Git/C2/Branching-in-Git/Assamese

From Script | Spoken-Tutorial
Revision as of 23:43, 27 June 2016 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 ব্ৰানচিং (Branching) ইন (in) গিতৰ (Git) স্প’কেন টিউট'ৰিয়েললৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
  • ব্ৰানচিং (Branching)
  • ব্ৰানচ (branch) এটা নিৰ্মান কৰা আৰু
  • ব্ৰানচসমূহৰ (branches) মাজত চুইতচিং কৰিবলৈ
00:15 এই টিউট’ৰিয়েলটোৰ বাবে, মই ব্যৱ্হাৰ কৰিছো:
  • উবুন্তো (Ubuntu) লিনাক্স (Linux) 14.04
  • গিত (Git) 2.3.2 আৰু
  • gedit টেকস্ত (Text) এদিতৰ (Editor)
00:25 আপুনি আপোনাৰ পচন্দৰ যিকোনো এদিতৰ (editor) ব্যৱ্হাৰ কৰিব পাৰে
00:29 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাৰ টাৰ্মিনেলত (Terminal) লিনাক্স (Linux) কমান্ডচ ৰান কৰাৰ জ্ঞান থাকিব লাগিব
00:36 যদি নাই, সঙ্গত লিনাক্স (Linux) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাওঁক
00:42 আহক আমি ব্ৰানচিং (branching)ৰ বিষয়ে শিকো
00:44 সাধাৰণতে, প্ৰকল্প এটাত নতুন ম’দিউলচ বনাবলৈ বা বাগ (bug) এটা ঠিক কৰিবলৈ ব্ৰানচসমূহ (branches) ব্যৱ্হৃত হয়
00:52 ই প্ৰকল্প এটাৰ নতুন ম’দিউলচৰ সৈতে কাম কৰিবলৈ সহায় কৰে মূখ্য প্ৰকল্পটোক আমনি নকৰাকৈ
00:58 গিতৰ (Git) দিফল্ট ব্ৰানচ (branch) টো হৈছে মাষ্টাৰ (master)
01:02 আমি নতুন ম’দিউলচ বনাবলৈ বিভিন্ন ব্ৰানচসমূহ (branches) ব্যৱ্হাৰ কৰো
01:06 আৰু ই পাছত মাষ্টাৰ (master) ব্ৰানচ (branch) টোৰ সৈতে মাৰ্জ হ’ব
01:11 উদাহৰণস্বৰূপে, এই ৰেখাচিত্ৰটোৱে মাষ্টাৰ (master) আৰু নিউ-ম’দিউল (new-module) ব্ৰানচসমূহৰ (branches) সৈতে এটা ৰিপ’জিট’ৰি দৰ্শায়
01:18 তাত মাষ্টাৰ (master) ব্ৰানচ (branch) C1, C2 আৰু C3 নামৰ কিছু কমিতচ (commits) আছে
01:25 তাৰপাছত C3 কমিতত (commit) এটা ব্ৰানচ (branch) নিউ-ম’দিউল ('new-module') নিৰ্মিত হৈছে
01:30 C4, C5 আৰু C8 হৈছে নিউ-ম’দিউল (new-module) ব্ৰানচ (branch)কমিতচ (commits)
01:36 একে সময়তে, কমিতচ (commits) C6 আৰু C7 মাষ্টাৰ (master) ব্ৰানচ (branch)টোত নিৰ্মিত হৈছে
01:43 ইয়াত, আপুনি দেখিছে যে নিউ-ম’দিউল (new-module) ব্ৰানচ (branch)টোৱে মাষ্টাৰ (master) ব্ৰানচ (branch)টোক আমনি কৰা নাই
01:49 নিউ-ম’দিউল (new-module)টো সাজু হ’লে, আমি ইয়াক মাষ্টাৰ (master) ব্ৰানচ (branch)টোৰ সৈতে মাৰ্জ কৰিম
01:55 এই টিউট’ৰিয়েলটোত, মই ব্ৰানচ (branch)এ কিদৰে কাম কৰে বৰ্ণনা কৰিম । মাৰ্জিং (Merging) পাছৰ টিউট’ৰিয়েলটোত সামৰা হ’ব
02:03 টাৰ্মিনেলটো (terminal) খুলিবলৈ Ctrl+Alt+T টিপক
02:07 আমি আমাৰ গিত (Git) ৰিপ’জিত’ৰি (repository) মাইওৱেবপেজ (mywebpage)টো খুলিম যি আমি আগতে বনাইছিলো
02:13 লিখক : cd স্পেছ (space) মাইওৱেবপেজ (mywebpage) আৰু এন্টাৰ (Enter) টিপক
02:19 মই বৰ্ণনা কৰিবলৈ html ফাইলচ ব্যৱ্হাৰ কৰিম । আপুনি আপোনাৰ পচন্দৰ যিকোনো প্ৰকাৰৰ ফাইল ব্যৱ্হাৰ কৰিব পাৰে
