Git/C2/Merging-and-Deleting-branches/Assamese

From Script | Spoken-Tutorial
Revision as of 23:46, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 মাৰ্জিং (Merging) এন্দ (and) দিলেতিং (deleting) ব্ৰানচেচৰ (branches) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম মাৰ্জিং (Merging),
00:10 প্ৰত্যাবৃত মাৰ্জিং (merging) আৰু ব্ৰানচেচ (branches) নাইকীয়া কৰা
00:14 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
00:20 গিত (Git) 2.3.2 আৰু gedit টেকস্ত (Text) এদিতৰ (Editor)
00:26 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:29 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ মূল গিত (Git) কমান্ডচ আৰু গিতত (Git) ব্ৰানিচিঙৰ ( branching ) জ্ঞান থাকিব লাগিব
00:37 যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:42 পূৰ্বৰ অধ্যায়ত, আমি ব্ৰানচেচ (branches) বনাবলৈ শিকিলো
00:47 এতিয়া, আমি দুটা ব্ৰানচেচ (branches) মাৰ্জ কৰিবলৈ শিকিম
00:51 এই ৰেখাচিত্ৰটোৱে কেনেকৈ নিউ-ম’দৌল ("new-module") ব্ৰানচটো (branch) মাষ্টাৰ ("master") ব্ৰানচটোৰ সৈতে মাৰ্জ হৈছে দৰ্শায়
00:58 এইটো C9 কমিতত হয়
01:01 মাৰ্জিঙৰ (merging) পাছত, নিউ-ম’দৌল (new-module)ৰ কমিতচ (commits) সমূহক মাষ্টাৰ (master) ব্ৰানচটোলৈ যোগ কৰা হয়
01:06 আহক মই ই কিদৰে কাম কৰে বৰ্ণনা কৰো
01:09 প্ৰথমে, আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage)টো খুলিম যি আমি আগতে বনাইছিলো
01:16 টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক
01:20 আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository)লৈ যাবলৈ, লিখক : cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:29 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম
01:33 আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
01:38 ইয়াৰ পৰা, অনুগ্ৰহ কৰি টাৰ্মিনেলত (terminal) প্ৰতিটো কমান্ড (command) লিখাৰ পাছত এন্টাৰ কীটো (Enter key ) টিপিবলৈ মনত ৰাখিব
01:45 আহক গিত (git) স্পেছ (space) ব্ৰানচ (branch) লিখি গিত (git) ব্ৰানচ (branch) তালিকাখন চাওঁ
01:51 আমি দেখিছো যে আমাৰ মাষ্টাৰ (master) আৰু নিউ-চেপতাৰ (new-chapter) নামৰ দুটা ব্ৰানচ আছে
01:57 নিউ-চেপতাৰ (new-chapter) ব্ৰানচটো এই অধ্যায়ত আগতে বনোৱা হৈছিলে আৰু মাষ্টাৰ (master)টো হৈছে দিফল্ট ব্ৰানচ
02:05 বৰ্ত্তমান, আমি মাষ্টাৰ (master) ব্ৰানচটোত আছো
02:08 আমি গিত (Git) ল’গ (log)টো চাম লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline)
02:17 আহক নিউ-চেপতাৰ (new-chapter) ব্ৰানচটোলৈ যাওঁ আৰু গিত (Git) ল’গ (log)টো চাওঁ
02:21 লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) নিউ-চেপতাৰ (new-chapter)
