত কৰিব পাৰো
04:49 এদিচ’নেল আইকনচ (Additional icons) চেকবক্সত টিপক
04:52 তাৰপাছত নেকষ্টত (Next) টিপক । পুনৰ নেকষ্টত (Next) টিপক
04:57 ইয়াত, আপুনি গিত (Git) কমান্ডচ ৰান কৰিবলৈ বিকল্পটো নিৰ্বাচিত কৰিব পাৰে
05:00 মই ইউজ গিত বেচ অনলি (Use Git Bash only) নিৰ্বাচিত কৰিম আৰু নেকষ্টত (Next) টিপিম
05:04 মই এই বিকল্পটো দিফল্ট হিচাবে ৰাখিম আৰু নেকষ্টত (Next) টিপিম
05:09 গিত (Git) ইনষ্ট’ল হৈছে । আপোনাৰ ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি ই কিছু মিনিট ল’ব পাৰে
05:15 ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ ফিনিচ (Finish) বুটামত টিপক
05:19 এতিয়া, স্বয়ংক্ৰিয় ভাবে গিত ৰিলিজ ন’টচ (Git Release Notes) খোল খাব । মই ইয়াক বন্ধ কৰো
05:24 আপুনি এটা চৰত-কাত (short-cut) আইকন গিত বেচ (Git Bash) দেখিব, দেক্সট’পত (Desktop) নিৰ্মান হোৱা । ইয়াক খুলিবলৈ দুবাৰ টিপক
05:32 অথবা, আপুনি টিপিব পাৰে ষ্টাৰ্ট মেনু >> অল প্ৰোগ্ৰামচ >> গিত( 'Start' menu >> All programs >> Git) আৰু তাৰপাছত গিত বেচত (Git Bash) টিপক
05:41 এতিয়া গিত বেচ (Git Bash) খোল খাব
05:44 ই গিতৰ (Git) ইনষ্ট’ল হৈ থকা ভাৰ্চন নাম্বাৰটো দেখুৱায়
05:48 গতিকে, আমি জানিলো যে গিত (Git) সফলভাবে ইনষ্ট’ল হ’ল
05:51 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
05:55 আহক মূলভাব চাওঁ ।

এই টিউট’ৰিয়েলটোত, আমি শিকিলো :

  • ভাৰ্চন ক’নট্ৰ’ল চিষ্টেম (Version Control System)
  • গিত (Git) আৰু
  • উবুন্তো লিনাক্স (Ubuntu Linux) আৰু উইণ্ড’চ (Windows) অপাৰেটিং চিষ্টেমত গিতৰ (Git) ইনষ্ট’লেচন
06:10 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
06:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
06:29 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
06:41 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble