Geogebra/C3/Exporting-GeoGebra-Files/Assamese

From Script | Spoken-Tutorial
Revision as of 13:46, 25 May 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time Narration
00:00 নমস্কাৰ।
00:02 Geogebra (জীয়োজেব্রা) ত Export feature (এক্সপোর্ট ফীচাৰ) ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগত।
00:07 জীয়োজেব্রা প্ৰথমবাৰ ব্যবহাৰ কৰিলে,
00:10 স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত “Introduction to GeoGebra” এৰ টিউটোৰিয়েলটো চাওক।
00:17 ইয়াত আমি জীয়োজেব্রাত
00:18 এক্সপোর্ট ফীচাৰ সম্পর্কে শিকিম।
00:22 স্ট্যাটিক ইমেজ ( static picture)  ৰুপত ড্ৰয়িং প্যাড ফিগাৰ এক্সপোর্ট কৰা শিকিম।
00:26 ডায়নামিক এইচটিএমএল ওয়েবপেজ হিসাবে জীয়োজেব্রা ফাইল এক্সপোর্ট কৰা শিকিম।
00:31 জীয়োজেব্রা দি আৰম্ভ কৰিবলৈ আমি,
00:34 GNU/Linux operating system উবুন্টু সংস্কৰণ 10.04 LTS আৰু
00:39 আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো।
00:44 এতিয়া জীয়োজেব্রা উইন্ডোত।
00:48 ইতিমধ্যে তৈয়াৰ কৰা জীয়োজেব্রা ফাইল খুলিবলৈ নির্বাচন কৰক File আৰু Open.
00:57 ConcentricCircles.ggb নির্বাচন কৰি Open ত টিপক।
01:04 এলজেব্রা আৰু স্প্রেডশীট ভিউস খোলা থাকিলে View মেনু বিকল্প নির্বাচন কৰি অপশনস আনচেক কৰি এইটো বন্ধ কৰক।
01:16 Move Graphics View টুল ব্যবহাৰ কৰি ড্ৰয়িং প্যাড অবজেক্টৰ স্থান সলাব পাৰো।
01:22 আপোনি এক্সপোর্ট কৰিবলৈ অবজেক্ট নির্বাচন কৰিব পাৰে বা কোনো অবজেক্ট নির্বাচন কৰা নাথাকিলে সম্পূর্ণ ড্ৰয়িং প্যাড নির্বাচন কৰিব পাৰে।
01:32 মেনু অপসন, File>> Export>> Graphics View as Picture নির্বাচন কৰক।
01:40 আপোনি এক্সপোর্ট কৰা ফাইলৰ Format (ফৰম্যাট) নির্বাচন কৰক, আমি png নির্বাচন কৰিছো।
01:48 ইয়াত Scale (স্কেল) সলাব পাৰে, আমি ইয়াত ডিফল্ট ভ্যালু ৰাখিম।
01:53 ইয়াত Resolution (ৰেজোলিউশন) বৃদ্ধি বা হ্রাস কৰিব পাৰে। Save ত টিপক।
01:58 ইয়াত ফোল্ডাৰৰ নাম নির্বাচন কৰি ফাইলৰ নাম নির্বাচন কৰক।
02:07 ফাইল টাইপ png ইতিমধ্যে ইয়াত আছে, এতিয়া Save ত টিপক।
02:15 সংক্ষিপ্তকৰনৰ বাবে,
02:17 ড্ৰয়িং প্যাডত থকা অবজেক্টক নির্বাচন কৰক, বা এইটোক অনির্বাচিত কৰি এৰি দিয়ক, সম্পূর্ণ ড্ৰয়িং প্যাড এক্সপোর্ট কৰিবলৈ।
02:26 মেনু অপসন File >Export > Graphics View as Picture নির্বাচন কৰক।
02:33 Format, Scale আৰু Resolution নির্বাচন কৰক। এক্সপোর্ট কৰা ফাইল সংৰক্ষণ কৰক।
02:40 এতিয়া পাঠৰ দ্বিতীয় অংশ।
02:45 জীয়োজেব্রাক ডায়নামিক ওয়েবপেজ ৰুপত এক্সপোর্ট কৰিবলৈ।
02:49 প্ৰথমে এটা জীয়োজেব্রা ফাইল খোলক, উদাহৰন স্বৰুপে
02:53 Interior Angles Triangle.ggb.