02:27 লিখক: গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline)
02:33 এতিয়া, আমি মাষ্টাৰ (master) আৰু নিউ-চেপতাৰ (new-chapter) ব্ৰানচৰ কমিতচক (commits) তুলনা কৰিম
02:38 এই চাৰিটা কমিতচ (commits) দুয়োটা ব্ৰানচলৈ সৰ্বজনীন হয়
02:42 "এদেদ (Added) ষ্ট’ৰি (story).html ইন (in) নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)"টো নিউ-চেপতাৰ (new-chapter) ব্ৰানচত আছে
02:48 আৰু, "এদেদ (Added) চেপতাৰ (chapter) তু (two) ইন (in) হিষ্ট’ৰি (history).html"টো মাষ্টাৰ (master) ব্ৰানচত আছে
02:54 মাৰ্জিঙৰ পাছত, “এদেদ (Added) ষ্ট’ৰি (story).html ইন (in) নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)” কমিতটো (commit) মাষ্টাৰ (master) ব্ৰানচত (branch) যোগ হ’ব
03:02 মই এতিয়া কেনেকৈ মাৰ্জ (merge) কৰা হয় বৰ্ণনা কৰিম
03:05 লিখক: গিত (git) স্পেছ (space) মাৰ্জ (merge) স্পেছ (space) মাষ্টাৰ (master)
03:09 Gedit স্বয়ংক্ৰিয়্ভাবে খোল খায় কমিত (commit) মেচেজ (message)টো পাবলৈ
03:14 যিহেতু আমি geditগিত (Git)ৰ কৌৰ এদিতৰ (editor) হিচাবে সজ্জিত কৰিছো
03:20 যদি আপুনি বেলেগ এদিতৰ (editor)ক সজ্জিত কৰে, তেন্তে সেইটো খোল খাব
03:26 যদি আপুনি এটা গিত (Git) ভাৰ্চন ব্যৱ্হাৰ কৰি আছে যি 1.9তকৈ তলৰ, তেন্তে এদিতৰ (editor)টো নুখুলিব পাৰে
03:33 গতিকে, আপুনি পাছৰ ষ্টেপটো এৰিব পাৰে
03:36 মই এইটোৰ দৰে দিফল্ট কমিত (commit) মেচেজ (message) ব্যৱহাৰ কৰো
03:40 যদি আপুনি মাৰ্জিং (merging)টোলৈ সঙ্গতি থকা আন যিকোনো বাৰ্তা দিব বিচাৰে তেন্তে তাক ইয়াত লিখক
03:46 এতিয়া ছেভ (save) কৰক আৰু এদিতৰটো (editor) বন্ধ কৰক
03:50 আমি গিত (Git) ল’গ (log)টো পুনৰ পৰীক্ষা কৰিম
03:54 আপুনি দেখিছে যে মাষ্টাৰ (master) ব্ৰানচৰ কমিতচ (commits) নিউ-চেপতাৰ (new-chapter) ব্ৰানচৰ সৈতে মাৰ্জ হৈছে
04:00 আপুনি লগতে মাৰ্জিঙৰ (merging) বাবে কমিত (commit) বাৰ্তা এটা দেখিব পাৰে
04:04 পাছত, আমি মাষ্টাৰ (master) ব্ৰানচ (branch)লৈ যাম আৰু কমিতচ (commits) চাম
04:09 লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master)
04:14 আহক গিত (Git) ল’গ (log)টো পৰীক্ষা কৰো
04:17 ইয়াত, আমি মাষ্টাৰ (master) ব্ৰানচ (branch) কমিতচ (commits) দেখিছো নিউ-চেপতাৰ (new-chapter) কমিতচৰ (commits) সৈতে
04:22 কিন্তু, গিত (Git) ল’গ (log) টোৱে মাত্ৰ মাষ্টাৰ (master) ব্ৰানচ (branch) কমিতচ (commits) দেখুৱায়
04:27 আদৰ্শভাবে, আমি নিউ-চেপতাৰ (new-chapter) ব্ৰানচটো মাষ্টাৰ (master) ব্ৰানচটোলৈ মাৰ্জ কৰিব লাগিছিল
04:32 কিন্তু আমি ইয়াক অন্য ধৰণে মাৰ্জ (merged) কৰিলো
04:36 সেইবাবে আমি মাষ্টাৰ (master) ব্ৰানচটোত মাৰ্জিং (merging) কমিত (commit)টো দেখা নাই
04:41 গতিকে, আমি এই মাৰ্জিং (merging)টো কেনেকৈ সলাম?
04:45 ইয়াৰ বাবে, আমি নিউ-চেপতাৰ (new-chapter) ব্ৰানচটোলৈ ঘূৰি যাব লাগিব
04:50 লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) নিউ-চেপতাৰ (new-chapter)
04:54 মাৰ্জ (merge)টো সলাবলৈ, লিখক: গিত (git) স্পেছ (space) ৰিচেত (reset) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) হাৰ্দ (hard) স্পেছ (space) হেদ (HEAD) টিলদে (tilde)
05:04 মনত ৰাখিব যে নতুন ৰিভিজনটো সদায় হেদ (HEAD) হয় আৰু নতুন বিয়োগ 1 ৰিভিজনটো সদায় হেদ (HEAD) টিলদে (tilde) হয়
05:12 গতিকে, আমি মাৰ্জিং (merging)ৰ আগৰ ৰিভিজনটো পাবলৈ হেদ (HEAD) টিলদে (tilde) ব্যৱ্হাৰ কৰিছো
05:18 আহক গিত (Git) ল’গ (log)টো এবাৰ পুনৰ পৰীক্ষা কৰো
05:22 আমি দেখিছো যে মাৰ্জিং (merging)টো এতিয়া প্ৰত্যাখিত হৈছে
05:26 আমি এতিয়া নিউ-চেপতাৰ (new-chapter) ব্ৰানচটো মাষ্টাৰ (master) ব্ৰানচটোলৈ মাৰ্জ (merge) কৰিম
05:31 আমি প্ৰথমে মাষ্টাৰ (master) ব্ৰানচটোলৈ যাম লিখি গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master)
05:38 আহক গিত (Git) ল’গ (log)টো পুনৰ পৰীক্ষা কৰো
05:42 মাৰ্জ (merge) কৰিবলৈ, আমি লিখিম: গিত (git) স্পেছ (space) মাৰ্জ (merge) স্পেছ (space) নিউ-চেপতাৰ (new-chapter)
05:48 আপোনাৰ মাৰ্জিং (merging) কমিত (commit) মেচেজ (message)টো geditত দিয়ক
05:52 তাৰপাছত ছেভ (save) কৰক আৰু এদিতৰটো (editor) বন্ধ কৰক
05:55 পুনৰ, গিত (Git) ল’গ (log)টো পৰীক্ষা কৰক
05:58 আমি দেখিছো যে আমাৰ নিউ-চেপতাৰ (new-chapter) ব্ৰানচটো মাষ্টাৰ (master) ব্ৰানচলৈ সফলভাবে মাৰ্জ হ’ল
06:05 আহক ইয়াক পুনৰ মাৰ্জ (merge) কৰিবলৈ চেষ্টা কৰো
06:08 লিখক: গিত (git) স্পেছ (space) মাৰ্জ (merge) স্পেছ (space) নিউ-চেপতাৰ (new-chapter)
06:13 এতিয়া,আমি এটা বাৰ্তা দেখিছো যি কয় “অলৰেদি (Already) আপ-তু-দেত (up-to-date)”
06:17 আমি মাৰ্জ কৰিলো নে নাই তাক প্ৰমাণ কৰিবলৈ এইটো এটা ভাল পদ্ধতি
06:22 মাৰ্জিং (merging)ৰ পাছত, নিউ-চেপতাৰ (new-chapter) ব্ৰানচটো গিত (Git) ৰিপ’জিতৰি (repository)ৰ পৰা নাইকীয়া কৰিব পাৰি
06:28 ব্ৰানচটো নাইকীয়া কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) ব্ৰানচ (branch) স্পেছ (space) হাইফেন (hyphen) d স্পেছ (space) নিউ-চেপতাৰ (new-chapter)
06:36 আহক ব্ৰানচ (branch) লিষ্ট (list) খন পুনৰ এবাৰ চাওঁ লিখি গিত (git) স্পেছ (space) ব্ৰানচ (branch)
06:43 আমি আৰু নিউ-চেপতাৰ (new-chapter) ব্ৰানচ নেদেখো যিহেতু ইয়াক নাইকীয়া কৰা হ’ল
06:48 মাৰ্জিং (merging)ৰ অবিহনে ব্ৰানচ এটা নাইকীয়া কৰিবলৈ, হাইফেন (hyphen) d সৰুফলাৰ পৰিবৰ্তে হাইফেন (hyphen) D বৰফলাত ব্যৱ্হাৰ কৰক
06:56 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:00 আহক মূলভাব চাওঁ
07:02 এই টিউট’ৰিয়েলটোত, আমি মাৰ্জিং (Merging), প্ৰত্যাবৃত মাৰ্জিং (merging) আৰু ব্ৰানচেচ (branches) নাইকীয়া কৰাৰ বিষয়ে শিকিলো
07:09 এটা অনুশিলনী হিচাবে, ব্ৰানচ (branch) চেপতাৰ-তু (chapter-two)ৰ কমিতচ (commits) চাওঁক যি আমি আগৰ অনুশিলনীত বনাইছিলো
07:16 ইয়াক মাষ্টাৰ (master) ব্ৰানচ (branch)ৰ সৈতে মাৰ্জ কৰক আৰু চেপতাৰ-তু (chapter-two) ব্ৰানচটো নাইকীয়া কৰক
07:22 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
07:27 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
07:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:38 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
07:41 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
07:48 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:53 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9