Geogebra/C2/Understanding-Quadrilaterals-Properties/Assamese

From Script | Spoken-Tutorial
Revision as of 13:11, 25 April 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুসকল।
00:02 জীয়োজেব্রাত চতুর্ভুজৰ বৈশিষ্ট্যাবলী বোঝাৰ (Understanding Quadrilaterals Properties) উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
00:08 দয়া কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰা নহয়।
00:14 জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্য বোঝাৰ বাবে|
00:19 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:24 যদি নাই, তেনেহলে জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:30 এই টিউটোৰিয়েলত আমি চতুর্ভুজ, সহজ চতুর্ভুজ, কর্ণৰ সৈতে চতুর্ভুজ গঠন কৰা শিকিম আৰু লগতে, তাৰ বৈশিষ্ট্যাবলী সম্পর্কেও শিকিম।
00:42 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে...
00:45 আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47 ব্যবহাৰ কৰিছো।
00:55 আমি নির্মাণ কৰাৰ বাবে নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
01:00 Circle with centre through point

Polygon

Angle

Parallel line

Segment between two points and

Insert text

01:10 নতুন জীয়োজেব্রা উইন্ডোত যোৱা যাওক।
01:13 ইয়াৰ বাবে ক্লিক কৰক dash home, media applications,
01:17 Typeৰ অধিনত, Education আৰু Geogebra ত টিপক।
01:25 'A'-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু 'B'ৰ দি যায়।
01:30 এইটো কৰাৰ বাবে, টুলবাৰত “Circle with Center through Point” টুলত টিপক।
01:35 অঙ্কন প্যাডত টিপক। কেন্দ্ৰ হিসাবে বিন্দু 'A'
01;38 আৰু এবাৰ টিপক, আমি বিন্দু 'B' পাও। বৃত্ত সম্পূর্ণ হৈ গৈছে।
01:44 'C'-ক কেন্দ্ৰ কৰি আৰু এটা বৃত্ত আঁকক, যি বিন্দু 'D' দি যায়।
01:49 অঙ্কন প্যাডত টিপক। এইটোৱে বিন্দু 'C' ক দেখায়।
01:53 তাৰপিছত আৰু এবাৰ টিপক, আমি বিন্দু 'D' পাও। দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে।
02:00 “New Point”তৰ তলত “Intersect Two Objects” টুলত টিপক। পাওয়া ছেদ বিন্দু বোৰক 'E' আৰু 'F' হিসাবে ক্লিক কৰক।
02:10 ইয়াৰ পিছত, "polygon" টুলত টিপক।
02:16 বিন্দু 'A', 'E', 'C', 'F' আৰু আকৌ এবাৰ 'A' টিপক। ইয়াত এটা চতুর্ভুজ তৈয়াৰ হৈ গৈছে।
02:32 আমি “Algebra View”ৰ পৰা দেখিব পাৰো যে সন্নিহিত বাহুবোৰ সমান।
02:38 আপোনি কি জানেনে কিয় ? আপোনি কি এই চতুর্ভুজৰ নাম সন্ধান কৰিব পাৰিবনে ?
02:43 এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক।
02:48 আমি ফাইলৰ নাম "simple-quadrilateral" লিখিম আৰু “Save” টিপক।
03:04 এতিয়া কর্ণৰ(diagonals) সৈতে এটা চতুর্ভুজ গঠন কৰা যাওক।
03:08 নতুন জীয়োজেব্রা উইন্ডো খোলক, “File” >> ”New ” টিপক।
03:16 ৰেখাংশ আঁকাৰ বাবে টুলবাৰ পৰা “Segment between Two Points” টুল নির্বাচন কৰক।
03:23 অঙ্কন প্যাডত ক্লিক কৰক, বিন্দু 'A' আৰু তাৰপিছত বিন্দু 'B' ত  টিপক, ৰেখাংশ 'AB' তৈয়াৰ হৈ গৈছে।
03:30 A'-ক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকক, যি বিন্দু 'B'ৰ দি যায়।
03:36 এইটো কৰাৰ বাবে, “Circle with Centre through Point” টুলৰ উপৰত টিপক।
03:40 কেন্দ্ৰ হিসাবে বিন্দু 'A' আৰু তাৰপিছত বিন্দু 'B'ত টিপক। টুলবাৰ পৰা “New Point” টুল নির্বাচন কৰক। পৰিসীমা হিসাবে বিন্দু 'C' ত টিপক।
03:57 'A' আৰু 'C' যুক্ত কৰক। “Segment between Two Points” টুল নির্বাচন কৰক।
04:03 বিন্দু 'A' আৰু বিন্দু 'C' টিপক. এতিয়া ৰেখাংশ 'AB'ৰ উপৰত এটা সমান্তৰাল ৰেখা অঙ্কন কৰক, যি বিন্দু 'C'ৰ দি যায়।
04:13 এইটো কৰাৰ বাবে, টুলবাৰ পৰা "Parallel Line" টুল নির্বাচন কৰক। বিন্দু 'C' আৰু তাৰপিছত ৰেখাংশ 'AB' টিপক।
04:25 আমি বিন্দু 'B'ৰ বাবে প্ৰক্রিয়াক পুনৰাবৃত্তি কৰিম। বিন্দু 'B' আৰু তাৰপিছত ৰেখাংশ 'AC' টিপক।
04:33 উল্লেখ্য যে, ৰেখাংশ 'AB'ৰ সমান্তৰাল ৰেখা আৰু ৰেখাংশ 'AC'ৰ সমান্তৰাল ৰেখা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক 'D' হিসাবে চিহ্নিত কৰক।
04:47 “Segment between Two Points” টুল ব্যবহাৰ কৰি, বিন্দু 'A' 'D', 'B' 'C' যুক্ত কৰক।
05:01 আমি দেখিব পাৰো যে কর্ণ AD আৰু BCৰ সৈতে চতুর্ভুজ ABCD তৈয়াৰ হৈ গৈছে।
05:09 কর্ণদুটা এটা বিন্দুত ছেদ কৰে। ছেদ বিন্দুক 'E' হিসাবে চিহ্নিত কৰক।
05:20 “Distance” টুল ব্যবহাৰ কৰি, প্ৰশিক্ষন কৰক যে কর্ণবোৰে ইটো সিটোক দুভাগত ভাগ(সমদ্বিখণ্ড) কৰে নে নকৰে
05:25 "Angle" টুলৰ অধীনত, "distance or length" টুলৰ উপৰত টিপক।
05:30 বিন্দু A, E, E, D, C, E, E, B ৰ উপৰত টিপক।
05:47 ইয়াৰ পিছত, আমি প্ৰশিক্ষন কৰিম যে কর্ণবোৰ সমকোণী সমদ্বিখণ্ডক হয় নে নহয়।
05:51 কোণ পৰিমাপ কৰাৰ বাবে "Angel" টুলৰ উপৰত ক্লিক কৰক। বিন্দু A,E,C C,E,Dৰ উপৰত টিপক।
06:08 এতিয়া টুলবাৰ পৰা "move" টুল নির্বাচন কৰক। বিন্দু 'A' স্থানান্তৰিত কৰাৰ বাবে "move" টুল ব্যবহাৰ কৰক।
06:16 "move" টুলত টিপক, 'A'ৰ উপৰত মাউস পয়েন্টাৰ ৰাখক আৰু মাউসৰ সৈতে ইয়াক টানি আনক। উল্লেখ্য যে, কর্ণবোৰে সকলো সময়তে ইটো সিটোক সমদ্বিখণ্ড কৰে আৰু সমকোণী সমদ্বিখণ্ডক( perpendicular bisectors) হয়।
06:35 এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক। আমি ফাইলৰ নাম "quadrilateral” লিখিম আৰু "save" বাটনত টিপক।
06:53 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে…
07:01 এই টিউটোৰিয়েলত, আমি নিম্নলিখিত সৰঞ্জামবোৰ ব্যবহাৰ কৰি চতুর্ভুজ গঠন কৰা শিকিছো।
07:06 'Circle with centre through point', 'Polygon', 'Angle', 'Parallel line', 'Segment between two points' আৰু 'Insert Text'
07:15 আমি সাধাৰণ চতুর্ভুজ আৰু কর্ণযুক্ত চতুর্ভুজৰ বৈশিষ্ট্য সম্পর্কেও শিকিম।
07:21 এটা নির্দেশিত কামৰ ৰুপত, আমি বিচাৰো যে আপোনি এটা ৰেখাংশ AB আঁকক, ৰেখাৰ উপৰতত বিন্দু C চিহ্নিত কৰক, C-দি AB ৰ সমান্তৰাল এটা ৰেখা আঁকক।
07:33 সমান্তৰাল ৰেখাৰ উপৰত দুটা বিন্দু D আৰু E আঁকক, বিন্দু AD আৰু EB-ক যুক্ত কৰক।
07:43 ৰেখাংশ ABৰ উপৰত D আৰু E পৰা উল্লম্ব ৰেখা আঁকক, ABৰ উপৰত উল্লম্ব ৰেখাৰ বিন্দু F আৰু G ক চিহ্নিত কৰক, DEৰ দূৰত্ব আৰু DFৰ উচ্চতা গণনা কৰক।
08:01 নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত।
08:08 এই urlত উপলব্ধ ভিডিওটো চাওক।
08:11 এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উছৰত  ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি এইটোক ডাউনলোড কৰিও চাব পাৰে।
08:18 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট)ও দিয়া হয়।
08:27 আৰো বিস্তাৰিত জানাৰ বাবে contact@spoken-tutorial.org ত লিখক।
08:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
08:49 মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো, অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, Pratik kamble