02:59 এতিয়া মেনু অপসন File, Export >> Dynamic Worksheet as webpage নির্বাচন কৰক।
03:09 এটা বাক্স প্ৰদর্শিত হয়।
03:12 Title, Author নাম আৰু Date লিখক।
03:18 দুটা ট্যাব আছে, general আৰু advanced
03:22 General ট্যাবত কনস্ট্রাক্টশনৰ উপৰত আৰু তলত যি টেক্সট ৰাখিব বিছাৰে তাত লিখিব পাৰে।
03:30 কনস্ট্রাক্টশনৰ উপৰত প্ৰদর্শন কৰিবলৈ এই টেক্সট যোগ কৰক।
03:37 আমি কীবোর্ডত Ctrl + X টিপি এই তথ্য কাট আৰু পেস্ট কৰিম।
03:43 আৰু তাৰপিছত আকৌ এবাৰ কীবোর্ডত CTRL+V টিপক।
03:48 কনস্ট্রাক্টশনৰ উপৰতত লিখক Move the vertices of the triangle and observe the values of the interior angles of the triangle.
03:56 এতিয়া কনস্ট্রাক্টশনৰ তলত লিখক Observe what happen when A, B and C are on a straight line by dragging the vertices.
04:08 এতিয়া Advanced ট্যাব।
04:10 জীয়োজেব্রা পৃষ্ঠাৰ অংশ ৰুপত জীয়োজেব্রাৰ ফিচাৰস আৰু অপশন্স যোগ কৰিবলৈ কিছু চেক বাক্স আছে।
04:18 ওয়েবপেজৰ ৰাইট ক্লিক ফীচাৰ সক্ষম কৰিবলৈ, এইটোত সো ক্লিক কৰক।
04:23 Labelsক স্হান কৰাবলৈ, এইটোত টিক কৰক।
04:28 সঠিক স্থানত কনস্ট্রাক্টশনক ৰিসেট কৰাৰ আইকনৰ বাবে, ইয়াত টিক কৰক।
04:35 জীয়োজেব্রা ওয়েবপেজত ডাবল ক্লিক কৰি আপোনাৰ কম্পিউটাৰত জীয়োজেব্রা এপ্লিকেশন ৱিন্দো খুলিবলৈ চালে, এইটোত টিক কৰক।
04:45 আপোনি ওয়েবপেজত Menu bar, Tool bar আৰু Input bar বা Save আৰু Print ফীচাৰস প্ৰদর্শন কৰিব চালে ইয়াত এই বাক্সক নির্বাচন কৰক।
04:56 আপোনি জীয়োজেব্রা উইন্ডোৰ প্ৰস্থ আৰু উচ্চতা সলাব পাৰে যি ওয়েবপেজত প্ৰদর্শিত হয়।
05:03 Exportত  টিপক আৰু ব্রাউজাৰত দেখিবলৈ ফাইলটো html ৰুপত সংৰক্ষণ কৰক।
05:11 যিহেতু আমি ফায়াৰফক্স ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিছো, এইটো এক্সপোর্ট কৰাত এইটো অবিলম্বত প্ৰদর্শিত হয়।
05:22 আপোনি কনস্ট্রাক্টশনৰ উপৰত আৰু কনস্ট্রাক্টশনৰ তলতও টেক্সট দেখিব পাৰে।
05:29 এইটো ডাইনামিক ওয়েব পেজ হোৱাত ইয়াৰ শীর্ষবিন্দু পদক্ষেপ কৰিব পাৰে আৰু আকাৰৰ পৰিবর্তন চাওক।
05:38 সংক্ষেপে,
05:39 পূর্বত তৈয়াৰ কৰা জীয়োজেব্রা ফাইল খোলক, মেনু অপশন File >Export > Dynamic Worksheet as webpage নির্বাচন কৰক।
05:50 Title, Text আৰু Advanced features নির্বাচন কৰক আৰু ওয়েবপেজ html ফাইল ৰুপত জীয়োজেব্রা ফাইল এক্সপোর্ট কৰক।
06:01 ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰি html ফাইল চাওক।
06:05 জীয়োজেব্রাৰ বাবে ৱেব ব্ৰাউজাৰত কাম কৰিবলৈ জাভা সংস্থাপিত কৰিবলৈ হব পাৰে।
06:11 নির্দেশিত কাম হিসাবে,
06:13 এটা জীয়োজেব্রা ফাইল খোলক আৰু ড্ৰয়িং প্যাড বা কিছু অবজেক্ট নির্বাচন কৰি স্ট্যাটিক পিকচাৰ ৰুপত এইটোক এক্সপোর্ট কৰক।
06:24 আৰু ডাইনামিক ওয়েব পেজ ৰুপত,
06:25 ইয়াত নিম্নলিখিত ফীচাৰস আছে।
06:29 Reset অপশন আৰু Tool Bar অপশন।
06:33 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
06:36 এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পকসাৰসংক্ষেপে বোঝায়।
06:40 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
06:44 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে, কর্মশালাৰ আয়োজন কৰে।
06:49 অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে।
06:52 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
06:58 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ।
07:01 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
07:07 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
07:12 আমি অনামিকা টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, PoojaMoolya