02:28 আহক গিত ল’গটো (Git log) পৰীক্ষা কৰো লিখি গিত (git) স্পেছ (space) লগ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
02:37 প্ৰথমে, আমি ৰিপ’জিত’ৰি (repository)টোত আমাৰ কিবা ব্ৰানচ (branch) আছে নেকি চাম
02:43 লিখক:গিত (git) স্পেছ (space) ব্ৰানচ (branch) আৰু এন্টাৰ (Enter) টিপক
02:48 ই দিফল্ট ব্ৰানচ (branch) মাষ্টাৰ ('master')টোক দেখুৱায় আগতে উল্লেখ কৰাৰ দৰে
02:53 এতিয়া ধৰক, মই নিউ-চেপতাৰ ("new-chapter") নামৰ ব্ৰানচ (branch) এটা বনাব বিচাৰিছো
02:57 লিখক:গিত (git) স্পেছ (space) ব্ৰানচ (branch) স্পেছ (space) নিউ-চেপতাৰ (new-chapter) আৰু এন্টাৰ (Enter) টিপক
03:04 আহক ব্ৰানচ (branch) লিষ্ট (list) খন চাওঁ লিখি গিত (git) স্পেছ (space) ব্ৰানচ (branch) আৰু এন্টাৰ (Enter) টিপক
03:12 ইয়াত, আমি তালিকাখনত নিউ-চেপতাৰ ("new-chapter") ব্ৰানচ (branch)টো চাব পাৰো
03:16 আমি লগতে মাষ্টাৰ (master) ব্ৰানচ (branch) টোৰ সৈতে এটা এচতেৰিক্স চিহ্ন দেখিছো
03:20 ই দৰ্শায় যে বৰ্ত্তমান আমি মাষ্টাৰ (master) ব্ৰানচ (branch) টোত কাম কৰি আছো
03:25 নিউ-চেপতাৰ ("new-chapter") ব্ৰানচ (branch)টোলৈ যাবলৈ, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) নিউ-চেপতাৰ (new-chapter) আৰু এন্টাৰ (Enter) টিপক
03:36 ব্ৰানচ (branch) নামটো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ব্ৰানচ (branch) আৰু এন্টাৰ (Enter) টিপক
03:42 এচতেৰিক্সটো দেখি, বুজিব পাৰো যে আমি নিউ-চেপতাৰ ("new-chapter") ব্ৰানচ (branch)টোত আছো
03:49 পাছত, মই এটা html ফাইল ষ্ট’ৰি (story).html বনাম আৰু ইয়াক বৰ্ণনাৰ উদ্দেশ্যে কমিত (commit) কৰিম
03:57 লিখক: gedit স্পেছ (space) ষ্ট’ৰি (story).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
04:05 মই এই ফাইলটোত কিছু ক’ড ক’পি (copy) আৰু পেষ্ট (paste) কৰিম, মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তটোৰ পৰা, যাক মই আগতে ছেভ কৰিছিলো
04:12 ছেভ (Save) আৰু ফাইলটো বন্ধ কৰক
04:15 মনত ৰাখিব, আমি আমাৰ কামক কমিত (commit) কৰিব লাগিব যেতিয়াই আমি যিকোনো ফাইল যোগ বা নাইকীয়া কৰো
04:21 ষ্টেগিং (staging) এৰিয়া (area)টোলৈ ফাইলটো যোগ কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) এদ (add) স্পেছ (space) ষ্ট’ৰি (story).html আৰু এন্টাৰ (Enter) টিপক
04:31 আমাৰ কামক কমিত (commit) কৰিবলৈ, লিখক: গিত (git) স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) m স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) ষ্ট’ৰি (story).html ইন (in) নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)” আৰু এন্টাৰ (Enter) টিপক
04:47 আহক নিউ-চেপতাৰ ("new-chapter") ব্ৰানচ (branch)গিত (Git) ল’গ (log)টো চাওঁ লিখি গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
04:57 ইয়াত, আমি আমাৰ নতুন কমিত (commit) “এদেদ (Added) ষ্ট’ৰি (story).html ইন (in) নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)”টো চাব পাৰো
05:04 এতিয়া, ধৰক, আমি আমাৰ মাষ্টাৰ (master) ব্ৰানচ (branch)লৈ ঘূৰি যাব বিচাৰো কিবা কাম কৰিবলৈ
05:10 গতিকে, আমি লিখিম: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক
05:18 গিত (Git) ল’গ (log)টো চাবলৈ, লিখক: গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
05:27 ইয়াত, আমি “এদেদ (Added) ষ্ট’ৰি (story).html ইন (in) নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)” কমিত (commit)টো নাইদেখা
05:34 ইয়াৰ কাৰণটো হৈছে, সেই কমিত (commit)টো মাত্ৰ নিউ-চেপতাৰ ("new-chapter") ব্ৰানচ (branch)ৰ বাবে উপলদ্ধ
05:39 আহক ফ’ল্দাৰটোৰ উপাদান চাওঁ ls লিখি আৰু এন্টাৰ (Enter) টিপক
05:45 ইয়াত, আমি লগতে ষ্ট’ৰি (story).html ফাইলটোওঁ দেখা নাই
05:49 পাছত, আমি হিষ্ট’ৰি (history).html ফাইলটোত কিছু পৰিবৰ্ত্তন কৰিম
05:55 আহক ফাইলটো খোলো লিখি gedit স্পেছ (space) হিষ্ট’ৰি (history).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
06:05 আহক কিছু শাৰী যোগ কৰো
06:08 ছেভ (Save) আৰু ফাইলটো বন্ধ কৰক
06:10 আহক এই অৱস্থাত আমাৰ কামক কমিত (commit) কৰো লিখি git স্পেছ (space) কমিত (commit) স্পেছ (space) হাইফেন (hyphen) am স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত “এদেদ (Added) চেপতাৰ (chapter) তু (two) ইন (in) হিষ্ট’ৰি (history).html” আৰু এন্টাৰ (Enter) টিপক
06:26 এতিয়ালৈকে, আমি মাষ্টাৰ (master) ব্ৰানচটোৰ সৈতে কাম কৰি আছো
06:30 এতিয়া, আহক আমি এই কমিত (commit)টো নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)ত প্ৰতিফলিত হৈছে নেকি চাওঁ
06:36 নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)ত যাবলৈ, লিখক: গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) নিউ-চেপতাৰ (new-chapter) আৰু এন্টাৰ (Enter) টিপক
06:46 আহক গিত (Git) ল’গ (log)টো চাওঁ লিখি: গিত (git) স্পেছ (space) ল’গ (log) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) অনলাইন (oneline) আৰু এন্টাৰ (Enter) টিপক
06:55 ইয়াত, আমি “এদেদ (Added) চেপতাৰ (chapter) তু (two) ইন (in) হিষ্ট’ৰি (history).html” কমিতটো (commit) নাইদেখা যিহেতু সি মাষ্টাৰ (master) ব্ৰানচ (branch)ত আছে
07:04 আহক আমাৰ ষ্ট’ৰি (story).html ফাইলটোত কিছু শাৰী যোগ কৰো । লিখক: gedit স্পেছ (space) ষ্ট’ৰি (story).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
07:16 মই মোৰ ৰাইতাৰ (Writer) দ’কোমেন্তৰ পৰা কিছু শাৰী যোগ কৰিম
07:20 ছেভ (Save) আৰু ফাইলটো বন্ধ কৰক
07:22 গিত (Git) ষ্টেতাচ (status)টো চাবলৈ, লিখক:গিত (git) স্পেছ (space) ষ্টেতাচ (status) আৰু এন্টাৰ (Enter) টিপক
07:29 মন কৰিব যে আমি এই অৱ্স্থাত আমাৰ কামক কমিত (commit) কৰা নাই
07:33 আপুনি কি হ’ব বুলি ভাবে যদি আমি কমিত নকৰাকৈ ব্ৰানচ সলাবলৈ চেষ্টা কৰো ? ই এটা ভুল দিব
07:41 আহক আমি মাষ্টাৰ (master) ব্ৰানচ (branch)টোলৈ ঘূৰি যাবলৈ চেষ্টা কৰো । লিখক:গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক
07:51 এই ভুলটোৱে দেখুৱায় যে আমি পৰিবৰ্ত্তনসমূহক কমিত (commit) নকৰাকৈ আন ব্ৰানচসমূহলৈ (branches) ঘূৰি যাব নোৱাৰো
07:59 কিন্তু, কি হ’ব যদি মই পৰিবৰ্ত্তনসমূহক কমিত (commit) কৰিব নিবিচাৰো, যিহেতু এই অৱস্থাত সিহত গুৰূত্বপূৰ্ণ নহয়? ইয়াক ষ্টেচিং (stashing) ব্যৱ্হাৰ কৰি কৰিব পাৰি
08:08 আমি ষ্টেচিং (stashing)ৰ বিষয়ে আহি থকা টিউট’ৰিয়েলচত শিকিম
08:13 এতিয়াৰ বাবে, আমি বলপূৰ্বকভাবে এই ব্ৰানচ (branch)টো এৰিম হাইফেন (hyphen) হাইফেন (hyphen) ফ’ৰ্চ (force) ফ্লেগ ব্যৱ্হাৰ কৰি
08:19 লিখক:গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) হাইফেন (hyphen) হাইফেন (hyphen) ফ’ৰ্চ (force) স্পেছ (space) মাষ্টাৰ (master) আৰু এন্টাৰ (Enter) টিপক
08:28 পুনৰ এবাৰ, আমি নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)টোলৈ ঘূৰি যাম, চাবলৈ যে পৰিবৰ্ত্তন সমূহ প্ৰত্যাখিত হৈছে নে নাই
08:36 লিখক:গিত (git) স্পেছ (space) চেকআউত (checkout) স্পেছ (space) নিউ-চেপতাৰ (new-chapter) আৰু এন্টাৰ (Enter) টিপক
08:42 আহক ষ্ট’ৰি (story).html ফাইলটো খোলো লিখি gedit স্পেছ (space) ষ্ট’ৰি (story).html স্পেছ (space) এম্পাৰচেন্দ (ampersand) আৰু এন্টাৰ (Enter) টিপক
08:54 ইয়াত আমি দেখিছো যে আমাৰ পৰিবৰ্ত্তন সমূহ প্ৰত্যাখিত হৈছে । আহক আমি geditটো বন্ধ কৰো
09:01 পাছৰ টিউট’ৰিয়েলটোত, আমি এই নিউ-চেপতাৰ (new-chapter) ব্ৰানচ (branch)টো মাষ্টাৰ (master) ব্ৰানচ (branch)টোৰ সৈতে মাৰ্জ কৰিবলৈ শিকিম
09:07 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:11 আহক মূলভাব চাওঁ
09:12 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
  • ব্ৰানচিং (Branching)
  • ব্ৰানচ (branch) এটা নিৰ্মান কৰা আৰু
  • মাষ্টাৰ (master) ব্ৰানচ (branch) আৰু নতুন ব্ৰানচ (branch)টোৰ মাজত চুইতচিং কৰা
09:23 এটা অনুশিলনী হিচাবে- চেপতাৰ-তু ("chapter-two") নামৰ ব্ৰানচ (branch) এটা বনাওঁক
09:28 চেপতাৰ-তু (chapter-two) ব্ৰানচ (branch)টোলৈ যাওঁক
09:31 কিছু কমিতচ (commits) কৰক
09:33 মাষ্টাৰ (master) ব্ৰানচ (branch)টোলৈ ঘূৰি আহক
09:36 গিত (Git) ল’গ (log)টো চাওঁক আৰু বুজক যে, মাষ্টাৰ (master) ব্ৰানচ (branch) টোত, আপুনি "ব্ৰানচ (branch) চেপতাৰ-তু (chapter-two)" টোৰ কমিতচ (commits) চাব নোৱাৰে
09:44 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
09:52 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
09:59 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
10:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ অৱদান । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
10:15 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble