Gedit-Text-Editor/C2/Overview-of-gedit-Text-Editor/Assamese

From Script | Spoken-Tutorial
Revision as of 04:46, 4 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Overview of gedit Text editor এৰ টোউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টোউটোৰিয়েলত:

gedit Text editor, gedit Text editor এৰ বৈশিষ্ট্য আৰু

00:15 এই শৃঙ্খলাৰ অধীনত থকা বিভিন্ন টোউটোৰিয়েলত উপলব্ধ বিষয়বস্তু সম্পর্কে শিকিম।
00:21 এই টোউটোৰিয়েলত মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit Text editor 3.10 ব্যবহাৰ কৰিছো।
00:32 টোউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ Windows বা Linux অপাৰেটিং সিস্টেম সম্পর্কে জ্ঞান থাকিব লাগিব।
00:40 প্ৰথমে gedit Text editor সম্পর্কে শিকো।
00:45 gedit এটা শক্তিশালী টেক্সট এডিটৰ।
00:49 এইটো ব্যবহাৰ কৰা সহজ আৰু সৰল।
00:52 এইটো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত ডিফল্ট GUI টেক্সট এডিটৰ হয়।
00:59 ইয়াৰ পিছত, gedit Text editor এৰ বৈশিষ্ট্যবোৰ চাম।
01:04 gedit Text editor ত সকলো সাধাৰণ এডিটিং বৈশিষ্ট্য যেনে Cut, Copy, Paste, Undo আৰু Redo বিকল্প আছে।
01:14 Search আৰু Replace টেক্সট বিকল্প, যেনে অন্য টেক্সট এডিটৰত থাকে, এইটোও gedit ত উপলব্ধ।
01:22 gedit Text editor ত spell-check এৰ সুবিধা আছে।
01:26 এইটোৱে লাইনৰ সংখ্যা প্ৰদর্শন কৰে, যি সহজে সোর্স কোডক ডিবাগ কৰিবলৈ খুবেই উপযোগী হয়।
01:32 এইটোৱে টেক্সট wrap কৰে আৰু বর্তমান টেক্সট লক্ষণীয় কৰে।
01:37 Tabbed উইন্ডো ফীচাৰ, ই একেই উইন্ডোত বিভিন্ন ফাইলত কাম কৰিবলৈ সহজ কৰি তোলে।
01:44 gedit text editor এ বিভিন্ন প্ৰোগ্ৰামিং ভাষাত সিনট্যাক্সক লক্ষণীয় কৰে।
01:50 এইটোৱে প্ৰোগ্ৰামত ওপেন আৰু ক্লোস বন্ধনীৰ ধ্যান ৰাখে।
01:55 plugins এৰ মাধ্যমে ইয়াতে নতুন বৈশিষ্ট্য যোগ কৰা যায়।
02:00 স্বয়ং সংৰক্ষণ আৰু ব্যাকআপ বিকল্পবোৰও উপলব্ধ।
02:05 টেক্সট ফাইলৰ সৈতে কাম কৰা যি কোনো এজনে, প্ৰোগ্ৰামাৰস, প্ৰজেক্ট ম্যানেজাৰ, লেখকে gedit text editor ব্যবহাৰ কৰিব পাৰে।
02:16 মই এই শৃঙ্খলাত প্ৰতিটো টোউটোৰিয়েলক সংক্ষেপে চাম।
02:21 এই শৃঙ্খলাৰ প্ৰথম টোউটোৰিয়েলত, উবুন্টু লিনাক্স আৰু উইন্ডোজেত gedit Text editor সংস্থাপন কৰা,
02:30 আৰু নতুন ফাইল বনোৱা, বিদ্যমান ফাইল খোলা, সংৰক্ষণ আৰু বন্ধ কৰা সম্পর্কে কয়।
02:38 ইয়াতে টোউটোৰিয়েলৰ আভাস আছে।
02:41 video Clip
02:51 পৰবর্তী টোউটোৰিয়েল হল Common Edit Functions.
02:55 এইটোৱে কনটেন্ট Cut, Copy আৰু Paste, Undo আৰু Redo ক্ৰিয়া, টেক্সট Search আৰু Replace কৰা আৰু ডকুমেন্ট প্রিন্ট কৰা- এইবোৰক বুজাবলৈ সাহায্য কৰিব।
03:10 এই টোউটোৰিয়েলটো চাও।
03:13 video Clip
03:25 পিছৰ টোউটোৰিয়েল হল Handling tabs. ইয়াতে
03:30 Add, move, re-order আৰু close ট্যাব সম্পর্কে শিকিম।
03:34 ফাইলবোৰক ব্ৰাউজ আৰু খোলাৰ বাবে সাইড প্যানেল ব্যবহাৰ কৰক।
03:39 লাইনৰ সংখ্যাৰ সন্নিবেশ কৰি টেক্সট wrap কৰক।
03:43 ইয়াতে টোউটোৰিয়েলৰ আভাস আছে।
03:46 video Clip
03:55 পৰবর্তী টোউটোৰিয়েল হল Default Plugins.
03:59 এইটোৱে default plugins যেনে Sort, Change case, Spell checker, Insert date and time প্ৰয়োগ কৰিবলৈ সাহায্য কৰিব।
04:10 এই টোউটোৰিয়েলটো চাও।
04:12 video Clip
04:20 পিছৰ টোউটোৰিয়েলত থার্ড পার্টি Plugins সম্পর্কে ব্যাখ্যা কৰিম।
04:25 ইয়াতে শিকিম যে থার্ড পার্টি plugins কিভাবে সংস্থাপিত কৰে আৰু এইটোক ব্যবহাৰ কৰে।
04:31 থার্ড পার্টি plugin যাক ইন্টেলিজেন্ট টেক্সট Completion বোলে, এই টোউটোৰিয়েলত বুজাব।
04:37 ইয়াতে টোউটোৰিয়েলৰ আভাস আছে।
04:40 video Clip
04:50 অন্তিম টোউটোৰিয়েলটো snippets সম্পর্কে।
04:54 Snippets ইউসাৰক কোডৰ পুনৰাবৃত্তিমূলক টাইপিং এড়াবলৈ সাহায্য কৰে।
05:00 এইটোৱে ডিফল্ট Snippets এৰ ব্যবহাৰ ব্যাখ্যা কৰে, নতুন snippets জোড়া, snippets মোছা।
05:08 অন্যান্য বিকল্প যেনে
05:10 সমান brackets লক্ষণীয় কৰা আৰু Document Statistics ও এই টোউটোৰিয়েলত উপলব্ধ।
05:17 ইয়াতে টোউটোৰিয়েলৰ আভাস আছে।
05:20 video Clip
05:30 ইয়াৰ সৈতে মই টোউটোৰিয়েলৰ শেষলৈ আহিছো।
05:33 সংক্ষেপে,
05:35 এই টোউটোৰিয়েলত
05:37 gedit Text editor এৰ ওভাৰভিউ সম্পর্কে শিকিছো।
05:41 দয়া কৰি সকলো উল্লিখিত বিষয়ত বিস্তাৰিত টোউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক।
05:47 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
05:56 স্পোকেন টোউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু সার্টিফিকেট দিয়ে।

অধিক তথ্যৰ বাবে, আমালৈ লিখক।

06:05 আপোনাৰ স্পোকেন টোউটোৰিয়েলৰ সম্পর্কে কোনো প্ৰশ্ন থাকিলে এই সাইটত যাওক।
06:11 মিনিট আৰু সেকেন্ড চয়ন কৰক যত সমস্যা আছে। আপোনাৰ প্ৰশ্নটো সংক্ষেপে ব্যাখ্যা কৰক।
06:18 আমাৰ দলৰ কোনো এজনে ইয়াৰ উত্তৰ দিব।
06:22 এই টোউটোৰিয়েলত নির্দিষ্ট প্ৰশ্নৰ বাবে স্পোকেন টোউটোৰিয়েল ফোৰাম আছে।
06:27 ইয়াতে অসম্পর্কিত আৰু সাধাৰণ প্ৰশ্ন পোস্ট নকৰিব, এইটোৱে অব্যবস্থতা কমোৱাত সহায়তা কৰিব। কম অব্যবস্থতাৰ সৈতে আমি এই আলোচনা নির্দেশমূলক তথ্য ৰুপে ব্যবহাৰ কৰিব পাৰো।
06:41 স্পোকেন টোউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
06:53 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi