Git/C2/Inspection-and-Comparison-of-Git/Assamese

From Script | Spoken-Tutorial
Revision as of 23:33, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 ইনচপেকচন (Inspection) এন্দ (and) কম্পাৰিজন (comparison) অফ (of) গিতৰ (Git) স্প’কেন টিউট'ৰিয়েল (spoken tutorial) টোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
  • গিত (git) দিফ (diff)
  • গিত (git) চৌ (show)
  • গিত (git) ব্লেম (blame) আৰু
  • গিত (git) হেলপ (help) কমান্ডচৰ বিষয়ে
00:17 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো-
  • উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
  • গিত (Git) 2.3.2 আৰু
  • gedit টেকস্ত (Text) এদিতৰ (Editor)
00:29 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:33 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব
00:40 যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:46 আহক আমি গিত (git) দিফ (diff) কমান্ডৰ সৈতে আৰম্ভ কৰো
00:50 এই কমান্ড (command) টোৱে ফাইলচৰ বৰ্তমান অৱস্থাটোৰ পৰিবৰ্তনসমূহক দেখুৱাব
00:55 এতিয়া, মই আপোনাক ই কিদৰে কাম কৰে দেখুৱাম । টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক
01:03 আমি আমাৰ গিত (Git) ৰেপ’জিতেৰি (repository) মাইওৱেবপেজ (mywebpage) লৈ যাম যি আমি আগতে বনাইছিলো
01:09 লিখক: cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
01:15 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম
01:20 আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
01:24 প্ৰথমে, মই এটা html ফাইল হিষ্ট’ৰি (history).html বনাম আৰু ইয়াক বৰ্ণনাৰ উদ্দেশ্যে কমিত (commit) কৰিম
01:32 লিখক: gedit স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
01:41 মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্ত টোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
01:48 আহক আমি ছেভ (save) কৰো আৰু ফাইলটো বন্ধ কৰো
01:51 মনত ৰাখিব যে যেতিয়াই আমি যিকোনো ফাইল যোগ বা আতৰ কৰো আমাৰ কামক কমিত (commit) কৰিব লাগে
01:58 ষ্টেজিং এৰিয়া (staging area) টোলৈ ফাইলটো যোগ কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) হিষ্ট’ৰি (history).html আৰু এন্টাৰ (Enter) টিপক
02:08 আমাৰ কামক কমিত (commit) কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “এদেদ (Added) হিষ্ট’ৰি (history).html” আৰু এন্টাৰ (Enter) টিপক
02:21 আহক গিত ল’গটো (Git log) চাওঁ লিখি:গিত (git) স্পেছ (space) ল’গ (log) আৰু এন্টাৰ (Enter) টিপক
02:28 বৰ্তমান, আমাৰ ৰেপ’জিত’ৰিত (repository) দুটা কমিত (commit) আছে
02:33 মাইপেজ (mypage).html আৰু হিষ্ট’ৰি (history).html ফাইলচ খোলক লিখি gedit স্পেছ (space) মাইপেজ (mypage).html স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand)
02:47 ইয়াত, মাইপেজ (mypage).html টো হৈছে আমি আগৰ টিউট’ৰিয়েলটোত বনোৱা ফাইলটো । এতিয়া, এন্টাৰ (Enter) টিপক
02:56 আহক এই ফাইলচত কিছু শাৰী যোগ আৰু দিলেত কৰো
03:01 তাৰপাছত ছেভ (save) আৰু ফাইলচ ক্ল’জ (close) কৰক
03:05 নির্দিষ্ট অৱস্থাত, আমাৰ ফাইলচত আমি কি পৰিবৰ্তন কৰিলো মনত নপৰিব পাৰে
03:11 আহক আমি গিত (Git) ষ্টেতাচ (status) টো চাওঁ লিখি গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
03:19 ই সৰলভাবে পৰিবৰ্তিত ফাইলৰ নামসমূহ দেখুৱায় । কিন্তু আমি অন্য কোনো সবিশেষ পাব নোৱাৰো
03:26 আমি এই ফাইলচত কৰা প্ৰকৃত পৰিবৰ্তনসমূহ জানিব বিচাৰো । আহক ইয়াক কেনেকৈ কৰা হয় চাওঁ
03:35 লিখক:গিত (git) স্পেছ (space) দিফ (diff) আৰু এন্টাৰ (Enter) টিপক
03:40 ই কমান্ডটোৱে ফাইলচৰ বৰ্তমান অৱস্থাটোক নতুন কমিতটোৰ সৈতে তুলনা কৰিব
03:46 ইয়াত আপুনি হিষ্ট’ৰি (history).html ফাইলটোৰ ভাৰ্চন দুটা দেখিব
03:51 a শ্লাছ (slash) হিষ্ট’ৰি (history).html হৈছে শেষ কমিতটোৰ ভাৰ্চন । আৰু, ইয়াক এটা বিয়োগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয়
04:00 b শ্লাছ (slash) হিষ্ট’ৰি (history).html হৈছে বৰ্তমান অৱস্থাটোৰ ভাৰ্চন । আৰু, ইয়াক এটা যোগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয়
04:09 গতিকে, ইয়াত বিয়োগ চিহ্নৰ সৈতে ৰঙা ৰঙৰ শাৰীটো হৈছে পূৰণা ভাৰ্চনটো
04:15 আৰু, যোগ চিহ্নৰ সৈতে সেউজীয়া ৰঙৰ শাৰীটো হৈছে নতুন ভাৰ্চনটো
04:20 অধিক চাবলৈ দাউন (down) এৰ’ (arrow) কী টিপক
04:23 এইবোৰ হৈছে আমি নতুন ভাৰ্চনটোত যোগ কৰা শাৰী
04:28 দাউন (down) এৰ’ (arrow) কী টিপক
04:35 বাহিৰ ওলাবলৈ q কীটো টিপক
04:38 ইয়াত, আউতপুতটো ৰঙত দৰ্শিত হৈছে
04:42 যদি আমি শাৰীসমূহ ৰঙৰ সৈতে নাইদেখা, লিখক: গিত (git) স্পেছ (space) কনফিগ (config) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) গ্ল’বেল (global) স্পেছ (space) কালাৰ (color) দত (dot) ui স্পেছ (space) ট্ৰু (true) আৰু এন্টাৰ (Enter) টিপক
04:57 যদি আপুনি ৰঙবিলাক চাব নিবিচাৰে, অনুগ্ৰহ কৰি এই কমান্ডটোত ট্ৰু (true) ৰ পৰিবৰ্তে ফলচ (false) ব্যৱ্হাৰ কৰক
05:03 এতিয়া, আউতপুতটো ৰঙৰ অবিহনে দৰ্শিত হৈছে
05:13 পাছত, মই আপোনাক কেনেকৈ এটা নিৰ্দিষ্ট ফাইলত পৰিবৰ্তনক চোৱা হয় দেখুৱাম
05:18 লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হিষ্ট’ৰি (history).html আৰু এন্টাৰ (Enter) টিপক
05:25 ইয়াত, আমি মাত্ৰ হিষ্ট’ৰি (history).html ফাইলটোত কৰা পৰিবৰ্তনক চাব পাৰো
05:31 আহক আমি এতিয়া আমাৰ ফাইলচক ষ্টেজিং এৰিয়া (staging area) টোলৈ যোগ কৰো । লিখক:গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক
05:44 আহক গিত (Git) দিফ (diff) টো পুনৰ চাওঁ লিখি গিত (git) স্পেছ (space) দিফ (diff) আৰু এন্টাৰ (Enter) টিপক
05:52 এইবাৰ, আমি কোনো আউতপুত নাপাওঁ কাৰণ আমাৰ ফাইলচ ষ্টেজিং এৰিয়াটোলৈ যোগ হ’ল
05:59 তেনেক্ষেত্ৰত, আমি লিখিব পাৰো:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) ষ্টেজদ (staged) আৰু এন্টাৰ (Enter) টিপক
06:08 এতিয়া, আমি গিত (git) দিফ (diff) কমান্ডটোত পোৱাৰ দৰে সদৃশ আউতপুতটো দেখিছো
06:15 আমি লগতে একেটা ফলাফল পাবলৈ হাইফেন (hyphen) হাইফেন (hyphen) ষ্টেজদৰ (staged) পৰিবৰ্তে হাইফেন (hyphen) হাইফেন (hyphen) কেচদ (cached) ব্যৱ্হাৰ কৰিব পাৰো
06:23 আমি কেনেকৈ বৰ্তমান অৱস্থাটোক আগৰ যিকোনো কমিতৰ সৈতে তুলনা কৰিব পাৰো?
06:28 প্ৰথমে আমি গিত (Git) ল’গ (log) টো চাম লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
06:38 এতিয়া, ধৰক, মই মোৰ বৰ্তমান অৱস্থাটোক ইনিচিয়েল (Initial) কমিত (commit) টোৰ সৈতে তুলনা কৰিব বিচাৰো
06:43 গতিকে, লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space), তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক
06:52 ইয়াত, আমি পাৰ্থক্যটো দেখিছো
06:55 এনেদৰেই, আমি আমাৰ বৰ্তমান অৱস্থাটোক ৰেপ’জিত’ৰি (repository) ৰ যিকোনো আগৰ কমিতৰ সৈতে তুলনা কৰিব পাৰো
07:02 এইদৰেই, গিত (git) দিফ (diff) কমান্ডটো ব্যৱ্হাৰ কৰি আমি পৰিবৰ্তিত ফাইলচত সকলো পৰিবৰ্তনক চাব পাৰো
07:09 কমিত কৰাৰ আগতে আমি প্ৰকৃততে কি পৰিবৰ্তন কৰিলো তাক নিশ্বিত কৰিবলৈ ই আমাক সহায় কৰিব
07:15 আহক এই সময়ত আমাৰ কামক ফ্ৰিজ (freeze) কৰো
07:19 কমিত কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্ধক’মাৰ ভিতৰত “এদেদ কালাৰচ (Added colors)” আৰু এন্টাৰ (Enter) টিপক
07:30 পাছত, আহক আমি দুটা কমিতৰ মাজত পাৰ্থক্যটো কেনেকৈ চোৱা হয় শিকো
07:35 আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
07:44 এতিয়া, “এদেদ (Added) কালাৰচ (colors)”কমিত (commit) হেচ (hash) টো ক’পি আৰু পেষ্ট কৰক আৰু এন্টাৰ (Enter) টিপক
07:58 প্ৰদত্ত কমিত দুটাৰ মাজৰ পাৰ্থক্যটো এতিয়া দেখা গৈছে
08:03 পাছত, আমি শেষৰ অৱস্থাটোক দ্বিতীয় শেষ অৱস্থাটোৰ সৈতে তুলনা কৰিম
08:08 লিখক:গিত (git) স্পেছ (space) দিফ (diff) স্পেছ (space) হেদ (HEAD) স্পেছ (space) হেদ (HEAD) টিলদে (tilde) আৰু এন্টাৰ (Enter) টিপক
08:16 হেদে (HEAD) “এদেদ (Added) কালাৰচ (colors)” কমিত মেচেজ (commit message) থকা শেষৰ অৱস্থাটোক সূচীত কৰে
08:22 হেদ (HEAD) টিলদে (tilde) এ “এদেদ (Added) হিষ্ট’ৰি (history).html” কমিত মেচেজ (commit message) থকা দ্বিতীয় শেষ অৱস্থাটোক সূচীত কৰে
08:30 নতুন অৱস্থাটো সদায় হেদ (HEAD) হয় । নতুন বিয়োগ 1 অৱস্থাটো সদায় হেদ (HEAD) টিলদে (tilde) হয়
08:39 তেনেদৰে, নতুন বিয়োগ 2টো হেদ (HEAD) টিলদে (tilde) 2 হয়, নতুন বিয়োগ 3টো হেদ (HEAD) টিলদে (tilde) 3 হয় আৰু এনেদৰেই গৈ থাকে
08:50 টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁ
08:53 আহক আমি এতিয়া গিত (git) চৌ (show) কমান্ডৰ বিষয়ে শিকো যি কমিত এটাৰ সম্পূৰ্ণ সবিশেষ চাবলৈ সহায় কৰে
09:00 লিখক:গিত (git) স্পেছ (space) চৌ (show) আৰু এন্টাৰ (Enter) টিপক
09:04 এই কমান্ডটোৱে ৰেপ’জিত’ৰি (repository) টোত নতুন কমিতটোৰ সবিশেষ দেখুৱাব
09:10 ই ফাইলসমূহত কি পৰিবৰ্তন কৰা হ’ল তাক কমিত সবিশেষৰ সৈতে দেখুৱায়
09:16 এই বৈশিষ্ট্যটো সহায়ক হয় যেতিয়া আমি সমন্বীত সহযোগীতাৰে কাম কৰো
09:20 এতিয়া, আহক গিত ল’গটো (Git log) চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
09:30 ইনিচিয়েল (Initial) কমিত (commit) টোৰ সবিশেষ চাবলৈ, লিখক:গিত (git) স্পেছ (space) চৌ (show) স্পেছ (space) । তাৰপাছত ইনিচিয়েল (Initial) কমিত (commit) টোৰ কমিত (commit) হেচ (hash) টো ক’পি (copy) আৰু পেষ্ট (paste) কৰক আৰু এন্টাৰ (Enter) টিপক
09:42 ইয়াত, আপুনি ইনিচিয়েল (Initial) কমিত (commit) টোৰ সবিশেষ দেখিছে
09:46 এনেদৰেই, আমাৰ ৰেপ’জিত’ৰিৰ যিকোনো কমিতৰ সবিশেষ আমি চাব পাৰো
09:51 পাছত, আহক আমি ফাইল এটাৰ সম্পূৰ্ণ হিষ্ট’ৰিটো কেনেকৈ চোৱা হয় শিকো
09:56 মাইপেজ (mypage).html ৰ সম্পূৰ্ণ হিষ্ট’ৰিটো চাবলৈ, লিখক:গিত (git) স্পেছ (space) ব্লেম (blame) স্পেছ (space) মাইপেজ (mypage).html আৰু এন্টাৰ (Enter) টিপক
10:07 ইয়াত, আমি মাইপেজ (mypage).html ফাইলটোৰ সম্পূৰ্ণ হিষ্ট’ৰিটো দেখিছো যি হৈছে নিৰ্মান বিন্দুৰ পৰা বৰ্তমান অৱস্থালৈকে
10:17 এনেদৰেই, আপোনাৰ ৰেপ’জিত’ৰি (repository) টোত যিকোনো ফাইলৰ সম্পূৰ্ণ সবিশেষ আপুনি চাব পাৰে
10:22 শেষত, আমি গিত (Git) ৰ পৰা কেনেকৈ সহায় পোৱা হয় চাম
10:27 সহায় পাবলৈ গাঠণিটো, তলত দিয়া ধৰণৰ হয়-

গিত (git) হেলপ (help) <verb> বা

গিত (git) <verb> হাইফেন (hyphen) হাইফেন (hyphen) হেলপ (help) বা

মেন (man) গিত (git) <verb>

10:40 উদাহৰণস্বৰূপে: গিত (git) হেলপ (help) চৌ (show)
10:44 মই ইয়াক বৰ্ণনা কৰিম । টাৰ্মিনেল (terminal) টোলৈ ঘূৰি যাওঁক আৰু লিখক: গিত (git) স্পেছ (space) হেলপ (help) স্পেছ (space) চৌ (show) আৰু এন্টাৰ (Enter) টিপক
10:55 ইয়াত, আমি চৌ কমান্ড (show command) ৰ মেনুৱেল (manual) খন দেখিছো
10:59 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:03 আহক মূলভাব চাওঁ
11:04 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
  • গিত (git) দিফ (diff)
  • গিত (git) চৌ (show)
  • গিত (git) ব্লেম (blame) আৰু
  • গিত (git) হেলপ (help) কমান্ডচৰ বিষয়ে
11:15 এটা অনুশিলনী হিচাবে, তলৰ কমান্ডসমূহক খুলি চাওঁক:
  • গিত (git) ৰিফ্ল’গ (reflog)
  • গিত (git) দিফ (diff) হেদ (HEAD) টিলদে (tilde) হেদ (HEAD)
  • গিত (git) চৌ (show) হেদ (HEAD) আৰু
  • মেন (man) গিত (git) দিফ (diff)
11:29 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:37 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:48 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান
11:55 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
12:00 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble